• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

basic grammar

Duties Of a Student Essay in English

May 25, 2025 by Souvik Leave a Comment

Duties Of a Student Essay in English

DUTIES OF A STUDENT

 

Introduction – The word ‘student means one whose prime business is to study.
Generally all persons who are engaged in study may be called students.
However, the word is largely applied to those who are studying n any
educational institution. The duties of such a student are many. These
include his primary duties as well as other duties.

Duties Of a Student Essay in English

Primary duty of a Student – The primary duty of a student is to study. This means that he must
study his prescribed text books of each subject thoroughly and try too
understand their contents. He should pay keen attention to what his
teachers say in the classroom. He should be honest, sincere and hard-working. Even beyond the classroom he should be eager to learn. Then only he would be able to make himself fit for the future.

Duties Of a Student Essay in English

Duties Of a Student Essay in English
Duties Of a Student || Assamstudyhub

Other Duties – Besides study a student may have many other duties to perform.Most
of our students come from poor families. Their parents may not provide
them with good food, dress or other necessary things. Keeping this in
mind such students should help their parents in running their families.
They can help them in the fields or in the farms specially during holi-days.A girl student also can help her mother in the domestic works.

Duties Of a Student Essay in English
    
Extra-Curricular Activities –  Students should develop in them the spirit of social service. They can
help the society in times of natural calamities like flood, earthquake or
cyclone. They can teach the lay man the value of cleanliness and hygienic living. College and University students may, help in removing illiteracy from their neighbourhood.

Duties Of a Student Essay in English

List of All Essay – click here

 

              In addition to reading text books a student ought to read newspapers,
magazines and other good books Such reading would widen their scope
of knowledge However, reading alone is not enough if he does not care
for his health. It is said that a sound mind lives in a sound body. So
he should try to keep good health by taking good food and doing
regular physical exercises. He should play different kinds of outdoor
garhes for maintaining a stout body.

Duties Of a Student Essay in English

Conclusion – Since student life is the seed-time in a man’s life, SO, a student should try to acquire all sorts of good habits at this stage and keep aloof from be considered bad ones. Each moment of this period should be considered precious.

Duties Of a Student Essay in English

IMPORTANT WEB-LINKS
✅ Official Website
Click Here
✅ WhatsApp Group For All HSLC Solutions
Click Here
✅ For Jobs Update Government job opportunities
Click Here
✅ Telegram Group
click here
✅ FaceBook Page 
click here

Filed Under: English Essay Tagged With: asaam study hub, basic grammar, english essay

বাক‍্য কি – Sentences in Assamese

April 30, 2025 by Souvik Leave a Comment

What is a sentence? ( বাক্য কি )

Ans:- বাক্য হৈছে বক্তাৰ ইচ্ছা বা উদ্দেশ্য প্ৰকাশৰ বাহন । আমাৰ মনৰ কোনো এটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিবৰ কাৰণে কিছুমান word ৰ প্ৰয়োজন হয় ; এই word বিলাক একেলগে বহি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক Sentence বুলি কোৱা হয় ।

 

 

🔹How many types of sentences are there? ( বাক্য কেই প্ৰকাৰৰ আৰু কি কি? )

Ans:- বক্তাৰ ইচ্ছা, উদ্দেশ্য অনুসৰি বাক্যবোৰক সাধাৰণতে পাঁচ ধৰণে ভাগ কৰিব পাৰি । সেইবোৰ হল – 1. Assertive Sentence 2. Interrogative Sentence. 3. Imperative Sentence. 4. Optative Sentence 5. Exclamatory Sentence; বাক‍্য কি – Sentences in Assamese 

 

 

🔹What is Assertive Sentence? ( বৰ্ণনাত্মক বাক্য কাক বোলা হয় ?)

