• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

Souvik

জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ৰচনা অসমীয়াত || Jyoti Prasad Agarwala Essay in Assamese

January 13, 2024 by Souvik Leave a Comment


জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ৰচনা অসমীয়াত || Jyoti Prasad Agarwala Essay in Assamese
; কুৰি শতিকাৰ এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া সাংস্কৃতিক জগতখনলৈ অৱদানৰ ক্ষেত্ৰত বহুতেই তেওঁক শংকৰদেৱৰ পাছতেই স্থান দিব খোজে। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল একাধাৰে কবি, সাহিত্যিক, সংগীতজ্ঞ, নাট্যকাৰ, বোলছবি নিৰ্মাতা আৰু সংগ্ৰামী ৰাজনীতিক। তেওঁ আছিল আধুনিক অসমীয়া সংগীতৰ প্ৰৱৰ্তক লগতে প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ৰ নিৰ্মাতা। অসমীয়া সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক অসম সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱাই ‘ৰূপকোঁৱৰ’ উপাধিৰে বিভূষিত কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত অসম চৰকাৰে তেওঁৰ মৃত্যুৰ দিনটোক অৰ্থাত্ ১৭ জানুৱাৰী তাৰিখটো গোটেই ৰাজ্যজুৰি ‘শিল্পী দিৱস’ হিচাপে উদযাপন কৰি আহিছে। এয়া ন দি ক’ব পাৰি যে, চৰকাৰী প্ৰচেষ্টা ন’হলেও তেখেতৰ মন পৰশা গীতবোৰৰ বাবেই তেওঁ প্ৰতিজন অসমীয়াৰ মাজত সদায়েই জীয়াই থাকিব।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম আৰু শৈশৱ কাল :


জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। পৰমানন্দ আগৰৱালাৰ পিতৃ আছিল হৰিবিলাস আগৰৱালা- অসমীয়া ধৰ্ম পুথি ‘কীৰ্তন ঘোষা’ প্ৰথম ছপা কৰাওঁতা আৰু তেখেতৰ ভাতৃ আছিল বিখ্যাত অসমীয়া কবি আনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা। সোণৰ চামুছ মুখত লৈ জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদ আগৰৱালাই সৰুৰে পৰা এক সংস্কৃতিবান পৰিৱেশত ডাঙৰ হৈছিল। তেখেতৰ দেউতাকো আছিল এজন ভাল গায়ক আৰু বেহেলাবাদক। ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদে জন্মৰ কিছু বছৰৰ পাছতেই পৰিয়ালৰ লগত তেওঁলোকৰ স্থায়ী বাসস্থান তেজপুৰলৈ গুছি আহে। তাতেই তেওঁ বাণ ৰঙ্গমঞ্চৰ সৈতে জড়িত হৈ সংগীত আৰু নাটকৰ চৰ্চা কৰিবলৈ লয়।
চন্দ্ৰয়ান-৩ বিষয়ে ৰচনা ।। Chandrayaan 3 Essay in Assamese – click here

জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিক্ষা-

জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্কুলীয়া শিক্ষা

জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্কুলীয়া শিক্ষা আৰম্ভ হয় ডিব্ৰুগড়ৰ চৰকাৰী হাইস্কুলৰ পৰা। তাৰ পাছত তেওঁৰ পৰিয়াল তেজপুৰলৈ গুছি অহাত তেওঁ তেজপুৰৰ চৰকাৰী হাইস্কুলত পঢ়ে। ১৯২১ চনত গোটেই দেশজুৰি অসহযোগ আন্দোলন আৰম্ভ হোৱাত তেওঁ মেট্ৰিকুলেছন পৰীক্ষা নিদিয়াকৈয়ে আন্দোলনত জঁপিয়াই পৰে। পাছত তেওঁ চিত্ৰৰঞ্জন দাস প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ৰচনা অসমীয়াত || Jyoti Prasad Agarwala Essay in Assamese

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কলেজীয়া শিক্ষা

প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত জ্যোতিপ্ৰসাদে কলিকতাৰ নেশ্যনেল কলেজত আই. এ. শ্ৰেণীত নাম ভৰ্তি কৰে। সেই কলেজত তেওঁ দ্বিতীয় বাৰ্ষিকলৈকে পঢ়ে। ইতিমধ্যে কলেজখন উঠি যোৱাত তেওঁৰ কলেজীয়া শিক্ষা সিমানতে শেষ হয়।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিলাতত উচ্চ শিক্ষা–

১৯২৬ চনৰ ছেপ্তেম্বৰ মাহত জ্যোতিপ্ৰসাদে উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যাত্ৰা কৰে। বিলাতত গৈ এডিনবৰা বিশ্ববিদ্যালয়ৰ মেট্ৰিকুলেশ্বন পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথমবাৰ অকৃতকাৰ্য হয়। দ্বিতীয়বাৰ তেওঁ চৰ্তসাপেক্ষে এম.এ. পঢ়াৰ অনুমতি লাভ কৰে। প্ৰথমে তেওঁ অৰ্থনীতি, সংস্কৃত আৰু পাব্লিক ল’ অধ্যয়ন কৰে। তাৰ পাছত তেওঁ অৰ্থনৈতিক ইতিহাস আৰু দৰ্শন অধ্যয়ন কৰে। পিছে তেওঁ তাত কোনো ডিগ্ৰী অৰ্জন কৰিব নোৱাৰিলে।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ বোলছবি বিষয়ক শিক্ষা

গতানুগতিক শিক্ষাত বিশেষ মন নবহাত জ্যোতিপ্ৰসাদে বোলছবি নিৰ্মাণ সম্পৰ্কে শিক্ষা লোৱাৰ বাবে মনস্থ কৰে। সেয়ে তেওঁ জাৰ্মানীত সাত মাহৰ বাবে থাকি বোলছবি নিৰ্মাণ সম্পৰ্কে কাৰিকৰী শিক্ষা লয়। সেই সময়তে তেওঁ জাৰ্মানীৰ বিখ্যাত ইউ.এফ.এ. ষ্টুডিঅ’ দৰ্শন কৰাৰো সুযোগ পায়, যিয়ে তেওঁক প্ৰথমখন অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণ কৰাৰ বাবে অনুপ্ৰেৰণা যোগায়।

Sri Sri Madhavdeva || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা – click here

স্বাধীনতা সংগ্ৰামী হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালা –

জ্যোতিপ্ৰসাদৰ বয়স ১৭ বছৰ হৈ থাকোতেই দেশত মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন আৰম্ভ হয়। তেখেতে সেই সময়তে পঢ়া- শুনা এৰি আন্দোলনত যোগ দিয়ে। কিয়নো এজন শিল্পী মনৰ মানুহ হিচাপে জ্যোতিপ্ৰসাদৰ মনত সৰুৰে পৰা দেশপ্ৰেমৰ তেজ বৈ আছিল। তাৰোপৰি তেওঁলোকৰ তেজপুৰৰ ঘৰখনতো তেওঁ মহাত্মা গান্ধী, জৱহৰলাল নেহৰুকে আদি কৰি বহুকেইজন স্বাধীনতা সংগ্ৰামীৰ সান্নিধ্য পাইছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনৰ যি ঢৌ অসমলৈ বৈ আহিছিল সেই সময়ত তেওঁ তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিকৰ পৰীক্ষাৰ্থী আছিল। আন্দোলনত যোগ দিবলৈ তেজপুৰ হাইস্কুলৰ পৰা ওলাই অহা ছাত্ৰসকলৰ মাজত মাজত জ্যোতিপ্ৰসাদ একেবাৰে আগৰণুৱা আছিল আৰু সেই সময়তে তেওঁ “বিশ্ব বিজয়ী নৱ জোৱান’’ নামৰ গীতটো ৰচনা কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ৰচনা অসমীয়াত || Jyoti Prasad Agarwala Essay in Assamese

