• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11
You are here: Home / বৰ্গ নিৰূপনৰ সহজ পদ্ধতি || Easy Method to Find Square Root

বৰ্গ নিৰূপনৰ সহজ পদ্ধতি || Easy Method to Find Square Root

বৰ্গ নিৰূপনৰ সহজ পদ্ধতি || Easy Method to Find Square Root

August 9, 2020 by Souvik 3 Comments

বৰ্গ নিৰূপনৰ সহজ পদ্ধতি || Easy Method to Find Square Root

 

(A) 11 ৰ পৰা 99 লৈকে বৰ্গ নিৰূপণ :–

 


ধৰা হল,32 ৰ বৰ্গ নিৰ্ণয় কৰিব লাগে (32)² =?

সমাধান :                (3 2)²
L =3, R=2

Step:
a. (R)²
b. (L×R)×2
c. (L)²

a.প্ৰদত্ত সংখ্যা টোক left আৰু right বিভক্ত কৰক right=R, left=L
b. প্ৰথমে right ৰ সংখ্যা টোক বৰ্গ কৰক,R ² = ?
c. দ্বিতীয়তে right আৰু left ৰ সংখ্যা দুটাক পূৰণ কৰি পূৰণফল টোক দুগুণ কৰক
d.শেষত left ৰ সংখ্যা টোক বৰ্গ কৰক,L ² = ?

এতিয়া,
প্ৰথমে R² = 2² = 4,4 লিখক।দ্বিতীয়তে,L×R×2 = (3×2)×2 = 12, এতিয়া 12 ৰ 1 এৰি 2 ক 4 ৰ left ত লিখক এতিয়া হব 24
শেষত,L² = 3²= 9. এতিয়া উপৰৰ 1 ৰ লগত 9 যোগ কৰক সংখ্যা টো হব 10.এতিয়া 10 ক 24 ৰ left ত লিখি দিওক তেতিয়া সংখ্যা টো হব 1024
1024 য়েই হল 32 ৰ বৰ্গ।

N.B : 11-99 লৈ যিকোনো সংখ্যাৰ বৰ্গৰ উপৰোক্ত পদ্ধতিৰে নিৰ্ণয় কৰিব পাৰি।কিন্তু কিছুমান সংখ্যাৰ বৰ্গ বেলেগ পদ্ধতিৰেও নিৰ্ণয় কৰিব পাৰি।



B. 11 – 19 লৈকে সকলো সংখ্যাৰ বৰ্গ নিৰূপনৰ পদ্ধতি :

 


a. সংখ্যা টোৰ এককৰ ঘৰৰ অংকটোৰ বৰ্গ কৰক।
b. এতিয়া একক ঘৰৰ অংকটোক বৰ্গ নিৰ্ণয় কৰিবলগীয়া সংখ্যাটোৰ লগত যোগ কৰি প্ৰথমে বৰ্গ কৰি পোৱা সংখ্যাটোৰ left ত বহুৱাই দিয়ক।

Examples:
1. 12 ৰ বৰ্গ
a. 12 ৰ এককৰ ঘৰৰ অংক 2 আৰু ইয়াৰ বৰ্গ (2×2)=4
b. এককৰ ঘৰৰ অংকটো 12 ৰ লগত যোগ কৰি অৰ্থাৎ 2 ৰ লগত 12 যোগ কৰিলে হব 12+2=14. এতিয়া 14 ক 4 ৰ left ত বহুৱালে সংখ্যাটো হব 144.গতিকে,12 ৰ বৰ্গ 144

2.14 ৰ বৰ্গ
a.14 ৰ এককৰ ঘৰৰ অংক 4. 4 ৰ বৰ্গ (4×4)=16 ই হল দুটা অংকৰ সংখ্যা এতিয়া 6 লিখক।14 ৰ লগত 4 যোগ কৰি (14+4)= 18.এতিয়া 4 ক প্ৰথমে বৰ্গ কৰি পোৱা 16 ৰ 1 ক 18 ৰ লগত যোগ কৰিলে হব 1+18=19.এতিয়া 19 ক 6 ৰ left ত বহুৱালে সংখ্যা টো হব 196. ইয়ে হল 14 ৰ বৰ্গ।


C. এককৰ ঘৰত ‘ 0 ‘ থকা সংখ্যাৰ বৰ্গ নিৰ্ণয় পদ্ধতি :

 


কোনো সংখ্যাৰ right ত এটা ‘ 0 ‘ থাকিলে প্ৰথমে left ত থকা অংক টোক বৰ্গ কৰি তাৰ right ত দুটা শূণ্য(zero) বহুৱাব লাগে ।

Example
1. (30)²=?
       ইয়াত দহকৰ ঘৰৰ অংক টো হল 3 ইয়াৰ বৰ্গ (3×3)=9 এতিয়া 9 ৰ পিছত দুটা শূণ্য বহুৱালে সংখ্যা টো হব 900 যিটো 30 ৰ বৰ্গ।
       যদি সংখ্যাটোত দুটা ‘ 0 ‘ থাকে অৰ্থাৎ একক আৰু দহক দুয়োটা ঘৰতে শূণ্য তেন্তে শূন্যৰ left ত থকা সংখ্যাটোৰ বৰ্গ কৰি তাৰপিছত চাৰিটা 0 বহুৱালে সংখ্যাটোৰ বৰ্গ পোৱা যাব ।

Example
(400)²=?
এতিয়া 4² = 16, 4 ৰ পিছত দুটা 0 থকাৰ বাবে বৰ্গ কৰোঁতে চাৰিটা ‘ 0 ‘ 16 ৰ পিছত বহুৱাব লাগিব।গতিকে,(400)²=160000.

