প্ৰথম পাঠ- বৰ্গ নিৰূপনৰ সহজ পদ্ধতি
দ্বিতীয় পাঠ- পূৰণ
তৃতীয় পাঠ- শতাংশ
চতুৰ্থ পাঠ- প্ৰাকৃতিক সংখ্যাৰ যোগ
পঞ্চম পাঠ- ঐকিক নিয়ম
ষষ্ঠ পাঠ- সময় আৰু কাম
A Store For Every Student's Need.
এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।
প্ৰথম পাঠ- বৰ্গ নিৰূপনৰ সহজ পদ্ধতি
দ্বিতীয় পাঠ- পূৰণ
তৃতীয় পাঠ- শতাংশ
চতুৰ্থ পাঠ- প্ৰাকৃতিক সংখ্যাৰ যোগ
পঞ্চম পাঠ- ঐকিক নিয়ম
ষষ্ঠ পাঠ- সময় আৰু কাম
by Souvik 2 Comments
This is a thin boy.
1. নং sentence ত লৰাটো শকত(fat) আৰু 2 নং বাক্যত লৰাটো ক্ষীণ(thin) বুজাইছে । ল’ৰা দুটা কেনেকুৱা ধৰণৰ তাক বুজাইছে ।
3 নং আৰু 4 নং বাক্য দুটাত blind আৰু lame এই word দুটা Noun ৰ আগত বহি মানুহ দুজনে কেনে এই সম্মন্ধ বুজাইছে । blind, lame, fat, thin, হৈছে Adjective.
★মনত ৰাখিবা:- যিবিলাক word এ Noun ৰ গুণাগুণ বা বিশেষত্ব প্ৰকাশ কৰে, ইংৰাজী ব্যাকৰণত তাক Adjective বোলা হয় । ই প্ৰধানকৈ তিনি প্ৰকাৰৰ ।
1. Adjective of Quality
2. Adjective of Quantity.
3. Pronominal Adjective.
যি Adjective এ Noun -ৰ দোষ, গুন, আদি বুজায় সেইবিলাক Adjective of Quality বোলে । Red, blue, black, bright, আদি word বিলাক Adjective of Quality.
Examples: This is a black pencil.
. These are bright stars.
যি Adjective এ Noun -ৰ সংখ্যা, পৰিমাণ আদি বুজায় সেইবিলাকক Adjective of Quantity বোলে, যেনে- five, much, many etc.
Examples:
যি Adjective এ Pronoun ৰ সহায় লৈ বহুতৰ মাজত কোনটো সেইটো দেখুৱাই দিয়ে সেইবিলাকেই Pronominal Adjective বোলে ।যেনে- This, Every, which etc.
Examples: This book is on the table.
Which pen is yours.
★মনত ৰাখিবা: ইয়াত Adjective বোৰ Noun ৰ আগত বহি Noun ক qualify কৰে অৰ্থাৎ গুণাগুণ প্ৰকাশ কৰে ।
ATTRIBUTIVE AND PREDICATIVE USE OF ADJECTIVE
Adjective বোৰ সাধাৰণতে Noun ৰ আগত বহুৱাই সেইবোৰৰ দোষ, গুণ, অৱস্থা, পৰিমাণ আদি বর্ণনা কৰা হয় । Adjective ৰ এইবিধ ব্যৱহাৰক Attributive use অৰ্থাৎ ‘আৰোপক ব্যৱহাৰ’ বোলা হয় ।
Adjective বোৰ আকৌ Noun -ৰ আগত নবহুৱাই Verb বোৰ সাধাৰণতে be, become, get, seem, grow, আদি হয় ।
Adjective ৰ এইবিধ ব্যৱহাৰক সম্পূৰক ব্যৱহাৰ, PREDICATIVE USE বোলা হয় ।
Example:-
| Adjective | Attributive use | Predicative Use |
| old | He is an old man | He is old |
| Good | A good boy reads regularly | Her handwriting is good. |
| Great | A great man will come | Gandhi ji is great |
| Tall | Rani is a tall girl | Rani is growing tall |
ওপৰৰ উদাহৰণবোৰত দেখা যায় যে Adjective এ verb ৰ পাচত বহি পূৰ্বৱৰ্তী Noun ক Qualify কৰিছে । Adjective ৰ এনে ধৰণৰ প্ৰয়োগৰ Predicative Use of Adjective বোলা হয় ।
Adjective ৰ তুলনা কৰিবলৈ তিনিটা form আছে । ভাল বা বেয়া নাইবা উত্তম, মধ্যম, অতি উত্তম বুজাবৰ কাৰণে Degree of Comparison ব্যবহাৰ কৰা হয় ।
এই বাক্য তিনিটাত good এ কাৰো লগত তুলনা নকৰাকৈ ভাল (গুণ), better এ দুজনৰ মাজত ভাল আৰু best এ সকলোতকৈ ভাল বুজাইছে । এনেদৰে দোষ, গুণ, পৰিমাণৰ, মাত্ৰা বুজাবলৈ Adjective ৰ তিনিটা Degree of Comparison আছে । সেইবোৰ হ’ল-
