Assam Gk MCQ TEST Section
- Assam Gk Test 1 – click here
A Store For Every Student's Need.
Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.
প্ৰশ্ন ১। অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত ?
উত্তৰ:- খ) উলুবাৰী
প্ৰশ্ন ২। অসম আৰক্ষীৰ কিমানটা I.R ( Indian Reserve) বেটেলিয়ন আছে?
উত্তৰ:- ঘ) ৯ টা
প্ৰশ্ন ৩। অসমত কিমানটা পুলিচ ৰেঞ্জ আছে ?
উত্তৰ:- ক) ৭ টা
প্ৰশ্ন ৪। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ:- গ) মান্দাকাটা
প্ৰশ্ন ৫। 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল?
উত্তৰ:- গ) ৪ টা
প্ৰশ্ন ৬। আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি?
উত্তৰ:- ক) আছাম ৰাইফলছ
প্ৰশ্ন ৭। গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- গ) ২০১৫ চনত
প্ৰশ্ন ৮। চতুৰ্থ অসম পুলিচ বেটেলিয়ন (APBN) ৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ:- খ) গুৱাহাটী
প্ৰশ্ন ৯। স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল?
উত্তৰ:- ক) ৮,০০০ জন
প্ৰশ্ন ১০। অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ঘ) ১৯৯৬ চনত
» Assam police Exam Syllabus – click here

প্ৰশ্ন ১১। অসম পুলিচৰ বৰ্তমান ষ্টেণ্ডাৰ্ড ইছ্যু (standard Issue) আগ্নেয়াস্ত্ৰ কি?
উত্তৰ:- গ) ইনছাছ ৰাইফল
প্ৰশ্ন ১২। মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰোতে অসমৰ ৰজা কোন আছিল?
উত্তৰ:- গ) চন্দ্ৰকান্ত সিংহ
প্ৰশ্ন ১৩। বংগৰ শাসন কৰ্তা মহম্মদ বিন বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?
উত্তৰ:- খ) পৃথু
প্ৰশ্ন ১৪। বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কি?
উত্তৰ:- ক) সত্ৰ সমুহ
প্ৰশ্ন ১৫। কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা-বাহন দিছিল?
উত্তৰ:- গ) চুহুংমুং
» Assam Gk – click here
প্ৰশ্ন ১৬। আহোম সকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰিছিল?
উত্তৰ:- খ) মাওলুং ৰাজ্যত
প্ৰশ্ন ১৭। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:- গ) ৰঘুদেৱ
প্ৰশ্ন ১৮। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল?
উত্তৰ:- খ) ১৫৮১ খ্ৰীঃ
প্ৰশ্ন ১৯। অসম পুলিচে ব্যৱহাৰ কৰা ‘ৰায়ত control ‘ ( Riot Control) ৰ গাড়ী খনৰ নাম কি?
উত্তৰ:- ক) বজ্ৰ
প্ৰশ্ন ২০। আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?
উত্তৰ:- গ) তাম্ৰধ্বজ নাৰায়ণ
The State Level Police Recruitment Board (SLPRB) conducts the recruitment process for the post of Sub-Inspector in Assam Police every year. The Assam Police SI Recruitment includes various stages of selection such as Scrutiny of application form, Physical Measurement Test (PMT), written exam, Physical Efficiency Test (PET), Interview and Document Verification.
ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডে (SLPRB) প্ৰতি বছৰে অসম আৰক্ষীত উপ-পৰিদৰ্শক পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া পৰিচালনা কৰি আহিছে। অসম আৰক্ষী SI নিযুক্তিত বাছনিৰ বাবে বিভিন্ন পৰ্যায় অন্তৰ্ভুক্ত আছে যেনে Scurtiny of application (আবেদন প্ৰপত্ৰপৰীক্ষা), Physical Measurement Test-PET(শাৰীৰিক পৰিমাপ পৰীক্ষা), Written exam (লিখিত পৰীক্ষা) Physical Efficiency Test-PET(শাৰীৰিক দক্ষতা পৰীক্ষা) Interview (সাক্ষাৎকাৰ) আৰু Document Verification (দস্তাবেজ প্ৰমাণীকৰণ).
The recruited candidates will be posted in the state of Assam only. The Assam Police SI written exam is held at the last stage of the selection process. The candidates are advised to go through the syllabus for the written exam to plan out the best preparation strategy.
নিযুক্তি পোৱা প্ৰাৰ্থীসকলক কেৱল অসম ৰাজ্যত হে নিযুক্তি দিয়া হ’ব। অসম আৰক্ষীৰ SI লিখিত পৰীক্ষা বাছনি প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ত অনুষ্ঠিত হয়। প্ৰাৰ্থীসকলক সৰ্বশ্ৰেষ্ঠ প্ৰস্তুতি পৰিকল্পনা কৰিবলৈ লিখিত পৰীক্ষাৰ পাঠ্যক্ৰম পঢ়িবলৈ পৰামৰ্শ দিয়া হয়।