১৯৩০ চনৰ ইউৰোপৰ পৰা প্ৰত্যাৱৰ্তন কৰাৰ পাছত জ্যোতিপ্ৰসাদে পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি দেশজুৰি চলা আইন আমান্য আন্দোলনত জঁপিয়াই পৰে। সেই সময়ত তেওঁৰ কৰ্মক্ষেত্ৰ আছিল ছয়দুৱাৰ অঞ্চল। ১৯৩২ চনত কংগ্ৰেছৰ সেৱাদলৰ কৰ্মী জ্যোতিপ্ৰসাদক স্বাধীনতা আন্দোলনত জড়িত থকাৰ অপৰাধত চৰকাৰে গ্ৰেপ্তাৰ কৰে। বিচাৰত পোন্ধৰ মাহৰ সশ্ৰম কাৰাদণ্ড আৰু পাঁচশ টকাৰ জৰিমনা বিহে। শিলচৰ জেইলত কাৰাবাসৰ সময়তে তেওঁ যক্ষ্মাৰোগত আক্ৰান্ত হয় যদিও কাৰাদণ্ডৰ ম্যাদ পূৰণ কৰিহে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰে। ১৯৪১ চনৰ পৰা তেওঁ কংগ্ৰেছৰ স্বেচ্ছাসেৱক বাহিনীৰ কামত আত্ম নিয়োগ কৰে। পিছলৈ তেওঁ সেই বাহিনীৰ সৰ্বাধিনায়ক পদো অলংকৃত কৰে। আৰু অসমৰ বিভিন্ন অঞ্চলত স্বাধীনতা-সংগ্ৰাম সংগঠনৰ কাম কৰে।

১৯৪২ চনৰ পৰা তেওঁ কলিকতাত আত্মগোপন কৰি থাকিয়েই স্বাধীনতা সংগ্ৰামৰ কাম চলাই যায়। এই সময় ছোৱাত চৰকাৰে তেওঁক ‘ফেৰাৰ অৰ্থাৎ পলৰীয়া” বুলি ঘোষণা কৰে। ১৯৪৩ চনৰ আগষ্ট মাহত জ্যোতিপ্ৰসাদে তেজপুৰত আত্মসমৰ্পণ কৰে। পাছত আদালতত বিচাৰ চলে যদিও উপযুক্ত সাক্ষ্য- প্ৰমাণৰ অভাৱত চৰকাৰে নিৰ্দোষী বুলি মুক্তি দিয়ে। ইয়াৰ ওপৰিও বিভিন্ন ধৰণৰ দেশপ্ৰেম মূলক গীত আৰু কবিতাৰ ৰচনাৰে তেওঁ অসমীয়া ৰাইজৰ চেতনাক উদ্বুদ্ধ কৰি অসম আৰু ভাৰতৰ জন সাধাৰণক মুক্তি সংগ্ৰামৰ ফালে আকৰ্ষিত কৰিছিল।

Finacial Education in Assamese – click here

জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অসমীয়া বোলছবি

ইংলেণ্ড আৰু জাৰ্মানীত বোলছবি নিৰ্মাণৰ শিক্ষা লৈ আহিছিল যদিও সেই সময়ত অসম নালাগে ভাৰতবৰ্ষতো উপযুক্ত পৰিৱেশ গঢ় লৈ উঠা নাছিল। তাৰোপৰি সেই সময়ত দেশত চলি থকা আইন অমান্য আন্দোলনত যোগ দিব লগা হোৱাৰ বাবেও তেওঁ সেই বিষয়ত মন দিব পৰা নাছিল। কিন্তু ১৯৩২ চনত তেওঁ শিলচৰ কাৰাগাৰত বন্দী হৈ থকাৰ সময়ছোৱাতেই বন্দীত্বৰ অভিশাপৰ সময়খিনিক আশীৰ্বাদলৈ ৰূপান্তৰ কৰাৰ মানসেৰে তেওঁ প্ৰথমখন অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণৰ পৰিকল্পনা কৰিলে আৰু তাৰ বাবে যাৱতীয় কাহিনী- চিত্ৰনাট্য লিখাৰ কাম আৰম্ভ কৰিলে। জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ কাহিনীৰ আধাৰ আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নাটক।
বন্দীত্বৰ পৰা মুক্তি পোৱাৰ পাছতেই তেওঁ ১৯৩৩ চনৰ ডিচেম্বৰ মাহৰ পৰা চনত তেওঁৰ জয়মতীৰ নিৰ্মাণৰ কামত লাগি যায়। তাৰবাবে তেওঁ ভোলাগুৰি চাহ বাগিছাত ‘চিত্ৰবন’ নামেৰে এটা ফিল্ম ষ্টুডিঅ’ৰো নিৰ্মাণ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ৰচনা অসমীয়াত || Jyoti Prasad Agarwala Essay in Assamese
তেখেতে হেনো এদিনতে ছ হাজাৰ ফুট ৰীল বাণীবদ্ধ কৰিছিল। সেয়ে ভাৰতীয় চলচিত্ৰ সমালোচক সকলে জয়মতীক তৃতীয়খন ভাৰতীয় সবাক ছবিৰ মৰ্যদা দিয়াৰ লগতে প্ৰথমখন ভাৰতীয় ডাবিং ছবিৰ স্বীকৃতি দিছে। জয়মতী ছবিকনৰ মূল চৰিত্ৰ জয়মতী ৰূপায়ণ কৰিছিল আইদেউ সন্দিকৈয়ে আৰু গদাধৰৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল ফুনু বৰুৱাই।জয়মতী ছবিখন মুক্তি দিয়া হৈছিল কলিকতাৰ ‘ৰৌণক হল’ত ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে। আৰু অসমত তাৰ দহ দিনৰ পাছত ২০ মাৰ্চ তাৰিখে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুক্তি দিয়া হৈছিল।

প্ৰায় ৫০ হাজাৰ টকা খৰছ কৰি নিৰ্মাণ কৰা জয়মতীয়ে অসমত আন্তগাঁঠনিৰ অভাৱত বিশেষ ব্যৱসায়িক সফলতাৰ মুখ নেদেখিলে ইয়াৰ বিপৰীতে অসম ভূমিত কৰা এনে মৰসাহৰ ফলস্বৰূপে ঋণৰ বোজাতহে পোত গ’ল। সেয়ে তেওঁ জয়মতীৰ পৰা লোকচানৰ বোজা উঠাবলৈ দ্বিতীয়খন অসমীয়া ছবি ‘ইন্দ্ৰমালতী’ নিৰ্মাণ কৰে। ছবিখনৰ কাহিনী জ্যোতিপ্ৰসাদৰ নিজা আছিল। ইন্দ্ৰ আৰু মালতী নামৰ এহাল প্ৰেমিক- প্ৰেমিকা সংঘৰ্ষময় প্ৰেম কাহিনীৰ এক সুন্দৰ প্ৰতিফলন ছবিখনত ঘটিছে। কিন্তু জ্যোতিপ্ৰসাদে নিজে স্বীকাৰ কৰি গৈছে যে ছবিখনৰ খৰছ কমাবলৈ যাওঁতে ছবিখনৰ মান আৰু শৈল্পিক মূল্য বহু পৰিমাণে হ্ৰাস পাইছে। ছবিখন অসমত বাণিজ্যিকভাৱে কিছু পৰিমাণে সফল হৈছিল বুলি জনা যায়। ছবিখনত ইন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল মনোভিৰাম বৰুৱাই। ফণী শৰ্মাই তেখেতৰ বন্ধু ললিতৰ চৰিত্ৰত অভিনয় কৰে। ৰাসেশ্বৰী বৰুৱাই মালতীৰ চৰিত্ৰত ৰূপদান কৰিছিল। থানু বৰাই কৰিছিল চণ্ডীৰামৰ চৰিত্ৰটো। সুন্দৰপ্ৰতীম বৰুৱা নামে কলিকতাত থকা এক চহকী অসমীয়া ব্যৱসায়ীৰ সৰু চৰিত্ৰ এটাত জ্যোতিপ্ৰসাদে নিজে অভিনয় কৰিছিল। ড॰ ভূপেন হাজৰিকাই এখন ছবিতে নিজৰ কণ্ঠৰ গান ‘বিশ্ব বিজয়ী নৱ জোৱান’ গাইছিল আৰু এজন গৰখীয়া ল’ৰাৰ চৰিত্ৰত এই গানটো গোৱাৰ অভিনয়ো কৰিছিল।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ৰচনা অসমীয়াত || Jyoti Prasad Agarwala Essay in Assamese