★মনত ৰাখিবা :- Comparative Degree ৰ Adjective ৰ পাচত সাধাৰণতে than আৰু Superlative Degree ৰ Adjective আগত the বহে । Unique(অদ্বিতীয়) আৰু almighty(সৰ্বশক্তিমান) শব্দৰ Comparative বা Superlative নহয় ।
Formation of Comparative and Superlative Degree
| Positive | Comparative | Superlative |
| able | abler | ablest |
| brave | braver | bravest |
| bright | brighter | brightest |
| bold | bolder | boldest |
| big | bigger | biggest |
| bad,evil,ill | worse | worst |
| deep | deeper | deepest |
| easy | easier | easiest |
| few | fewer | fewest |
| fat | fatter | fattest |
| far | farther | farthest |
| fast | faster | fastest |
| fine | finer | finest |
| great | greater | greatest |
| good | better | best |
| heavy | heavier | heaviest |
| high | higher | highest |
| kind | kinder | kindest |
| late | later | last |
| little | less | least |
| lazy | lazier | laziest |
| long | longer | longest |
| many | more | most |
| much | more | most |
| noble | nobler | noblest |
| near | nearer | nearest |
| old | older | oldest |
| often | oftener | oftenest |
| rich | richer | richest |
| small | smaller | smallest |
| short | shorter | shortest |
| strong | stronger | strongest |
| soon | sooner | soonest |
| sad | sadder | saddest |
| tall | taller | tallest |
| thick | thicker | thickest |
| ugly | uglier | ugliest |
| wealthy | wealthier | wealthiest |
| well | better |
best |
| ugly | uglier |
ugliest |
| wealthy | wealther | wealthiest |
| well/good | better | best |
| white | whiter | whitest |
| wide | wider | widest |
| young | younger | youngest |
| thin | thinner | thinnest |
| beautiful | more beautiful | most beautiful |
| difficult | more difficult | most difficult |
| handsome | more handsome | most handsome |
| honest | more honest | most honest |
| intelligent | more intelligent | most intelligent |
| interesting | more interesting | most interesting |
| important | more important | most important |
–Assam Study Hub





SEBA is the state board of secondary education of Assam. SEBA, Assam conducts an HSLC/AHM examination every year for students who are studying under the board. Like previous years, this year also SEBA is going to conduct HSLC/AHM Exam, 2023 for class 10th students. Students who successfully filled out the online application form for HSLC/AHM Exam 2023 will be able to sit the exam. In this post, we are trying to provide all previous year’s question papers of SEBA, Assam. We feel that these previous papers will help all the candidates of the SEBA HSLC/AHM Exam 2023.
