• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar

July 15, 2025 by Souvik Leave a Comment

Contents hide
প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar
HSLC 2016
HSLC 2017
HSLC 2018
HSLC 2019
HSLC 2020
HSLC 2023
HSLC 2024
HSLC 2025
Share this:
Like this:
Related

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar


১। প্ৰত্যয় কাক বোলে?
উ : প্রকৃতি বা মূলৰ লগত যিবোৰ বর্ণ বা বর্ণসমষ্টি যোগ হৈ নতুন নতুন অর্থ যুক্ত শব্দৰ সৃষ্টি কৰে, তাকেই প্ৰত্যয় বোলে।
যেনেঃ ফুল + অনি = ফুলনি। চুৰ + অনী = চুৰুনী।

২। অসমীয়া ভাষাত প্রত্যয় কেইবিধ আৰু কি কি? সূত্ৰ লিখি উদাহৰণ দিয়া।
উ : অসমীয়া ভাষাত প্ৰত্যয় চাৰিবিধ।
যেনেঃ
(ক) কৃৎ প্ৰত্যয়।
(খ) তদ্ধিত প্ৰত্যয়।
(গ) স্ত্রী প্ৰত্যয়।
(ঘ) বিভক্তি বাচক প্ৰত্যয়।

(ক) কৃৎ প্রত্যয়ঃ ধাতু বা ক্রিয়াৰ মূলৰ লগত যিবোৰ প্রত্যয় যোগ হৈ নতুন পদ গঠন হয়, তাকেই কৃৎ প্ৰত্যয় বোলে।
যেনেঃ লিখ্ + অক = লিখক
কৰ্ + ওৱা = কৰোৱা (পাঁচনি ধাতু)

(খ) তদ্ধিত প্রত্যয়ঃ প্রতিপাদিক বা নাম শব্দৰ পিছত যিবোৰ প্রত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি হয়, তাকেই তদ্ধিত প্ৰত্যয় বোলে। যেনেঃ
দয়া + আলু = দয়ালু
গাঁও + অলীয়া = গাঁৱলীয়া
অসম + ঈয়া = অসমীয়া।

(গ) স্ত্রী প্ৰত্যয়ঃ নাম শব্দৰ স্ত্রী লিংগ বুজাবলৈ শব্দৰ পিছত যিবোৰ চিন যোগ হয়, তাকেই স্ত্রী প্ৰত্যয় বোলে। যেনেঃ
উকিল + অনী = উকিলনী
ৰান্ধ + অনী = ৰান্ধনী
গাল + পোৰা + ঈ = গালপোৰী

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar

(ঘ) বিভক্তিবাচক প্ৰত্যয়ঃ নাম শব্দ বা ক্ৰিয়া বাচক শব্দৰ লগত যিবোৰ চিন যোগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বোলে। বিভক্তিবোৰকো প্ৰত্যয়ৰ চিন বুলি গণ্য কৰা হয়। যেনেঃ
কৰ্ + আ = কৰা
ফুল + এ = ফুলে

 

SEBA HSLC Previous Year Question Paper – click here

খজুৱতি = খজুৱা+অতি (কৃৎ প্রত্যয়)
লাগতিয়াল = লাগ+অতি+আল (কৃৎ প্রত্যয়)
ক্ষীৰতী = ক্ষীৰ+অতী (কৃৎ প্রত্যয়)
নাচন = নাচ+অন্ (কৃৎ প্রত্যয়)
ভগন = ভগ+অন্ (কৃৎ প্রত্যয়)
খাৱন = খা+অন (কৃৎ প্রত্যয়)
ভঙন = ভাঙ+অন্ (কৃৎ প্রত্যয়)
ফুৰণ = ফু+অন্ (কৃৎ প্রত্যয়)
জপনা = জাপ+অনা (কৃৎ প্রত্যয়)
বাজনা = বাজ+অনা (কৃৎ প্রত্যয়)
জিৰণি = জিৰা+অনি (কৃৎ প্রত্যয়)
কোপনি = কোপা+অনি (কৃৎ প্রত্যয়)
শপনি = শাপ+অনি (কৃৎ প্রত্যয়)
উজনি = উজা+অনি (কৃৎ প্রত্যয়)
নাচনী = নাচ+অনী (কৃৎ প্রত্যয়)
ৰোৱণী = ৰা+অনী (কৃৎ প্রত্যয়)
জিৰণীয়া = জিৰা+অনীয়া (কৃৎ প্রত্যয়)
বিলনীয়া = বিলা+অনীয়া (কৃৎ প্রত্যয়)
পলৰীয়া = পল+অৰীয়া (কৃৎ প্রত্যয়)
খাৱৰীয়া = খা + অৰীয়া (কৃৎ প্রত্যয়)