অসমীয়া সাহিত্যলৈ জ্যোতিপ্ৰসাদৰ অৱদান

কুৰি শতিকাৰ অসমীয়া সাহিত্যৰ জগতখন আজিৰ দৰে বিশাল নাছিল। ঠন ধৰি উঠিছিলহে মাত্ৰ। সেয়ে তেওঁৰ অসমীয়া ভাষাৰ জেউতি বৃদ্ধি কৰাৰ লগতে তেওঁৰ সুন্দৰৰ সাধনা কৰিব খোজা মনটোৰ হাবিয়াস পূৰাবলৈ সাহিত্যৰ সৃষ্টিতে মনোনিৱেশ কৰিছিল। হাইস্কুলত পঢ়ি থকা অৱস্থাত ১৪ বছৰ বয়সতেই তেওঁ ‘শোণিত কুঁৱৰী’ নাটক আৰু ‘গছে গছে পাতি দিলে’ নামৰ প্ৰকৃত অসমীয়া সুৰ থকা আধুনিক গীত ৰচনা কৰিছিল।

জ্যোতিপ্ৰসাদৰ সাহিত্যৰাজিক তালিকাভুক্ত কৰিবলৈ গ’লে হ’ব এনেধৰণৰ-
গীত – সৰ্বমুঠ ৩৭৭ টা গীত সংৰক্ষিত, যি তেওঁৰ নাটক, চিত্ৰনাট্য আন্যান্য ৰচনা আৰু কথাছবিত আদিত নিহিত আছে ।

কবিতা – ৪৬ বা তাতোধিক দীঘলীয়া আৰু চুটি সংৰক্ষিত কবিতা।

নাটক – শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, নিমাতী কইনা, খনিকৰ, সোণপখিলী, কনকলতা।

শিশু – সাহিত্য- শিশু-কবিতা, জ্যোতি-ৰামায়ণ, ঘোঁৰা-ডাঙৰীয়া।

জীৱনী – চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনী

চুটিগল্প – ৰূপহী, বগীতৰা, সোণতৰা, সোণটিৰ অভিযান, যুঁজাৰু, সতীৰ সোঁৱৰণী, সন্ধ্যা, প্ৰত্নতাত্ত্বিক কালঘুমটি, নীলা চৰাই।

উপন্যাস – আমাৰ গাঁও( অৰ্ধ সমাপ্ত)

সংবাদসেৱা – ১৯৪৪ চনৰ পৰা বন্ধ হৈ থকা ‘অসমীয়া’ কাকতৰ তেখেতে পুনৰ প্ৰকাশ আৰু সম্পাদনা কৰিছিল।

60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE – click here

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ব্যক্তিগত জীৱন

জ্যোতিপ্ৰসাদ আগৰৱালাই সাহিত্য- সংস্কৃতিৰ জগতলৈ এই পৰ্বতসম অৱদান আগবঢ়াই যোৱাৰ উপৰিও তেওঁলোকৰ পৰিয়ালৰ স্বতাধিকাৰ থকা ডিব্ৰুগড়ৰ তামোলবাৰী চাহ- বাগিছাৰ পৰিচালনাৰ ভাৰো গ্ৰহণ কৰিছিল। তেওঁ ডিব্ৰুগড়ৰ দেৱযানী ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁৰ দুজন পুত্ৰ সন্তানৰ নাম হৈছে চিন্ময় আৰু বিশ্বেন্দু। আৰু পাঁচ গৰাকী কন্যা সন্তান হৈছে যথাক্ৰমে জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমশ্ৰী, মনশ্ৰী।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ৰচনা অসমীয়াত || Jyoti Prasad Agarwala Essay in Assamese
জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ৰচনা অসমীয়াত || Jyoti Prasad Agarwala Essay in Assamese

জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু

জীৱনৰ শেষৰছোৱা বয়সত জ্যোতিপ্ৰসাদ দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ চিকিত্সাধীন হয়। আৰু ১৯৫১ চনৰ ১৭ জানুৱাৰী তাৰিখে মাত্ৰ ৪৮ বছৰ বয়সতে মৃত্যু বৰণ কৰে। ক’ব পাৰি যে, যদি জ্যোতি প্ৰসাদ আগৰৱালাই আৰু কিছু দীঘল আয়ুস পালেহেঁতেন তেনেহ’লে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ জগতখনে আৰু অধিক মূল্যবান ৰত্ন লাভ কৰিলেহেঁতেন। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ৰচনা অসমীয়াত || Jyoti Prasad Agarwala Essay in Assamese

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assamese GK 2023-24 || GK In Assamese

January 11, 2024 by Souvik Leave a Comment

অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assamese GK 2023-24 || GK In Assamese


১) প্ৰশ্ন :
গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি?

উত্তৰ : বশিষ্ঠাশ্ৰম।অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assamese GK 2023-24 || GK In Assamese

২) প্ৰশ্ন :
১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম কি?

উত্তৰ : গড়গাঁও।

৩) প্ৰশ্ন :
আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি?

উত্তৰ : জয়সাগৰ পুখুৰী।

৪) প্ৰশ্ন :
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ কোন আছিল?

উত্তৰ : হলিৰাম ডেকা।

৫) প্ৰশ্ন :
এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ভোগেশ্বৰ বৰুৱা।

৬) প্ৰশ্ন :
জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।

৭) প্ৰশ্ন :
ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।

৮) প্ৰশ্ন :
প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি?

উত্তৰ : আনন্দৰাম বৰুৱা।

৯) প্ৰশ্ন :
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী।

১০) প্ৰশ্ন :
সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।

১১) প্ৰশ্ন :
প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

১২) প্ৰশ্ন :
প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?

উত্তৰ : অচ্যুত শইকীয়া।

১৩) প্ৰশ্ন :
ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ছাৰ ছৈয়দ চাদুল্ল।

১৪) প্ৰশ্ন :
অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল?

উত্তৰ : মহানন্দ দাস।

১৫) প্ৰশ্ন :
গহপুৰত ১৯২৮ চনত জন্ম গ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুলীত মৃত্যু বৰণ কৰা অসমৰ শ্বহীদ বীৰাঙ্গনা গৰাকী কোন আছিল?

