• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

asaam study hub

First in Assam

March 18, 2022 by Souvik Leave a Comment

​

  • First collage in Assam – Cotton Collage (1901, Guwahati)

কটন বিশ্ববিদ্যালয় ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল। প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পিছলৈ গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল। ২০১১ চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হ’ল। কটন কলেজ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ।

কটন কলেজত বৰ্তমান কলা, বিজ্ঞান আৰু সমাজ বিজ্ঞান শাখাৰ মুঠ ২১টা প্ৰাক-স্নাতক বিভাগ আৰু ২০টা স্নাতকোত্তৰ বিভাগত মুঠ প্ৰায় ৫০০০ জন ছাত্ৰ-ছাত্ৰী আৰু ২৪৪ জন শিক্ষক আছে।

কটন কলেজ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ লগতে সাহিত্যিক-সাংস্কৃতিক আন্দোলনৰো কেন্দ্ৰ আছিল।

​

  • First university of Assam – Guwahati University ( 1948, Guwahati)

গুৱাহাটী বিশ্ববিদ্যালয় বা গৌহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী আৰু অতি পুৰণি বিশ্ববিদ্যালয়খনে অসমৰ শৈক্ষিক, বৌদ্ধিক তথা ৰাজনৈতিক বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

ৱেবছাইট – http://www.gauhati.ac.in/

গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ (Assam Act, XVI of 1947) আৰু অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হয়

বিশ্ববিদ্যালয়খন গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলত অৱস্থিত। আনহাতে বিশ্ববিদ্যালয়খন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত, কামাখ্যা ৰে’ল ষ্টেছনৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত ।

101 Assam Gk – click here

  • First private university in Assam – Don Bosko University ( 2008, Guwahati)

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ), এটা ৰাষ্ট্ৰীয় বেচৰকাৰী বিশ্ববিদ্যালয়, অসমৰ গুৱাহাটীত অবস্থিত। ডন বস্কো 29 মার্চ, 2008- ত ডন বস্কোৰ প্ৰতিষ্ঠা হৈছিল । এটি ভাৰতৰ UGC ৰ লগত দূৰশিক্ষা কাউন্সিল, ইন্ডিয়া (DEC) দ্বাৰা স্বীকৃত হৈছে । ইয়াত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট স্তৰৰ অসংখ্য একাডেমিক প্রোগ্রাম অফাৰ কৰে । ইয়াৰ উদ্দেশ্য হল সকল ছাত্র/ছাত্রীক তাৰ পটভূমিত উন্নত মানসম্পন্ন শিক্ষা প্রদান কৰা । ৱেবছাইট – https://www.dbuniversity.ac.in/

​

  • First film studio in Assam – Jyoti Chitrabon (1968,Guwahati)

 

অসম চৰকাৰ 1961 চনত নৰকাসুৰ পাহাৰৰ পিছৰফালে 10 একৰ জমি লৈ অসমৰ প্ৰথম ফিল্ম ষ্টুডিও ৰ কাম আৰম্ভ কৰে ।

অসমীয়া চিনেমাৰ জনক ৰূপকোঁৱৰ জ্যোতি প্রসাদ আগৰৱালাৰ প্রতি যথাযথ শ্রদ্ধা জনাই, ফিল্ম স্টুডিওৰ নাম যথার্থভাবেই “জ্যোতি চিত্রবন” ৰখা হয় ।

​First high court in Assam – Guwahati High Court ( 1949)

ভাৰত চৰকাৰ আইন 1935 সম্পূর্ণ পাচ হোৱাৰ পিছত 1 March, 1948- গুয়াহাটি হাইকোর্ট প্রতিষ্ঠিত কৰা হৈছিল । ই মূলত অসম আৰু নাগাল্যান্ডেৰ হাইকোর্ট হিচাপে পৰিচিত আছিল কিন্তু 1971 চনত ইয়াৰ নাম পৰিৱৰ্তন কৰি গুয়াহাটি হাইকোর্ট ৰখা হয়।

First in Assam
First in Assam in Assamese

​First Assamese Film in Assam – Joymoti (1935)

জয়মতী, ১৯৩৫ চনত মুক্তি পোৱা, প্ৰথমখন অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ ‘সতী জয়মতী’ নাটকৰ ওপৰত ভিত্তি কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা ‘চিত্ৰবন ষ্টুডিঅ‘ত কৰা হৈছিল। ১৯৩৫ চনত ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়

​First colour film in Assam – Bhaiti (1972)

ভাইটি  অসমীয়া ভাষাৰ প্ৰথম ৰঙীন ফিচাৰ ফিল্ম। কমল নাৰায়ণ চৌধুৰি পৰিচালিত, ভাইটি আছিল অসমীয়া ভাষায় প্রথম রঙিন চিনেমা । এইখন চিনেমাত সঙ্গীত পৰিচালনা কৰিছিল অজিত সিংহ। খগেন মহন্ত, আৰতি মুখার্জি এবং অজিত সিং-ৰ দৰে অসমীয়া চিনেমাৰ গায়ক এই চিনেমাৰ গীতত কণ্ঠ দিছিল । ভাইটি চিনেমা মুক্তি পায় ১৯৭২ চনত ।

