যি বোৰ word এ মনৰ আনন্দ, বিস্ময় আৰু দুখৰ ভাব প্ৰকাশ কৰে তাকে Interjection বোলে । তলত দিয়া উদাহৰণ বোৰ লক্ষ্য কৰা-
■ Hurrah ! We won the match.- হিপ্ হিপ্ হুৰৰে ! আমি খেলত জিকিলোঁ ।
■ Alas ! my dog is dead. -হায় ! মোৰ কুকুৰটো মৰিল ।
■ Hurrah ! tomorrow is a holiday.- কি মজাৰ কথা, কাইলৈ বন্ধৰ দিন।
■ Oh ! how grand the morning sun is ! – আহ ! পুৱাৰ বেলিটো কেনে ধুনীয়া !
■ Ah ! I have cut my finger. – আহঃ ! মোৰ আঙুলিটো কাটিলে ।
■ Oh ! God save us. – হে ভগৱান ! আমাক ৰক্ষা কৰা ।
ওপৰৰ sentence বোৰত “Hurrah” word টোৱে মনৰ আনন্দৰ ভাব প্ৰকাশ কৰিছে; “Alas” word টোৱে মনৰ দুখ ভাব প্ৰকাশ কৰিছে; “Oh” word টোৱে মনৰ বিস্ময় প্ৰকাশ কৰিছে ।
এই word বোৰ Interjection.
Leave a Reply