বৰ্গ নিৰূপনৰ সহজ পদ্ধতি || Easy Method to Find Square Root
বৰ্গ নিৰূপনৰ সহজ পদ্ধতি || Easy Method to Find Square Root

D. এককৰ ঘৰত 5 থকা সংখ্যাৰ বৰ্গ নিৰূপনৰ পদ্ধতি :

 

এককৰ ঘৰত 5 থকা সংখ্যাৰ বৰ্গ নিৰ্ণয় কৰোঁতে প্ৰথমে,5²=25 লিখক।পিছত সংখ্যাটোৰ left ত থকা সংখ্যাটো আৰু তাক 1 বৃদ্ধি কৰি পোৱা সংখ্যাৰ পূৰণফল 25 ৰ left ত বহুৱালে সংখ্যাটোৰ বৰ্গ পাম ।
Examples
1. (35)² =?
1st step: 5²=25
2nd step:3×(3+1)=3×4=12
এতিয়া,12 ক 25 ৰ left ত বহুৱালে সংখ্যাটো পাম 1225
গতিকে,(35)²= 1225

2.(115)²=?
1st step: 5²=25
2nd step: 11×(11+1)=11×12=132
গতিকে,(115)²=13225


E. 9,6 অাৰু 3 ৰে গঠিত সংখ্যাৰ বৰ্গ নিৰ্ণয় পদ্ধতি: (Less 1 Add 1 process)

 

1st step: যিটো অংক ৰে সংখ্যাটো গঠিত সেইটো বৰ্গ কৰি অলপ পৃথককৈ লিখক।
2nd step: অংকটো বৰ্গ কৰি পোৱা সংখ্যাটোৰ এককৰ ঘৰৰ অংকটোৰ পৰা 1 কমোৱা আৰু দহকৰ ঘৰৰ সংখ্যাটোক 1 বঢ়োৱা।
3rd step: 1 কমাই পোৱা অংক টো এককৰ ঘৰৰ অংক টোৰ left ত বহুৱাওক।সংখ্যাটো যিমান টা অংক ৰে গঠিত তাতকৈ এটা কমাই সিমান left ত বহুৱাব আৰু সিমান টাই অংক দহকৰ ঘৰৰ left ত বহুৱাব।
Examples
1. (99999)²=?
1st step: 9²=81
এনেদৰে লিখিব অলপ পৃথকে ______8_____1
2nd step: এতিয়া,8+1=9, 1-1=0
3rd step: মুঠ অংক 5 ,গতিকে 8 আৰু 1 ৰ left ত 4 টাকৈ লিখিব লাগিব।
     ________8_________1
= 9999800001
(99999)²=9999800001


2. (6666)²=?
i. 6²=36
এনেদৰে লিখক, ____3_____6
ii. এতিয়া,3+1 =4 , 6-1=5
iii. সংখ্যাটোত মুঠ 6 ৰ অংক 4 গতিকে 3 আৰু 6 ৰ left ত 4 অাৰু 5 লিখিব লাগিব 3 টাকৈ ।
অৰ্থাৎ _____3_____6
= 44435556
(6666)²=44435556


3.(3333)²=?
i. 3²=9
এনেদৰে লিখক, ____0____9
ii. এতিয়া, 0+1 =1 , 9-1=8
iii. সংখ্যাটো মুঠ  3 ৰ  4 টা গতিকে 0 আৰু 9 ৰ left ত 1 আৰু 8 লিখিব লাগিব 3 টাকৈ
অৰ্থাৎ, ____0____9
= 11108889
(3333)²= 11108889

Filed Under: বৈদিক গণিত Tagged With: বৰ্গ নিৰূপনৰ সহজ পদ্ধতি, বৈদিক গণিত

বৈদিক গণিত

August 9, 2020 by Souvik Leave a Comment

প্ৰথম পাঠ- বৰ্গ নিৰূপনৰ সহজ পদ্ধতি

দ্বিতীয় পাঠ- পূৰণ

তৃতীয় পাঠ- শতাংশ

চতুৰ্থ পাঠ- প্ৰাকৃতিক সংখ্যাৰ যোগ

পঞ্চম পাঠ- ঐকিক নিয়ম

ষষ্ঠ পাঠ- সময় আৰু কাম

 

 

 

 

https://www.youtube.com/watch?v=iGoWF3ui_wA

Filed Under: বৈদিক গণিত Tagged With: asaam study hub, বৈদিক গণিত

Adjective- বিশেষণ

August 7, 2020 by Souvik 2 Comments

This is a thin boy.

  1. This is a fat boy.
  2. A blind man cannot see.
  3. A lame man cannot walk well.

1. নং sentence ত লৰাটো শকত(fat) আৰু 2 নং বাক্যত লৰাটো ক্ষীণ(thin) বুজাইছে । ল’ৰা দুটা কেনেকুৱা ধৰণৰ তাক বুজাইছে ।

3 নং আৰু 4 নং বাক্য দুটাত blind আৰু lame এই word দুটা Noun ৰ আগত বহি মানুহ দুজনে কেনে এই সম্মন্ধ বুজাইছে । blind, lame, fat, thin, হৈছে Adjective.

