• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11
You are here: Home / Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala

Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala

Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala

January 8, 2022 by Souvik Leave a Comment

      || Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala ||

 

“বিশ্ব বিজয়ী নৱ জোৱান বিশ্ব বিজয়ী নৱ জোৱান শক্তি শালী ভাৰতৰ ওলাই আহা, ওলাই আহা সন্তান তুমি বিপ্লৱৰ।” Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala

                                 

                                  প্ৰেৰণাদায়ক এই গীত ফাঁকি শুনিলেই যি গৰাকী ব্যক্তিৰ প্ৰতিচ্ছবি মনত ভাঁহি উঠে সেইজনেই হল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় ৰ তামোল বা ৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰা জ্যোতি ৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী।জ্যোতি ৰ পূৰ্ব পুৰুষ ব্যৱসায়ৰ অভিপ্ৰায় ভাৰতৰ পশ্চিম দিশৰ ৰাজস্থানৰ পৰা অসমলৈ আহিছিল।পিছে উভতি নগল।ইয়াতে নিগাজী হল।অসমৰ মাটি পানীৰ লগতে ভাষা,জাতি,ধৰ্ম,সমাজ সবাক আঁকোৱালি ললে।এই পৰিয়ালৰ লোকে কেইবা পুৰুষ ধৰি সাহিত্য সংস্কৃতি ক্ষেত্ৰত যোগোৱা বৰঙণি অসমীয়া জাতিক এখোপ ওপৰলৈ তুলিলে। 

 

                জ্যোতিপ্ৰসাদৰ ককা দেউতাক হৰিবিলাস আগৰৱালাই লুপ্তপ্ৰায় হব ধৰা সাঁচি পতীয়া কীৰ্তন,নামঘোষা, গুণমালা,বৰগীত, গুৰুচৰিত আদি ছপা কৰি সাধাৰণ পাঠকৰ হাতত সুলভ মূল্যত তুলি দিছিল।চন্দ্ৰ কুমাৰ আগৰৱালাই ‘ জোনাকী ‘ কাকতৰ জৰিয়তে অসমীয়া সাহিত্যত নতুন ভাৱধাৰাৰ জোৱাৰ সৃষ্টি কৰিছিল।প্ৰতিমা আৰু ‘ বীণ বৰাগী ‘ নামৰ কবিতা পুথিৰ কাব্য জগতত নতুন ৰ পোহাৰ মেলিছিল।লগতে প্ৰকাশ কৰিছিল ‘ সাদিনীয়া অসমীয়া ‘ আৰু ‘ তিনিদিনীয়া অসমীয়া ‘ নামৰ দুখন কাকত।

Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala
Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala/assamstudyhub.com

                   ১৯২১ চনত হাইস্কুলীয়া শিক্ষাৰ অন্তত জ্যোতি প্ৰসাদ কলেজীয়া শিক্ষা লাভৰ বাবে কলিকতা পায়গৈ।পিছত তেওঁ বোলছবিৰ প্ৰতি আকৃষ্ট হৈ জাৰ্মান পালেগৈ ।

 

                     ভোলাগুৰি চাহ বাগিছাৰ দায়িত্ব লৈ কাম কৰি থাকোঁতেই ১৯৩৪ চনত সেই বাগিচাত ‘ চিত্ৰবন ‘ নাম দি প্ৰথম অসমীয়া ফিল্ম প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰে।ইয়াতে ‘ জয়মতী ‘ বোলছবিৰ চিত্ৰ গ্ৰহণ কৰা হয়।’ ইন্দ্ৰমালতী ‘ নামৰ আন এখন বোলছবি ও তেওঁ নিৰ্মাণ কৰি বোলছবি শিল্পক আগুৱাই নিয়ে।তেওঁ অসমত অসহযোগ আন্দোলন ত যোগ দি ১৫ মাহ সশ্ৰম কাৰাদণ্ড ভুগিছিল।১৯৫১ চনত মাত্ৰ ৪৮ বছৰ বয়সত এইজনা মহান ব্যক্তি ইহ সংসাৰ ত্যাগ কৰে।

  • Why Do we celebrate – গণৰাজ্য দিৱস || Republic Day || 26 January

                     জ্যোতি প্ৰসাদ আগৰৱালাই চমু কালতে অসমীয়া ভাষা , সাহিত্য ,কলা – কৃষ্টি , ৰাজনীতি ,সংগীত , চিনেমা , সমাজনীতি , সকলো ক্ষেত্ৰতে কালে মচিব নোৱাৰা অৱদান দি গৈছে।ছাত্ৰ অৱস্থাতে জ্যোতি এ ‘ শোণিত কুঁৱৰী ‘ নাট ৰচনা কৰে।সমাজ আৰু সংস্কৃতি লৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁক ‘ ৰূপ কোঁৱৰ ‘ আখ্যা দিয়া হৈছে।

Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala
Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala/assamstudyhub.com

                     মহাপুৰুষ শ্ৰী মন্ত শংকৰ দেৱে ধৰ্মৰ জাগৰণেৰে এখন সংস্কাৰ পূৰ্ণ সমাজ গঢ়াৰ মানস কৰিছিল।জ্যোতি প্ৰসাদ আগৰৱালাই ও প্ৰায় একে চিন্তাৰেই অসমীয়া জাতিক ন ৰূপত গঢ়ি , বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।

                    প্ৰতি বছৰে ১৭ জানুৱাৰীৰ জ্যোতি স্মৃতি দিৱস শিল্পী দিৱসৰূপে উৎযাপন কৰা কালত জ্যোতি প্ৰসাদৰ অমৰ বাণী বোৰ সঠিক ভাবে বাস্তৱত ৰূপায়ন কৰাৰ কথা প্ৰতিজন অসম প্ৰেমী যে চিন্তা কৰা উচিত।

Finacial Education in Assamese – click here

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala



Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

HSLC 2022 Examination Date and Time #seba #hslc

January 7, 2022 by Souvik Leave a Comment

Site icon
HSLC 2022 Examination Date and Time #seba #hslc

Filed Under: Class-10

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET

January 4, 2022 by Souvik Leave a Comment

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET

 

১) আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত হয়?
উত্তৰ:- ফাগুন মাহৰ প্ৰথম বুধবাৰে।

(২) ওমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- আহোমসকলৰ।

(৩) চ’মাংকান কোন জনগোষ্ঠীয় সংস্কৃতি ?
উত্তৰ:- কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।

(৪) বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে পালন কৰে?*
উত্তৰ:- বড়ো।

(৫) ফাৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ?
উত্তৰ:- ৰাভাসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।

(৬) বায়খো উৎসৱ কোন জনগোষ্ঠীৰ?
উত্তৰ:- ৰাভাসকলৰ।

(৭) খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।

(৮) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি?
উত্তৰ:- ‘বনকুৱৰী’। কবি চন্দ্ৰকুমাৰ আগৰৱালা।

(৯) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- ‘বনফুল’।

(১০) ‘বনফুলৰ’ কবি কোন?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।

*101 Assam Gk in Assamese – click here

(১১) প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?
উত্তৰ:- ৰাম-নৱমী।

(১২) অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি?
উত্তৰ:- হাফলং।

(১৩) অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি?*
উত্তৰ:- তেজপুৰ।

(১৪) ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি?*
উত্তৰ:- Rafale Fighter Jet.

(১৫) ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটোৰ নাম কি?*
উত্তৰ:- মোহনবাৰী বিমান বন্দৰ।

(১৬) হাৱা মহল ক’ত অৱস্থিত?*
উত্তৰ:- জয়পুৰত।

(১৭) প্ৰথম অসমীয়া বেৰিষ্টাৰ গৰাকী কোন আছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা।

(১৮) অসমৰ চিমেণ্ট কাৰখানা ক’ত আছে?
উত্তৰ:- বোকাজান।

(১৯) ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন?*
উত্তৰ:- সৰ্বপল্লী ৰাধাকৃষ্ণণ।

(২০) ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- এম ভেংকায়া নাইডু।

*English Grammar MCQ Test – Click here

(২১) বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন?( 2022)*
উত্তৰ:- অমিত শ্বাহ।

(২২) ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল।

(২৩) অৰ্জুন বঁটা ক’ত দিয়া হয়?*
উত্তৰ:- ক্ৰীড়াৰ ক্ষেত্ৰত।

(২৪) অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

(২৫) অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন?
উত্তৰ:- মনালিছা বৰুৱা।

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET
সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET/assamstudyhub.com

(২৬) স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভণি কৰা হয়?*
উত্তৰ:- ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট, নতুন দিল্লীত।

(২৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত ন’বেল বঁটা পাইছিল?*
উত্তৰ:- ১৯১৩ চনত।