Ans’- যিবোৰ বাক্যই কোনো এক ঘটনা বিশেষৰ বৰ্ণনা দাঙি ধৰে সেইবোৰক Assertive Sentence বোলা হয় । Assertive Sentence ক Declarative Sentence বুলিও কব পাৰি । এইবোৰ বাক্যৰ শেষত সম্পূৰ্ণ বিৰাম চিন (.) Full stop বহে ।. এই Sentence বিধে ব্যাক্তি , বস্তু , ঠাই, অবস্থা, কাৰ্য, ইত্যাদি বৰ্ণনা কৰে । যেনে- She is beautiful. This is a book. Blood is red. বাক‍্য কি – Sentences in Assamese 

 

 

🔹 What is Interrogative Sentence? ( প্ৰশ্নবোধক বাক্য )

Ans:- এই বিধ sentence এ প্ৰশ্ন সোধে । ইহঁতক সেইবাবে Question ও বোলে । Interrogative sentences ত subject বোৰ Verb ৰ পিছত বহে । Sentence ৰ শেষত Question Mark ব্যাবহাৰ কৰা হয় ।। যেনে- What is your name? Is he a good boy?

বাক‍্য কি – Sentences in Assamese

 

🔹What is Imperative Sentence? ( আদেশ, অনুৰোধ, উপদেশমূলক বাক্য )

Ans:- যিবোৰ বাক্যৰ দ্বাৰা আদেশ (order) অনুৰোধ (request) উপদেশ (advice) দিয়া বুজায় সেইবোৰক Imperative Sentence বোলে ।.

বাক‍্য কি – Sentences in Assamese

যেনে- Go there ( order);. Do not tell a lie( advice). please come here. (Request)

বাক‍্য কি – Sentences in Assamese

বাক‍্য কি - Sentences in Assamese
বাক‍্য কি – Sentences in Assamese

 

🔹 What is Optative Sentence ? ( ইচ্ছা বা আশীৰ্বাদ )

Ans:- যিবোৰ বাক্যৰ দ্বাৰা মনৰ ইচ্ছা, অভিলাশা , প্রার্থনা, আশীৰ্বাদ, আদি প্ৰকাশ কৰে সেই ধৰণৰ বাক্যক Optative Sentence বোলা হয় । এই ধৰণৰ বাক্য সাধাৰণতে May ৰে আৰম্ভ হয় । যেনে- May he live ling. May God help you.

বাক‍্য কি – Sentences in Assamese

 

🔹What is Exclamatory Sentence ? ( আবেগ বা বিস্ময়সূচক বাক্য )

Ans:- এইবিধ sentence এ আমাৰ মনৰ আনন্দ, দূঃখ, আবেগ, উত্তেজনা আদি প্রকাশ কৰে । যেনে- Hurrah! we have won the game. Alas! He is no more. How lovely the girl is?

 

 

 

 

Voice Change in Assamese click here

Translation In Assamese click here

 

Our Whatsapp Group Link click here

বাক‍্য কি – Sentences in Assamese

Filed Under: English Grammar Tagged With: basic grammar, Grammar, Sentence

English Grammar MCQ Test Series – 4

November 27, 2021 by Souvik Leave a Comment

125

Created on November 27, 2021

English Grammar MCQ

English Grammar MCQ Test by assamstudyhub.com

English MCQ Test- 4

An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you in English Grammar & try to enhance your knowledge. It will surely help you preparing for your competitive exams.

1 / 12

  1.  Hush ! Somebody is coming .

2 / 12

2. Wish you succeed in that work.

3 / 12

3. Don't eat stale food.

4 / 12

4. Please give me the book.

5 / 12

5. What is this ?

6 / 12

6. Wow ! How beautiful is this.

7 / 12

7. I bought my book with me.

8 / 12

8. Why do you waste time in reading trash ?

9 / 12

9. Did you water your plants ?

10 / 12

10. Alas! The Vessel is broken.

11 / 12

11. May you be happy in life.

12 / 12

12. Stop taking Bribe.

Your score is

The average score is 57%

LinkedIn Facebook VKontakte
0%

Filed Under: MCQ Section Tagged With: asaam study hub, basic grammar, MCQ

Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

August 14, 2021 by Souvik Leave a Comment

 

Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

 