ছেবা হৈছে অসমৰ ৰাজ্যিক মাধ্যমিক শিক্ষা ব’ৰ্ড। ছেবা, অসমত ব’ৰ্ডৰ অধীনত পঢ়া ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতি বছৰে HSLC/AHM পৰীক্ষা অনুষ্ঠিত হয়। বিগত বছৰবোৰৰ দৰে এইবাৰো SEBA য়ে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে HSLC/AHM Exam, 2023 অনুষ্ঠিত কৰিবলৈ ওলাইছে। HSLC/AHM Exam 2023 ৰ বাবে অনলাইন আবেদন পত্ৰ সফলতাৰে পূৰণ কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। এই পোষ্টটোত আমি ছেবা, অসমৰ বিগত বৰ্ষৰ সকলো প্ৰশ্নকাকত প্ৰদান কৰিবলৈ চেষ্টা কৰিছো। আমি অনুভৱ কৰোঁ যে এই পূৰ্বৰ গৱেষণা পত্ৰসমূহে SEBA HSLC/AHM Exam 2023 ৰ সকলো পৰীক্ষাৰ্থীকে সহায় কৰিব।
Board of Secondary Education (SEBA) releases the Assam Class 10th question papers for better exam preparation. Students should refer to Assam HSLC question papers 2023 to know the exam pattern, marking scheme, and important topics of the exam. The Assam HSLC exams will be conducted in March 2023,
মাধ্যমিক শিক্ষা ব'ৰ্ডে (SEBA) পৰীক্ষাৰ উন্নত প্ৰস্তুতিৰ বাবে অসম দশম শ্ৰেণীৰ প্ৰশ্নকাকত মুকলি কৰে।
পৰীক্ষাৰ আৰ্হি, নম্বৰ দিয়াৰ আঁচনি, আৰু পৰীক্ষাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ জানিবলৈ ছাত্ৰ-ছাত্ৰীসকলে অসম
HSLC প্ৰশ্নকাকত ২০২৩ চাওক। ২০২৩ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ’ব অসম এইচ এছ এল চি পৰীক্ষা
SEBA HSLC English Question Paper-2020






SEBA HSLC English Question Paper-2020
SEBA HSLC English Question Paper 2021/22 – CLICK HERE
Last 22 Year’s HSLC SEBA Determiners Solved – click here










by Souvik 2 Comments








সর্বনাম || Pronoun Explanation in Assamese – A pronoun is a word used in place of a noun. অসমীয়া ব্যাকৰণত, সৰ্বনাম হৈছে সেই শব্দবোৰ যিবোৰ বিশেষ্যৰ সলনি ব্যৱহাৰ কৰা হয়, যাতে একেটা বিশেষ্যকে বাৰে বাৰে উল্লেখ কৰিবলগীয়া নহয়। অৰ্থাৎ, বিশেষ্যৰ সলনি ব্যৱহৃত হোৱা পদক সৰ্বনাম বোলে।
ওপৰৰ প্ৰথম বাক্যৰ “Anil” – word টো Noun. দ্বিতীয় বাক্যত “He” word -টো “Anil”-ৰ সলনি বহিছে । He word -টো “pronoun”.
Noun -ৰ সলনি ব্যাবহাৰ হোৱা word -ক Pronoun বোলে । অসমীয়া ব্যাকৰণত সর্বনাম পদটোক ইংৰাজী ব্যাকৰণত Pronoun বোলা হয় । সর্বনাম || Pronoun Explanation in Assamese
Examples:-
●Riyu(noun) is coming.She (Pronoun) is beautiful.
● Ram is here. He is strong.
●The book is on the table. This is my book.
●Gopal is a good boy.You are Gopal.
সর্বনাম || Pronoun Explanation in Assamese

সর্বনাম || Pronoun Explanation in Assamese
যি pronoun ব্যাক্তিবাচক noun ৰ সলনি ব্যাবহাৰ কৰা হয় তাক Personal Pronoun বোলে ।
I, you, he, she, mine, her, him, my, আদি personal pronoun.
Examples: He is Ram, You are Jadu, This book is mine.
যি pronoun -এ কোনো ব্যাক্তি বা বস্তুক নিৰ্দেশ কৰি দেখুৱায় তাক Demonstrative Pronoun বোলে । This, That , These আদি Demonstrative Pronoun.
Examples- This is my pen.
Those are your books.
That is his pen.
যি Pronoun ৰ নিজা অৰ্থ বুজাবৰ কাৰণে ব্যাবহার কৰা হয় তাক Reflexive Pronoun বোলে । Singular Noun ৰ পাছত ‘self’ আৰু plural noun ৰ পাচত ‘selves’ যোগ দি Reflexive Pronoun গঠন কৰা হয় । Myself, yourself, himself, herself, themselves আদি Reflexive Pronoun.
Examples:- You read yourself.
I myself caught the thief.
We shall do it ourshelves.
সর্বনাম || Pronoun Explanation in Assamese
যি Pronoun প্রশ্ন কৰাৰ বাবে ব্যৱহাৰ কৰা হয় তাক Interrogative Pronoun বোলে । Who, which, what, আদি Interrogative Pronoun.
Example:- Who is Mira?
What is your name?
Which is your pen?
