• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

must

Auxiliary Verb in Assamese

June 12, 2021 by Souvik Leave a Comment

 

assamstudyhub/auxiliary-verb
assamstudyhub/auxiliary-verb

 

Auxiliary Verb বোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে –

1. Primary Auxiliary 2. Model Auxiliary

🔺 Primary Auxiliary Verbs:- am, is, are, was , were, have, has, had

🔺Model Auxiliary Verbs:- Shall, Should, Will, Would, Can, Could, May, Might, Must, Ought to

💡Shall/ Will -ৰ ব্যাবহাৰ:-

i) ভবিষ‍্যত কাল বুজাবলৈ Second আৰু Third Person ৰ লগত ‘will‘ কিন্তু First Person (singular বা plural) ৰ লগত ‘Shall‘ ব্যাবহাৰ কৰা হয় ।

যেনে- I shall do it. We shall do it. She/he/they will do it.

ii) জোৰ (emphasis) দি বুজাবলৈ 1st Person ৰ লগত Will আৰু 2nd + 3rd person ৰ লগত Shall ব্যাবহাৰ কৰা হয় ।

যেনে- He shall pass the examination this year.

I will go to hour home tomorrow.

💡Should/ Would ৰ ব্যাবহাৰ –

1. দায়িত্ব বা কৰ্তব্য বুজাবলৈ Should ব্যাবহাৰ কৰা হয় ।

যেনে- You should do your duty.

2. নৈতিক বা সামাজিক দায়বদ্ধতা বুজাবলৈ Should ব্যাবহাৰ কৰা হয় ।

যেনে- You should respect your elder

3. উপদেশ দিবলৈ should ব্যাবহাৰ কৰা হয় । যেনে- You should consult with a doctor

4. ভদ্ৰতাসূচক প্ৰশ্ন কৰিবলৈ Would ব্যাবহাৰ কৰা হয়। যেনে- Would you do me a favour?

5. অতীতৰ অভ‍্যাসজনীত কাম বোৰ বুজাবলৈ Would ব্যাবহাৰ কৰা হয় ।

6. কল্পনা কৰিবলৈ Would ব্যাবহাৰ কৰা হয় ।

💡 Can/ Could ৰ ব্যাবহাৰ –

1. বৰ্তমানৰ সামৰ্থ বুজাবলৈ Can ব্যাবহাৰ কৰা হয় । যেনে – I can speak English.

2. অনুমতি লবলৈ বা দিবলৈ Can ব্যাবহাৰ কৰা হয়। যেনে – Can i use your phone?

3. সম্ভাৱনা বুজাবলৈ Can ব্যাবহাৰ কৰা হয় ।

4. অতীতৰ সামৰ্থ বুজাবলৈ Could ব্যাবহাৰ কৰা হয় ।

5. ভদ্ৰতা সূচক প্ৰশ্ন কৰিবলৈ Could ব্যাবহাৰ কৰা হয় । যেনে – Could you please repeat it again?

💡 May / Might ব্যাবহাৰ শিকক-

1. অত্যাধিক সম্ভাৱনা বুজাবলৈ May ব্যাবহাৰ কৰা হয় । যেনে- It may rain now.

2. সামান্য সম্ভাৱনা বুজাবলৈ Might ব্যাবহাৰ কৰা হয় । যেনে- He might come tomorrow.

3. সন্মানৰ সৈতে অনুমতি লবলৈ বা প্ৰশ্ন কৰিবলৈ May or Might ব্যাবহাৰ কৰিব পাৰি । যেনে- May I come in sir?

💡 Must ৰ ব্যাবহাৰ-

1. নিশ্চয়তা বুজাবলৈ must ব্যাবহাৰ কৰা হয় ।

2. বাধা দিয়া অৰ্থত must ব্যাবহাৰ কৰা হয় ।

3. Obligation বুজাবলৈ must ব্যাবহাৰ কৰা হয় ।

 

 

 

Translation click here

Voice Change in Assamese click here

Preposition in Assamese click here

 

Filed Under: English Grammar Tagged With: auxiliary, can, could, must, shall, should

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Importance of Sports Essay June 3, 2026
  • মই অসমীয়া Class 10 Question Answer with HSLC PYQ June 2, 2026
  • Human Resource Development Institute Assam Recruitment 2026 – Apply Online for Coordinator Posts | 899 Vacancies June 2, 2026
  • DSE Assam B.Ed Notification 2026–2028: Complete Details Eligibility Rules & Last Date June 2, 2026
  • বিশ্বৰ সৰ্ববৃহৎ আৰু সৰ্বোচ্চ GK Questions Assamese May 29, 2026

Class-10 HSLC

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Assamese মুলভাৱ                            মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ […]

Class 10 Assamese Question Answer | SEBA HSLC ASSAMESE All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer  | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান Class 10 Assamese Question Answer | দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ If you are preparing for the HSLC 2026 Examination, then this page provides you with complete SEBA Class 10 Assamese Question Answers for all chapters based on the […]

More Posts from this Category

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

Loading Comments...