উত্তৰ : কনকলতা বৰুৱা।

Mock Test Section – click here



১৬) প্ৰশ্ন :
১৮৮৫ চনত জন্মলাভ কৰা কবি আৰু ‘অসম কেশৰী’ উপাধিৰে সন্মানিত হোৱা অসমৰ প্ৰসিদ্ধ কবি সাহিত্যিক জনৰ নাম কি?

উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।

১৭) প্ৰশ্ন :
ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু ১৯৪২ চনৰ ১০ অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে ১৯৪৩ চনৰ ১৫ জুন তাৰিখে ফাঁচি হোৱা অসমৰ শ্বহীদ জন কোন আছিল?

উত্তৰ : কুশল কোঁৱৰ।

১৮) প্ৰশ্ন :
অসমীয়া চলচ্চিত্ৰৰ ‘জনক’, প্ৰসিদ্ধ গীতিকাৰ, সু-অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ নিৰ্মাতা তথা, শোণিতকুঁৱৰী নাটৰ পৰিচালক জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

১৯) প্ৰশ্ন :
১৪৪৯ চনত জন্ম গ্ৰ্হণ কৰা অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলাৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

২০) প্ৰশ্ন :
১৮৫০ চনত গুৱাহাটীত জন্মা অসমৰ প্ৰথম স্নাতক, বেৰিষ্টাৰ, আই. চি. এছ. আৰু ‘নাগাৰ্থ সংগ্ৰহ’ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰা অসমীয়া পণ্ডিত জন কোন?

উত্তৰ : আনন্দৰাম বৰুৱা।

২১) প্ৰশ্ন :
একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা গৰাকীৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত হৈছিল। ‘ভাৰত শ্ৰেষ্ঠ কলাবিদ’ আৰু ‘কলাগুৰু’ উপাধিৰে বিভূষিত এই গৰাকী ব্যক্তি কোন?

উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।

২২) প্ৰশ্ন :
উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : যোৰহাট।

২৩) প্ৰশ্ন :
কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?

উত্তৰ : হাফলং।

২৪) প্ৰশ্ন :
নগাঁৱৰ পুৰণি নাম কি?

উত্তৰ : খাগৰিজান।

২৫) প্ৰশ্ন :
কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।

২৬) প্ৰশ্ন :
উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?

উত্তৰ : ডিব্ৰুগড়।

২৭) প্ৰশ্ন :
অসমৰ চাহৰ ৰাজধানী কি?

উত্তৰ : শিৱসাগৰ ।

২৮) প্ৰশ্ন :
কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?

উত্তৰ :  শুৱালকুছি।

২৯) প্ৰশ্ন :
অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত?

উত্তৰ : কাঠ শিল্প, বাঁহ-বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে।

৩০) প্ৰশ্ন :
শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৬৫ চনত।
অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assamese GK 2023-24 || GK In Assamese

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ|| Assam GK Test Series Part- 10 – click here



৩১) প্ৰশ্ন : ‘ৰংঘৰ কোনে সাজিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

৩২) প্ৰশ্ন : অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটীত।

৩৩) প্ৰশ্ন : অসমৰ কোন খন ঠাইত তৈল নগৰী নামে জনা যায়?

উত্তৰ : ডিগবৈ।

৩৪) প্ৰশ্ন : অসমৰ কোন খন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?

উত্তৰ : তেজপুৰ।

৩৫) প্ৰশ্ন : ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : ১৭৫২ চনত।

৩৬) প্ৰশ্ন : দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল?

উত্তৰ : কামৰুপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত ‘পানী তোলা’ অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল।

৩৭) প্ৰশ্ন :
সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানী জন কোন?

উত্তৰ : ৰাঘব চন্দ্ৰ ডেকা।

৩৮) প্ৰশ্ন :
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম জন অসমীয়া কোন?

উত্তৰ : ড° সত্যেন্দ্ৰ নাথ শৰ্মা।

৩৯) প্ৰশ্ন :
লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ড° তিলোত্তমা গগৈ।

৪০) প্ৰশ্ন :
যোৰহাটত জন্ম গ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইঅল্ট। তেখেত কোন বাৰু?

উত্তৰ : ধীৰা হাজৰিকা (চলিহা)।

৪১) প্ৰশ্ন :
শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ?

উত্তৰ : শিৱ দ’ল।

৪২) প্ৰশ্ন :
নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : চিত্ৰাচল।

৪৩) প্ৰশ্ন :
শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল একেলগে অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : শিৱসাগৰ।

৪৪) প্ৰশ্ন :
প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

৪৫) প্ৰশ্ন :
ভষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?

উত্তৰ : উমানন্দ।

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here

অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assamese GK 2023-24 || GK In Assamese

৪৬) প্ৰশ্ন :
কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল?

উত্তৰ : ১৬৬৫ চনত।

৪৭) প্ৰশ্ন :
অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : উত্তৰ গুৱাহাটী।

৪৮) প্ৰশ্ন :
হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি, মূৰ্ত্তি আদি শ্ৰী সূৰ্য পাহাৰত দেখা যায়। এই পাহাৰ খন থকা অসমৰ জিলা খনৰ নাম কি?

উত্তৰ : গোৱালপাৰা।

৪৯) প্ৰশ্ন :
কামাখ্যা মন্দিৰটো গুৱাহাতীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : নীলাচল পাহাৰত।

৫০) প্ৰশ্ন:
কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি?

উত্তৰ : সৌভাগ্য কুণ্ড।

৫১) প্ৰশ্ন :
অসমত মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান খন কোন খন?

উত্তৰ : পোৱা মক্কা (হাজো)।

৫২) প্ৰশ্ন :
পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : ধুবুৰী।

৫৩) প্ৰশ্ন :
গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি?

উত্তৰ : তিৰুপতি বালাজী মন্দিৰ।

৫৪) প্ৰশ্ন :
গুৱাহাটী মহানগৰী ‘পঞ্চতীৰ্থ’ নামেৰে জনাজাত। ইয়াৰ চাৰিখন তীৰ্থ হ’ল কামাখ্যা, উমানন্দ, নৱগ্ৰহ আৰু উগ্ৰতাৰা। পঞ্চম খন তীৰ্থ কি?

উত্তৰ : অশ্বক্লান্ত।

৫৫) প্ৰশ্ন :
বিল্বেশ্বৰ দেৱালয় অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : বেলশৰ (নলবাৰী)।

৫৬) প্ৰশ্ন :
গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?

উত্তৰ : তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।

৫৭) প্ৰশ্ন :
মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰত।

৫৮) প্ৰশ্ন :
নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৫২ চনত।

৫৯) প্ৰশ্ন :
শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই, ১৭৪৪ চনত।

৬০) প্ৰশ্ন :
মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিঃমিঃ দূৰত অৱস্থিত?