(২৮) নগাঁৱৰ পুৰণি নাম কি?
উত্তৰ:- খাগৰিজান।

(২৯) এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

(৩০) প্ৰথম অসমীয়া আই. চি. এছ. (I.C.S.) বিষয়াজনৰ নাম কি?
উত্তৰ:- আনন্দৰাম বৰুৱা।

*Assamese Essay Section – click here

(৩১) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ:- পাৰ্বতী কুমাৰ গোস্বামী।

(৩২) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন?
উত্তৰ:- ড° সত্যেন্দ্ৰ নাথ শৰ্মা।

(৩৩) লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ:- ড° তিলোত্তমা গগৈ।

(৩৪) গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?
উত্তৰ:- তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।

(৩৫) মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ:- তেজপুৰত।

(৩৬) অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?
উত্তৰ:- বাংলাদেশ।

(৩৭) অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি?
উত্তৰ:- বৰাইল পাহাৰ।

(৩৮) অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?
উত্তৰ:- ধুবুৰী।

(৩৯) অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?
উত্তৰ:- শিলঘাট।

(৪০) অসমৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত আছে?
উত্তৰ:- দেৰগাঁওত।

*Assam Gk MCQ Test – click here

(৪১) অসমত সাৰ কাৰখানা ক’ত আছে?
উত্তৰ:- নামৰূপত।

(৪২) অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?
উত্তৰ:- বোকাজান।

(৪৩) কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ?
উত্তৰ:- সৰ্থেবাৰী।

(৪৪) অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়?
উত্তৰ:- চাবুৱা।

(৪৫) অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰে’ল ষ্টেচনটো কি?
উত্তৰ:- উত্তৰ কাছাৰ জিলাত থকা জাতিংগা।

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET
সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET/assamstudyhub.com

(৪৬) কেতিয়া অসমত প্ৰথম ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ:- ১৮৮২ চনত।

(৪৭) কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?*
উত্তৰ:- ১৯২১ চনত।

(৪৮) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ:- বসন্ত দাস।

(৪৯) অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ:- ১৮২৩ চনত।

(৫০) ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল?
উত্তৰ:- খৰ্গেশ্বৰ তালুকদাৰ

Filed Under: সাধাৰণ জ্ঞান Tagged With: asaam study hub, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Mother Teresa Essay in Hindi || मदर टेरेसा

January 4, 2022 by Souvik Leave a Comment

Mother Teresa Essay in Hindi || मदर टेरेसा

                         मदर टेरेसा एक महान व्यक्तित्व थी जिन्होंने अपना सारा जीवन गरीबों की सेवा में लगा दिया। वो पूरी दुनिया में अपने अच्छे कार्यों के लिये प्रसिद्ध हैं। वो हमारे दिलों में हमेशा जीवित रहेंगी क्योंकि वो एक सच्ची माँ की तरह थीं। वो एक महान किंवदंती थी तथा हमारे समय की सहानुभूति और सेवा की प्रतीक के रुप में पहचानी जाती हैं। वो एक नीले बाडर्र वाली सफेद साड़ी पहनना पसंद करती थीं। वो हमेशा खुद को ईश्वर की समर्पित सेवक मानती थी जिसको धरती पर झोपड़-पट्टी समाज के गरीब, असहाय और पीड़ित लोगों की सेवा के लिये भेजा गया था। उनके चेहरे पर हमेशा एक उदार मुस्कुराहट रहती थी।

उनका जन्म मेसेडोनिया गणराज्य के सोप्जे में 26 अगस्त 1910 में हुआ था और अग्नेसे ओंकशे बोजाशियु के रुप में उनके अभिवावकों के द्वारा जन्म के समय उनका नाम रखा गया था। वो अपने माता-पिता की सबसे छोटी संतान थी। कम उम्र में उनके पिता की मृत्यु के बाद बुरी आर्थिक स्थिति के खिलाफ उनके पूरे परिवार ने बहुत संघर्ष किया था। उन्होंने चर्च में चैरिटी के कार्यों में अपने माँ की मदद करनी शुरु कर दी थी। वो ईश्वर पर गहरी आस्था, विश्वास और भरोसा रखनो वाली महिला थी। मदर टेरेसा अपने शुरुआती जीवन से ही अपने जीवन में पायी और खोयी सभी चीजों के लिये ईश्वर का धन्यवाद करती थी। बहुत कम उम्र में उन्होंने नन बनने का फैसला कर लिया और जल्द ही आयरलैंड में लैरेटो ऑफ नन से जुड़ गयी। अपने बाद के जीवन में उन्होंने भारत में शिक्षा के क्षेत्र में एक शिक्षक के रुप में कई वर्षों तक सेवा की।

