• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese

February 4, 2025 by Souvik Leave a Comment

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese

 



১) কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত?
উ÷নীলাচল পাহাৰত ।

২) কিমান চনত অসমৰ ৰাজধানী শ্বিলং ৰ পৰা দিশপুৰলৈ স্থানান্তৰ কৰা হয়?
উ÷১৯৭৩ চনত ।

৩) কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল?
উ÷১৯১৭ চনত ।

৪) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল?
উ÷শিৱসাগৰত ।

৫) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
উ÷পদ্মনাথ গোহাঞি বৰুৱা ।

৬)প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূলনায়িকা গৰাকী কোন আছিল ?
উওৰ=আইদেউ সন্দিকৈ ৷

৭) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুয়ে কোন দুখন ঠাইক সংলগ্ন কৰিছে?
উ÷পঞ্চৰত্ন আৰু যোগীঘোপা ।

৮) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উ÷লোকপ্ৰিয় গোপীনাথ বৰদলৈ ।

৯) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?
উ÷১৪৪৯ চনত ।

১০) মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল?
উ÷১৪৮৯ চনত ।

১১) প্ৰথম অসমীয়া বোলছবি”জয়মতী” কেতিয়া মুক্তি লাভ কৰিছিল?
উ÷১৯৩৫ চনৰ ১০ মাৰ্চ ।

১২) প্ৰথম অসমীয়া বোলছবি জয়মতী ৰ পৰিচালক কোন আছিল?
উ÷ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ।

১৩)অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়?
উ÷৩ চেপ্তেম্বৰ ।

১৪)অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয়?
উ÷ভোগেশ্বৰ বৰুৱা ।

১৫)ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল?
উ÷ ১৯৬৬ চনত ।

১৬) আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল?
উ÷পুৰন্দৰ সিংহ ।

১৭) কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল?
উ÷১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী ।

১৮) অসমৰ জাতীয় সংগীত”অ মোৰ আপোনাৰ দেশ’ প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত কৰা হৈছিল?
উ÷বাহী ।

১৯) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন?
উ÷বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য  ।

২০)  সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন?
উ÷যতীন্দ্ৰ নাথ দুৱৰা ।

২১)কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউয়েন চাং অসম (কামৰূপ)লৈ আহিছিল?
উ÷ভাস্কৰ বৰ্মন ।

২২) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
উ÷স্বৰ্গদেউ চাওলুং চুকাফা(১২২৮ খ্ৰীষ্টাব্দ) ।

100 General Knowledge Question Answer in Assamese

২৩) কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল?
উ÷১২৫৩ চনত ।

২৪) শৰাই ঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উ÷আহোম আৰু মোগলৰ মাজত (১৬৭১ চন) ।

২৫) শৰাই ঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল?
উ÷উদয়াদিত্য সিংহ ।

২৬) শৰাই ঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল?
উ÷লাচিত বৰফুকন ।

২৭) শৰাই ঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল?
উ÷ৰামসিংহ ।

২৮) মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল?
উ÷১৯২১ চনত ।

২৯) প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখন কি?
উ÷বনফুল(যতীন্দ্ৰ নাথ দুৱৰা) ।

৩০) প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰা গ্ৰন্থখন কি?
উ÷মৃতুঞ্জয়(বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য) ।

৩১) প্ৰথম অসমীয়া স্নাতক কোন?
উ÷আনন্দৰাম বৰুৱা।

৩২) ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা খন কি?
উ÷কাৰ্বি আংলং ।

৩৩) ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ সৰু জিলা খন কি?
উ÷দক্ষিণ শালমৰা আৰু মানকাচৰ ।

৩৪) বৰ্তমান অসমত মুঠ কেইখন জিলা আছে?
উ÷৩৪ খন ।

৩৫) ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল?
উ÷২০০৭ চনত ।

৩৬)গৰম পানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷কাৰ্বি আংলং ।

৩৭)গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷যোৰহাট ।

৩৮) সোনালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি?
উ÷চক্ৰশিলা ।

৩৯) গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উ÷১৯৭০ চনত ।

৪০) অসমৰ কোনখন চহৰক Manchester of Assam বুলি কোৱা হয়?
উ÷শুৱালকুছি ।

৪১) এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক’ত অৱস্থিত?
উ÷জাগীৰোড ।