যিটো দিনত এখন দেশে স্বাধীনতা লাভ কৰে সেই দিনটোৱেই সেইখন দেশৰ স্বাধীনতা দিৱস। প্ৰতিবছৰে এই তাৰিখটো তেই দেশখনে স্বাধীনতা দিৱস পালন কৰে।

স্বাধীনতা দিৱসৰ বিষয়ে বক্তৃতা ।। Independent Day speech in Assamese – click here

                         ব্যক্তিৰ ব্যক্তিত্ব ৰ বিকাশ আৰু সমূহ জনগণৰ কল্যাণৰ বাবে স্বাধীনতাৰ প্ৰয়োজন ।গণতান্ত্ৰিক শাসন ব্যৱস্থাত হে জনগণে প্ৰকৃত স্বাধীনতা ভোগ কৰিবলৈ পায়,কাৰণ,এই ব্যৱস্থাত দেশৰ ভাল বেয়া বিচাৰ কৰি মাত মাতিবলৈ ৰাইজৰ অধিকাৰ থাকে।চৰকাৰী আইন প্ৰণয়নৰ ক্ষেত্ৰত,অৰ্থাৎ ৰাষ্ট্ৰৰ নীতি নিৰ্ধাৰণত অংশ গ্ৰহণ কৰিবলৈ তেওঁলোকৰ অধিকাৰ থাকে। স্বাধীনতাৰ অবিহনে যেনেকৈ গণতন্ত্ৰ নিৰৰ্থক,তেনেকৈ গণতন্ত্ৰৰ অবিহনে ও দেশ এখনৰ নাগৰিকে সম্পূৰ্ণ অৰ্থত স্বাধীনতা ভোগ কৰিবলৈ নাপায়। এই বাবেই সাম্ৰাজ্যবাদী শাসন শোষণৰ বিৰুদ্ধে কৰাৰ দৰেই স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন অংশৰ জনগণে যুগে যুগে বিক্ষোভ,আন্দোলন আৰু সংগ্ৰাম কৰি আহিছে। Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025
স্বাধীনতা দিৱস || Independence Day || Assamstudyhub

 

                           ১৬৮৮ চনৰ ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ,১৭৭৬ চনৰ আমেৰিকাৰ স্বাধীনতা বিপ্লৱ,১৭৮৯ চনৰ ফৰাচী বিপ্লৱ,আৰু ১৯১৭ চনৰ ৰুছ বিপ্লৱ ৰাজশক্তিৰ নিৰ্মমতা, শোষণ, উৎপীৰণ আৰু অত্যাচাৰ বিৰুদ্ধে সৰ্বহাৰা জনগণৰ সংগ্ৰামৰ একো একোটা অবিস্মৰণীয় দৃষ্টান্ত।১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ বিদেশী শাসন শোষণৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম মুক্তি সংগ্ৰাম।এই বিদ্ৰোহ দমন কৰা হল যদিও স্বাধীনতাৰ বাবে ভাৰতবাসীৰ আকাংক্ষা ক দমাব পৰা নগল।তাৰ ফলস্বৰপে জন্ম হল ভাৰতৰ স্বাধীনতা আন্দোলনৰ। Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

 

READ ALSO :- Independence Day ||  स्वतंत्रता दिवस

 

                           ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল মন্ত্ৰ আছিল ‘ স্বৰাজ আমাৰ জন্মগত স্বত্ব ‘ ।লোকমান্য তিলকৰ এই ঘোষণাই প্ৰতিজন মুক্তিকামী ভাৰতীয়ৰ অন্তৰত স্বাধীনতা লাভৰ স্পৃহাক তীব্ৰতৰ কৰি তুলিছিল। শেষত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে চলোৱা অহিংস অসহযোগ আন্দোলনৰ ফলস্বৰূপে ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা স্বাধীনতা লাভ কৰে।তেতিয়াৰে পৰা ১৫ আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে ভাৰতৰ জনগণে পৰম উৎসাহ উদ্দীপনাৰ সৈতে পালন কৰি আহিছে।