Here are the key points about the Assam Police SI Recruitment 2022:
The Written Exam for the Assam Police Recruitment is held at the last stage of the selection process. Selection of the candidates will be based on Written Examination, Physical Efficiency Test, Document Verification/Physical standard Test and Final Merit List.
The Assam Police SI written exam is an OMR Based written test that will be conducted for a total of 100 marks. Each question will comprise of 1 (one) mark and there will be 100 questions. A negative marking of ½ mark will be deducted for each wrong answer.
The Assam Police SI Exam Pattern is as follows:
| Subjects | No. Of Questions | Marks |
| Logical Reasoning, Aptitude, Comprehension | 35 | 35 |
| Culture and History of India & Assam | 35 | 35 |
| General Knowledge | 30 | 30 |
| Total | 100 | 100 |
The Assam Police SI paper will be split into three parts sections-
The subjects that need to be focused on for Assam Police SI written exam are:
Emphasis should be given on the following topics in this section:
Some of the important topics in this section are:
Candidates need to emphasise the following topics in this section:
List of Assam Police SI Aptitude and Comprehension Topics :
The topics that need to be studied for this section are:
The important topics for this section are as follows:

The Assam Police SI Written exam is the last stage of the selection process and is very crucial. The candidates must go through the exam pattern and syllabus and prepare for the exam with dedication.
সামৰণি
অসম আৰক্ষীৰ SI লিখিত পৰীক্ষা হৈছে বাছনি প্ৰক্ৰিয়াৰ একেবাৰে অন্তিম পৰ্যায় আৰু ই অতি গুৰুত্বপূৰ্ণ। প্ৰাৰ্থীসকলে পৰীক্ষাৰ সকলোবোৰ আৰ্হি আৰু পাঠ্যক্ৰম ভালদৰে বুজি লব লাগিব আৰু নিষ্ঠাৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিব লাগিব।
Notification For Assam police : click here
The Directorate of Employment & Craftsmen Training (DECT), Assam organizes Job Mela / Rozgar Mela from time to time in various locations across Assam for benefit of the jobseekers.
Again this year Govt. of Assam has decided to organize JOB Mela in all districts of Assam. These melas will be held mostly at district quarters.

অসমৰ বিভিন্ন জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত অহাকালিৰ পৰা চাকৰি মেলা অনুষ্ঠিত হব।
অৰ্হতা: মেট্ৰিক, HS, ITI, Degree, B.Tech. B.Pharm. etc
জিলা অনুসৰি চাকৰি মেলাৰ স্থান আৰু সময় চাওক

Job fairs are being held by the Skill, Employment & Entrepreneurship Department for the underemployed youth in different districts.
Interested candidates may visit their nearest centres in their respective districts to appear in the walk-in interview.

रोजगार मेलों का आयोजन कौशल, रोजगार एवं
विभिन्न में बेरोजगार युवाओं के लिए उद्यमिता विभाग
जिलों.
इच्छुक उम्मीदवार अपने निकटतम केंद्रों पर जा सकते हैं
संबंधित जिलों को वॉक-इन इंटरव्यू में उपस्थित होना है।

Assam Police Recruitment Board,
Last Date: 12 & 21/01/2022.
State Level Police Recruitment Board, Assam has released two employment notifications for the recruitment of 2450 Constable (AB) and 320 Sub Inspector vacancy for newly created Assam Commando Battalions. Interested and eligible candidates may apply online for these vacancy.
राज्य स्तरीय पुलिस भर्ती बोर्ड, असम ने नव निर्मित असम कमांडो बटालियन के लिए 2450 कांस्टेबल (एबी) और 320
सब इंस्पेक्टर रिक्ति की भर्ती के लिए दो रोजगार अधिसूचनाएं जारी की हैं। इच्छुक और योग्य उम्मीदवार इन रिक्तियों
के लिए ऑनलाइन आवेदन कर सकते हैं।