★মনত ৰাখিবা:- যিবিলাক word এ Noun ৰ গুণাগুণ বা বিশেষত্ব প্ৰকাশ কৰে, ইংৰাজী ব্যাকৰণত তাক Adjective বোলা হয় । ই প্ৰধানকৈ তিনি প্ৰকাৰৰ ।
              1. Adjective of Quality
              2. Adjective of Quantity.
              3. Pronominal Adjective.

1. Adjective of Quality :

     যি Adjective এ Noun -ৰ দোষ, গুন, আদি বুজায় সেইবিলাক Adjective of Quality বোলে । Red, blue, black, bright, আদি word বিলাক Adjective of Quality.
    Examples: This is a black pencil.
         .             These are bright stars.

2. Adjective of Quantity:-

      যি Adjective এ Noun -ৰ সংখ্যা, পৰিমাণ আদি বুজায় সেইবিলাকক Adjective of Quantity বোলে, যেনে- five, much, many etc.
     Examples:

 

3. Pronominal Adjective:-

        যি Adjective এ Pronoun ৰ সহায় লৈ বহুতৰ মাজত কোনটো সেইটো দেখুৱাই দিয়ে সেইবিলাকেই Pronominal Adjective বোলে ।যেনে- This, Every, which etc.
    Examples: This book is on the table.
                        Which pen is yours.

     ★মনত ৰাখিবা: ইয়াত Adjective বোৰ Noun ৰ আগত বহি Noun ক qualify কৰে অৰ্থাৎ গুণাগুণ প্ৰকাশ কৰে ।

 

ATTRIBUTIVE AND PREDICATIVE USE OF ADJECTIVE


       Adjective বোৰ সাধাৰণতে Noun ৰ আগত বহুৱাই সেইবোৰৰ দোষ, গুণ, অৱস্থা, পৰিমাণ আদি বর্ণনা কৰা হয় । Adjective ৰ এইবিধ ব‍্যৱহাৰক Attributive use অৰ্থাৎ ‘আৰোপক ব‍্যৱহাৰ’ বোলা হয় ।

 

      Adjective বোৰ আকৌ Noun -ৰ আগত নবহুৱাই Verb বোৰ সাধাৰণতে be, become, get, seem, grow, আদি হয় ।

     Adjective ৰ এইবিধ  ব‍্যৱহাৰক সম্পূৰক ব‍্যৱহাৰ, PREDICATIVE USE বোলা হয় ।

 

      Example:-

        Adjective                    Attributive use                      Predicative Use
           old                     He is an old man                        He is old        
         Good              A good boy reads regularly            Her handwriting is good.
       Great                 A great man will come                  Gandhi ji is great
       Tall                   Rani is a tall girl               Rani is growing tall

 

 

 

 

 

 

 






ওপৰৰ উদাহৰণবোৰত দেখা যায় যে Adjective এ verb ৰ পাচত বহি পূৰ্বৱৰ্তী Noun ক Qualify কৰিছে । Adjective ৰ এনে ধৰণৰ প্ৰয়োগৰ Predicative Use of Adjective বোলা হয় ।

 

 

Comparison Of Adjective

 


   Adjective ৰ তুলনা কৰিবলৈ তিনিটা form আছে । ভাল বা বেয়া নাইবা উত্তম, মধ্যম, অতি উত্তম বুজাবৰ কাৰণে Degree of Comparison ব্যবহাৰ কৰা হয় ।

 

  •   Ram is a good boy
  • Abhijit is better than Ram
  • Prince is the best of all

       এই বাক্য তিনিটাত good এ কাৰো লগত তুলনা নকৰাকৈ ভাল (গুণ), better এ দুজনৰ মাজত ভাল আৰু best এ সকলোতকৈ ভাল বুজাইছে । এনেদৰে দোষ, গুণ, পৰিমাণৰ, মাত্ৰা বুজাবলৈ Adjective ৰ তিনিটা Degree of Comparison আছে । সেইবোৰ হ’ল-

  1. The Positive Degree.
  2. The Comparative Degree.
  3. The Superlative Degree.

     ★মনত ৰাখিবা :- Comparative Degree ৰ Adjective ৰ পাচত সাধাৰণতে than আৰু Superlative Degree ৰ Adjective আগত the বহে । Unique(অদ্বিতীয়) আৰু almighty(সৰ্বশক্তিমান) শব্দৰ Comparative বা Superlative নহয় ।

Formation of Comparative and Superlative Degree

Positive Comparative Superlative
able abler ablest
brave braver bravest
bright brighter brightest
bold bolder boldest
big bigger biggest
bad,evil,ill worse worst
deep deeper deepest
easy easier easiest
few fewer fewest
fat fatter fattest
far farther farthest
fast faster fastest
fine finer finest
great greater greatest
good better best
heavy heavier heaviest
high higher highest
kind kinder kindest
late later last
little less least
lazy lazier laziest
long longer longest
many more most
much more most
noble nobler noblest
near nearer nearest
old older oldest
often oftener oftenest
rich richer richest
small smaller smallest
short shorter shortest
strong stronger strongest
soon sooner soonest
sad sadder saddest
tall taller tallest
thick thicker thickest
ugly uglier ugliest
wealthy wealthier wealthiest
well better

best

 