                            আমেৰিকাৰ ১৩ খন উপনিবেশ একগোট হৈ ইংৰাজৰ প্ৰভূত্ব অমান্য কৰি স্বাধীনতা ঘোষণা কৰা দিনটো আছিল ১৭৭৬ চনৰ ৪ জুলাই ।১৭৮৯ চনৰ ১৪ জুলাই দিনা বাস্তিল দুৰ্গৰ পতন ইতিহাসৰ এটি অবিস্মৰণীয় দিন।প্ৰতিবছৰে এই দিনটো ফৰাচী সকলৰ জাতীয় উৎসৱৰ দিন।১৯১৭ চনৰ ৭ নৱেম্বৰত সমাজতান্ত্ৰিক চোভিয়েট ৰুছিয়াৰ জন্ম হয়।ৰুছ সকলৰ স্বাধীনতা দিৱস ৰূপে ৭ নৱেম্বৰ তাৰিখটো প্ৰতিবছৰে উৎযাপিত হৈ আহিছে। Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

                          স্বাধীনতা দিৱস প্ৰত্যেক স্বাধীন জাতিৰ গৌৰবৰ দিন,বিপুল আনন্দ উৎসৱৰ দিন।বছৰে বছৰে এই দিনটোতেই দেশবাসীক সোঁৱৰাই দিয়ে দেশৰ স্বাধীনতাৰ হকে পূৰ্বজ সকলে কৰি থৈ যোৱা ত্যাগৰ কথা,মনলৈ কঢ়িয়াই আনে ভবিষ্যতৰ সোণালী সপোন,নতুন আশাৰ বাণী।সেই দিনটোত দেশৰ জনগণে নতশিৰে জাতীয় পতাকাৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্বাধীনতা লাভৰ পবিত্ৰ ক্ষণ টোক সুঁৱৰি অন্তৰত প্ৰেৰণা লাভ কৰে।স্বদেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ হকে নতুনকৈ সংকল্প গ্ৰহণ কৰে,ঐক্য সংহতি সম্প্ৰীতিৰ এনাজৰী ৰে সকলো টি পুনৰ বান্ধ খায়।

 

READ ALSO :- अनुशासन || Discipline Hindi Essay

 

Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

IMPORTANT WEB-LINKS
✅ Official Website
Click Here
✅ WhatsApp Group For Important Updates
Click Here
✅ For Jobs Update Government job opportunities
Click Here
✅ WhatsApp Group For All HSLC Solutions
click here
✅ FaceBook Page 
click here

Filed Under: অসমীয়া ৰচনা Tagged With: basic grammar, স্বাধীনতা দিৱস || Independence Day

Discipline Essay

July 26, 2021 by Souvik Leave a Comment

Discipline

 

The dictionary meaning of the word “discipline” is training which is expected to produce moral or mental improvement. Thus it is a great quality which contributes to success. When we observe a machine at work, we admire its regularity. Every wheel, every rod, every lever functions smoothly. The world too exhibits such a regularity. The sun, moon, stars, seasons, crops, rivers, brooks, streams, waterfalls – all exhibit a marked discipline. However, whenever anything moves in an erratic way there is bound to be suffering. Thus nature too shows her ugly face whenever the rain fails and there is a drought or when the rains ceaselessly come and cause floods.

 

Read Also : Bankim Chandra Chattopadhyay 

 

Discipline Essay by assamstudyhub.com
Discipline Essay by assamstudyhub.com

Discipline in life makes us steadfast and sincere. Whether we work alone or in a group, we ought to be sincere. A football team, a cricket team, and more so an army has to be disciplined. This does not however mean restraint but a loving firmness. The regimentation that is necessary to be disciplined helps us to remain on track. A disciplined person never slips from his track, he never indulges in petty wishes or personal interests or gives in to lethargy. Thus discipline is needed to run a government, a business, or even one’s home. If the members of a family are whimsical, the family ceases to be a home. An in disciplined life is like a house of cards.