आयु सीमा: उम्मीदवारों की आयु 01-01-2021 को 18 से 21 वर्ष के बीच होनी चाहिए (यानी उम्मीदवार का
जन्म 01.01.2003 को या उससे पहले और 01.01.2000 को या उसके बाद होना चाहिए)
Educational Qualification:
» HSLC or Equivalent examination passed from a recognized Board or Council.
» In addition for the posts of Constable (Nursing), Nursing Diploma is necessary.
आयु सीमा: उम्मीदवार की आयु 01-01-2021 को 24 वर्ष से अधिक और 20 वर्ष से कम नहीं होनी चाहिए
(उम्मीदवार का जन्म 01-01-2001 को या उससे पहले और 01-01-1997 को या उसके बाद होना चाहिए)।
Nationality: Candidates must be Indian citizens, permanent resident of Assam.
Employment Exchange Registration: Candidates must register his/ her name with a local Employment Exchange in Assam.
Local Language Proficiency: Candidates must speak Assamese or any other state language fluently.
Age Relaxation: Category-wise upper age limit relaxation is as mentioned below
» SC/ST(H)/ST(P): 5 (five) years
» OBC/ MOBC: 3 (three) years
» National and International sports person: 3 (three) years
Interested and eligible candidates may apply online for these vacancy by visiting official SLPRB Recruitment Portal. Candidates may follow below mentioned steps to apply online.
» Click on the “Online Application“ and complete the registration process by clicking “New Registration“.
» In the next stage, click on “Online Application“ Link and Login.
» Fill your all personal and educational details and upload necessary documents.
» At the end, submit the form.
» Don’t forget to take a print out of the application form .

Candidates need to upload following documents (as applicable) along with online application form –
i) Passed certificate of HSLC or equivalent examination.
ii) Mark sheet of HSLC or equivalent examination.
iii) Admit card of HSLC or equivalent examination for proof of Age.
iv) Employment Exchange registration number.
v) Certificate of Sports person to avail 5% reservation of posts & age relaxation .
vi) Caste Certificate from the Competent Authority.
vii) Permanent Residential Certificate.
viii) Transgender Certificate issued by Competent Authority, if any.
ix) EWS certificate from Competent Authority, if any.
x) Passport Size Photograph.
xi) Signature .
* Passport Size Photograph: The maximum file size is 450 kb.
* Signature: The maximum file size is 100 kb.
* Other Documents: The maximum file size is 300 kb.
* Starting date of submission of online application: 13th December 2021 (Constable)
* Last date of submission of online application: 12th January 2022 (Constable)
| Online Application | Constable | | Sub Inspector |
| Official Website |
Click Here |
বৰ্তমান যুগত মানুহক বৰকৈ আতংকিত কৰা যি কেইটা ৰোগ আছে তাৰ ভিতৰত এটা হৈছে এইডছ ৰোগ। ইংৰাজীত মূল Acquired Immune Deficiency Syndrome ৰ সংক্ষিপ্ত ৰূপ AIDS । এই ৰোগত আক্ৰান্ত হলে মৃত্যু অনিবাৰ্য।কাৰণ এই ৰোগ নিৰাময় কৰা ফলপ্ৰসূ ঔষধৰ এতিয়াও অভাৱ। ৰোগে দেখা দিয়াৰ পিছত এজন মানুহৰ দেহে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাৰ ওপৰতে ৰোগীৰ জীৱনকাল নিৰ্ভৰ কৰে।
মাৰাত্মক এই ৰোগৰ উৎপত্তি হয় এবিধ বীজাণুৰ পৰা।এই বীজাণু বা ভাইৰাছৰ নাম হল Human Immuno Deficiency Virus চমুকৈ কোৱা হয় HIV বুলি ।এইবোৰ ভাইৰাছ এজনৰ দেহৰ পৰা আন এজনলৈ বিয়পিব পাৰে।এই বীজাণু য়ে মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমাবলৈ ধৰে।সেই অৱস্থাত আন কেত বোৰ ৰোগে শৰীৰত দেখা দিব পাৰে।তেতিয়াই ভগ্নষ্টোপত পৰিণত হয় মানুহৰ দেহা।