Mother Teresa Essay in Hindi || मदर टेरेसा
Mother Teresa Essay in Hindi || मदर टेरेसा/assamstudyhub.com

दार्जिलिंग के नवशिक्षित लौरेटो में एक आरंभक के रुप में उन्होंने अपने जीवन की शुरुआत की जहाँ मदर टेरेसा ने अंग्रेजी और बंगाली (भारतीय भाषा के रुप में) का चयन सीखने के लिये किया इस वजह से उन्हें बंगाली टेरेसा भी कहा जाता है। दुबारा वो कोलकाता लौटी जहाँ भूगोल की शिक्षिका के रुप में सेंट मैरी स्कूल में पढ़ाया। एक बार, जब वो अपने रास्ते में थी, उन्होंने मोतीझील झोपड़-पट्टी में रहने वाले लोगों की बुरी स्थिति पर ध्यान दिया। ट्रेन के द्वारा दार्जिलिंग के उनके रास्ते में ईश्वर से उन्हें एक संदेश मिला, कि जरुरतमंद लोगों की मदद करो। जल्द ही, उन्होंने आश्रम को छोड़ा और उस झोपड़-पट्टी के गरीब लोगों की मदद करनी शुरु कर दी। एक यूरोपियन महिला होने के बावजूद, वो एक हमेशा बेहद सस्ती साड़ी पहनती थी।

  • Assamese Essay – Birendra Kumar Bhattacharya 

अपने शिक्षिका जीवन के शुरुआती समय में, उन्होंने कुछ गरीब बच्चों को इकट्ठा किया और एक छड़ी से जमीन पर बंगाली अक्षर लिखने की शुरुआत की। जल्द ही उन्हें अपनी महान सेवा के लिये कुछ शिक्षकों द्वारा प्रोत्साहित किया जाने लगा और उन्हें एक ब्लैकबोर्ड और कुर्सी उपलब्ध करायी गयी। जल्द ही, स्कूल एक सच्चाई बन गई। बाद में, एक चिकित्सालय और एक शांतिपूर्ण घर की स्थापना की जहाँ गरीब अपना इलाज करा सकें और रह सकें। अपने महान कार्यों के लिये जल्द ही वो गरीबों के बीच में मसीहा के रुप में प्रसिद्ध हो गयीं। मानव जाति की उत्कृष्ट सेवा के लिये उन्हें सितंबर 2016 में संत की उपाधि से नवाजा जाएगा जिसकी आधिकारिक पुष्टि वेटिकन से हो गई है।

 

*Mother Teresa Essay in 300 Words –

    || Mother Teresa Essay in Hindi || मदर टेरेसा ||

 

                                 मदर टेरेसा सदी की महान और विनम्र आत्मा थीं। वह बहुत कम उम्र में भारत आई थीं, जीवन की शुरुआत में ही उन्होंने मानवता की सेवा करने का संकल्प लिया था। 80 वर्ष की उम्र में भी, उन्होंने गरीबों और निराश्रितों की सेवा में अपना दिल और आत्मा समर्पित कर दी। उन्होंने कोलकाता शहर को अपनी गतिविधि के क्षेत्र के रूप में चुना। उनके नेक काम में गरीब और बेसहारा बच्चों की मदद करना शामिल था। उन्होंने विकलांग लोगों का भी विशेष ध्यान रखा, उनका जन्म 1910 में यूरोप में हुआ था। वह बचपन से ही अत्यंत सहानुभूतिपूर्ण, दयालु और मासूम थी। वह एक नन बन गई। उन्होंने कोलकाता की मलिन बस्तियों में काम करना शुरू किया। उसके काम में मदद करने के लिए, उसके साथ मिशनरियों का एक दल था। 

  • 101 Assam GK – click here

दुखों की इस महान दुनिया में, मदर टेरेसा द्वारा किया गया कार्य एक सुखद और उत्साहजनक अनुभव था। वह एक है अच्छाई की निरंतर लौ, शाम की चमक और कभी बुझने वाली नहीं। वह गरीबों और दलितों के लिए आशा की एक महान किरण है। कोलकाता के लोग महान संत की पूजा करते हैं। वह करुणा और शांति की दूत थीं। वह समाज सेवा की अग्रणी थीं। वह मानवता की सच्ची मित्र थीं। कोलकाता के बीचोंबीच अड़सठ साल का उनका लंबा, बिना बिके काम उल्लेखनीय था। यह वास्तव में एक महान व्यक्तिगत बलिदान था।