 

Read Also : बंकिम चंद्र चट्टोपाध्याय

 

In our personal life a disciplined and regulated mentality has to be shown. Self indulgence is a bad temptation. In our moral, social, intellectual, spiritual and practical life our passions have to be kept in check. Impulses and desires often have a tendency to mislead us from a disciplined life. Discipline however does not mean the negation of our independent Judgement, nor a blind surrender to authority. A disciplined way of life, that is practise from kindergarten will bring success. It will run in our blood and there will be no wild-horses to lead us astray. Discipline is thus the talisman that lead to our own welfare in life. A nation peopled by disciplined men and women is sure to progress.

 

 

 

Read Also : Ancient Assam || History of Assam || Medieval Assam

Filed Under: English Essay Tagged With: basic grammar, English, english essay, English grammar

Voice Change in Assamese

April 16, 2021 by Pubali Patgiri 3 Comments

      Voice Change in Assamese – An action of a subject in relation to an object is expressed in two ways two called Voice.

👉 I write a letter.
👉 A letter is written by me.
        ওপৰৰ Sentence দুটাই একে অৰ্থকেই প্ৰকাশ কৰিছে । কিন্তু সিহঁতৰ আকাৰ বা form বেলেগ । একে অৰ্থকেই বুজাবৰ বাবে sentence ৰ যি দুইৰকমৰ আকাৰ বা form হয়, তাকেই voice বা বাচ্য বোলে ।

 

SEBA HSLC Class 10 Voice Change Solved 1998 – 2025 – click here

 

 

Voice can be categorized into two categories-

 

• Active Voice

 

• Passive Voice

Voice Change in Assamese

• Active Voice :-

In most English sentences with an action verb, the subject performs the action denoted by the verb. These examples show that the subject is doing Example she verb’s action.

Voice Change in Assamese

Structure: Subject + verb + object

Example :

 

1) The cat killed a rat. (মেকুৰীটোৱে এটা এন্দুৰ মাৰি ছিল।)

ওপৰৰ sentence টোৰ ‘cat’ ‘doer of the action’ and ‘rat’ receiver of the action.ইয়াত কৰাটোৱেই পোনপটীয়াকৈ কামটো কৰিছে।গতিকে ই সক্ৰিয় (active) হৈ আছে।

যিবোৰ sentence ৰ doer of the action সক্ৰিয় সেইবোৰ sentence ৰ verb Active Voice ত হয়। ওপৰৰ প্ৰথম sentenceটোৰ ‘killed’verb টো active voiceত আছে।

 

• Passive voice:

 Passive voice is used when the focus is on the action. It is not important or not known, however, who or what is performing the action.

 

Structure:Object + be verb + verb of past participle+ by+ subject

Example :

 

A rat was killed by the cat. (মেকুৰী টোৰ দ্বাৰা এটা এন্দুৰ মাৰাঠী হৈছিল।)

Sentence ত receiver of the action ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াক object ৰ পৰা আনি subject হিচাপে ব্যৱহাৰ কৰা হৈছে। প্ৰথম sentenceৰ subject’cat’ ইয়াত passive ত আছে। ই ‘by‘ preposition ৰ object ৰূপে ব্যৱহৃত হৈছে

Voice Change in Assamese

Active voice ক passive voice লৈ ৰূপান্তৰ কৰাৰ নিয়মসমুহ :-

 

Rule 1.

  • a) Active voice ৰ subject টো passive voice ৰ object হৈ যায়।
  • b) Active voice ৰ objectহৈ টো passive voice ত subject লৈ ৰূপান্তৰ হয়।
  • C) Main verb ৰ past participle হয় আৰু subject আৰু tense অনুসৰি auxiliary verb/be verb হয়।

 

 Rule 2.

  • Indefinite tense:
  • a) Present indefinite – am, is, are.
  • b) Past indefinite was, were
  • c) Future indefinite – shall be, will be.

 

  • Continuous tense
  • a) Present Continuous- am being, is being, are being.
  • b) Past Continuous was being, were being
  • c) Future Continuous shall be being, will be being.

 

  • Perfect tense
  • a) Present Perfect- has been, have been.
  • b) Past Perfect- had been.
  • c) Future Perfect- shall have been, will have been.

