SEBA HSLC GENERAL MATH QUESTION PAPER 2021/22
☝️Click on The icon to join us on TELEGRAM ☝️
Assamese Translation – click here
A Store For Every Student's Need.
এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।
by Souvik 2 Comments
☝️Click on The icon to join us on TELEGRAM ☝️
Assamese Translation – click here
35 Assam Gk Question & Answer in Assamese
১) অসমৰ মুঠ জিলা= ৩৫ খন ।
২) বৰ্তমান অসমৰ মাটিকালি= ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ।
৩) অসমৰ সকলোতকৈ সৰু জিলা= দক্ষিণ শালমৰা/ মানকাচৰ ।
৪) অসমৰ সকলোতকৈ ডাঙৰ জিলা= কাৰ্বি আংলং।
৫) অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা= নগাঁও জিলা।
৬) বৰ্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা= ৭৮ টা।
৭) অসমৰ প্ৰথম মহিলা আই.এ.এছ (IAS)= পাৰুল দাস।
৮) প্ৰথম অসমীয়া ৰাজ্যপাল= বিষ্ণুৰাম মেধি ।
৯) অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা= অসম উপত্যকা সাহিত্য বঁটা।
১০) প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি= ফখৰুদ্দিন আলি আহমেদ।
*List of National Parks in Assam – click here
35 Assam Gk Question & Answer in Assamese
১১) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী= ভাৰতৰত্ন গোপীনাথ বৰদলৈ।
১২) অসমত প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ’= চিত্ৰবন।
১৩) অসমৰ গৰম পানীৰ উহ আছে= গোলাঘাটত।
১৪) অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ= বসন্ত দাস।
১৫) অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা= ১২৬ খন।
১৬) অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা= ৭ খন।
১৭) অসমৰ লোকসভাৰ আসনৰ সংখ্যা= ১৪খন।
১৮) অসমৰ প্ৰথম কলেজ= কটন কলেজ।
১৯) অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়= অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়।
২০) প্ৰথম অসমীয়া চিনেমা= জয়মতী।
Assam Wiki – click here
২১) অসমৰ প্ৰথম গৰাকী মহিলা মূখ্যমন্ত্ৰী= আনোৱাৰা টাইমূৰ।
২২) কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা= ৰেণুকা দেৱী বৰকটকী।
২৩) অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়= যোৰহাটত।
২৪) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন= ১৯১৭ চনত।
২৫) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন অনুষ্ঠিত হৈছিল= শিৱসাগৰত।
২৬) “অসম চুক্তি” স্বাক্ষৰিত হৈছিল= ১৯৮৫ চনত।
২৭) অসম মহিলা ফুটবল সন্থা গঠন হৈছিল= ১৯৮৫ চনত।
২৮) অসমত প্ৰথম ৰে’ল সেৱা প্ৰৱৰ্তন হৈছিল= ১৮৮১ চনত।
২৯) অসমৰ চিমেণ্ট কাৰখানা থকা ঠাই= বোকাজান।
৩০) অসমৰ প্ৰধান নদী= ব্ৰহ্মপুত্ৰ আৰু বৰাক।
*Assam Govt. Schemes – click here
৩১) অসমত ব্ৰহ্মপুত্ৰ নদৰ দীঘ = 720 km
৩২) বৰাক ভেলীত কেইখন জিলা সামৰি আছে = তিনিখন ৩৩) অসমত চুনশীল পোৱা যায় = ডিমা হাছাও আৰু কাৰ্বি আংলং
৩৪) খাৰুৱা তেল উৎপাদনত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান = তৃতীয়
৩৫) অসমৰ কফী গৱেষণা কেন্দ্ৰ কত আছে = গুঁজং
*What is MUTUAL FUND in Assamese – click here
☝️Click the Icon and join us on TELEGRAM ☝️
Financial Education in Assamese – click here
We’ll also provide the PDF format Questions and other information on TELEGRAM –
SEBA HSLC ENGLISH Question Paper 2022/21ছেবা হৈছে অসমৰ ৰাজ্যিক মাধ্যমিক শিক্ষা ব’ৰ্ড। ছেবা, অসমত ব’ৰ্ডৰ অধীনত পঢ়া ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতি বছৰে HSLC/AHM পৰীক্ষা অনুষ্ঠিত হয়। বিগত বছৰবোৰৰ দৰে এইবাৰো SEBA য়ে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে HSLC/AHM Exam, 2023 অনুষ্ঠিত কৰিবলৈ ওলাইছে। HSLC/AHM Exam 2023 ৰ বাবে অনলাইন আবেদন পত্ৰ সফলতাৰে পূৰণ কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। এই পোষ্টটোত আমি ছেবা, অসমৰ বিগত বৰ্ষৰ সকলো প্ৰশ্নকাকত প্ৰদান কৰিবলৈ চেষ্টা কৰিছো। আমি অনুভৱ কৰোঁ যে এই পূৰ্বৰ গৱেষণা পত্ৰসমূহে SEBA HSLC/AHM Exam 2023 ৰ সকলো পৰীক্ষাৰ্থীকে সহায় কৰিব।
SEBA is the state board of secondary education of Assam. SEBA, Assam conducts an HSLC/AHM examination every year for students who are studying under the board. Like previous years, this year also SEBA is going to conduct HSLC/AHM Exam, 2023 for class 10th students. Students who successfully filled out the online application form for HSLC/AHM Exam 2023 will be able to sit the exam. In this post, we are trying to provide all previous year’s question papers of SEBA, Assam. We feel that these previous papers will help all the candidates of the SEBA HSLC/AHM Exam 2023.