উত্তৰ : ৩৪ কিঃ মিঃ।

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assamese GK 2023-24 || GK In Assamese

Filed Under: সাধাৰণ জ্ঞান Tagged With: সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

“মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ” || Alcohol and it’s Impact of on Society

January 11, 2024 by Souvik Leave a Comment

    “মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ” || Alcohol and it’s Impact of on Society                

 

          বহুলভাৱে সেৱন কৰা পানীয় মদ্যপানে আমাৰ সমাজত বহুমুখী ভূমিকা পালন কৰি ব্যক্তি আৰু সম্প্ৰদায়ক বিভিন্ন ধৰণে প্ৰভাৱিত কৰে। ইয়াক দায়িত্বশীলভাৱে উপভোগ কৰিব পাৰি যদিও মদ্যপানৰ অপব্যৱহাৰ আৰু অপব্যৱহাৰৰ যথেষ্ট প্ৰতিক্ৰিয়া আছে যি আমাৰ সমাজৰ কাপোৰৰ মাজেৰে সোমাই গৈছে। এই ৰচনাখনে স্বাস্থ্য, সামাজিক, অৰ্থনৈতিক আৰু আইনী মাত্ৰাসমূহক সামৰি লৈ আমাৰ সম্প্ৰদায়সমূহৰ ওপৰত মদৰ গভীৰ প্ৰভাৱৰ বিষয়ে অন্বেষণ কৰিছে। মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ || Alcohol and it’s Impact of on Society

                    প্ৰথমতে, মদ্যপানৰ অপব্যৱহাৰৰ স্বাস্থ্যজনিত প্ৰভাৱ চকুত পৰা। অত্যধিক মদ্যপান বিভিন্ন শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰ এটা প্ৰধান কাৰণ। যকৃতৰ চিৰ’ছিছ, হৃদযন্ত্ৰৰ ৰোগ, স্নায়ুজনিত বিকাৰ আদি দীৰ্ঘদিনীয়া অৱস্থাৰ সৈতে দীৰ্ঘদিনীয়া মদ্যপানৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। তদুপৰি মদ্যপান আৰু হতাশা আৰু উদ্বেগকে ধৰি মানসিক স্বাস্থ্যজনিত সমস্যাৰ মাজৰ সম্পৰ্ক সুপ্ৰতিষ্ঠিত। মদ্যপান সম্পৰ্কীয় ৰোগৰ বাবে স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত হোৱা হেঁচাই অন্য ঠাইত ব্যৱহাৰ কৰিব পৰা সম্পদসমূহক অন্য দিশলৈ ঠেলি দিয়ে, যাৰ ফলত সমাজৰ বহল বোজা বৃদ্ধি পায়।

General Studies (History ); Part-1 || Mock Test For Assam Govt. Competitive Exams – click here

                 সামাজিকভাৱে মদ দুধাৰি তৰোৱাল হ’ব পাৰে। এফালে মধ্যমীয়া আৰু দায়িত্বশীল ব্যৱহাৰে সামাজিক বন্ধন আৰু শিথিলতাক সহজ কৰি তুলিব পাৰে। আনহাতে মদ্যপানৰ অপব্যৱহাৰে প্ৰায়ে সামাজিক সমস্যাৰ সৃষ্টি কৰে যেনে পৰিয়াল বিভাজন, ঘৰুৱা হিংসা, শিশুৰ অৱহেলা। মদৰ মাদক প্ৰভাৱে বিচাৰ ক্ষমতাত ব্যাঘাত জন্মাব পাৰে, ব্যক্তি আৰু তেওঁলোকৰ চৌপাশৰ লোকক বিপদত পেলোৱা বিপদজনক আচৰণত ইন্ধন যোগাব পাৰে। মদ্যপান সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি থকা সম্প্ৰদায়সমূহে নিজকে টান পায়, কিয়নো সমাজ সেৱাসমূহক মদ্যপানৰ অপব্যৱহাৰৰ ফলত হোৱা পৰিণতিৰ সমাধানৰ দায়িত্ব দিয়া হৈছে।

               অৰ্থনৈতিকভাৱে সমাজত সুৰাৰ প্ৰভাৱ স্পষ্ট। মদ্যপানৰ লগত জড়িত অনুপস্থিতিৰ ফলত হোৱা উৎপাদনশীলতা হেৰুৱা আৰু কৰ্মক্ষমতা হ্ৰাস পোৱাটো অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে যথেষ্ট অৰিহণা যোগায়। তদুপৰি, মদ্যপান সম্পৰ্কীয় স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসাৰ সৈতে জড়িত খৰচে স্বাস্থ্যসেৱা ব্যৱস্থাত হেঁচা প্ৰয়োগ কৰে, প্ৰতিৰোধমূলক ব্যৱস্থা বা অন্যান্য জৰুৰী স্বাস্থ্যজনিত চিন্তাত বিনিয়োগ কৰিব পৰা ধনক অন্য দিশলৈ ঠেলি দিয়ে। ইয়াৰ উপৰিও ৰাজহুৱা অশান্তিৰ পৰা আৰম্ভ কৰি মদ্যপান কৰি গাড়ী চলোৱালৈকে মদ্যপান সম্পৰ্কীয় অপৰাধসমূহৰ সমাধানৰ আৰ্থিক বোজা অপৰাধমূলক ন্যায় ব্যৱস্থাই বহন কৰে।

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || Science Mock Test In Assamese Part-2 – click here

মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ || Alcohol and it's Impact of on Society
“মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ” || Alcohol and it’s Impact of on Society

                  আইনগতভাৱে মদৰ নিয়ন্ত্ৰণ এক জটিল প্ৰচেষ্টা। চৰকাৰে মদ্যপানৰ বিক্ৰী, বিতৰণ আৰু সেৱন নিয়ন্ত্ৰণৰ বাবে আইন আৰু নিয়ম প্ৰণয়ন কৰে যাতে ইয়াৰ নেতিবাচক প্ৰভাৱ কম হয়। কিন্তু ব্যক্তিগত স্বাধীনতা আৰু জনসাধাৰণৰ সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো এতিয়াও এক প্ৰত্যাহ্বান হৈয়ে আছে। বয়সৰ নিষেধাজ্ঞা, অনুজ্ঞাপত্ৰ, আৰু ডি ইউ আই আইন আদি আইনী ব্যৱস্থাসমূহ মদ্যপানৰ সৈতে জড়িত ক্ষতি ৰোধ কৰিবলৈ কাৰ্যকৰী কৰা হয়, কিন্তু এই ব্যৱস্থাসমূহৰ ফলপ্ৰসূতা ভিন্ন, আৰু বলবৎ কৰাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে।

নৱকান্ত বৰুৱা || Nabakanta Barua Essay in Assamese – click here

 

                           সামৰণিত ক’ব পাৰি যে আমাৰ সমাজত মদৰ প্ৰভাৱ বহুমুখী, যিয়ে স্বাস্থ্য, সামাজিক গতিশীলতা, অৰ্থনীতি, আৰু আইনী ব্যৱস্থাক প্ৰভাৱিত কৰে। দায়িত্বশীল মদ্যপানে এখন সমৃদ্ধিশালী সমাজৰ সৈতে সহাৱস্থান কৰিব পাৰে যদিও মদৰ অপব্যৱহাৰ আৰু অপব্যৱহাৰে উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ জনস্বাস্থ্যৰ পদক্ষেপ, সামাজিক সমৰ্থন ব্যৱস্থা, অৰ্থনৈতিক নীতি, আৰু ফলপ্ৰসূ আইনী কাঠামোৰ সৈতে জড়িত এক বিস্তৃত পদ্ধতিৰ প্ৰয়োজন। সমাজ হিচাপে আমি সকলোৰে বাবে সুস্থ, সুৰক্ষিত আৰু অধিক স্থিতিস্থাপক সম্প্ৰদায় গঢ়ি তুলিবলৈ এই ভাৰসাম্য বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব লাগিব। মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ || Alcohol and it’s Impact 

 

Join us on WhatsApp
click here
Create Your Free Demat Account on GROWW
click here

Filed Under: অসমীয়া ৰচনা Tagged With: assamstudyhub, অসমীয়া ৰচনা

Mother Teresa Essay in 300 Words

January 3, 2024 by Souvik 2 Comments

Mother Teresa Essay in 300 Words

||Mother Teresa||

 

             Mother Teresa was a great and humble soul of the century. She came to India at a very young age Quite early in life she took a vow to serve the humanity. Even at an advanced age of 80, she devoted her heart and soul in her selless service to the poor and destitutes.