যি Pronoun -এ কোনো নিৰ্দিষ্ট ব্যাক্তি বা বস্তুক নুবুজায় তেনে Pronoun ক Indefinite Pronoun বোলে । One , anybody, none, everyday, some, many all আদি Indefinite Pronoun.
Example:- One must do it.
Anybody can do this work.
Everyone should take care of
his health.
None will live forever.
যি Pronoun এ দুটা বহুতোৰ মাজৰ এটাক বুজায় তাক Distributive Pronoun বোলে । Each, Either and Neither are called Distributive Pronoun.
Examples:-
• You may take either of these two books.
• Each of the two boys can sing.
• Neither of the two boys is good.
সর্বনাম || Pronoun Explanation in Assamese
যি Pronoun- এ কোনো Noun বা Pronoun -ৰ পাছত বহি সেই Noun বা Pronoun – ৰ লগত নিজৰ সম্মন্ধ দেখুৱায় তাক Relative Pronoun বোলে । Relative Pronoun -এ দুটা বাক্য লগ লগায় । Who, which, what, that -এইবিলাক Relative Pronoun.
Examples:-
• This is Ram. He is a good boy.
. =This is Ram who is a good boy.
• He gave me the pen. I have lost that.
=He gave me the pen that I have lost.
যি Pronoun -এ পৰস্পৰৰ লগত সম্পৰ্ক বুজায় তাক Reciprocal Pronoun বোলে । ‘Each other’ আৰু ‘One another’ – এই দুটা Reciprocal Pronoun.
Examples:- Ram and Hari love each other
The boys of the class love one another.
সর্বনাম || Pronoun Explanation in Assamese
★ USE OF SOME PRONOUNS ★
One, ones, none, no-one, each, other, any, some, each-other, one another.
Translation
1 . কোনেও এইটো কৰা উচিত নহয়।
= One should not do it
2. তেওঁ কেতিয়া আহিব কোনেও ক’ব নোৱাৰে ।
= No one can say when he will come.
3. প্ৰত্যেকেই প্ৰত্যেকৰ কাম কৰা উচিত ।
= One should do one’s duty.
4. তেওঁ কেতিয়া ঢুকাব কোনেও ক’ব নোৱাৰে ।
= No one can say when he will die.
5. ল’ৰাবিলাকৰ কোনোজনেই ভাল নহয় ।
= None of the boys is good.
6. মোক আন এখন কিতাপ দিয়া, এইখন ভাল বেয়া কিতাপ ।
= Give me another book, this is a bad one.
7. কিতাপবোৰৰ কিছুমান হেৰাইছিল ।
= Some of the books were lost.
8. মোৰ বহুত কিতাপ আছে, তোমাক কোনোবা এখন লাগিবনে ?
= I have many books, do you want any?
সর্বনাম || Pronoun Explanation in Assamese
★মনত ৰাখিবা:- One -ৰ সলনি one বা ones হে ব্যাবহাৰ হয়; he, his বা her ব্যৱহাৰ নহয় । কিন্তু one ৰ আগত no বা any থাকিলে তাৰ সলনি he, she আদি বহে ।
Affirmative Sentence -ত some, negative, আৰু Interrogative Sentence -ৰ উভয় বচনত any ব্যৱহাৰ হয় ।
সর্বনাম || Pronoun Explanation in Assamese
| IMPORTANT WEB-LINKS | |
|---|---|
| ✅ Official Website | Click Here |
| ✅ WhatsApp Group For All HSLC Solutions | Click Here |
| ✅ For Jobs Update Government job opportunities | Click Here |
| ✅ Telegram Group | click here |
| ✅ FaceBook Page | click here |
সর্বনাম || Pronoun Explanation in Assamese

Directorate of Health Services Assam Recruitment For Staff Nurse & Laboratory Technician
◆Total Posts ⇢ 768
◆Last Date ⇢ 25 July 2020
◆Job Type ⇢ Permanent
JobQualification
Official website:-
Noun- বিশেষ্য in Assamese – কোনো নাম, জাতি, বস্তু বা প্ৰাণীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক Noun বা বিশেষ্য বোলে । চকুৰে দেখা সকলো বস্তুৱেই Noun.
★মনত ৰাখিবা Noun হল:
Nouns refer to persons, animals, places, things, ideas, or events, etc. Nouns encompass most of the words of a language.