Mother Teresa Essay in Hindi || मदर टेरेसा
Mother Teresa Essay in Hindi || मदर टेरेसा/assamstudyhub.com

मदर टेरेसा ने 12 साल की उम्र में आनंद का जीवन छोड़ दिया था, तब से तब, उसने पीछे मुड़कर नहीं देखा था। वह ताकत से ताकत की ओर जा रही थी। वह आश्रयहीन बच्चों के लाभ के लिए पैदा हुई थी। उनके काम की दुनिया भर में सराहना हुई है। वह शांति के लिए नोबेल पुरस्कार जीतने वाली पहली भारतीय महिला थीं। उसे सब बड़ा दिया गया था दुनिया के पुरस्कार। पीड़ित मानवता का मार्गदर्शन करने के लिए वह सभी के दिलों में निवास करें।

Filed Under: निबंध Tagged With: asaam study hub, निबंध

সাধাৰণ জ্ঞান ৷৷ Assam Gk

December 28, 2021 by Souvik Leave a Comment

সাধাৰণ জ্ঞান ৷৷ Assam Gk

 

1. ৫০ সাধাৰণ জ্ঞান – click here

২. ১০১ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ ।। 101 Assam Gk Questions And Answers – click here

৩. নোবেল বঁটা বিজয়ী ভাৰতীয় – click here

৪. ২৫ অসমৰ সাধাৰণ জ্ঞান ।। 25 Assam Gk – click here

5. First in India Male Personalities – click here

6. অসম আৰক্ষী প্ৰয়োজনীয় ২০ টা প্ৰশ্নোত্তৰ ।। Assam Police Important Questions And Answers – click here

7. 40 Most Important Assam GK For All Exam – click here

8. GK For ASSAM TET || EVS – click here

9. First In Assam – click here

10. List of Ahom Kings || আহোম স্বৰ্গদেউসকলৰ নাম – click here

11. List of Main Bridges of Assam || অসমৰ প্ৰধান সেতু – click here

12. List of NATIONAL PARKs of Assam – click here

13. Assam History Question Answers in Assamese – click here

14. 50 General Knowledge Questions About Human Body – click here

15. ২০২২ৰ কমনৱেলথ গেমছৰ ভাৰতৰ সম্পূৰ্ণ পদক তালিকা || List of India’s Medal winners at Commonwealth Games 2022 in Assamese – click here

16. 35 Assam Gk Question & Answer in Assamese – click here

17 . List of Important Years For All Competitive Exams – click here

18. অসমৰ সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া ব্যক্তিসকল আৰু গ্ৰন্থসমূহ  – click here

19. 60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE – click here

20. কাক কি বুলি জনা যায় জানোঁ আহঁক || Assamese GK – click here

Filed Under: সাধাৰণ জ্ঞান Tagged With: asaam study hub, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Assam Gk MCQ TEST Section

December 28, 2021 by Souvik Leave a Comment

Assam Gk MCQ TEST Section

  1. Assam Gk Test 1 – click here

Filed Under: MCQ Section

অসম আৰক্ষী ৷৷ Assam Police MCQ Test

December 26, 2021 by Souvik Leave a Comment

115
Created on December 26, 2021

Assam Gk || General Knowledge about Assam

অসম আৰক্ষী ৷৷ Assam Police MCQ Test

Assam Police MCQ Quiz

  • Assam GK - Click here
  • English Grammar MCQ Test - click here 
  • English Grammar Section in Assamese - click here

1 / 10

প্ৰশ্ন ১।অসমত কিমানটা পুলিচ ৰেঞ্জ আছে ?

2 / 10

2) 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল ?

3 / 10

3) গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল ?

4 / 10

4) স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল ?

5 / 10

5) অসম পুলিচৰ বৰ্তমান ষ্টেণ্ডাৰ্ড ইছ্যু (standard Issue) আগ্নেয়াস্ত্ৰ কি ?

6 / 10

6) বংগৰ শাসন কৰ্তা মহম্মদ বিন বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?

7 / 10

7) কোনজন আহোম ৰজাই‌ শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা-বাহন দিছিল ?

8 / 10

8) কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

9 / 10

9) অসম পুলিচে ব্যৱহাৰ কৰা ‘ৰায়ত control ‘ ( Riot Control) ৰ গাড়ী খনৰ নাম কি?

10 / 10

10) অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত ?