 

 

 

 

 

 

 

 

            ugly                     uglier      

         ugliest        

          wealthy           wealther       wealthiest
        well/good          better       best
        white         whiter    whitest

 

 

 

 

          wide                           wider                           widest
       young           younger        youngest
        thin        thinner         thinnest
    beautiful   more beautiful      most beautiful

 

 

 

           difficult                   more difficult     most difficult   
      handsome    more handsome  most handsome
        honest      more honest  most honest
     intelligent  more intelligent  most intelligent
   interesting  more interesting  most interesting
   important more important  most important

 

 

 

 

 

                                                                                                                                              –Assam Study Hub

 

 

 

  • What is Noun Click here

  • What is Pronoun Click Here

Filed Under: English Grammar Tagged With: adjective, Grammar, parts of speech

SEBA HSLC Computer Question Paper-(Year-2020)

August 3, 2020 by Souvik Leave a Comment

Filed Under: Previous year Question Papers Tagged With: class-10, computer, H.S.L.C, Question paper 2020

SEBA HSLC English Question Paper-2020

July 28, 2020 by Souvik Leave a Comment

SEBA is the state board of secondary education of Assam. SEBA, Assam conducts an HSLC/AHM examination every year for students who are studying under the board. Like previous years, this year also SEBA is going to conduct HSLC/AHM Exam, 2023 for class 10th students. Students who successfully filled out the online application form for HSLC/AHM Exam 2023 will be able to sit the exam. In this post, we are trying to provide all previous year’s question papers of SEBA, Assam. We feel that these previous papers will help all the candidates of the SEBA HSLC/AHM Exam 2023.

 

ছেবা হৈছে অসমৰ ৰাজ্যিক মাধ্যমিক শিক্ষা ব’ৰ্ড। ছেবা, অসমত ব’ৰ্ডৰ অধীনত পঢ়া ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতি বছৰে HSLC/AHM পৰীক্ষা অনুষ্ঠিত হয়। বিগত বছৰবোৰৰ দৰে এইবাৰো SEBA য়ে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে HSLC/AHM Exam, 2023 অনুষ্ঠিত কৰিবলৈ ওলাইছে। HSLC/AHM Exam 2023 ৰ বাবে অনলাইন আবেদন পত্ৰ সফলতাৰে পূৰণ কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। এই পোষ্টটোত আমি ছেবা, অসমৰ বিগত বৰ্ষৰ সকলো প্ৰশ্নকাকত প্ৰদান কৰিবলৈ চেষ্টা কৰিছো। আমি অনুভৱ কৰোঁ যে এই পূৰ্বৰ গৱেষণা পত্ৰসমূহে SEBA HSLC/AHM Exam 2023 ৰ সকলো পৰীক্ষাৰ্থীকে সহায় কৰিব।

 Board of Secondary Education (SEBA) releases the Assam Class 10th question papers for better exam preparation. Students should refer to Assam HSLC question papers 2023 to know the exam pattern, marking scheme, and important topics of the exam. The Assam HSLC exams will be conducted in March 2023, 

মাধ্যমিক শিক্ষা ব'ৰ্ডে (SEBA) পৰীক্ষাৰ উন্নত প্ৰস্তুতিৰ বাবে অসম দশম শ্ৰেণীৰ প্ৰশ্নকাকত মুকলি কৰে। 
পৰীক্ষাৰ আৰ্হি, নম্বৰ দিয়াৰ আঁচনি, আৰু পৰীক্ষাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ জানিবলৈ ছাত্ৰ-ছাত্ৰীসকলে অসম
HSLC প্ৰশ্নকাকত ২০২৩ চাওক। ২০২৩ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ’ব অসম এইচ এছ এল চি পৰীক্ষা

SEBA HSLC English Question Paper-2020

 

SEBA HSLC English Question Paper-2020

SEBA HSLC English Question Paper 2021/22 – CLICK HERE

Last 22 Year’s HSLC SEBA Determiners Solved – click here

Filed Under: Previous year Question Papers Tagged With: class-10, English, H.S.L.C, Question paper 2020

SEBA HSLC Mathematics Question Paper-(Year2020)

July 27, 2020 by Souvik Leave a Comment

Filed Under: Previous year Question Papers Tagged With: class-10, H.S.L.C, Math, Mathetics, Question paper 2020

SEBA HSLC Social Science Question Paper-(2020)

July 25, 2020 by Souvik 2 Comments

Filed Under: Previous year Question Papers Tagged With: class-10, H.S.L.C, Question paper 2020, Social Science

সর্বনাম || Pronoun Explanation in Assamese

July 19, 2020 by Souvik Leave a Comment

সর্বনাম || Pronoun Explanation in Assamese – A pronoun is a word used in place of a noun. অসমীয়া ব্যাকৰণত, সৰ্বনাম হৈছে সেই শব্দবোৰ যিবোৰ বিশেষ্যৰ সলনি ব্যৱহাৰ কৰা হয়, যাতে একেটা বিশেষ্যকে বাৰে বাৰে উল্লেখ কৰিবলগীয়া নহয়। অৰ্থাৎ, বিশেষ্যৰ সলনি ব্যৱহৃত হোৱা পদক সৰ্বনাম বোলে। 