Noun can be a/an –
যিবোৰ Noun কোনো নির্দিষ্ট ব্যাক্তি, বস্তু, ঠাই, নদ-নদী, পৰ্বত, পাহাৰ নগৰ, চহৰ, দেশ, মহাদেশ আদিৰ নাম, সেইবোৰেই Proper Noun.
A proper noun is a name which refers only to a specific person, place, or thing and there is no common name for it. In written English, a proper noun always begins with capital letters. Noun- বিশেষ্য in Assamese
Example:
যি noun এ এটা প্ৰাণী বা বস্তুক বুজোৱাৰ লগতে গোটেই জাতিটোকেই বুজায় তেনে noun ক Common Noun বা জাতিবাচক বিশেষ্য বোলে।
A common noun is a name for something which is common for many things, person, or places. It encompasses a particular type of things, person, or places.
Example:
So, a common noun is a word that indicates a person, place, thing, etc. In general and a proper noun is a specific one of those.

যি noun এ কোনো ব্যাক্তি বা বস্তুৰ গুণ, কাৰ্য বা অৱস্থাক বুজায় তাক Abstract Noun বা গুণবাচক বিশেষ্য বোলে । ই সদায় uncountable.
An abstract noun names an idea,feeling,quality or characteristics.
These nouns stand for names of things that cannot be perceived by our senses of seeing, touching, smelling, hearing and tasting. Noun- বিশেষ্য in Assamese
Assamese to English Translation – Click here
Example: Truth, lies, happiness, sorrow, time, friendship, humor, patriotism, etc.
Read the following examples:
যি noun এ কোনো বস্তুৰ উপাদানক বুজায় তাক concrete noun / material noun বা বস্তুবাচক বিশেষ্য বোলে ।
A concrete noun is the exact opposite of abstract noun. It refers to the things we see and have physical existence.
Example: Chair, table, bat, ball, water, money, sugar, etc.
Read the following examples:
কিছুমান noun ক one,two,three, এনেদৰে হিচাব কৰিব বা গণিব পাৰি । এইবোৰ Countable Noun
The nouns that can be counted are called countable nouns. Countable nouns can take an article: a, an, the.
Example: Chair, table, bat, ball, etc. (you can say 1 chair, 2 chairs, 3 chairs – so chairs are countable)
কিছুমান noun আছে যিবোৰৰ one, two, three, many, few, a few, কৈ গণিব নোৱাৰি । সেইবোৰ Uncountable Noun.
Countable Noun ৰ আগত এটাক বুজাবলৈ a, an অথবা the ব্যাবহাৰ হয় । এটাতকৈ বেছিকে বুজাবলৈ Noun ৰ পাছত e, es যোগ কৰা হয় ।
ওপৰৰ উল্লেখিত বস্তুবোৰ সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক
The nouns that cannot be counted are called non-countable nouns.
Example: Water, sugar, oil, salt, etc. (you cannot say “1 water, 2 water, 3 water” because water is not countable)
Abstract nouns and proper nouns are always non-countable nouns, but common nouns and concrete nouns can be both count and non-count nouns. Noun- বিশেষ্য in Assamese
যি noun এ একে জাতীয় বস্তু বা ব্যাক্তিৰ সমষ্টিক বুজায় তাক Collective Noun বা সমষ্টিবাচক বিশেষ্য বোলে ।
A collective noun is a word for a group of things, people, or animals of the same kind , spoken of as one whole.
Example: family, team, jury, cattle, etc.
Collective nouns can be both plural and singular. However, Americans prefer to use collective nouns as singular, but both of the uses are correct in other parts of the world.
Read the following examples:
Sometimes two or three nouns appear together, or even with other parts of speech, and create idiomatic compound nouns. Idiomatic means that those nouns behave as a unit and, to a lesser or greater degree, amount to more than the sum of their parts.
Example: six-pack, five-year-old, and son-in-law, snowball, mailbox, etc.
Nouns can be used as a subject, a direct object, and an indirect object of a verb; as an object of a preposition; and as an adverb or adjective in sentences. Nouns can also show possession. Noun- বিশেষ্য in Assamese
Subject: The company is doing great. Roses are the flowers of love.
Direct object: I finally bought a new mobile.
Indirect object: Max gave Carol another chocolate.
Object of preposition: Roses are the flowers of love.
Adverb: The train leaves today.
–Assam Study Hub
|
Join us on WhatsApp
|

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।
Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.