SEBA HSLC ENGLISH Question Paper 2022/21
ঈদ উল ফিতৰ “ৰোজা ভঙাৰ উৎসৱ”, ইয়াক বায়ৰাম (বজৰাম), আৰু ছোট ঈদ ও বোলা হয়, ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা। দ্বিতীয়টো হ’ল ঈদুল আজহা।। ৰমজান মাহ মুছলমান সকলৰ বাবে বৰ পবিত্ৰ মাহ। এই মাহৰ আৰম্ভনিৰ পৰা শেষলৈকে গোটেই মাহ তেওঁলোকে ৰোজা ৰাখে।গোটেই দিনটো তেওঁলোকে এটুপিও নাখায়, উপবাসে থাকি ব্ৰত পালন কৰে। তেওঁলোকৰ পবিত্ৰ ধৰ্ম্ম পুথি কোৰাণ শ্বৰীফ পঢ়ে আৰু আল্লাহ তালাৰ নামাজ পঢ়ে। সূৰ্য্য অস্ত যোৱাৰ পিছত পানী, ফল-মুল আদি খাই ব্ৰত ভঙ্গ কৰে। মুছলিমসকলৰ দ্বাৰা উদযাপিত এটা ধর্মীয় উৎসৱ বিশ্বব্যাপী ইয়াক ৰমজান মাহ শেষ হোৱাৰ পিছত শওৱাল মাহৰ এক-দুই তাৰিখে এই উৎসৱ পালন কৰা হয়।। আকাশত চন্দ্ৰ দেখা পৱিত্ৰ দিনটোৱেই ঈদ-উল-ফিটৰ। ফিটৰ শব্দটোও আৰবী শব্দ। ঈদ-উল-ফিটৰৰ দিনা প্রত্যেক মুছলমান নৰ-নাৰীয়ে এদিনৰ আহাৰৰ সমপৰিমাণে আহাৰ দুখীয়া লোকক দান কৰিব লাগে। এই দানকে ফিটৰ বোলা হয়। ঈদ-উল-ফিটৰ শব্দৰ অৰ্থই হ’ল দান কৰি লাভ কৰা আনন্দ উৎসৱ।
Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ
দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলিম সকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।ধর্মীয় ঈদৰ দিনা মুসলমানসকলৰ ৰোজা ৰখাৰ নিয়ম নাই । ঈদুল ফিতৰ দুইৰ পৰা তিন দিন লৈ উদযাপন কৰা হয়, পৰিয়াল আৰু বন্ধুসকলকলৈ ভ্ৰমণ, চিৰাচৰিত মিঠাই খুৱাবস্তু, সুগন্ধি ব্যৱহাৰ, নতুন কাপোৰ-কানি পিন্ধা, উপহাৰ দিয়া, ইত্যাদি ।। ঈদুল ফিতৰ জাতীয় ছুটিৰ দিন, এই পবিত্ৰ দিনটো স্কুল, কাৰ্য্যালয় বন্ধ থাকে ।। ঈদৰ দৰে ধৰ্মীয় উৎসৱে মানুহৰ মন পৱিত্ৰ আৰু মহান কৰি তোলে।
Gk on Assam History – click here
ঈদ মোবারক || Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ
ঈদুল ফিতৰ ইসলামিক ক্যালেন্ডাৰৰ দশম মাহৰ প্রথম দিনা উদযাপিত হয়। মুছলমানসকলে চন্দ্ৰমাহ মতে বছৰৰ গণনা কৰে, আৰু তাৰিখসমূহ চন্দ্রৰ পর্যায়সমূহৰ উপৰত ভিত্তি কৰিহে গণনা কৰা হয়। হিচাপ মতে ৰমজান মাহৰ অন্তত শ্বাওয়াল বা ছাৱাল মাহৰ নতুনদিনে দেখা দিয়াৰ পিছদিনা ঈদ উৎসৱ পালন কৰা হয়। 2022 চনৰ, মঙ্গলবাৰৰ দিনা 3 May, তাৰিখে ঈদ উদযাপন কৰা হব ।
মুছলমান সকলৰ বিশ্বাস মতে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। সেই বাণীয়েই হ’ল কোৰানশ্বৰীফ। সেয়ে এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালিলে শুভ হয় বুলি বিশ্বাস কৰে।Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ
নবী মুহাম্মদ (Prophet Muhammad) ঈদ উল্ জহা উদযাপনৰ প্ৰথা আৰম্ভ কৰে বুলি লোকবিশ্বাস আছে, ই আচলতে হজৰত ইব্রাহিম (Prophet Ibrahim )-ক স্মৰণ কৰাৰ এটা উৎসৱ ; তেওঁৰ পৰীক্ষা, ধৈর্য এবং আল্লাহ ৰ প্রতি থকা অবিচল বিশ্বাস।
