|| Use of Article in Assamese || Articles (A, An, The) ৰ ব্যৱহাৰ ||
There is no doubt that articles are adjectives since they modify the nouns after them. But articles have some special significance as determiners. Articles determine the standard of nouns.
A,An,The- এই তিনিটাক Articles বুলি কোৱা হয় । A আৰু An -ক Indefinite (অনিৰ্দেশক) Article আৰু ‘the’ -ক Definite (নিৰ্দেশক) Article বোলা হয় ।
* There are two types of articles:
1.Definite Article(নিৰ্দেশক) – the
The makes the noun something particular and definite.
Use of Article in Assamese || Articles (A, An, The) ৰ ব্যৱহাৰ
2.Indefinite Article(অনিৰ্দেশক) – a & an
A & an – make the noun something general and indefinite.
Use of Article in Assamese || Articles (A, An, The) ৰ ব্যৱহাৰ ১) Singular countable noun -ৰ আগত ‘a’ বা ‘an’ ব্যৱহাৰ হয় । Consonant sound ৰ আগত a আৰু Vowel sound -ৰ আগত ‘an’ বহে । আখৰ কেইটা Vowel বা Consonent হ’লেই নহয়, ধ্বনিটোৰ ওপৰত ভিত্তি কৰিহে a বা an বহে । Financial Education in Assamese – click here * Assam TET Section – click here Use of Article in Assamese || Articles (A, An, The) ৰ ব্যৱহাৰ
Indefinite Article -ৰ ব্যৱহাৰ
উদাহৰণ- A boy, An honest boy, A B.A, An M.P, An umbrella, A dog, An ox, An M.A., An M.L.A.
২) কিছুমান শব্দ vowel আখৰেৰে আৰম্ভ হ’লেও আৰম্ভণিৰ ধ্বনিটো ‘yu’ উচ্চাৰণ হ’লে তাৰ আগত ‘a’ বহে ।
উদাহৰণ- A union, A university, A European, A useful thing.
৩) শব্দৰ আগত থকা ‘O’ এই vowel -ৰ উচ্চাৰণ যদি ‘oa'(ওয়া) ৰ দৰে হয়, তাৰ আগতে ‘a’ বহে ।
উদাহৰণ- A one rupee note, A one-eyed man.
৪) গোটেই শ্ৰেণী বা জাতিটো বুজাবলৈ Singular countable noun -ৰ আগত Articles (a,an) ব্যৱহাৰ হয়। কিন্তু Man আৰু Woman শব্দ এনে অৰ্থত ব্যৱহাৰ কৰিলে Article ব্যৱহাৰ নহয় । Use of Article in Assamese || Articles (A, An, The) ৰ ব্যৱহাৰ
উদাহৰণ- A cow is a useful animal.
A horse can run fast.
A cat is fond of milk.
Man is mortal.
Woman is physically weak. Definite Article-ৰ ব্যৱহাৰ || Use of Article in Assamese || Articles (A, An, The) ৰ ব্যৱহাৰ
Leave a Reply