এই ৰোগ ১৯৮১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰে।অস্বাভাৱিক যৌন জীৱন যাপন কৰা কিছুমান লোকৰ গাঢ় তেজত।১৯৮৩ চনত পেৰিছৰ হম এণ্ড ড্ৰাগ পেষ্টিওৰ ইনষ্টিটিউট ৰ ডাক্তৰ লক মানটেগাৰে এই ৰোগৰ বীজাণু আৱিষ্কাৰ কৰি চিকিৎসা জগতত আলোৰণ সৃষ্টি কৰে। ব্যভিচাৰী জীৱন,পৰীক্ষা নকৰা তেজ গ্ৰহণ,ড্ৰাগছ আসক্ত সকলে বেজীৰে নিচাযুক্ত ঔষধ গ্ৰহণ এইবোৰ সাধাৰণতে এই ৰোগ সংক্ৰমিত হোৱাৰ পথ পশস্ত কৰে।
এইডছ ত আক্ৰান্ত লোকৰ গাত কিছুমান চিন পৰিস্ফুত হয়।যেনে – দেহৰ ওজন কমি যোৱা,পনীয়া শৌচ বা গ্ৰহণী হোৱা, অস্বাভাৱিক জ্বৰ হোৱা ,ছালৰ খজুৱতি হোৱা,বেছিদিন কাহত ভুগি থকা, শৰীৰৰ কিছুমান গ্ৰন্থী ফুলি উঠা,খাদ্যনলী ত ঘা হোৱা,গা ৰ বিষ হোৱা ইত্যাদি।
Assamese Essay Section – click here
এইডছ ৰোগৰ পোনপটীয়া চিকিৎসা পদ্ধতি এই পৰ্যন্ত উদ্ভাৱন হোৱা নাই যদিও এই ৰোগৰ বাবে দেহত দেখা দিয়া আন ৰোগবোৰৰ নিৰাময়ৰ ব্যৱস্থা আছে।এই ৰোগৰ প্ৰধান ঔষধ হৈছে প্ৰতিৰোধ । অবাঞ্চনীয় কৰ্মৰ বাবে যাতে ৰোগৰ ভাইৰাছ দেহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সাৱধান হব লাগে।
ভয়াবহ এইডছ ৰোগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ১৯৮৮ চনৰ জানুৱাৰী মাহত বিশ্বৰ প্ৰায়বোৰ দেশৰ স্বাস্থ্য মন্ত্ৰী সকলক মিলিত হৈ কেতবৰ আঁচনি গ্ৰহণ কৰে।ইয়াৰে এটা হৈছে – ১ ডিচেম্বৰ দিনটো বিশ্ব এইডছ দিৱস ৰূপে পালন।এই দিৱসৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ মাজত এইডছ ৰোগ সম্বন্ধে সজাগতা বৃদ্ধি কৰা।