৪২) গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত কৰা হৈছিল?
উ÷১৯৪৮ চনত ।

৪৩) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?
উ÷কৃষ্ণকান্ত সন্দিকৈ ।

৪৪) অসমৰ লোকসভাৰ সদস্য সংখ্যা কিমান?
উ÷১৪   ।

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese
১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese



৪৫) অসমৰ ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান?
উ÷৭     ।

৪৬) লক্ষ্মীনাথ বেজবৰুৱাক কোনে “ৰসৰাজ” উপাধি প্ৰদান কৰিছিল?
উ÷অসম সাহিত্য সভা(১৯৩১) ।

৪৭) অসমীয়া চলচ্চিত্ৰ”হালধীয়া চৰায়ে বাওধান খায়”কোনে পৰিচালনা কৰিছিল?
উ÷জাহ্নু বৰুৱা ।

৪৮) ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?
উ÷২.৩৯%  ।

৪৯) শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীত সমূহ কি ভাষাত লিখা হৈছিল?
উ÷ব্ৰজাৱলী  ।

৫০) পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল?
উ÷১৮৯৪ চনৰ ২৮ জানুৱাৰীত ।

৫১)স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল?
উ÷তৰুণৰাম ফুকন ।

৫২) আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উ÷১২২৮ খ্ৰীষ্টাব্দত ।

৫৩) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
উ÷স্বৰ্গদেউ চাওলুং চুকাফা ।

৫৪) অসমৰ প্ৰথম ক’ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল?
উ÷যোৰহাট ।

৫৫) স্বাধীনতা আন্দোলনৰ সময়ত কোনে “মৃত্যু বাহিনী” গঠন কৰিছিল?
উ÷পুষ্পলতা দাস ।

৫৬)কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল?
উ÷প্ৰমত্ত সিংহ ।

৫৭)”অসমীয়া সাহিত্যৰ বুৰঞ্জী” ৰ লেখক কোন?
উ÷দেৱেন্দ্ৰনাথ বেজবৰুৱা ।

৫৮)কাৰ নেতৃত্বত অসমত প্ৰথম ১৮২৮ চনত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল?
উ÷গোমধৰ কোঁৱৰ ।

৫৯)”India against Itself”গ্ৰন্থখনৰ লেখক কোন?
উ÷ড’সঞ্জীৱ বৰুৱা ।

৬০)কোন খন জিলাক অসমৰ পৰা পৃথক কৰি ১৯৪৭ চনত পূব পাকিস্তান( বৰ্তমান বাংলাদেশ)ৰ লগত চামিল কৰা হৈছিল?
উ÷ছিলেট ।

৬১) কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল?
উ÷ভাৰত ত্যাগ আন্দোলন ।

৬২) পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত?
উ÷ভাৰত আৰু ম্যানমাৰ ।

৬৩) অসমৰ কোনখন ঠাইক হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়?
উ÷ পঞ্চতীৰ্থ হাজো ।

৬৪) আহোম সকলে প্ৰথমতে ক’ত ৰাজধানী স্থাপন কৰিছিল?
উ÷চৰাইদেউ ।

৬৫) আহোম সকলৰ শেষ ৰাজধানী ক’ত অৱস্থিত?
উ÷যোৰহাট ।

৬৬) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?
উ÷৪৩০ বৰ্গকিলোমিটাৰ ।

৬৭) অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে?
উ÷কাৰ্বি আংলং ।

৬৮) পানী দিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷শিৱসাগৰ ।

৬৯)ড’ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল?
উ÷১৯৯২ চনত

৭০)মে-ডাম-মে-ফী কেতিয়া পালন কৰা হয়?
উ÷৩১ জানুৱাৰী ।

৭১) অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়?
উ÷১ অক্টোবৰ ।

৭২)বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
উ÷১৯৫২ চনত ।

100 General Knowledge Question Answer in Assamese

৭৩) অসমীয়া বোলছবি”শুকুন্তলা” কোনে পৰিচালনা কৰিছিল?
উ÷ড°ভূপেন হাজৰিকা ।

৭৪) জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি কি?
উ÷ইন্দ্ৰমালতী ।

৭৫)”ইন্দ্ৰমালতী” কিমান চনত মুক্তি লাভ কৰিছিল?
উ÷১৯৩৯ চনত ।

৭৬) লাচিত দিৱস কেতিয়া পালন কৰা হয়?
উ÷২৪ নৱেম্বৰ ।

৭৭)অসম দিৱস কেতিয়া পালন কৰা হয়?
উ÷২ ডিচেম্বৰ ।

৭৮) অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছে?
উ÷বৰপেটা, নলবাৰী আৰু কামৰূপ ।