What is MUTUAL FUND in Assamese – click here
সমূহ অসমবাসীলৈ
পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলাে।
আশা কৰিছাে ঈদে সকলাে শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব।
লগতে বিভিন্ন জাতি – জনগােষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলােকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলাে।
—————————————————————————————————————————————
সকলাে ভাই ভনী লৈ পৱিত্র ঈদৰ বহুত বহুত
শুভেচ্ছা আৰু মৰম জনালোঁ।
জাতি ধর্ম নির্বিশেষে এই ঈদ যেন কঢ়িয়াই আনক
শান্তি সমৃদ্ধিৰ বার্তা।
Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ
——————————————–———————————————————————————————
পবিত্র ঈদে যেন
সকলােৰে মাজলৈ কঢ়িয়াই আনক
শান্তি-সমৃদ্ধি একতাৰ বার্তা।
সকলােকে ঈদ শুভেচ্ছা জনালোঁ।
List of NATIONAL PARKS in Assam – click here
54 Assam History Question Answers in Assamese
১) অসমৰ পুৰণি নাম কি?
উত্তৰ: কামৰূপ আৰু প্ৰাগজ্যোতিষ।
২) পুৰণি প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী কি আছিল?
উত্তৰ: প্ৰাগজ্যোতিষপুৰ।
৩) প্ৰাচীন কামৰূপ ক কেইটা ভাগত ভাগ কৰা হৈছিল?
উত্তৰ: চাৰি ভাগত ক্ৰমে – ৰত্ন পীঠ , কামপীঠ, স্বৰ্ণ পীঠ আৰু সৌমাৰ পীঠ ।
৪) কামৰূপৰ আদি ৰজা কোন?
উত্তৰ: দানৱ বংশৰ ৰজা মহীৰংগ দানৱ।
৫) অসমত অসুৰ বংশৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ: ঘটকাসুৰ।
৬) ঘটকা সুৰক বধ কৰি কোন প্ৰাগজ্যোতিষৰ ৰজা হৈছিল?
উত্তৰ: নৰকাসুৰ।
৭) নৰকাসুৰৰ পিছত কোন প্ৰাগজ্যোতিষৰ ৰজা হৈছিল?
উত্তৰ: ভগদত্ত।
৮) প্ৰাচীন কুণ্ডিল বা বিদৰ্ভ ৰাজ্যৰ ৰজা কোন আছিল?
উত্তৰ: ভীষ্মক।
৯) অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিল?
উত্তৰ: পুষ্য বৰ্মন।
১০) কছাৰীৰ শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰ: শত্ৰু দমন।
List of National Parks in Assam – click here
১১) কোঁচ সকলৰ শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰ: মহাৰাজ নৰাৰায়ণ।
১২) বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰ: কুমাৰ ভাস্কৰ বৰ্মন।
১৩) ভাস্কৰ বৰ্মণৰ শাসনকালত কামৰূপলৈ অহা চীনা পৰিব্ৰাজক জনৰ নাম কি?
উত্তৰ: হিউ- ৱেন – চাং ( ৬৪৩ খ্ৰী: )
১৪) হিউ – ৱেন্ – চাং এ কামৰূপৰ বিষয়ে লিখা গ্ৰন্থ খনৰ নাম কি?
উত্তৰ: চি – ইউ – কি ।
১৫) শাল স্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজা জনৰ নাম কি?
উত্তৰ: শাল স্তম্ভ।
১৬) আহোমৰ সৰ্ব প্ৰথম ৰজা কোন?