প্ৰতিবছৰে একোটা নতুন ধ্বনিৰে এই ৰোগৰ বিষয়ে মানুহৰ মন আকৰ্ষণৰ ব্যৱস্থা কৰা হয়।২০২১বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ ধ্বনি হৈছে – ” অসমতা সমাপ্ত কৰক, এইডছ সমাপ্ত কৰক। ” (End inequalities. End AIDS) ৰঙা ফিটা হৈছে এইডছ ৰোগৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক।
অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি ( ASACS ) ৰ অনুমান অনুসৰি অসমৰ ২৫,০৭৩ জন লোক এইচ আই ভি পজিটিভ ৷ প্ৰতিবেদন অনুসৰি ২৫,০৭৩ জন পিএলএইচআইভিৰ ভিতৰত তিনি শতাংশ শিশু আৰু ৪৫ % পি এল এইচআইভি মহিলা। বিশ্ব এইডছ দিৱসৰ সন্মানত বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত আছাক্সে MACO HIY Estimation Report 2021 ৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে অসমৰ এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ০.০৯ শতাংশ , যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ০.২১ শতাংশতকৈ কম ৷ ৰাজ্যখনৰ ১০,৭৬৫ জন ব্যক্তিয়ে এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী ( এ আৰ টি ) গ্ৰহণ কৰাৰ বাবে বৰ্তমান জীয়াই আছে ৷ লগতে অসম ৰাজ্যিক এইডছ কণ্ট্ৰল ছ’চাইটিয়ে অসমৰ ভিতৰতে গুৱাহাটীত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা সৰ্বাধিক বুলি প্ৰকাশ কৰিছে ৷ কামৰূপ ( মহানগৰ ) জিলাত ৭৬১০টা , কাছাৰত ৫২০০টা , নগাঁৱত ১৬০২টা আৰু ডিব্ৰুগড়ত ১৪০২টা ঘটনা সংঘটিত হৈছে ৷ প্ৰতিবেদন অনুসৰি , অসমত এইচ আই ভি সংক্ৰমণৰ ৮১.৬৩ শতাংশ বিষমযৌন সম্পৰ্কৰ , তাৰ পিছতে সমকামী সম্পৰ্ক ( ৪.৬১ শতাংশ ) আৰু পিতৃ – মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণ ( ৪.৭৬ শতাংশ ) লগতে এইচ আই ভি সংক্ৰমিত চিৰিঞ্জ আৰু বেজী ( ৫.৫৪ শতাংশ ) , তেজ সঞ্চালন (০.৮৫ শতাংশ), আৰু নিৰ্দিষ্ট পৰিমাণে (২.৬১ শতাংশ)।
Introduction :-Newspapers are of great importance to modern life. Newspapers are the records of Current affairs. A man can do without his breakfast but he can’t do without newspaper. It he doesn’t get newspaper in the morning he feels very much uneasy. No civilised country or government can go on without newspapers now-a-days newspaper is the medium through Which public opinion finds expression Various items. of news
are published in the newspaper. All classes of men like businessmen, teachers, students, lawyers merchants, players,
and some items in the newspaper that may interest them.
Newspapers give us news of far and near on all matters. Thus it is very important in the life of a civilised nation today.
English Grammar MCQ Test Series – click here
Kinds of Newspaper :- There were no newspapers in India before the British came. Official notices were issued by
beating of drums and no definite information about the far- off parts of the country was available. Now there are different classes of newspaper they are dailies, Weeklies, bi-weeklies etc. Daily newspapers have been most popular now-a-days.
The weeklies and bi-weeklies also attract us with valuable and scholarly articles published in them.