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar


হাঁহি = হাঁহ+ঈ (কৃৎ প্রত্যয়)
ৰখীয়া = ৰাখ+ঈয়া (কৃৎ প্রত্যয়)
কাহুৰা = কাহ+উৰা (কৃৎ প্রত্যয়)
ঘৰচীয়া = ঘৰ+অচীয়া(কৃৎ প্রত্যয়)
ফুলতী = ফুল+অতী (তদ্ধিত  প্রত্যয়)
আগতীয়া = আগ+অতীয়া (কৃৎ প্রত্যয়)
দন্দুৰা = দন্দ+উৰা  (কৃৎ প্ৰত্যয়)
কাঠনি = কাঠ+অনি (কৃৎ প্ৰত্যয়)
হালোৱা = হাল+উৱা (তদ্ধিৎ প্রত্যয়)
ভাৱৰীয়া = ভাও+অৰীয়া (কৃৎ প্ৰত্যয়)
নাৱৰীয়া = নাও+অৰীয়া (তদ্ধিৎ প্রত্যয়)
বাটৰুৱা = বাট+অৰুৱা (তদ্ধিৎ প্ৰত্যয়)

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar


গাঁৱলীয়া=গাঁও+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
মজলীয়া = মাজ+অলীয়া (তদ্ধিত  প্রত্যয়)
মিছলীয়া = মিছা+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
পনীয়া = পানী+আ (তদ্ধিত প্রত্যয়)
মাছুৱৈ = মাছ+উৱৈ (তদ্ধিৎ প্রত্যয়)
জোনাক = জোন+আক (তদ্ধিত  প্রত্যয়)
সাৰুৱা = সাৰ+উৱা (তদ্ধিৎ প্রত্যয়)
ঠগামি = ঠগ+আমি (কৃৎ প্রত্যয়)
পূঁজাৰী = পূজা+আৰী (কৃৎ প্রত্যয়)
জুৱাৰী = জুৱা+আৰী (কৃৎ প্রত্যয়)
তেজাল = তেজ+আল (তদ্ধিত প্রত্যয়)
সোনালী = সোণ+আলী (তদ্ধিত প্ৰত্যয়)
কুঁহি = কোঁহ+ই (তদ্ধিত প্রত্যয়)
মাদুলি = মাদুল+ই (তদ্ধিত প্রত্যয়)
মজিয়া = মাজ+ইয়া (তদ্ধিত প্রত্যয়)
মৰমিয়াল = মৰম+ইয়াল (তদ্ধিত প্রত্যয়)
ৰুগী = ৰোগ+ঈ (তদ্ধিত প্রত্যয়)

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ – click here


খুলীয়া = খোল+ঈয়া (তদ্ধিত প্রত্যয়)
জুলীয়া = জোল+ঈয়া (তদ্ধিত প্রত্যয়)
ৰান্ধনী = ৰান্ধ+অনী (স্ত্ৰী  প্রত্যয়)
গণক=গণ+অক (কৃত্ প্ৰত্যয়)
লিখাৰু = লিখ+আৰু (কৃৎ প্রত্যয়)
কৰোতা = কৰ+ওতা (কৃৎ প্রত্যয়)
ফুলনি = ফুল+অনি (তদ্ধিত )
মগনীয়া = মাগ+অনীয়া (কৃৎ প্রত্যয়)
অসমীয়া = অসম+ঈয়া (তদ্ধিত )
লিখক = লিখ+অক (কৃৎ প্রত্যয়)

 

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar


বাপতি = বাপ+অতি (তদ্ধিৎ প্রত্যয়)
মজলীয়া = মাজ+অলীয়া (তদ্ধিত )
খেতিয়ক = খেতি+অক (তদ্ধিৎ প্রত্যয়)
ৰান্ধন = ৰান্ধ+অন (কৃৎ প্রত্যয়)
ৰান্ধনি = ৰান্ধ+অনি (স্ত্ৰী প্রত্যয়)
খুন্দনা = খুন্দ+অনা (কৃৎ প্রত্যয়)
ভঙনীয়া = ভাঙ+অনীয়া (কৃৎ প্রত্যয়)
জাননী = জান+অনী (কৃৎ প্রত্যয়)
ভাগনীয়া = ভাগ+অনীয়া (কৃৎ প্রত্যয়)
দেখনীয়াৰ = দেখ+অনীয়াৰ (কৃৎ প্রত্যয়)
ভাগনীয়াৰ = ভাগ+অনীয়াৰ (কৃৎ প্রত্যয়)
ক্ষীৰাতি = ক্ষীৰা+অতী (কৃৎ প্রত্যয়)
চলন্ত = চল+অন্ত (কৃৎ প্রত্যয়)
জলন্ত = জল+অন্ত (তদ্ধিত  প্রত্যয়)
সাঁচতীয়া = সাঁচ+অতীয়া (কৃত্ প্ৰত্যয়)
কৰতীয়া = কৰ+অতীয়া (কৃত্ প্ৰত্যয়)
পলৰীয়া = পল+অৰীয়া (কৃৎ প্রত্যয়)
যুঁজাৰু = যুঁজ+আৰু (কৃৎ প্রত্যয়)