 

Your score is

The average score is 56%

LinkedIn Facebook VKontakte
0%

Filed Under: MCQ Section

অসম আৰক্ষী ৷৷ Assam Police Important Question Answers

December 25, 2021 by Souvik Leave a Comment

অসম আৰক্ষী ৷৷ Assam Police Important Question Answers

 

প্ৰশ্ন ১। অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত ?

উত্তৰ:- খ) উলুবাৰী

প্ৰশ্ন ২। অসম‌ আৰক্ষীৰ কিমানটা‌ I.R ( Indian Reserve) বেটেলিয়ন আছে?

উত্তৰ:- ঘ) ৯ টা

প্ৰশ্ন ৩। অসমত কিমানটা পুলিচ ৰেঞ্জ আছে ?

উত্তৰ:- ক) ৭ টা

প্ৰশ্ন ৪। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰ:- গ) মান্দাকাটা

প্ৰশ্ন ৫। 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল?

উত্তৰ:- গ) ৪ টা

প্ৰশ্ন ৬। আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি?

উত্তৰ:- ক) আছাম ৰাইফলছ

প্ৰশ্ন ৭। গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰ:- গ) ২০১৫ চনত

প্ৰশ্ন ৮। চতুৰ্থ অসম পুলিচ বেটেলিয়ন (APBN) ৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰ:- খ) গুৱাহাটী

প্ৰশ্ন ৯। স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল?

উত্তৰ:- ক) ৮,০০০ জন

প্ৰশ্ন ১০। অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল?

উত্তৰ:- ঘ) ১৯৯৬ চনত

» Assam police Exam Syllabus – click here

অসম আৰক্ষী ৷৷ Assam Police Important Question Answers
অসম আৰক্ষী ৷৷ Assam Police Important Question Answers

প্ৰশ্ন ১১। অসম পুলিচৰ বৰ্তমান ষ্টেণ্ডাৰ্ড ইছ্যু (standard Issue) আগ্নেয়াস্ত্ৰ কি?

উত্তৰ:- গ) ইনছাছ ৰাইফল

প্ৰশ্ন ১২। মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰোতে অসমৰ ৰজা কোন আছিল?

উত্তৰ:- গ) চন্দ্ৰকান্ত সিংহ

প্ৰশ্ন ১৩। বংগৰ শাসন কৰ্তা মহম্মদ বিন বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?

উত্তৰ:- খ) পৃথু

প্ৰশ্ন ১৪। বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কি?

উত্তৰ:- ক) সত্ৰ সমুহ

প্ৰশ্ন ১৫। কোনজন আহোম ৰজাই‌ শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা-বাহন দিছিল?

উত্তৰ:- গ) চুহুংমুং

» Assam Gk – click here

প্ৰশ্ন ১৬। আহোম সকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰিছিল?

উত্তৰ:- খ) মাওলুং ৰাজ্যত

প্ৰশ্ন ১৭। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ:- গ) ৰঘুদেৱ

প্ৰশ্ন ১৮। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল?

উত্তৰ:- খ) ১৫৮১ খ্ৰীঃ

প্ৰশ্ন ১৯। অসম পুলিচে ব্যৱহাৰ কৰা ‘ৰায়ত control ‘ ( Riot Control) ৰ গাড়ী খনৰ নাম কি?

উত্তৰ:- ক) বজ্ৰ

প্ৰশ্ন ২০। আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?

উত্তৰ:- গ) তাম্ৰধ্বজ নাৰায়ণ

Filed Under: সাধাৰণ জ্ঞান Tagged With: asaam study hub, assam careers, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Syllabus for Assam Police ৷৷ অসম আৰক্ষী চিলেবাছ

December 23, 2021 by Souvik Leave a Comment

Syllabus for Assam Police ৷৷ অসম আৰক্ষী চিলেবাছ

 

                           The State Level Police Recruitment Board (SLPRB) conducts the recruitment process for the post of Sub-Inspector in Assam Police every year. The Assam Police SI Recruitment includes various stages of selection such as Scrutiny of application form, Physical Measurement Test (PMT), written exam, Physical Efficiency Test (PET), Interview and Document Verification.

 

                       ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডে (SLPRB) প্ৰতি বছৰে অসম আৰক্ষীত উপ-পৰিদৰ্শক পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া পৰিচালনা কৰি আহিছে। অসম আৰক্ষী SI নিযুক্তিত বাছনিৰ বাবে বিভিন্ন পৰ্যায় অন্তৰ্ভুক্ত আছে যেনে Scurtiny of application (আবেদন প্ৰপত্ৰপৰীক্ষা), Physical Measurement Test-PET(শাৰীৰিক পৰিমাপ পৰীক্ষা), Written exam (লিখিত পৰীক্ষা) Physical Efficiency Test-PET(শাৰীৰিক দক্ষতা পৰীক্ষা) Interview (সাক্ষাৎকাৰ) আৰু Document Verification (দস্তাবেজ প্ৰমাণীকৰণ).