She chose the city of Kolkata as her area of activity. Her noble work included helping poor and destitute children. She took special care of the handicapped people as well, She was bom in 1910 in Europe. She was extremely sympathetic, kind and innocent when she was a child. She became a nun. She started working in the slums of Kolkata. To aid her work, she had a band of missionaries with her.

 

Mother Teresa Essay in 300 Words

*Mother Teresa Essay in Hindi – click here

Her work was a work of charity. It earned her world-wide recognition. In this great world of sufferings, the work done by Mother Teresa was a soothing and encouraging experience. She is a constant flame of goodness, even shining and never extinguishing. She is a great ray of hope for the poor and the downtrodden. The Kolkata people worship the great saint. She was an angel of compassion and peace. She was a pioneer of social service. She was a true friend of humanity.

Mother Teresa Essay in 300 Words

Mother Teresa Essay in 300 Words
Mother Teresa Essay in Hindi || मदर टेरेसा/assamstudyhub.com

Her long, sellless work of sixty-eight years right in the heart of Kolkata was remarkable. It was really a great personal sacrifice. Mother Teresa left the life of pleasure when she was a child of 12, since then, she had not looked back. She had been going from strength to strength. She was born for the benefit of shelterless children. Her work has been appreciated throughout the world. She was the first Indian woman to win the Nobel Prize for Peace. She had been given all the big awards of the world. May she live in the hearts of all to guide the suffering humanity.

Mother Teresa Essay in 300 Words

Assamese Essay Section – click here

IMPORTANT WEB-LINKS
✅ Official Website
Click Here
✅ WhatsApp Group For All HSLC Solutions
Click Here
✅ For Jobs Update Government job opportunities
Click Here
✅ Telegram Group
click here
✅ FaceBook Page 
click here

Mother Teresa Essay in 300 Words

Mother Teresa Essay in English for Students

 

 

Filed Under: English Essay Tagged With: asaam study hub, english essay

General Studies (History ); Part-1 || Mock Test For Assam Govt. Competitive Exams

December 27, 2023 by Souvik Leave a Comment

An MCQ based History Created by ASSAM STUDY HUB here; Test yourself that how good are you in English Grammar & try to enhance your knowledge. It will surely help you preparing for your competitive exams. General Studies (History ); Part-1 || Mock Test For Assam Govt. Competitive Exams

                  Taking mock tests will help you test your preparation level and evaluate your progress. You can identify your own strengths and weaknesses and work harder on the weak areas until you get it right. This is a great way to avoid mistakes in the actual exam     বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET  || Assam Police – click here               মক টেষ্ট লোৱাটোৱে আপোনাক আপোনাৰ প্ৰস্তুতিৰ স্তৰ পৰীক্ষা কৰাত আৰু আপোনাৰ অগ্ৰগতিৰ মূল্যায়ন কৰাত সহায় কৰিব। আপুনি নিজৰ শক্তি আৰু দুৰ্বলতা চিনাক্ত কৰিব পাৰে আৰু দুৰ্বল অঞ্চলবোৰত অধিক কঠোৰ পৰিশ্ৰম কৰিব পাৰে যেতিয়ালৈকে আপুনি ইয়াক সঠিকভাৱে নাপায়। প্ৰকৃত পৰীক্ষাত ভুলৰ পৰা হাত সাৰিবলৈ এইটো এটা ভাল উপায়। General Studies (History ); Part-1 || Mock Test For Assam Govt. Competitive Exams

General Studies (History ) Mock Test For Assam Govt. Competitive Exams
General Studies (History ) Mock Test For Assam Govt. Competitive Exams

 

53

Created on December 27, 2023
Social Science Mock test prepared for Assam Govt examinations

General Studies ( GS ) - History

An MCQ based General Studies i.e. history, Political, Geography, Economics . Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you in English Grammar & try to enhance your knowledge. It will surely help you preparing for your competitive exams.

1 / 15

Who was the founder of Nanda Dynasty ?

নন্দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ?

2 / 15

Which was the first capital of Magadha ?

মগধৰ প্ৰথম ৰাজধানী কোনখন আছিল ?

3 / 15

মহাভাৰতৰ যুদ্ধ কুৰুক্ষেত্ৰ  কিমান দিন যুদ্ধ কৰা বুলি বিশ্বাস কৰা হয়

4 / 15

In which year Harappan Civilization discovered ?

কোন বছৰত হৰপ্পান সভ্যতাই আৱিষ্কাৰ কৰিছিল ?

5 / 15

Bhimbetka is famous for 

ভীমবেটকা কাৰ বাবে বিখ্যাত

6 / 15

Who was the first to discover Harappan civilization

কোনে প্ৰথমে হৰপ্পান সভ্যতা আৱিষ্কাৰ কৰিছিল

7 / 15

Ibn Batuta came from which country

ইবন বাটুতা কোন দেশৰ পৰা আহিছিল

8 / 15

Hiuen Tsang  came to India during whose reign

Hiuen Tsang  ভাৰতলৈ আহিছিল কাৰ ৰাজত্বকালত

9 / 15

Fa-Hien was the resident of 

ফা-হিয়েন ক’ৰ বাসিন্দা আছিল  

10 / 15

Who authored " Ashtadhyayi "

"অষ্টধ্যায়ী" কোনে ৰচনা কৰিছিল।

11 / 15

TRIPITIKA is the religious text of

ত্ৰিপিটিক কোন ধৰ্মীয় গ্ৰন্থ  

12 / 15

Which VEDA gives the information about the culture of old vedic period ?

পুৰণি বৈদিক যুগৰ সংস্কৃতিৰ তথ্য কোনখন বেদত দিয়া হয় ?

13 / 15

National calendar of India is based on which era ?

ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জিকা কোন যুগৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে ?

14 / 15

What is the full form of AD, used with dates ?

খ্ৰীষ্টীয়ৰ ( AD ) সম্পূৰ্ণ ৰূপ কি

15 / 15

Saka Samvat has commenced in the reign of which king ?

কোনজন ৰজাৰ ৰাজত্বকালত Saka Samvat আৰম্ভ হৈছে ?

Your score is

The average score is 55%

LinkedIn Facebook VKontakte
0%

 

Join us on WhatsApp
click here
Create Your Free Demat Account on GROWW
click here

Filed Under: General Studies Tagged With: assamstudyhub, Test Series

English Grammar MOCK Test Part- 8 ( Adjectives )

December 23, 2023 by Souvik Leave a Comment

An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you in English Grammar & try to enhance your knowledge. It will surely help you preparing for your competitive exams. English Grammar MOCK Test Part- 8 ( Adjectives )

                  Taking mock tests will help you test your preparation level and evaluate your progress. You can identify your own strengths and weaknesses and work harder on the weak areas until you get it right. This is a great way to avoid mistakes in the actual exam    

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET  || Assam Police – click here

 

            মক টেষ্ট লোৱাটোৱে আপোনাক আপোনাৰ প্ৰস্তুতিৰ স্তৰ পৰীক্ষা কৰাত আৰু আপোনাৰ অগ্ৰগতিৰ মূল্যায়ন কৰাত সহায় কৰিব। আপুনি নিজৰ শক্তি আৰু দুৰ্বলতা চিনাক্ত কৰিব পাৰে আৰু দুৰ্বল অঞ্চলবোৰত অধিক কঠোৰ পৰিশ্ৰম কৰিব পাৰে যেতিয়ালৈকে আপুনি ইয়াক সঠিকভাৱে নাপায়। প্ৰকৃত পৰীক্ষাত ভুলৰ পৰা হাত সাৰিবলৈ এইটো এটা ভাল উপায়।English Grammar MOCK Test Part- 8 ( Adjectives )

English Grammar MCQ Test by assamstudyhub.com
English Grammar MCQ Test by assamstudyhub.com

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক English Grammar Mock Test ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক 

39

Created on December 23, 2023
English Grammar MCQ Test by assamstudyhub.com

English Grammar MCQ Test-8 ( Adjective)

An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you in English Grammar & try to enhance your knowledge. It will surely help you preparing for your competitive exams.