  1. Anil is a boy
  2. He always goes to school.

  
      ওপৰৰ প্ৰথম বাক‍্যৰ “Anil” – word টো Noun. দ্বিতীয় বাক‍্যত “He” word -টো “Anil”-ৰ সলনি বহিছে । He word -টো “pronoun”.
    Noun -ৰ সলনি ব্যাবহাৰ হোৱা word -ক Pronoun বোলে । অসমীয়া ব্যাকৰণত সর্বনাম পদটোক ইংৰাজী ব্যাকৰণত Pronoun বোলা হয় । সর্বনাম || Pronoun Explanation in Assamese

Examples:-
 
●Riyu(noun) is coming.She (Pronoun) is beautiful.

● Ram is here. He is strong.

●The book is on the table. This is my book.

●Gopal is a good boy.You are Gopal.

সর্বনাম || Pronoun Explanation in Assamese

সর্বনাম || Pronoun Explanation in Assamese
সর্বনাম || Pronoun in Assamese

◆Pronoun -বিলাকক তলত দিয়া ৮ ভাগত ভাগ কৰা হৈছে-

  1. Personal Pronoun– ব্যক্তিবাচক সর্বনাম
  2. Demonstrative Pronoun– নির্দেশক সর্বনাম
  3. Reflexive Pronoun– আত্মবাচক সর্বনাম
  4. Interrogative Pronoun– প্ৰশ্নবাচক সর্বনাম
  5. Indefinite Pronoun– অনিশ্চয়তা বাচক
  6. Distributive Pronoun– বিভাজক সর্বনাম
  7. Relative Pronoun– সম্মন্ধবাচক সর্বনাম
  8. Reciprocal Pronoun– পাৰস্পৰিক সর্বনাম


সর্বনাম || Pronoun Explanation in Assamese

1. Personal Pronoun:

যি pronoun ব্যাক্তিবাচক noun ৰ সলনি ব্যাবহাৰ কৰা হয় তাক Personal Pronoun বোলে ।
I, you, he, she, mine, her, him, my, আদি personal pronoun.
   
      Examples: He is Ram, You are Jadu, This book is mine.



2. Demostrative Pronoun:

যি pronoun -এ কোনো ব্যাক্তি বা বস্তুক নিৰ্দেশ কৰি দেখুৱায় তাক Demonstrative Pronoun বোলে । This, That , These  আদি Demonstrative Pronoun.
       
Examples- This is my pen.
                            Those are your books.
                            That is his pen.

3. Reflexive Pronoun:

যি Pronoun ৰ নিজা অৰ্থ বুজাবৰ কাৰণে ব্যাবহার কৰা হয় তাক Reflexive Pronoun বোলে । Singular Noun ৰ পাছত ‘self’ আৰু plural noun ৰ পাচত ‘selves’ যোগ দি Reflexive Pronoun গঠন কৰা হয় । Myself, yourself, himself, herself, themselves আদি Reflexive Pronoun.
       
Examples:- You read yourself.
                      I myself caught the thief.
                      We shall do it ourshelves.

সর্বনাম || Pronoun Explanation in Assamese

4. Interrogative Pronoun :

যি Pronoun প্রশ্ন কৰাৰ বাবে ব্যৱহাৰ কৰা হয় তাক Interrogative Pronoun বোলে । Who, which, what, আদি Interrogative Pronoun.
   
Example:- Who is Mira?
                    What is your name?
                    Which is your pen?

5. Indefinite Pronoun:-

যি Pronoun -এ কোনো নিৰ্দিষ্ট ব্যাক্তি বা বস্তুক নুবুজায় তেনে Pronoun ক Indefinite Pronoun বোলে । One , anybody, none, everyday, some, many all আদি Indefinite Pronoun.

Example:- One must do it.
                    Anybody can do this work.
                    Everyone should take care of              
                    his health.
                    None will live forever.

6. Distributor Pronoun:-

যি Pronoun এ দুটা  বহুতোৰ মাজৰ এটাক বুজায় তাক Distributive Pronoun বোলে । Each, Either and Neither are called Distributive Pronoun.
   Examples:-
  • You may take either of these two books.
  • Each of the two boys can sing.      
                             
  • Neither of the two boys is good.
                 
সর্বনাম || Pronoun Explanation in Assamese

7.  Relative Pronoun:-

যি Pronoun- এ কোনো Noun বা Pronoun -ৰ পাছত বহি সেই Noun বা Pronoun – ৰ লগত নিজৰ সম্মন্ধ দেখুৱায় তাক Relative Pronoun বোলে । Relative Pronoun -এ দুটা বাক্য লগ লগায় । Who, which, what, that -এইবিলাক Relative Pronoun.
     
  Examples:-
    • This is Ram. He is a good boy.
 .  =This is Ram who is a good boy.       
                      
   • He gave me the pen. I have lost that.    
   =He gave me the pen that I have lost.


8. Reciprocal Pronoun:-

যি Pronoun -এ পৰস্পৰৰ লগত সম্পৰ্ক বুজায় তাক Reciprocal Pronoun বোলে । ‘Each other’ আৰু ‘One another’ – এই দুটা Reciprocal Pronoun.
       Examples:- Ram and Hari love each other
        The boys of the class love one another.


