বাক্য কি - Sentences in Assamese
Ans:- বাক্য হৈছে বক্তাৰ ইচ্ছা বা উদ্দেশ্য প্ৰকাশৰ বাহন । আমাৰ মনৰ কোনো এটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিবৰ কাৰণে কিছুমান word ৰ প্ৰয়োজন হয় ; এই word বিলাক একেলগে বহি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক Sentence বুলি কোৱা হয় ।
Ans:- বক্তাৰ ইচ্ছা, উদ্দেশ্য অনুসৰি বাক্যবোৰক সাধাৰণতে পাঁচ ধৰণে ভাগ কৰিব পাৰি । সেইবোৰ হল – 1. Assertive Sentence 2. Interrogative Sentence. 3. Imperative Sentence. 4. Optative Sentence 5. Exclamatory Sentence; বাক্য কি – Sentences in Assamese
Ans’- যিবোৰ বাক্যই কোনো এক ঘটনা বিশেষৰ বৰ্ণনা দাঙি ধৰে সেইবোৰক Assertive Sentence বোলা হয় । Assertive Sentence ক Declarative Sentence বুলিও কব পাৰি । এইবোৰ বাক্যৰ শেষত সম্পূৰ্ণ বিৰাম চিন (.) Full stop বহে ।. এই Sentence বিধে ব্যাক্তি , বস্তু , ঠাই, অবস্থা, কাৰ্য, ইত্যাদি বৰ্ণনা কৰে । যেনে- She is beautiful. This is a book. Blood is red. বাক্য কি – Sentences in Assamese
Ans:- এই বিধ sentence এ প্ৰশ্ন সোধে । ইহঁতক সেইবাবে Question ও বোলে । Interrogative sentences ত subject বোৰ Verb ৰ পিছত বহে । Sentence ৰ শেষত Question Mark ব্যাবহাৰ কৰা হয় ।। যেনে- What is your name? Is he a good boy? বাক্য কি – Sentences in Assamese
Ans:- যিবোৰ বাক্যৰ দ্বাৰা আদেশ (order) অনুৰোধ (request) উপদেশ (advice) দিয়া বুজায় সেইবোৰক Imperative Sentence বোলে ।. বাক্য কি – Sentences in Assamese
যেনে- Go there ( order);. Do not tell a lie( advice). please come here. (Request)
বাক্য কি – Sentences in Assamese
Ans:- যিবোৰ বাক্যৰ দ্বাৰা মনৰ ইচ্ছা, অভিলাশা , প্রার্থনা, আশীৰ্বাদ, আদি প্ৰকাশ কৰে সেই ধৰণৰ বাক্যক Optative Sentence বোলা হয় । এই ধৰণৰ বাক্য সাধাৰণতে May ৰে আৰম্ভ হয় । যেনে- May he live ling. May God help you. বাক্য কি – Sentences in Assamese
Ans:- এইবিধ sentence এ আমাৰ মনৰ আনন্দ, দূঃখ, আবেগ, উত্তেজনা আদি প্রকাশ কৰে । যেনে- Hurrah! we have won the game. Alas! He is no more. How lovely the girl is?
Voice Change in Assamese click here
Translation In Assamese click here
| Our Whatsapp Group Link | click here |
বাক্য কি – Sentences in Assamese
IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online IndiGo Airlines নিযুক্তি ২০২৬ – গুৱাহাটীত…
NVS Shillong Recruitment 2026 – PGT, TGT & Staff Nurse Vacancy NVS Shillong Recruitment 2026 – PGT, TGT, Nurse, Counselor…
MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts MSSV নাগাঁও নিযুক্তি…
U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now U.N. Academy Kajalgaon নিযুক্তি ২০২৬ –…
DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now DPS Dhaligaon নিযুক্তি ২০২৬ –…
B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts B.N. College Dhubri নিযুক্তি ২০২৬ –…