Chose the correct "ADJECTIVE" from the sentence

1 / 10

I have three kites

2 / 10

Whose house is this ? 

3 / 10

Mr. Sharma is an honest man

4 / 10

This is my pen

5 / 10

Each girl won a prize

6 / 10

Delhi is a large city

7 / 10

Raj is a tall boy

8 / 10

Shillong is beautiful place

9 / 10

This is an old house

10 / 10

Rose is red

Your score is

The average score is 49%

LinkedIn Facebook VKontakte
0%

 

 

 

Join us on WhatsApp
click here
Create Your Free Demat Account on GROWW
click here

Filed Under: English Grammar, MCQ Section Tagged With: assamstudyhub, Test Series

Mock Test Section

December 22, 2023 by Souvik Leave a Comment

              An MCQ based MOCK Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you  & try to enhance your knowledge. It will surely help you preparing for your competitive exams. Mock Test Series in Assamese , Mock Test Section Taking mock tests will help you test your preparation level and evaluate your progress. You can identify your own strengths and weaknesses and work harder on the weak areas until you get it right. This is a great way to avoid mistakes in the actual exam                              মক টেষ্ট লোৱাটোৱে আপোনাক আপোনাৰ প্ৰস্তুতিৰ স্তৰ পৰীক্ষা কৰাত আৰু আপোনাৰ অগ্ৰগতিৰ মূল্যায়ন কৰাত সহায় কৰিব। আপুনি নিজৰ শক্তি আৰু দুৰ্বলতা চিনাক্ত কৰিব পাৰে আৰু দুৰ্বল অঞ্চলবোৰত অধিক কঠোৰ পৰিশ্ৰম কৰিব পাৰে যেতিয়ালৈকে আপুনি ইয়াক সঠিকভাৱে নাপায়। প্ৰকৃত পৰীক্ষাত ভুলৰ পৰা হাত সাৰিবলৈ এইটো এটা ভাল উপায়।

Assam GK MCQ Test Series
Assam GK Test Series For Assam Police

  ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক  MOCK Test ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক, Mock Test Series in Assamese , Mock Test Section

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ|| Assam GK Test Series

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক Assam GK MOCK Test ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক

  1. Assam GK Part-1 – click here

  2. Assam GK Part-2 – click here
  3. Assam GK Part-3 – click here
  4. Assam GK Part-4 – click here
  5. Assam GK Part-5 – click here
  6. Assam GK Part-6 – click here
  7. Assam GK Part-7 – click here
  8. Assam GK Part-8 – click here
  9. Assam GK Part-9 – click here
  10. Assam GK Part-10 – click here
  11.  

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || Science Mock Test In Assamese

An MCQ based Science Gk Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you  & try to enhance your knowledge. It will surely help you preparing for your competitive exams. ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক Science Mock Test ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক & আপোনাৰ জ্ঞান, Mock Test Series in Assamese , Mock Test Section

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || Science Mock Test In Assamese
বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || Science Mock Test In Assamese

 

 

  1. Science Mock Test In Assamese Part -1 – click here
  2. Science Mock Test In Assamese Part -2 – click here
  3. Science Mock Test In Assamese Part -3 – click here
  4.  

                               English Grammar MOCK Test

 

          ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক English Grammar Mock Test ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক & আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ই আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত নিশ্চয় সহায় কৰিব; Mock Test Series in Assamese , Mock Test Section

English Grammar MCQ Test by assamstudyhub.com
English Grammar MCQ Test by assamstudyhub.com
  1. English Grammar MOCK Test-1  – click here
  2. English Grammar MOCK Test-2 – click here
  3. English Grammar MOCK Test- 3  – click here
  4. English Grammar MOCK Test-4  – click here
  5. English Grammar MOCK Test-5  – click here
  6. English Grammar MOCK Test-6( Articles )  – click here
  7. English Grammar MOCK Test-7 ( Articles ) – click here
  8. English Grammar MOCK Test Part- 8 ( Adjectives ) – click here
  9. English Grammar MOCK Test Part- 9 ( Preposition ) – click here

Filed Under: Test Series, APSC Section, Assam GK, English Grammar, বিজ্ঞান || Science Mock Test Tagged With: assamstudyhub, Test Series

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ|| Assam GK Test Series For Assam Police Part- 10

December 21, 2023 by Souvik Leave a Comment

An MCQ based Assam GK Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you  & try to enhance your knowledge. It will surely help you preparing for your competitive exams. সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ|| Assam GK Test Series For Assam Police Part- 10

Taking mock tests will help you test your preparation level and evaluate your progress. You can identify your own strengths and weaknesses and work harder on the weak areas until you get it right. This is a great way to avoid mistakes in the actual exam

মক টেষ্ট লোৱাটোৱে আপোনাক আপোনাৰ প্ৰস্তুতিৰ স্তৰ পৰীক্ষা কৰাত আৰু আপোনাৰ অগ্ৰগতিৰ মূল্যায়ন কৰাত সহায় কৰিব। আপুনি নিজৰ শক্তি আৰু দুৰ্বলতা চিনাক্ত কৰিব পাৰে আৰু দুৰ্বল অঞ্চলবোৰত অধিক কঠোৰ পৰিশ্ৰম কৰিব পাৰে যেতিয়ালৈকে আপুনি ইয়াক সঠিকভাৱে নাপায়। প্ৰকৃত পৰীক্ষাত ভুলৰ পৰা হাত সাৰিবলৈ এইটো এটা ভাল উপায়।

Assam GK MCQ Test Series
Assam GK Test Series For Assam Police

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক Assam GK MOCK Test ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক

105

Created on December 21, 2023
Assam GK MCQ Test Series

Assam GK Test Series Part - 10

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক Assam GK Test Series ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক & আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ই আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত নিশ্চয় সহায় কৰিব

1 / 16

অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?

2 / 16

ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?

3 / 16

 কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল ?

4 / 16

অসমৰ কাক Lion Man of Assam বুলি জনা যায়?

5 / 16

Himanta Biswa Sarma অসমৰ কিমান তম মুখ্যমন্ত্ৰী?

6 / 16

চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

7 / 16

২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

8 / 16

চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

9 / 16

কিমান চনত Assam Association গঠন হৈছিল?

10 / 16

Assam Association ৰ প্ৰথম সভাপতি কোন আছিল ?

11 / 16

ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?

12 / 16

ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত ?

13 / 16

ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ?

14 / 16

অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন ?

15 / 16

অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল ?

16 / 16

অসমৰ জাতীয় পক্ষী কি?