The use of Newspaper :- We can’t think of living now-a-days without newspaper It’s considered to be as useful and necessary as food. People of any profession feel the need of going through the headlines of a newspaper after breakfast.
অসমীয়া, যাক স্থানীয় ভাষাত “অসমীয়া” বুলি কোৱা হয়, অসমৰ চৰকাৰী ভাষা। এই ভাষাটো ভাৰতবৰ্ষৰ পূব-উত্তৰ কোণত অৱস্থিত এখন সমৃদ্ধ সাংস্কৃতিক ৰাজ্য অসমৰ অন্যতম গৌৰৱ। অসমীয়া ভাষা ইণ্ড’-আৰ্য শাখাৰ অন্তৰ্গত আৰু ইয়াৰ সাহিত্যিক ইতিহাস ১৩শ শতিকাৰ পৰা আৰম্ভ হৈছে। এই ভাষা কেৱল সংযোগৰ উপায় নহয়, ই অসমৰ মানুহৰ মূল্যবোধ, পৰম্পৰা আৰু পৰিচয় বহন কৰা এক মাধ্যম।
অসমীয়া লিপি পূব নগৰী লিপিৰ পৰা উদ্ভৱ হোৱা, যিটো বঙালী লিপিৰ দৰে লাগিলেও তাৰ নিজৰ বৈশিষ্ট্য আছে। অসমীয়া সাহিত্য বিভিন্ন যুগত বিকাশ পাইছে। শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঞিৰ দৰে মহান সাহিত্যিকসকলে অসমীয়া ভাষাক সমৃদ্ধ কৰি গৈছে। শঙ্কৰদেৱৰ বৰগীত, অংকীয়া নাট, আৰু ধৰ্মীয় গ্ৰন্থসমূহে অসমীয়া সাহিত্য আৰু সংস্কৃতিক দিশ দেখুৱাইছে।
অসমীয়া সংস্কৃতি উৎসৱ, সংগীত, নৃত্য আৰু সমাজিক জীৱনত গভীৰভাৱে গাঁঠি ধৰিছে। বিহু, অসমৰ সৰ্বাধিক জনপ্ৰিয় উৎসৱ, জীৱনৰ আনন্দ আৰু প্ৰকৃতিৰ সংগতি প্ৰতিফলিত কৰে। বছৰত তিনি বাৰ উদযাপন হোৱা বিহু – ৰঙালী, ভোগালী আৰু কঙালী বিহু – প্ৰতিটো উৎসৱে এক বিশেষ সাংস্কৃতিক অৰ্থ বহন কৰে। বিহু নৃত্য আৰু সংগীত ভাৰতজুৰি জনপ্ৰিয়।
অসমীয়া পৰম্পৰাগত খাদ্যভ্যাস প্ৰাকৃতিকতা আৰু সাধাৰণতাৰ সৈতে সমন্বিত। ভাত, মাছ, আৰু সেউজীয়া শাক-পাচলি ইয়াৰ মূল উপাদান। অসমীয়াতে মচলা কম ব্যৱহাৰ কৰি খাবাৰৰ আসল সোৱাদ বজাই ৰখা হয়।
আধুনিক যুগত অসমীয়া ভাষাই আধুনিক শব্দ-ভাণ্ডাৰ গ্ৰহণ কৰিছে, কিন্তু ইয়াৰ মূল বৈশিষ্ট্য অটুট ৰখা হৈছে। শিক্ষাব্যৱস্থা, সংবাদ মাধ্যম, সাহিত্য, সংগীত আৰু ডিজিটেল প্লাটফৰ্মৰ জৰিয়তে এই ভাষাক আগবঢ়াবলৈ বহুত চেষ্টা চলি আছে। অসমীয়া চিনেমা, সংগীত আৰু অনলাইন বিষয়বস্তুৰ জনপ্রিয়তা বৃদ্ধি পাইছে। অসমীয়া ৰচনা Assamese Essay 2025
English Essay Section – click here
HSLC পৰীক্ষাত ৰচনা লিখা এটা অতি গুৰুত্বপূর্ণ অংশ। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ চিন্তাভাবনা, ভাষা ব্যৱহাৰ, আৰু গঠনক্ষমতা প্ৰকাশ কৰাৰ সুযোগ পায়। এটা ভাল ৰচনাই মাত্ৰ নম্বৰেই নিদিয়ে, ই ছাত্ৰ-ছাত্ৰীৰ ভাষাগত দক্ষতা, সৃষ্টিশীলতা আৰু তথ্য উপস্থাপন কৰাৰ ক্ষমতাকো প্ৰদৰ্শন কৰে। সেয়া হেতু, HSLC পৰীক্ষাৰ বাবে ৰচনা লিখাৰ অভ্যাস, শব্দভাণ্ডাৰ আৰু গঠন-পদ্ধতি শিকি থকাটো অত্যন্ত আৱশ্যক।
সাৰাংশস্বৰূপে, অসমীয়া কেৱল এটা ভাষা নহয়, ই অসমৰ ইতিহাস, ধৰ্মবিশ্বাস আৰু সৃষ্টিশীলতাৰ প্ৰতিফলন। ইয়াক সংৰক্ষণ আৰু উন্নয়ন কৰাটো অসমৰ লগতে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য ৰক্ষা কৰিবলৈ অত্যন্ত প্ৰয়োজন। অসমীয়া ৰচনা Assamese Essay 2025
Importance of Essay Writing in HSLC Class 10 Examination (Assam Board)
Essay writing plays a vital role in the HSLC (Class 10) Assam Board examination. It is a key component of the language paper, testing a student’s ability to express thoughts clearly and logically. A well-written essay reflects the student’s command over grammar, vocabulary, and structure. It also helps in developing critical thinking, creativity, and the ability to present ideas in an organized way. Since essay topics are often related to current affairs, culture, or social issues, preparing for essays also improves general knowledge. Scoring well in the essay section can significantly boost overall marks in the language subject. Therefore, regular practice and a strong understanding of common topics are essential for success in the HSLC exam.
অসমীয়া ৰচনা Assamese Essay 2025