উত্তৰ: চুকাফা।
১৭) আহোমৰ সৰ্ব শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰ: মহাৰাজ ৰুদ্ৰসিংহ।
১৮) আহোম সকলৰ সৰ্বপ্ৰথম ৰাজধানী ক’ ত আছিল?
উত্তৰ: আহোম ৰজা চুকাফাই ১২২৮ খ্ৰীষ্টাব্দত চৰাইদেউ পাহাৰত বগা ঘোঁৰা বলি দি ৰাজধানী পাতিছিল।
১৯) আহোম সকলে কিমান দিন অসমত ৰাজত্ব কৰিছিল?
উত্তৰ: ১২২৮ খ্ৰীষ্টাব্দৰ পৰা ১৮২৬ খ্ৰীষ্টাব্দলৈ সৰ্বমুঠ ৫৯৮ বছৰত ৪০ জন ৰজাই ৰাজত্ব কৰিছিল।
২০) কোন জন আহোম ৰজাই আটাইতকৈ বেছি দিন ৰাজ্য শাসন কৰিছিল?
উত্তৰ: স্বৰ্গদেউ চুপাফা বা খোৰা ৰজাই ১৫৫২ খ্ৰীষ্টাব্দৰ পৰা ১৬০৩ খ্ৰীষ্টাব্দলৈ মুঠ ৫১ বছৰ ৰাজ্য শাসন কৰিছিল।
54 Assam History Question Answers in Assamese
২১) কোন জন আহোম ৰজাই আটাইতকৈ কম দিন ৰাজ্য শাসন কৰিছিল?
উত্তৰ: ১৬৭৫ খ্ৰীষ্টাব্দত গোবৰ ৰজাই ২০ দিনৰ কাৰণে ৰাজ্য শাসন কৰিছিল।
২২) অসমত সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে বুৰঞ্জী লিখে?
উত্তৰ: আহোম সকলে।
২৩) মুছলমান সকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল?
উত্তৰ: ১২০৬ খ্ৰীষ্টাব্দত বখ তিয়াৰুদ্দিন খিলিজীয়ে অসম আক্ৰমণ কৰিছিল।সেই সময়ত কামৰূপৰ ৰজা পৃথু আছিল।যুদ্ধত মুছলমান সকল পৰাস্ত হৈছিল।
২৪) চুতীয়া সকলৰ আটাইতকৈ পৰাক্ৰমী ৰজা জন কোন আছিল?
উত্তৰ: গৌৰী নাৰায়ণ বা ৰত্নোধ্বজ পাল।
২৫) বৰ ৰজা কোন আছিল?
উত্তৰ: ৰাণী ফুলেশ্বৰী কুঁৱৰী।
২৬) চীনা পৰিব্ৰাজক হিউয়েন চাং কোন ৰজাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল?
উত্তৰ: ৬৪৩ খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মণৰ ৰাজত্বকালত।
২৭) মোৱামৰীয়া সকল কোন আছিল?
উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ শিষ্য অনিৰুদ্ধ ই কছাৰী , মৰাণ , চুতীয়া ,আদি উপজাতীয় লোকৰ মাজত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল।তেওঁৰ শিষ্য সকলে মোৱামৰীয়া নামেৰে জনাজাত আছিল।
২৮) প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ: ১৭৬৯ চনত।
২৯) জয়মতী কুঁৱৰী কোন আছিল?
উত্তৰ: গদাধৰ সিংহৰ পত্নী আছিল।
৩০) তেওঁক কোন ৰজাই শাস্তি দি মৃত্যু ঘটাইছিল?
উত্তৰ: ১৬৮০ খ্ৰীষ্টাব্দত ল ‘ ৰা ৰজাই চাউদাঙৰ হতুৱাই শাস্তি দিয়াইছিল।
What is MUTUAL FUND in Assamese – click here
৩১) চোম দেও কোন?
উত্তৰ: আহোম সকলৰ উপাস্য দেৱতা।
৩২) মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল?
উত্তৰ: ফ্ৰান চেং মুং বৰপাত্ৰ গোহাঁই।
54 Assam History Question Answers in Assamese
৩৩) হস্তী বিদাৰ্ণব পুথিখন কোনে আৰু কেতিয়া লিখিছিল?
উত্তৰ: ১৭৩৪ খ্ৰীষ্টাব্দত সুকুমাৰ বৰকাইথে।
৩৪) কোন আহোম ৰমনীয়ে মোগলৰ লগত যুদ্ধ কৰি প্ৰাণ হেৰুৱাইছিল?