                 The recruited candidates will be posted in the state of Assam only. The Assam Police SI written exam is held at the last stage of the selection process. The candidates are advised to go through the syllabus for the written exam to plan out the best preparation strategy.

                     

               নিযুক্তি পোৱা প্ৰাৰ্থীসকলক কেৱল অসম ৰাজ্যত হে নিযুক্তি দিয়া হ’ব। অসম আৰক্ষীৰ SI লিখিত পৰীক্ষা বাছনি প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ত অনুষ্ঠিত হয়। প্ৰাৰ্থীসকলক সৰ্বশ্ৰেষ্ঠ প্ৰস্তুতি পৰিকল্পনা কৰিবলৈ লিখিত পৰীক্ষাৰ পাঠ্যক্ৰম পঢ়িবলৈ পৰামৰ্শ দিয়া হয়।

Syllabus for Assam Police ৷৷ অসম আৰক্ষী চিলেবাছ
Syllabus for Assam Police ৷৷ অসম আৰক্ষী চিলেবাছ

Assam Police SI 2022 Highlights

Here are the key points about the Assam Police SI Recruitment 2022:

  • Exam Name -Assam Police SI Exam
  • Conducting Body – Office of The Chairman, State Level Police Recruitment Board, Assam
  • Exam Level – StateExam
  • Exam Mode – Offline (OMR based)
  • Exam Duration – 3 hours
  • Language – Assamese and English
  • Exam Fees – There is no application fee
  • Exam Purpose – To recruit sub-inspectors of Assam police
  • Exam Helpdesk –  No.03612 970059
  • Official Website – www.slprbassam.in

||Assam Police SI Exam Pattern 2022||

              The Written Exam for the Assam Police Recruitment is held at the last stage of the selection process. Selection of the candidates will be based on Written Examination, Physical Efficiency Test, Document Verification/Physical standard Test and Final Merit List.

            The Assam Police SI written exam is an OMR Based written test that will be conducted for a total of 100 marks. Each question will comprise of 1 (one) mark and there will be 100 questions. A negative marking of ½ mark will be deducted for each wrong answer.

The Assam Police SI Exam Pattern is as follows:

                     Subjects          No. Of Questions                       Marks
       Logical Reasoning, Aptitude, Comprehension                         35                             35
Culture and History of India & Assam                          35                              35
General Knowledge                         30                               30 
                  Total                       100                            100

 

Assam Police SI Exam Syllabus 2022

The Assam Police SI paper will be split into three parts sections-

  • Aptitude, comprehension and Logical reasoning
  • Matters relating to the Culture and History and of Assam and India
  • General Knowledge

The subjects that need to be focused on for Assam Police SI written exam are:

  • General Knowledge
  • Reasoning
  • Mathematics
  • Assamese Language

Assam Police SI Syllabus: Reasoning

Emphasis should be given on the following topics in this section:

  • Similarities, Differences, Analogies,
  • Problem-solving, Space visualization,
  • Decision-making, Analysis and Judgment,
  • Observation, Relationship, Visual memory, Discrimination,
  • Concepts, Arithmetical reasoning
  • Arithmetical number series, Verbal and figure classification,
  • Arithmetical computations and other analytical functions
  • Seating Arrangements, Syllogistic reasoning

 Some of the important topics in this section are:

  • Logical Reasoning – Figural Analysis
  • Miscellaneous – Data Interpretation
  • Verbal & Non-Verbal Reasoning – Puzzles
  • Alphabetic Reasoning – Space Visualization
  • Arithmetical Reasoning – Coding-Decoding
  • Analogy – Direction test
  • Similarities and their uses – Problem Solving Techniques
  • Relationship – Data Analysis
  • Statement Conclusion – Arithmetic Reasoning

Assam Police SI Syllabus: Aptitude and Comprehension

Candidates need to emphasise the following topics in this section:

  • Focus on Venn Diagrams
  • Number Series, Problem Solving Techniques, Coding and de-coding,
  • Statement & Conclusion type questions
  • Arithmetic reasoning, non-verbal series, arithmetical number series

List of Assam Police SI Aptitude and Comprehension Topics :