1. মই ভালপোৱা এখন গ্ৰন্থ ৷ ৷ My Favorite Book
2. অসমৰ প্ৰাকৃতিক সম্পদ ।। Natural Resources of Assam
3. স্বাধীনতা দিৱস ।। Independence Day
4. চুকাফা দিৱস || Sukafa Divas || Asom Divas|| অসম দিৱস
5. মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
6. গণৰাজ্য দিৱস || Republic Day || 26 January 2022
7. Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া ৰচনা Assamese Essay 2025
8. নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose
9. চিপকো আন্দোলন ।। Chipko movement 26 March
10.Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ
11. লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese
12. বিশ্ব শিশু দিৱস ।। শিশু দিৱস কিয় পালন কৰা হয়
13. পুথিভঁৰাল | | অসমীয়া ৰচনা
14. ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা
অসমীয়া ৰচনা Assamese Essay 2025
15. ভূপেন হাজৰিকা ৰচনা | | Bhupen Hazarika Essay in Assamese
16. ড°এ.পি.জে.আব্দুল কালামৰ বিষয়ে ৰচনা || Essay on Dr. A.P.J Abdul kalam in Assamese
17. মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese
18. অসমৰ বানপানী, ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ || Flood in Assam, Causes and Remedies Essay in Assamese
19. লক্ষ্মীনাথ বেজবৰুৱা || Lakshminath Bezbaroa Essay in Assamese
21. Mother Teresa Essay in Assamese || মাদাৰ টেৰেছা
22. ১৫০ মহৎ লোকৰ বাণী || Famous Quotes by Great People
23. মোৰ প্ৰিয় খেল || My Favorite Game Essay in Assamese
24. বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে ৰচনা || Essay on Bishnu Prasad Rabha
25. অসমৰ নিবনুৱা সমস্যা || Unemployment Problem in Assam essay in Assamese – click here
| Join Us in WhatsApp Group | Click here |
26. Sri Sri Madhavdeva || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা – click here
27. স্বাধীনতা দিৱসৰ বিষয়ে বক্তৃতা ।। Independent Day speech in Assamese – click here
28. চন্দ্ৰয়ান-৩ বিষয়ে ৰচনা ।। Chandrayaan 3 Essay in Assamese – click here
29.পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ – click here
30. ৰামানুজনৰ ওপৰত ৫০০+ শব্দৰ ৰচনা – click here
অসমীয়া ৰচনা Assamese Essay 2025
31. দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here
32. কনকলতা বৰুৱা || Essay on Kanaklata Barua in Assamese – click here
33. নৱকান্ত বৰুৱা || Nabakanta Barua Essay in Assamese – click here
34. মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ || Alcohol and it’s Impact of on Society – click here
ভূগোলৰ মানচিত্ৰত অসম নামৰ যিখন ৰাজ্য আমি দেখিবলৈ পায় ইয়াৰ জন্ম হৈছিল চুকাফাৰ পাহাৰ ভৈয়ামে আগুৰা ব্ৰহ্মপুত্ৰ উপত্যকা লৈ আগমন হোৱাৰ পিছত।তাৰ আগতে এই ভূখণ্ড প্ৰাচীন কালৰে পৰা কছাৰী,ৰাভা,বড়ো,মৰাণ,তিৱা,বৰাহী, কোঁচ মেছ, ডিমাছা,কাৰ্বি,দেউৰী, চুতীয়া, মিছিং আদি জনগোষ্ঠী বোৰৰ অধীনত আছিল।তেওঁলোকৰ মাজত ঐক্য সংহতি নাছিল। চুকাফাই প্ৰথমে বীজ ৰোপন কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে।
লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese – click here