সর্বনাম || Pronoun Explanation in Assamese

          ★ USE OF SOME PRONOUNS ★

 


One, ones, none, no-one, each, other, any, some, each-other, one another.


                     Translation

1 . কোনেও এইটো কৰা উচিত নহয়।                 
 = One should not do it

2. তেওঁ কেতিয়া আহিব কোনেও ক’ব নোৱাৰে ।
= No one can say when he will come.

3. প্ৰত্যেকেই প্ৰত্যেকৰ কাম কৰা উচিত ।
= One should do one’s duty.

4. তেওঁ কেতিয়া ঢুকাব কোনেও ক’ব নোৱাৰে ।
= No one can say when he will die.

5. ল’ৰাবিলাকৰ কোনোজনেই ভাল নহয় ।
= None of the boys is good.

6. মোক আন এখন কিতাপ দিয়া, এইখন ভাল বেয়া কিতাপ ।
= Give me another book, this is a bad one.

7. কিতাপবোৰৰ কিছুমান হেৰাইছিল ।
= Some of the books were lost.

8. মোৰ বহুত কিতাপ আছে, তোমাক কোনোবা এখন লাগিবনে ?
= I have many books, do you want any?



সর্বনাম || Pronoun Explanation in Assamese

★মনত ৰাখিবা:- One -ৰ সলনি one বা ones হে ব্যাবহাৰ হয়; he, his বা her ব‍্যৱহাৰ নহয় । কিন্তু one ৰ আগত no বা any থাকিলে তাৰ সলনি he, she আদি বহে ।

Affirmative Sentence -ত some, negative, আৰু Interrogative Sentence -ৰ উভয় বচনত any ব্যৱহাৰ হয় ।

 

সর্বনাম || Pronoun Explanation in Assamese – অসমীয়া ব্যাকৰণত, সৰ্বনাম হৈছে সেই শব্দবোৰ যিবোৰ বিশেষ্যৰ সলনি ব্যৱহাৰ কৰা হয়, যাতে একেটা বিশেষ্যকে বাৰে বাৰে উল্লেখ কৰিবলগীয়া নহয়। অৰ্থাৎ, বিশেষ্যৰ সলনি ব্যৱহৃত হোৱা পদক সৰ্বনাম বোলে।
 
সৰ্বনামৰ উদাহৰণ: 
 
  • মই (Moi) – মই ভাত খাওঁ।
  • তুমি (Tumi) – তুমি কি কৰিছা?
  • তেওঁ (Teõ) – তেওঁ পঢ়ি আছে।
  • তাই (Tai) – তাই গৈ আছে।
  • সি (Shi) – সি খেলিবলৈ গৈছে।
  • আমি (Ami) – আমি যাওঁ।
  • তোমালোক (Tomalok) – তোমালোক আহা।
  • তেওঁলোক (Teõlok) – তেওঁলোক গৈ আছে।
  • ই (i) – ই এটা ভাল কিতাপ।
  • যি (Ji) – যি জনে কৈছিল, তেওঁ ভাল মানুহ।
  • কোন (Koon) – কোন আহিছে?
সৰ্বনামৰ প্ৰকাৰ: 
 
সৰ্বনামক বিভিন্ন ভাগত ভাগ কৰিব পাৰি, যেনে- 
 
  • ব্যক্তিবাচক সৰ্বনাম (Personal Pronouns): মই, তুমি, সি, তাই, তেওঁ, আমি, তোমালোক, তেওঁলোক ইত্যাদি।
  • আত্মবাচক সৰ্বনাম (Reflexive Pronouns): নিজকে, আপোনাক ইত্যাদি।
  • সন্দেহবাচক সৰ্বনাম (Interrogative Pronouns): কোন, কি, ক’ত ইত্যাদি।
  • আত্মবাচক সৰ্বনাম (Reflexive Pronouns): নিজকে, আপোনাক ইত্যাদি।
  • সংযোগবাচক সৰ্বনাম (Relative Pronouns): যি, যাৰ ইত্যাদি।
সৰ্বনামৰ ব্যৱহাৰ: 
 
সৰ্বনামে বাক্যক অধিক স্পষ্ট আৰু সংক্ষিপ্ত কৰে। বাৰে বাৰে একেটা বিশেষ্য ব্যৱহাৰ নকৰি সৰ্বনাম ব্যৱহাৰ কৰিলে বাক্যটো শুৱলা হয়। উদাহৰণস্বৰূপে, যদি আপুনি “ৰামে কিতাপখন পঢ়ি আছে” বুলি কয়, তেন্তে সৰ্বনাম ব্যৱহাৰ কৰি আপুনি “তেওঁ কিতাপখন পঢ়ি আছে” বুলি ক’ব পাৰে। 

সর্বনাম || Pronoun Explanation in Assamese

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here



সর্বনাম || Pronoun Explanation in Assamese

                        





     
    
      

Filed Under: Assamese Grammar, English Grammar Tagged With: assamese grammar

Directorate of Health Services Assam Recruitment For Staff Nurse & Laboratory Technician

July 12, 2020 by Souvik Leave a Comment

Directorate of Health Services Assam Recruitment For Staff Nurse & Laboratory Technician

◆Total Posts ⇢ 768

◆Last Date ⇢ 25 July 2020

◆Job Type ⇢ Permanent

                JobQualification

1. Staff Nurse (Critical Care) [640 Posts]


Qualification – B.Sc (Nursing) degree from Govt. of Assam recognized institute and must be registered under Assam Nurses Midwives & Health Visitors Council.