৭৯)পোন প্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল?
উ÷মাধৱ কন্দলী ।

৮০) পোন প্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল?
উ÷ৰাম সৰস্বতী ।

৮১) ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস খনৰ নাম কি?
উ÷মিৰি-জিয়ৰী ।

৮২) ভক্তি-ৰত্নাৱলী কোনে ৰচনা কৰিছিল?
উ÷শ্ৰী শ্ৰীমাধৱদেৱ ।

৮৩) শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উ÷কীৰ্তনঘোষা ।

৮৪) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উ÷নামঘোষা ।

৮৫) অসমৰ সৈনিক স্কুল কোনখন ঠাইত অৱস্থিত?
উ÷ গোৱালপাৰা জিলাৰ মৰনৈ ।

৮৬) অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক’ত স্থাপন কৰা হৈছিল?
উ÷যোৰহাট ।

৮৭) অসমৰ”College of Fisheries Science” ক’ত অৱস্থিত?
উ÷ৰহা ।

৮৮)ঢলা-শদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?
উ÷লোহিত ।

৮৯) “বিহু সম্ৰাট” বুলি কোনজন ব্যক্তিক জনা যায়?
উ÷খগেন মহন্ত ।

৯০) অসমৰ কোনখন ঠাইক সত্ৰ-নগৰী হিচাপে জনা যায়?
উ÷বৰপেটা ।

৯১) c
উ÷হাফলং ।

৯২) অসমৰ কোনখন চহৰক”The Cultural Capital of Assam” বুলি কোৱা হয়?
উ÷ যোৰহাট ।

৯৩) অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয় খনৰ নাম কি?
উ÷জগন্নাথ বৰুৱা কলেজ, যোৰহাট ।

৯৪) কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰে?
উ÷২০১৬ চনৰ ৮ ছেপ্টেম্বৰ ।

৯৫) অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন মুক্ত হিচাপে ঘোষণা কৰা হৈছে?
উ÷মাজুলী ।

৯৬)UNESCO ৰ দ্বাৰা কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ (World Heritage Site) হিচাপে স্বীকৃতি দিয়া হৈছে?
উ÷১৯৮৫ চনত ।

৯৭) কিমান চনত BTC গঠন হৈছিল?
উ÷২০০৩ চনত ।

৯৮) নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷ কাৰ্বি আংলং ।

৯৯) শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল?
উ÷১৫৬৮ চনত ।

১০০)শ্ৰী শ্ৰীমাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল?
উ÷ ১৫৯৬ চনত

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading…

Related

Filed Under: সাধাৰণ জ্ঞান Tagged With: সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • KGBV Udalguri Recruitment 2026 – Assistant Teacher & Helper Cook Vacancy Under SSA Assam May 9, 2026
  • শংকৰদেৱ শিশু নিকেতন ৰঙিয়া || Sankardev Shishu Niketan Rangia Recruitment 2026 – Walk-in Interview May 9, 2026
  • Mother’s Pride School Dhemaji Recruitment 2026 – Mathematics Teacher Vacancy for Class 9 & 10 May 9, 2026
  • Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা May 9, 2026
  • SEBA Class 10 Assamese Chapter 2 Answers জিকিৰ মূলভাৱ প্ৰশ্ন উত্তৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ  May 6, 2026

Class-10 HSLC

Class 10 Assamese Question Answer | SEBA HSLC ASSAMESE All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer  | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান Class 10 Assamese Question Answer | দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ If you are preparing for the HSLC 2026 Examination, then this page provides you with complete SEBA Class 10 Assamese Question Answers for all chapters based on the […]

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

Loading Comments...

    %d