চুকাফা আছিল মংগোলীয় শ্বান টাই গোষ্ঠীৰ লোক।নিজ ৰাজ্য মাওলুং এৰি অহাৰ সময়ত তেওঁ লগত আনিছিল ৯ হাজাৰ মানুহে ৰে গঠিত এদল লোক।ইয়াত সেনাৰ লগতে উচ্চ বংশীয় লোকো আছিল।হাতী আৰু ঘোঁৰা ও আছিল প্ৰায় তিনিশ ।১৩ বছৰ কাল পাটকাই পৰ্বতৰ আশে পাশে ঘূৰি ফুৰি ১২২৮ খ্ৰীষ্টাব্দত চুকাফা খামজাং নামৰ ঠাইত উপস্থিত হয়।ইয়াত তেওঁ কেতবোৰ নগা লোকৰ লগত যুদ্ধত লিপ্ত হৈ নগা সকলক পৰাস্ত কৰে।ভৈয়ামৰ ফালে আগুৱাই আহি নামৰূপ অঞ্চলত উপস্থিত হয়।ইয়াৰ পাছত উপযুক্ত ৰাজধানীৰ স্থান বিচাৰি বিভিন্ন ঠাইত থাকি,পাহাৰৰ দাঁতিৰ চৰাইদেও নামৰ ঠাইত উপস্থিত হয়। এই ঠাই নিৰাপদ বুলি ভাবি তাতে ৰাজধানী স্থাপন কৰিলে।তেওঁ আশে পাশে থকা মৰাণ আৰু বৰাহী সকলক সম্প্ৰীতিৰ যোগেদি বশ কৰে।পৰাভূত লোক সকলেও নৱাগত টাই বংশীয় লোকসকলৰ প্ৰতি বেয়া ভাৱ পোষণ নকৰিছিল।এই নৱাগত লোকসকল অসম মানুহ।ইয়াৰ পৰাই কালক্ৰমত অসম,অহো ম শব্দৰ উৎপত্তি হয়।পিছত আহোমে অধিকাৰ কৰি লোৱা দেশখনৰ নাম অসম হৈ পৰে। চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ
English Grammar MCQ Test Series – click here
পদ্মনাথ গোহাঞিবৰুৱা দেৱে অসমৰ বুৰঞ্জী নাম গ্ৰন্থত লিখিছে — ” চুকাফা এজন বিচক্ষণ ৰাজনীতিজ্ঞ ৰজা আছিল “ দেশ জয় কৰাত তেওঁ যেনে পাৰ্গত,শাসন কাৰ্যতো তেওঁ এজন পৈণত ৰজা আছিল।প্ৰজা শাসনৰ সুচলাৰ্থে তেওঁ অসাধাৰণ ভাৱে স্বাৰ্থ ত্যাগ কৰিব পাৰিছিল।আনকি ৰাজকাৰ্য্য ৰ সুচলার্থে তেওঁ নিজৰ ভাষাকো এৰিবলৈ কাতৰ নহৈছিল।অসম দেশৰ বাহিৰে আন দেশৰ লগত আহোম ৰাজ ভাষাৰে সৈতে বা – বাতৰি চলাবলৈ সুচল নহৈছিল।সেইকাৰণে স্বৰ্গদেউ চুকাফাই নিজৰ চৰ্চা ঢিলাই দি ৰাজকীয় কাৰ্য্যত প্ৰজাৰ ভাষা চলাবলৈ নিয়ম কৰিলে।তেওঁ ৩৯ বছৰ কালত ইয়াত ৰাজত্ব কৰি, নিজৰ অসম ক্ষ মতাৰ অক্ষয় কীৰ্তি ৰাখি অতি বৃদ্ধ বয়সত ১২৬৮ খ্ৰীষ্টাব্দত স্বৰ্গীয় হয়। চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

চুকাফাই অসমত বুৰঞ্জী লিখা প্ৰথা প্ৰবৰ্তন কৰে।চুকাফাৰ কৰ্মৰাজীয়ে লুইপৰীয়া মানুহক বহুতো কথা শিকাই গৈছে।এই বিষয়ত তেওঁ কথাৰেই নহয় কামেৰেও নিদৰ্শন দেখুৱাইছিল।থলুৱা লোকক ভাতৃত্ববোধেৰে আঁকোৱালি লৈ গঢ় দিলে নতুন জাতিসত্তা।চুকাফা ক অসমীয়া জাতিৰ পিতৃ স্বৰূপ বুলি গণ্য কৰা হয়।
এইজনা মহান উদাৰ পুৰুষৰ স্মৃতিত প্ৰতিবছৰে ২ ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে পালন কৰা হয়।এই দিৱস টো অসম দিৱস বুলিও কোৱা হয়। চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ
60 Most important Political Questions – click here
| IMPORTANT WEB-LINKS | |
|---|---|
| ✅ Official Website | Click Here |
| ✅ WhatsApp Group For All HSLC Solutions | Click Here |
| ✅ For Jobs Update Government job opportunities | Click Here |
| ✅ Telegram Group | click here |
| ✅ FaceBook Page | click here |

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।
Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.