• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

জিকিৰ || Chapter-2 || Class-10 মূলভাৱ প্ৰশ্ন উত্তৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ

September 22, 2023 by Souvik 3 Comments

জিকিৰ || Chapter-2 || Class-10 মূলভাৱ, প্ৰশ্ন উত্তৰ, অতিৰিক্ত প্ৰশ্ন উত্তৰ ; Class 10 Assamese Lesson 2 জিকিৰ আজান ফকিৰ

Contents hide
১) চমু উত্তৰ দিয়া :
৪) বাখ্যা কৰা:
অতিৰিক্ত প্ৰশ্ন উত্তৰ।। Additional Questions and Answers
Share this:
Like this:
Related

১) চমু উত্তৰ দিয়া :

ক) জিকিৰৰ ৰচক কোন ?
উত্তৰ : জিকিৰৰ ৰচক আজান ফকিৰ ।
খ) জিকিৰ বোৰক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰ : জিকিৰ বোৰক হিন্দু ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিমূলক গীতৰ লগত তুলনা কৰিব পাৰি ।
গ) জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ?
উত্তৰ : জিকিৰ শব্দটো আৰবী “জিকৰ” শব্দৰ পৰা ওলাইছে ।
২) তলৰ শব্দ বোৰৰ অৰ্থ লিখা :
ৰসুল – দেৱদুত
মোমিন – বিশ্বাসী মুচলমান ।
ৰহম – দয়া
কুটুব – ধ্ৰুৱ নক্ষত্ৰ
বান্দা –

60 অসমৰ সাধাৰন জ্ঞানৰ প্ৰশ্ন উত্তৰ।। 60 Assam Gk Questions and Answers in Assamese – click here


৩) ‘
মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।
যেনে শালে শলৰ লগত দৰিকাৰ টপালি ।
– উল্লেখিত কবিতাফাকি ৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা ।

উত্তৰ : উক্ত কবিতা ফাকিৰ মাজেৰে কবিয়ে কবলৈ বিচাৰিছে যে জীয়াই থকাৰ কালছোৱাত মানুহে আল্লা বা ভগবানৰ কথা মনত নকৰি শেষত নিজৰ ভুল বুজি অনুতপ্ত হয় ।
মৃত্যুৰ পিছত জীৱ দেহ এৰি আত্মা ওলাই যায় আৰু মুক্তিৰ বাট বিচাৰি হাবা থুৰি খায় । যেনে দৰে শাল আৰু শল মাছৰ লগত দৰিকনা মাছে টপালী মাৰি একো ফল নাপায় । কাৰণ শাল আৰু শ্ ল মাছৰ তুলনাত দৰি কণা মাছ নিচেই সৰু । এই সৰু মাছটোৱে যেতিয়া ডাঙৰ মাছক খুন্দিয়া বলৈ যায় তেতিয়া দৰিকনাই শাৰীৰিক কষ্ট পোৱাৰ উপৰিও মৃত্যু মুখত পৰিব পাৰে ।
ঠিক সেই দৰে আল্লাহ বিমুখী লোকৰ বাবে মুক্তিৰ দুৱাৰ বন্ধ হৈ থাকে । জীৱন্ত কালত আল্লাৰ কথা চিন্তা নকৰি মোহ ময়াত আবদ্ধ হৈ থাকে , আৰু মৃত্যুৰ সময়ত কোনো পথ বিচাৰি নাপায় ।
জিকিৰ || Chapter-2 || Class-10 মূলভাৱ, প্ৰশ্ন উত্তৰ, অতিৰিক্ত প্ৰশ্ন উত্তৰ

৪) বাখ্যা কৰা:

ক ) পানী মৰে পিয়াহ, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত ।।

উত্তৰ : উক্ত জিকিৰৰ পদফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত “জিকিৰ” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।
পদ ফাঁকিৰ মাজেৰে কবিয়ে মানুহৰ ভিতৰতেই যে আল্লাহ লুকাই আছে সেই কথা কবলৈ বিচাৰিছে ।
পানী খালে যেনে পীয়াহ নিবাৰণ হয়, কিন্তু পানীয়ে নাজানে যে তাৰ গুনতহে মানুহৰ পিয়াহঃ নিবাৰণ হয় । পানী নহলে যে মানুহৰ কিমান বিপত্তি হয় সেই কথা বুজাৰ সামৰ্থ্য পানীৰ নাই ।
অগ্নিৰ ক্ষেত্ৰতো কথা একটাই, অগ্নিৰ ইমান ক্ষমতা থকাৰ উপৰি সি নিজৰ সেই গুণৰ কথা অজ্ঞ। মানুহে ঈশ্বৰক বিচাৰি হাবাথুৰি খায়, কিন্তু ঈশ্বৰ মন্দিৰ মছজিদ বিচাৰিলে পোৱা নাযায় । ঈশ্বৰ মানুহৰ মাজতে থাকে, মানুহক সেৱা কৰিলে ঈশ্বৰ সন্তুষ্ট হয় ।

খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ ঘাট ।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