SEBA HSLC Class 10 Voice Change of Last 23 Year’s Solved – click here

Voice Change in Assamese

Rule 3:
a) Present indefinite tense ৰ active voice ৰ পৰা passive voice লৈ ৰূপান্তৰ কৰাৰ নিয়ম:-

Structure : Object change into subject +am/is/are +v3+ by + subject change into object.
Active-He loves me.
Passive- I am loved by him.
Active- we eat rice.
Passive- Rice is eaten by us.

 

Voice Change in Assamese

b) Present continuous tense ৰ active voice ৰ পৰা passive voice লৈ ৰূপান্তৰ কৰাৰ নিয়ম:-
Structure: Object change into subject + am being/is being/are being +v 3+ by +subject change into object.
Active: I am writing a letter.
Passive: A letter is being written by me.
Active: He is doing the sum
Passive: The sum is being done by him.

 

Voice Change in Assamese

c) Present perfect tense ৰ active voice ৰ পৰা passive voice লৈ ৰূপান্তৰ কৰাৰ নিয়ম:-

Structure: Object change into subject + have been/ has been + v3+ by+Subject change into object.
Active: He has eaten rice.
Passive: Rice has been eaten by him.
Active:I have played football.
Passive: Football has been played by me.

 

 

d) Past indefinite tense ৰ active voice ৰ পৰা passive voice লৈ ৰূপান্তৰ কৰাৰ নিয়ম :-
Structure: Object change into subject + was/were+v3+ by + subject change into object
Active: I ate a mango. 
Passive: A mango was eaten by me.
Active: we caught the thief.
Passive: The thief was caught by us.

 

Voice Change in Assamese

e) Past continuous tense ৰ active voice ৰ পৰা passive voice লৈ ৰূপান্তৰ কৰাৰ নিয়ম:-                                               

Structure: Object change into subject + was being/were being + v3+ by + subject change into object.               

Active: I was doing the work.          

Passive: The work was being done by me.

Active: They were helping us.         

Passive: we were being helped by them.

 

 

f) Past perfect tense ৰ active voice ৰ পৰা passive voice লৈ ৰূপান্তৰ কৰাৰ নিয়ম:-

Structure: Object change into subject +had been + v3+ by +subject change into object.                                         

  Active: I had lost the ring.                

Passive: The ring had been lost by me.

Active: we had dug the cannel.     

 Passive: The cannel had been dug by us.

 

Voice Change in Assamese

g)Future indefinite tense ৰ active voice ৰ পৰা passive voice লৈ ৰূপান্তৰ কৰাৰ নিয়ম :-
Structure:

Object change into Subject + shall be/will be +
v3+ by + subject change into object.


Active:I shall learn the lesson.
Passive: The lesson will be learnt by me.
Active: Everyone will blame us for this
Passive: we shall be blamed for this by everyone.

 

 

h) Future continuous tense ৰ active voice ৰ পৰা passive voice লৈ ৰূপান্তৰ কৰাৰ নিয়ম:–
Structure:
Object change into subject + shall be being/will be being +v3+ by + subject change into object.
Active: I will be eating rice.
Passive: Rice will be being eaten by me.
Active: They will be playing football.
Passive: Football will be being

 

Voice Change in Assamese

i) Future perfect tense ৰ active voice ৰ পৰা passive voice লৈ ৰূপান্তৰ কৰাৰ নিয়ম:-
Structure:
Object change into subject + shall have been /will have been+v3+ by + subject change into object.
Active: I will have read the novel.
Passive: The novel will have been read by me.
Active: They will have caught the fish.
Passive: The fish will have been caught by them.

 

 

  • Passive voice ত কেতিয়াবা ” by ” Preposition ৰ পৰিবৰ্তে ” to”,”With”, “at” Preposition হয়।
  • Examples:- Active-I know him.

Passive-He is known to me.

Active-we pleased him.

Passive- He was pleased with us.

Active-Your conduct surprised me.

Passive-I was surprised at your conduct.