  • Numbers System – Area
  • Geometry – Ratio and Proportion
  • Boat and Streams – Problems on Ages
  • Percentage – Volume
  • Trigonometry – Allegation or Mixture
  • Distance & Time – Partnership
  • Simple & Compound Interest – Discounts
  • Average – Time and Work
  • Profit and Loss – Simplification
  • HCF/LCM – Algebra
  • Height and Distance – Data Interpretations

Assam Police SI Syllabus: History and Culture of Assam and India

The topics that need to be studied for this section are:

  • History of Assam with emphasis on the various kingdom, their rules and achievements
  • History of India, pre and post-independence India
  • Major wildlife sanctuary and national park, major tourism (forts, palaces, caves, mausoleum, ancient notable and natural places etc.), major rivers, irrigation planning.
  • Major personalities of Assam (political, sportsmen, litterateur, artist, administration, author, social worker etc.)

Assam Police SI Syllabus: General Knowledge

The important topics for this section are as follows:

  • History, Geography and Socio-Economic development of Assam & India
  • Knowledge of current events of National and International importance
  • Modern History of India
  • Indian culture
  • Indian Economy
  • Geography of India
  • General Science
  • Current Affairs
  • Indian Polity

Syllabus for Assam Police ৷৷ অসম আৰক্ষী চিলেবাছ
Syllabus for Assam Police ৷৷ অসম আৰক্ষী চিলেবাছ

Conclusion

          The Assam Police SI Written exam is the last stage of the selection process and is very crucial. The candidates must go through the exam pattern and syllabus and prepare for the exam with dedication.

সামৰণি

              অসম আৰক্ষীৰ SI লিখিত পৰীক্ষা হৈছে বাছনি প্ৰক্ৰিয়াৰ একেবাৰে অন্তিম পৰ্যায় আৰু ই অতি গুৰুত্বপূৰ্ণ। প্ৰাৰ্থীসকলে পৰীক্ষাৰ সকলোবোৰ আৰ্হি আৰু পাঠ্যক্ৰম ভালদৰে বুজি লব লাগিব আৰু নিষ্ঠাৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিব লাগিব।

 

 

Notification For Assam police : click here

 

Filed Under: Jobs Section, Exam Syllabus Tagged With: asaam study hub, assam careers, Assam jobs

Assam Job Mela | | অসমৰ বিভিন্ন জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰৰ অহাকালিৰ পৰা চাকৰি মেলা অনুষ্ঠিত হব।

December 22, 2021 by Souvik Leave a Comment

Assam Job Mela 2021 

           The Directorate of Employment & Craftsmen Training (DECT), Assam organizes Job Mela / Rozgar Mela from time to time in various locations across Assam for benefit of the jobseekers.

Again this year Govt. of Assam has decided to organize JOB Mela in all districts of Assam. These melas will be held mostly at district quarters. 

অসমৰ বিভিন্ন জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত অহাকালিৰ পৰা চাকৰি মেলা অনুষ্ঠিত হব।

অৰ্হতা: মেট্ৰিক, HS, ITI, Degree, B.Tech. B.Pharm. etc

জিলা অনুসৰি চাকৰি মেলাৰ স্থান আৰু সময় চাওক

Job fairs are being held by the Skill, Employment & Entrepreneurship Department for the underemployed youth in different districts.

Interested candidates may visit their nearest centres in their respective districts to appear in the walk-in interview.

रोजगार मेलों का आयोजन कौशल, रोजगार एवं
विभिन्न में बेरोजगार युवाओं के लिए उद्यमिता विभाग
जिलों.

इच्छुक उम्मीदवार अपने निकटतम केंद्रों पर जा सकते हैं
संबंधित जिलों को वॉक-इन इंटरव्यू में उपस्थित होना है।

 

 

 

Filed Under: Jobs Section Tagged With: asaam study hub, assam careers, Assam jobs

  • « Go to Previous Page
  • Page 1
  • Interim pages omitted …
  • Page 32
  • Page 33
  • Page 34
  • Page 35
  • Page 36
  • Interim pages omitted …
  • Page 50
  • Go to Next Page »

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • মাঘ বিহু কিয় উদযাপন কৰা হয় অসমত ? ভোগালী বিহুৰ তাৎপৰ্য আৰু উদযাপন January 4, 2026
  • New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ December 25, 2025
  • Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December December 22, 2025
  • মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese October 30, 2025
  • মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer October 28, 2025

Class-10 HSLC

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

 

Loading Comments...