উত্তৰ : উক্ত জিকিৰৰ পদফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।
ইয়াত কবিয়ে আল্লাহ বিমুখী লোকসকলে শেষত নিজৰ ভুল বুজিব পাৰি মৃত্যুৰ সময়ত উদ্ধাৰ পাবলৈ কিদৰে ব্যৰ্থ চেষ্টা কৰে, সেই প্ৰসঙ্গত উক্ত পদত অৱতাৰণা কৰিছে ।
পৃথিৱীত জন্ম গ্ৰহণ কৰি মানুহে জ্ঞতে অজ্ঞতে নানা পাপ কামত লিপ্ত হয় । মৃত্যুৰ সময়ত সেই কৃত কৰ্মৰ বাবে জিবাত্মাই নানান কষ্ট ভোগ কৰিব লগীয়া হয়। যি সময়ত আল্লাৰ কথা চিন্তা কৰিব লাগিছিল , সেই সময়ত আল্লক স্মৰণ নকৰি বিষয় বাচনাত মত্ব হৈ আছিল । মৃত্যুৰ পিছত দেহ ত্যাগ কৰি আত্মা ওলাই গৈ মুক্তিৰ পথ বিচাৰি হাবাথুৰি খায় ।
জিকিৰ || Chapter-2 || Class-10 মূলভাৱ, প্ৰশ্ন উত্তৰ, অতিৰিক্ত প্ৰশ্ন উত্তৰ

বৰগীত || Lesson – 1 || Class 10 Question Answers – click here

গ ) সজাৰ মইনাতীৰ অনেক যুগুতি ।
দেও মাৰি পাৰ হলে এৰিলে পীৰিতি।।

উত্তৰ : উক্ত জিকিৰৰ পদফাকী আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
মৃত্যুৰ পিছত জীৱ দেহ এৰি যেতিয়া আত্মা ওলাই যায় তেতিয়া দেহ টোৰ কি দুৰ্দশাৰ হয় সেই কথা কবলৈ যোৱাৰ প্ৰসঙ্গত উক্ত কবিতা ফকীৰ অৱতাৰণা কৰিছে।।
প্ৰতিজন মানুহে আল্লাৰ সৃষ্টি । বিষয় বাসনা ত আবদ্ধ হৈ থাকি মানুহে মুক্তিৰ কথা চিন্তা নকৰে । সজাগ থকা মইনাৰ দৰে সোজৰূপি দেহটৰ ভিতৰত আত্মা ৰূপী মইনাটো সোমাই আছে। সজাৰ দুৱাৰ খুলিলে ময়নাটো উৰি যোৱাৰ দৰে দেহৰ পৰা আত্মা উৰি যোৱাৰ দৰে দেহৰ পৰা আত্মা টো ওলাই গলে দেহটো এক নিৰ্জিব পদাৰ্থ লৈ ৰূপান্তৰ হব। আত্মাটো থকা লৈকে দেহটোৰ প্ৰতি মৰম থাকে । কিন্তু আত্মাহীন দেহ টোৰ প্ৰতি কাকো মায়া মমতা নাথাকে ।।
Class 10 Assamese Lesson 2 জিকিৰ আজান ফকিৰ

 জিকিৰ || Chapter-2 || Class-10 মূলভাৱ, প্ৰশ্ন উত্তৰ, অতিৰিক্ত প্ৰশ্ন উত্তৰ

অন্যৰ প্ৰতি ব্যৱহাৰ প্ৰশ্ন উত্তৰ || Class 9 Assamese || Chapter 6 – click here

অতিৰিক্ত প্ৰশ্ন উত্তৰ।। Additional Questions and Answers


১) জিকিৰ সমূহৰ ৰচক কোন? তেওঁৰ প্ৰকৃত নাম কি ?
উত্তৰ : জিকিৰ সমূহৰ ৰচক আজান ফকীৰৰ, তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলন ।।
২) কোনে প্ৰথমতে মুচলমান সকলক আজান দি নামাজ পঢ়িবলৈ শিকাইছিল ?
উত্তৰ : হজৰত শ্বাহ মিলন মুচলমান সকলক আজান দি নামাজ পঢ়িবলৈ শিকাইছিল ।
৩) আজান ফকীৰ কৰ পৰা অসমলৈ আহিছিল ?
উত্তৰ : কিছুমানৰ মতে আজান ফকীৰ আৰব দেশৰ পৰা আহিছিল আৰু আন কিছুমানৰ মতে তেওঁ আজমীৰৰ পৰা অসমলৈ আহিছিল।
৪) কোনজন আহোম ৰজাৰ ৰাজত্ব কালত আজান ফকীৰ অসমলৈ আহিছিল ?
উত্তৰ : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত আজান ফকীৰ অসমলৈ আহিছিল।
৫) জিকিৰ সমূহৰ কোনবোৰ গীতৰ প্ৰতিধনি শুনা যায় ?
উত্তৰ : জিকিৰ সমূহত অসমীয়া লোক গীতৰ প্রতিধনি শুনা যায়।
৬) জিকিৰ কাক বোলে ?
উত্তৰ : যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি অনুগত প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতি সমূহ প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে ।
৭) আদম বুলিলে কাক বুজায় ?
উত্তৰ : আদম বুলিলে আল্লাৰ সৃষ্ট প্ৰথম মানুহক বুজায় ।

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ – click here

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
Class 10 Assamese Lesson 2 জিকিৰ আজান ফকিৰ

জিকিৰ || Chapter-2 || Class-10 মূলভাৱ, প্ৰশ্ন উত্তৰ, অতিৰিক্ত প্ৰশ্ন উত্তৰ

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: Class-10 Tagged With: asaam study hub, class-10, H.S.L.C

Reader Interactions

Comments

  1. Bitupon moran says

    February 20, 2024 at 7:48 am

    Moi ear joria te bohut hikibo parilu

    Reply
  2. Bitupon moran says

    February 20, 2024 at 2:17 am

    Moi pohi bohut hikibo parilu

    Reply
    • Souvik says

      February 20, 2024 at 3:31 am

      ধন্যবাদ 🙏🙏

      Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26 July 28, 2025
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025
  • প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar July 15, 2025
  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d