 

Voice Change in Assamese

Rule 4:
May, might, can, could, must, ought to, going to থাকিলে active voice ৰ পৰা passive voice লৈ ৰূপান্তৰ কৰাৰ নিয়ম-


Structure:
Object change into subject + may, might, can, could, must,ought to, going to+be + V3+ by + subject change into object.
Active:I may help you.
Passive: you may be helped by me.

Active: you must do the work.                                                                                                                                                                                                        Passive: The work must be done by you

Active: we ought to obey our teachers.                                                                                                                                                                               Passive:our teachers ought to be obeyed by us.

 

Active: we are going to open a shop.
Passive: A shop is going to be opened by us.

 

Voice Change in Assamese

Rule 5                                               

 Retained object (active voice ৰ object টো passive voice তো object হৈ থাকে)Give, teach, ask, fill, buy, promise আদি transitive verb ৰ দুটা object থাকে। passive voice কৰোঁতে এটা subject হয় আৰু আনটো object হৈ থাকে।

Examples–          Active-Rima gave me a pen(retained object)                                                 

                               Passive-I was given a pen by Rima Or A pen was given me by Rima.

Rule 6                                             

Ommission of the agent:কিছুমান sentence ৰ object টোৰ শেষত doer of the action উল্লেখ নাথাকিলেও object ক প্রাধান্য দি অৰ্থ পূর্ণ subject ব্যৱহৃত হয়।

Examples:

Active-people call him Mahatma.                                                                                                                                                                                                Passive-He is called Mahatma.       

Active-I lost the money.                                                                                                                                                                                                                  Passive– The money was lost.

 

N.B : যিবোৰ Active Voice ত doer of the action ৰ প্রাধান্য কম সেইবোৰ Passive Voice ত doer of the action ৰ উল্লেখ নকৰিলেও হয়।

 

Rule 7 Imperative sentence ৰ verb ক passive voice লৈ নিবলৈ হলে sentence ৰ আৰম্ভণিতে ‘let’ বহুৱাব লাগে।

Examples – Active-Do this sum.                                                                                                                                                                                                         Passive-Let this sum be done.                                                                                                                                                                                                                   Active-send for the doctor.                                                                                                                                                                                                           Passive-Let the doctor be sent for.

কেতিয়াবা let নবহাকৈ passive voice কৰা হয়।

Active-please sing a song.                                                                                                                                                                                                             Passive-You are requested to sing a song.

 

Voice Change in Assamese

Rule 8 Passive voice of Interrogative sentence:

Active– What are you doing?                                                                                                                                                                                                                Passive-what is being done by you?

Active-Who broke the glass?                                                                                                                                                                                                        Passive-By whom was the glass broken?

Active-Did he eat the mango?                                                                                                                                                                                                     Passive-Was the mango eaten by him?

 

 

Rule 9 Quasi passive verbs : কিছুমান transitive verbs দেখাতে active voice ত থাকে কিন্তু ইহতেশামুল passive voice ৰ অৰ্থ প্ৰকাশ কৰে। এইবোৰেই quasi passive verb.

Examples: Active-Honey tests sweet.                                                                                                                                                                                           Passive– honey is sweet when it is tested.

Active– The rose smells sweet.                                                                                                                                                                                                            Passive-The rose is sweet when it is smelt.

Voice Change in Assamese

 

 

Join us in WhatsApp Group click here

 

 

♦Translation in Assamese click here

♦English Grammar in Assamese click here

Voice Change in Assamese

IMPORTANT WEB-LINKS
✅ Official Website
Click Here
✅ WhatsApp Group For Important Updates
Click Here
✅ For Jobs Update Government job opportunities
Click Here
✅ WhatsApp Group For All HSLC Solutions
click here
✅ FaceBook Page 
click here

Filed Under: English Grammar Tagged With: basic grammar, seba notes, voice, voice in assamese

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ December 25, 2025
  • Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December December 22, 2025
  • মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese October 30, 2025
  • মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer October 28, 2025
  • পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা October 25, 2025

Class-10 HSLC

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

 

Loading Comments...