উত্তৰ: মূলা গাভৰু।
৩৫) হস্তী বিদাৰ্ণৱ পুথি খনৰ চিত্ৰ শিল্পী কোন আছিল?
উত্তৰ: দিলবৰ আৰু দোখাই।
৩৬) অসমত মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কেতিয়া আৰু কোনে প্ৰবৰ্তন কৰিছিল?
উত্তৰ: ১৬৮২ খ্ৰীষ্টাব্দত চুপাতফা বা স্বৰ্গদেউ গদাধৰ সিংহ।
৩৭) ৰংঘৰ কোনে সজাইছিল?
উত্তৰ: প্ৰমত্ত সিংহই।
৩৮) শৰাইঘাটৰ ৰণত আহোম ৰজা আৰু মোগলৰ সম্ৰাট কোন আছিল?
উত্তৰ: আহোমৰ- স্বৰ্গদেউ চক্ৰধ্বজ সিংহ আৰু মোগল সম্ৰাট – ঔৰঙ্গজেৱ।
৩৯) শৰাইঘাটৰ যুদ্ধত আহোম আৰু মোগলৰ সেনাপতি দুজন কোন আছিল?
উত্তৰ: আহোমৰ – লাচিত বৰফুকন আৰু মোগলৰ – ৰামসিংহ ।
৪০) চকৰি ফেটী বুৰঞ্জী কি আৰু কোনে লিখিছিল?
উত্তৰ: কীৰ্তি চন্দ্ৰ বৰবৰুৱাৰ অত্যাচাৰ দেখি তেওঁ প্ৰকৃত আহোম নহয়, অৰ্থাৎ জলম্ বঁটা বুলি অভিযোগ কৰি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজমন্ত্ৰী নুমলী বৰগোহাঁই যে চকৰী ফেঁটী বুৰঞ্জী লিখিছিল।
Assam Gk – click here
৪১) কোন জন আহোম ৰজাৰ ৰাজত্বকাল ৰ পৰা অসমীয়া ভাষা ৰাজ্য ভাষা ৰূপে পৰিগণিত হৈছে?
উত্তৰ: স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰা।
৪২) অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ: ১৯৮৫ চনৰ ১৫ আগষ্টত।
৪৩) শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল?
উত্তৰ: ১৬৭১ চনত ।
৪৪) কোন ৰজাৰ দিনত অসমত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল?
উত্তৰ: স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত।
৪৫) লতা কটা ৰণ কোন আহোম ৰজাৰ দিনত হৈছিল?
উত্তৰ: স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত
৪৬) কনকলতা বৰুৱাৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ: ইংৰাজৰ বিৰুদ্ধে গহপুৰ থানা ত পতাকা উত্তোলন কৰিবলৈ গৈ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ ৰ দিনা ১৪ বছৰীয়া কনকলতা পুলিচৰ গুলীত মৃত্যু হৈছিল।
৪৭) ৰুদ্ৰ সাগৰ পুখুৰী কোনে খন্দাইছিল?
উত্তৰ: লক্ষ্মী সিংহই ।
৪৮) অসমত কেতিয়া আৰু কোনে চাহ গছ আৱিষ্কাৰ কৰে?
উত্তৰ: ১৮২২-২৩ চনত চি এ ব্ৰুচে।
৪৯) ভূঞা সকল কোন আছিল?
উত্তৰ: তেৰ শতিকাৰ মাজ ভাগত কামৰূপত ভূঞা উপাধি ধাৰী এক জমিদাৰ গোষ্ঠীৰ উত্থান হয়।
৫০) নামদাঙৰ শিলৰ সাঁকো ৰ দৈৰ্ঘ্য, প্রস্থ, ডাঠ কিমান?
উত্তৰ: দৈৰ্ঘ্য- ২০২ ফুট, প্ৰস্থ – প্ৰায় ২২ ফুট, ডাঠ – প্ৰায় ৬ ফুট।
ASSAM TET SECTION – click here
৫১) মোমাই তামূলী বৰবৰুৱা ৰ আগৰ নাম কি আছিল?
উত্তৰ: শুকুতি।
৫২) মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচী দিছিল?
উত্তৰ: ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা।
৫৩) কুশল কোঁৱৰক কেতিয়া ফাঁচী দিছিল?
উত্তৰ: ১৯৪৩ চনৰ ১৫ জুনৰ দিনা।
৫৪) ব্ৰিটিছৰ শাসনৰ সময়ত থকা প্ৰথম অসমীয়া মুখ্য মন্ত্ৰী জন কোন?
উত্তৰ: চাৰ চৈয়দ মহম্মদ ছাদুল্লা।
Join Us in WhatsApp Group | click here |
Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।
Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.