Salary – Scale of Pay Rs.14,000 – Rs.60,500 with Grade Pay of Rs.8,700/-.


2. Laboratory Technician (ICU Technical) [128 Posts]


Qualification -Laboratory Technician course from recognized institutions. viz GMCH Guwahati, AMCH Dibrugarh and SMCH, Silchar before introduction of 2 years. OR Diploma in Medical Laboratory Technician course from Govt recognized institutes.


Salary – Scale of Pay Rs.14,000 – Rs.60,500 with Grade Pay of Rs.6,200/-


                    AGE LIMIT

1. Candidate should not be less than 18 years and not above 38 years as on 01.01.2020.

2. The upper age limit in relaxable for 3 years for OBC and 5 years for SC, ST (P), ST (H) Candidates only.


●Application Fees:-Nil




                   -:How to Apply:–


1. The online applications will be available in the DHS. Assam official website (www.dhs.assam.gov.in) w.e.f 15.07.2020 to 25.07.2020 till midnight


2. Due weightage will be given for experience for serving in the Government sector including National Health Mission (NHM) etc.


3. Detailed list of candidates for each post along with the details of selection test shall be notified in due course of time and shall be displayed in the website www.dhs.assam.gov.in.


4. Online applications for filling up of the following Grade-III posts in respect of 32 (thirty-two) ICU units in different dedicated COVID-19 Hospitals of districts.

Official website:-

http://dhs.assam.gov.in

Filed Under: Notes And solutions Tagged With: Assam jobs, Laboratory Technician, letest jobs in assam, new jobs in assam, Staff Nurse

Noun- বিশেষ্য in Assamese

July 11, 2020 by Souvik 23 Comments

Noun- বিশেষ্য in Assamese – কোনো নাম, জাতি, বস্তু বা প্ৰাণীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক Noun বা বিশেষ্য বোলে । চকুৰে দেখা সকলো বস্তুৱেই Noun.

★মনত ৰাখিবা Noun হল:

  • ল’ৰা-ছোৱালী, পুৰুষ, মহিলাৰ নাম
  • প্ৰাণীৰ নাম
  • বস্তুৰ নাম
  • ঠাইৰ নাম
  • গুণৰ নাম


         Nouns refer to persons, animals, places, things, ideas, or events, etc. Nouns encompass most of the words of a language.

Noun can be a/an –  

  • Person – a name for a person: – Rahim,Nitu, Ishane,Anil,etc.

 

  • Animal – a name for an animal: – dog, cat, cow, kangaroo, etc.

 

  • Place – a name for a place: – London, Jorhat, Guwahati, Mumbai, etc.

 

  • Thing – a name for a thing: – bat, ball, chair, door, house, computer, etc.

 

  • Idea – A name for an idea: – devotion, superstition, happiness, excitement, etc.

Different Types of Noun:

  • Proper Noun (নামবাচক বিশেষ্য)
  • Common Noun (জাতিবাচক বিশেষ্য)
  • Abstract Noun (গুণবাচক বিশেষ্য)
  • Concrete Noun (বস্তুবাচক বিশেষ্য)
  • Countable Noun (হিচাব কৰিব পৰা বিশেষ্য পদ)
  • Non-countable Noun (হিচাব কৰিব নোৱাৰা বিশেষ্য পদ)
  • Collective Noun (সমষ্টিবাচক বিশেষ্য)
  • Compound Noun

◆Proper Noun: (নামবাচক বিশেষ্য)

         যিবোৰ Noun কোনো নির্দিষ্ট ব্যাক্তি, বস্তু, ঠাই, নদ-নদী, পৰ্বত, পাহাৰ নগৰ, চহৰ, দেশ, মহাদেশ আদিৰ নাম, সেইবোৰেই Proper Noun.

A proper noun is a name which refers only to a specific person, place, or thing and there is no common name for it. In written English, a proper noun always begins with capital letters. Noun- বিশেষ্য in Assamese

Example: 

  • Tezpur is my home town.(it refers to only one particular city),
  • Ram is my best friend. (Ram refers to a particular person),

 

  • He lives in India .(there is no other country named India; this name is fixed for only one country).

  • My birthday is in February. (February refers to a particular month)

 

◆Common Noun: (জাতিবাচক বিশেষ্য)

        যি noun এ এটা প্ৰাণী বা বস্তুক বুজোৱাৰ লগতে গোটেই জাতিটোকেই বুজায় তেনে noun ক Common Noun বা জাতিবাচক বিশেষ্য বোলে।

      
             A common noun is a name for something which is common for many things, person, or places. It encompasses a particular type of things, person, or places.

 

 

Example:

  • Country (it can refer to any country, nothing in particular),

 

  • city (it can refer to any city like Tezpur, Mumbai, Toronto, etc. but nothing in particular).