Your score is

The average score is 67%

LinkedIn Facebook VKontakte
0%

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ|| Assam GK Test Series For Assam Police Part- 10

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET  || Assam Police – click here

Filed Under: Assam GK Tagged With: asaam study hub, Test Series

Poco M6 5G Price in India All details in Hindi

December 20, 2023 by Souvik Leave a Comment

Poco M6 5G के भारत में 22 दिसंबर को लॉन्च होने की पुष्टि हो गई है। यह Poco M6 Pro 5G में शामिल हो जाएगा, जिसे इस साल मई में भारत में लॉन्च किया गया था। इससे पहले, कंपनी ने आगामी Poco M6 5G के डिज़ाइन को टीज़ किया था। बाद के टीज़र में, पोको ने कथित तौर पर फोन की कीमत सीमा को भी छेड़ा है और इसके प्रोसेसर विवरण की पुष्टि की है। पोको M6 5G को पहले भी Redmi 13C 5G का रीब्रांडेड संस्करण बताया गया है और इसलिए, समान स्पेसिफिकेशन साझा करने की उम्मीद है। Poco M6 5G Price in India All details in Hindi

कंपनी ने कथित तौर पर पोको कम्युनिटी पर एक टीज़र पोस्ट किया है, जिसे My Smart Price द्वारा देखा गया है, जिसमें आगामी पोको M6 5G की कीमत रुपये होने का संकेत दिया गया है। 9,4XX. इससे पता चलता है कि फोन की कीमत रुपये से कम होगी। देश में 10,000. इसे लिखे जाने तक, टीज़र उपरोक्त सामुदायिक पृष्ठ पर नहीं पाया जा सका। हालाँकि, फ्लिपकार्ट माइक्रोसाइट पर, हैंडसेट को “सबसे किफायती” 5G फोन बताया गया है, जिससे एक बार फिर पता चलता है कि फोन एक बजट 5G पेशकश होगी।

HIGHLIGHT of Poco M6 5G

Poco M6 5G मीडियाटेक डाइमेंशन 6100+ SoC द्वारा संचालित होगा

स्मार्टफोन में AI-समर्थित 50-मेगापिक्सल का डुअल रियर कैमरा यूनिट है

Poco M6 5G भारत में सबसे किफायती 5G हैंडसेट होने का दावा करता है

पोको इंडिया ने एक एक्स पोस्ट के माध्यम से यह भी पुष्टि की कि आगामी पोको एम6 5जी मीडियाटेक डाइमेंशन 6100+ चिपसेट द्वारा संचालित होगा। यह पहले के लीक के अनुरूप है जिसमें दावा किया गया था कि फोन एक रीब्रांडेड Redmi 13C 5G के रूप में लॉन्च होगा, जो उसी SoC द्वारा समर्थित है। अब तक, सोशल मीडिया टीज़र, साथ ही फ्लिपकार्ट माइक्रोसाइट से यह भी पता चलता है कि पोको M6 5G को दो रंग विकल्पों – गैलेक्टिक ब्लैक और ओरियन ब्लू में पेश किया जाएगा। Poco M6 5G Price in India All details in Hindi

Top 7 Life Insurance Companies in India – click here

Filed Under: Tech Times Tagged With: Tech Times

নৱকান্ত বৰুৱা || Nabakanta Barua Essay in Assamese

December 20, 2023 by Souvik Leave a Comment

নবকান্ত বৰুৱা (২৯ ডিচেম্বৰ ১৯২৬-১৪ জুলাই ২০০২) এজন বিশিষ্ট অসমীয়া ঔপন্যাসিক আৰু কবি আছিল। তেওঁক এখুদ কোকাইদেউ বুলিও জনা গৈছিল। ছিমা দত্ত হিচাপে তেওঁ প্ৰাথমিক জীৱনত বহু কবিতা লিখিছিল। ১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত বিদ্যালয় পৰিদৰ্শক আৰু পিছলৈ শিক্ষক নীলাকান্ত বৰুৱা আৰু স্বৰ্ণলতা বৰুৱাৰ ঘৰত জন্মগ্ৰহণ কৰে নবকান্ত বৰুৱা। তেওঁৰ তিনিজন ভাতৃ আছিল দেৱকান্ত, জীৱকান্ত আৰু শিৱকান্ত। ভাতৃদ্বয়ৰ ভিতৰত জ্যেষ্ঠ দেৱকান্ত বৰুৱা ভাৰতীয় জৰুৰীকালীন অৱস্থাত (১৯৭৫-১৯৭৭) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল আৰু ১৯৭১ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ১৯৭৩ চনৰ ৪ ফেব্ৰুৱাৰীলৈকে বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নৱকান্ত বৰুৱা || Nabakanta Barua Essay in Assamese

Assam Gk Mock Test – click here

ওচৰৰ স্কুল এখনত শিক্ষা আৰম্ভ কৰিছিল, তাৰ পিছত govt Mojolia school ত যোগদান কৰিছিল। ১৯৩৩ চনত নগাঁও চৰকাৰৰ ল’ৰাত তৃতীয় শ্ৰেণীত ভৰ্তি হয়, তাৰ পৰা ১৯৪১ চনত মেট্ৰিক সম্পূৰ্ণ কৰে।তাৰ পিছত কটন কলেজত নামভৰ্তি হয়, কিন্তু অসুস্থতাৰ বাবে দুবছৰ হেৰুৱালে। ১৯৪৩ চনত শান্তিনিকটন (কলকাতা)লৈ যায়। ১৯৪৭ চনত তেওঁ বি.এ. ইংৰাজী সন্মান লাভ কৰি ১৯৫৩ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা এম.এ. তেওঁ উত্তৰ প্ৰদেশত শিকোহাবাদত এ.কে কলেজত কাম কৰিছিল যদিও সেই বছৰতে তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত যোগদান কৰিছিল। ১৯৫৪ চনত কটন কলেজত যোগদান কৰি ১৯৬৪ চনলৈকে তাতেই কাম কৰে।১৯৬৪ চনৰ পৰা ১৯৬৭ চনলৈ অসম মধ্যম শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া হিচাপে কাম কৰে। ১৯৮৪ চনত ভাইচ প্ৰিন্সিপাল হিচাপে অৱসৰ গ্ৰহণ কৰি তেওঁ পুনৰ কটন কলেজত যোগদান কৰে। নৱকান্ত বৰুৱা || Nabakanta Barua Essay in Assamese



১৯৬৮ চনত অসম সাহিত্য সভাৰ ধিং অধিবাসনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৯০ চনত আছোম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতিত্ব কৰিছিল।২০০২ চনৰ ১৪ জুলাইত বৰুৱাৰ মৃত্যু হয়। ইতিহাসবিদ, শিক্ষক আৰু আধুনিক অসমীয়া সাহিত্যৰ প্ৰাৰম্ভিক ভাগত অসমৰ এজন ভাষাবিদ। তেওঁ চতুৰ্থ স্থানত আছিল

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

Filed Under: অসমীয়া ৰচনা, Notes And solutions Tagged With: asaam study hub, অসমীয়া ৰচনা

  • « Go to Previous Page
  • Page 1
  • Interim pages omitted …
  • Page 18
  • Page 19
  • Page 20
  • Page 21
  • Page 22
  • Interim pages omitted …
  • Page 53
  • Go to Next Page »

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Bodoland University B.Ed Admission 2026-27 June 20, 2026
  • My Favourite Book Essay for Class 10 June 17, 2026
  • JNV Jorhat Recruitment 2026: Walk-in Interview for Teachers Coaches & Other Posts June 17, 2026
  • A Visit to a Place of Historical Interest Essay for Class 10 June 14, 2026
  • Your Favourite Tourist Destination Essay June 14, 2026

Class-10 HSLC

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Assamese মুলভাৱ                            মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ […]

Class 10 Assamese Question Answer | SEBA HSLC ASSAMESE All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer  | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান Class 10 Assamese Question Answer | দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ If you are preparing for the HSLC 2026 Examination, then this page provides you with complete SEBA Class 10 Assamese Question Answers for all chapters based on the […]

More Posts from this Category

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

Loading Comments...