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar


কাঁহুৰা = কাঁহ+উৰা (কৃৎ প্রত্যয়)
লেহুকা = লেহ+উকা (কৃৎ প্রত্যয়)
ৰসাল= ৰস+আল (কৃৎ প্রত্যয়)
ৰখীয়া = ৰখ+ঈয়া (কৃৎ প্রত্যয়)
মাৰীয়া = মাৰ+ঈয়া (কৃৎ প্রত্যয়)
ধৰোতা = ধৰ+ওতা (কৃৎ প্রত্যয়)
খাওঁতে = খা+ওঁতে (কৃৎ প্রত্যয়)

 

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar
প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar


HSLC 2016


শয়ন- শ + অন ,( কৃৎ প্রত্যয়)

খীৰতী- খীৰা + অতী, (কৃৎ প্রত্যয়)

বাপতীয়া- বাপ + অতীয়া,( তদ্ধিৎ প্রত্যয়)

দয়ালু- দয়া + আলু , (তদ্ধিৎ প্রত্যয়)


HSLC 2017


দয়ালু- দয়া + আলু , (তদ্ধিৎ প্রত্যয়)

ধাননি- ধান + অনি,( তদ্ধিৎ প্রত্যয়)

সোণাৰী- সোণ + আৰী,( তদ্ধিৎ প্রত্যয়)

গাঁৱলীয়া- গাঁও + অলীয়া, (তদ্ধিৎ প্রত্যয়)

 



HSLC 2018

 


ভাৱৰীয়া- ভাও + অৰীয়া, (তদ্ধিত প্রত্যয়)

বাটরুৱা- বাট + অরুৱা, (তদ্ধিত প্রত্যয়)

কঁহাৰ- কাঁহ + আৰ, তদ্ধিত প্রত্যয় (আৰ, আৰি)

উতলা-  উতল + আ, (তদ্ধিত প্রত্যয়)

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar


HSLC 2019

 


যুঁজাৰু-  যুঁজ + আৰু, (কৃৎ প্রত্যয়)

নাচনিয়াৰ- নাচ্‌ + অনীয়াৰ,( কৃৎ প্রত্যয়)

লেখক- লেখ্‌ + অক, (কৃৎ প্রত্যয়)

 


HSLC 2020

 


কপহুৱা- কপাহ + উৱা, (তদ্ধিত প্রত্যয়)

গভাইত-গভ + ইত, (তদ্ধিত প্রত্যয় )

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar


HSLC 2023

 


পথিক   =  পথ+ইক.      (তদ্ধিত্ প্ৰত্যয়)
ঘৰচীয়া – ঘৰ +অচীয়া  (তদ্ধিত্ প্ৰত্যয়)
খেতিয়ক -খেতি + অক (তদ্ধিত্ প্ৰত্যয়)


HSLC 2024

কলপতীয়া – কলপ +ঈতয়া। (তদ্ধিত্ প্ৰত্যয়)
লাজুৱা – লাজ + উৱা। (তদ্ধিত্ প্ৰত্যয়)
মৰমিয়াল – মৰম + ইয়াল। (তদ্ধিত্ প্ৰত্যয়)


HSLC 2025


খেতিয়ক = খেতি + -অক (তদ্ধিৎ প্রত্যয়)
ৰান্ধনি = ৰান্ধ্‌ + -অনি (কৃৎ প্রত্যয়)
নাৱৰীয়া = নাও+অৰীয়া (তদ্ধিৎ প্রত্যয়)
ফুলনি = ফুল+অনি।  (তদ্ধিৎ প্রত্যয়)

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For Competitive Exam Solutions  Click here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

 

 

 

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading…

Related

Filed Under: Notes And solutions, SEBA HSLC Previous Year Question Paper, অসমীয়া ব্যাকৰণ Tagged With: Class-10 Previous Year's Question Paper, অসমীয়া ব্যাকৰণ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • KGBV Udalguri Recruitment 2026 – Assistant Teacher & Helper Cook Vacancy Under SSA Assam May 9, 2026
  • শংকৰদেৱ শিশু নিকেতন ৰঙিয়া || Sankardev Shishu Niketan Rangia Recruitment 2026 – Walk-in Interview May 9, 2026
  • Mother’s Pride School Dhemaji Recruitment 2026 – Mathematics Teacher Vacancy for Class 9 & 10 May 9, 2026
  • Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা May 9, 2026
  • SEBA Class 10 Assamese Chapter 2 Answers জিকিৰ মূলভাৱ প্ৰশ্ন উত্তৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ  May 6, 2026

Class-10 HSLC

Class 10 Assamese Question Answer | SEBA HSLC ASSAMESE All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer  | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান Class 10 Assamese Question Answer | দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ If you are preparing for the HSLC 2026 Examination, then this page provides you with complete SEBA Class 10 Assamese Question Answers for all chapters based on the […]

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

Loading Comments...

    %d