 

  • He is a fat Boy. (It can refer any boy but not mentioned the name of the boy particularly)

So, a common noun is a word that indicates a person, place, thing, etc. In general and a proper noun is a specific one of those.

 

Noun- বিশেষ্য in Assamese ; Noun in Assamese
Noun- বিশেষ্য in Assamese

 

◆Abstract Noun: (গুণবাচক বিশেষ্য)

  যি noun এ কোনো ব্যাক্তি বা বস্তুৰ গুণ, কাৰ্য বা অৱস্থাক বুজায় তাক Abstract Noun বা গুণবাচক বিশেষ্য বোলে । ই সদায় uncountable.


             An abstract noun names an idea,feeling,quality or characteristics.

    These nouns stand for names of things that cannot be perceived by our senses of seeing, touching, smelling, hearing and tasting. Noun- বিশেষ্য in Assamese

 

Assamese to English Translation – Click here

 

Example: Truth, lies, happiness, sorrow, time, friendship, humor, patriotism, etc.
  
Read the following examples:

  • His happiness knew no bound.

 

  • Sakshi loves her family very much.

 

  • The dove is a symbol of peace.

 

  • Sudha climbs the mountain bravely.

 

◆Concrete Noun / Material Noun: (বস্তুবাচক বিশেষ্য)

          
           যি noun এ কোনো বস্তুৰ উপাদানক বুজায় তাক concrete noun / material noun বা বস্তুবাচক বিশেষ্য বোলে ।

A concrete noun is the exact opposite of abstract noun. It refers to the things we see and have physical existence.

 

 

Example: Chair, table, bat, ball, water, money, sugar, etc.

Read the following examples:

  • I love reading books. (See)

 

  • He is my best friend. (Touch)

 

◆Countable Noun: (হিচাব কৰিব পৰা বিশেষ্য পদ)

   কিছুমান noun ক one,two,three, এনেদৰে হিচাব কৰিব বা গণিব পাৰি । এইবোৰ Countable Noun

        The nouns that can be counted are called countable nouns. Countable nouns can take an article: a, an, the.

Example: Chair, table, bat, ball, etc. (you can say 1 chair, 2 chairs, 3 chairs – so chairs are countable)

 

 

◆Non-countable Noun: (হিচাব কৰিব নোৱাৰা বিশেষ্য)

                       কিছুমান noun আছে যিবোৰৰ one, two, three, many, few, a few, কৈ গণিব নোৱাৰি । সেইবোৰ Uncountable Noun.
     Countable Noun ৰ আগত এটাক বুজাবলৈ a, an অথবা the ব্যাবহাৰ হয় । এটাতকৈ বেছিকে বুজাবলৈ Noun ৰ পাছত e, es যোগ কৰা হয় ।

     ওপৰৰ উল্লেখিত বস্তুবোৰ সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক

         The nouns that cannot be counted are called non-countable nouns.

Example: Water, sugar, oil, salt, etc. (you cannot say “1 water, 2 water, 3 water” because water is not countable)

Abstract nouns and proper nouns are always non-countable nouns, but common nouns and concrete nouns can be both count and non-count nouns. Noun- বিশেষ্য in Assamese

 

 

◆Collective Noun: (সমষ্টিবাচক বিশেষ্য)

          যি noun এ একে জাতীয় বস্তু বা ব্যাক্তিৰ সমষ্টিক বুজায় তাক Collective Noun বা সমষ্টিবাচক বিশেষ্য বোলে ।

        A collective noun is a word for a group of things, people, or animals of the same kind , spoken of as one whole.

Example: family, team, jury, cattle, etc.

Collective nouns can be both plural and singular. However, Americans prefer to use collective nouns as singular, but both of the uses are correct in other parts of the world.

Read the following examples:

  • A bouquet of flowers.
  • A bunch of keys.
  • A forest of trees.
  • A team of players.
  • A pride of lions.

 

◆Compound Noun:

           Sometimes two or three nouns appear together, or even with other        parts of speech, and create idiomatic compound nouns. Idiomatic means that those nouns behave as a unit and, to a lesser or greater degree, amount to more than the sum of their parts.

Example: six-pack, five-year-old, and son-in-law, snowball, mailbox, etc.

 

 

◆Functions of Nouns

          Nouns can be used as a subject, a direct object, and an indirect object of a verb; as an object of a preposition; and as an adverb or adjective in sentences. Nouns can also show possession. Noun- বিশেষ্য in Assamese

Subject: The company is doing great. Roses are the flowers of love.

Direct object: I finally bought a new mobile.

Indirect object: Max gave Carol another chocolate.

Object of preposition: Roses are the flowers of love.

Adverb: The train leaves today.
             


                                                                                                                      –Assam Study Hub

Join us on WhatsApp
click here
  • Parts of speech click here
  • What is Noun click here
                 

Filed Under: English Grammar Tagged With: abstract noun, collective noun, common noun, concrete noun, Grammar, noun, noun in assamese, parts of speech, proper noun

  • « Go to Previous Page
  • Page 1
  • Interim pages omitted …
  • Page 47
  • Page 48
  • Page 49
  • Page 50
  • Go to Next Page »

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ December 25, 2025
  • Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December December 22, 2025
  • মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese October 30, 2025
  • মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer October 28, 2025
  • পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা October 25, 2025

Class-10 HSLC

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

 

Loading Comments...