Assam TET Section – click here

​

First female CM of Assam – Syeda Anwara Taimur 

 

চৈয়দা আনোৱাৰা টাইমূৰ (১৯৩৬ – ২০২০) আছিল অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত আছিল। তেৱেঁই হৈছে অসমৰ ইতিহাসৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত থকা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। তেওঁ চাৰিবাৰকৈ অসম বিধানসভালৈ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল। ১৯৮৮ চনত তেওঁ ৰাজ্যসভালৈ আমন্ত্ৰণ পাইছিল। ২০২০ চনৰ ২৮ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াত তেখেতৰ মৃত্যু হয়।

 

​Financial Education in Assamese  – click here

 

Filed Under: সাধাৰণ জ্ঞান Tagged With: About Assam, asaam study hub, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Assam Police Old Question Papers

March 17, 2022 by Souvik 2 Comments

Filed Under: Previous year Question Papers Tagged With: asaam study hub, Assam Police

‍ডেবিট কাৰ্ড কি ।। What is Debit card in Assamese

March 14, 2022 by Souvik Leave a Comment

‍ডেবিট কাৰ্ড কি।। What is Debit card in Assamese

ডেবিট কার্ড হল ATM কার্ড আৰু ই এটা ক্রেডিট কার্ডৰ মৌলিক ফাংশনবোৰক মিশ্রিত কৰি গ্রাহকক ব্যাঙ্ক অ্যাকাউন্টৰ পৰা দ্ৰুত নগদ অ্যাক্সেস কৰিব সহায়তা কৰে। আপুনি অনলাইনত বস্তু ক্ৰয়কৰাৰ বাবে ডেবিট কার্ড ব্যবহাৰ কৰিব পাৰে ।

💳 ডেবিট কার্ড কি?

ডেবিট কার্ডবোৰ আপোনাৰ ব্যাঙ্কৰ দ্বাৰা জাৰি কৰা হয় , এটা ডেবিট কার্ড দাইৰেক্ট আপোনাৰ ব্যাঙ্ক অ্যাকাউন্টৰ লগত লিঙ্ক কৰে, আপোনাৰ প্ৰয়োজন অনুসৰি ATM ত টকা তুলিব পাৰে।।

‍ডেবিট কাৰ্ড কি ।। What is  Debit card in Assamese
‍ডেবিট কাৰ্ড কি ।। What is Debit card in Assamese

💳 এটা ডেবিট কার্ড কেনেদৰে কাম কৰে || How does a Debit card works

ডেবিট কার্ডবোৰ প্রধান ক্রেডিট কার্ড ব্র্যান্ডবোৰৰ লগত অংশীদাৰ, যেনে- VISA, Mastercard আৰু Discover, এই ব্ৰেণ্ডবোৰৰ পৰা বস্তু কিনাৰ বাবে অর্থপ্রদানৰ কাৰণে ডেবিট কার্ড ব্যবহাৰ কৰিব পাৰে ।

ব্যক্তিগতভাবে বস্তু কিনাৰ বাবে আপোনাৰ ডেবিট কার্ড ব্যবহাৰ কৰাৰ সময়ত, আপুনি ক্রেডিট কার্ডেৰ দৰে কার্ড টার্মিনালত সোয়াইপ কৰি, মেশিনত আপোনাৰ ব্যক্তিগত শনাক্তকৰণ নম্বৰ (পিন নম্বৰ) লিখিব, আপোনাৰ পিন এটা নিৰাপত্তা ব্যবস্থা যি আপোনাৰ পৰিচয় ভেৰিফাই কৰে ।

এবাৰ আপোনাৰ ব্যাঙ্ক যাচাই কৰে যে আপোনাৰ বেংক আকাউণ্টত বস্তু কিনাকাটা কৰাৰ বাবে পৰ্যাপ্ত ধন আছে নে নাই, তাৰ পিছত আপোনাৰ লেনদেন অনুমোদিত হয়। এই সকল প্ৰচেছ বোৰ সম্পন্ন হলে আপোনাৰ কাৰ্ডৰ দ্বাৰা ট্ৰেনজেকচন সম্পন্ন হয়।।

আপুনি যেতিয়া আপোনাৰ ডেবিট কার্ড ব্যবহাৰ কৰে যিকোনো কামৰ বাবে অর্থপ্রদান কৰে বা এটিএম ৰ পৰা টকা পায়, সকলো লেন – দেনৰ ইতিহাস আপোনাৰ বেংক ত চেভ হৈ থাকে ।

    ডেবিট কার্ড প্রধানত চাৰি প্রকাৰৰ । ।

Financial Education in Assamese – click here

💳 আপুনি কিদৰে পাব পাৰে ডেবিট কার্ড || How can you get a Debit Card

যেতিয়া আপুনি এটা চেভিং অ্যাকাউন্ট খুলে তেতিয়া আর্থিক প্রতিষ্ঠানবোৰ প্রায়ই নিজা পৰা ডেবিট কার্ড ইস্যু কৰে, কিন্তু কেতিয়াবা আপুনাক ই অনুৰোধ কৰিব লগা হব পাৰে । কার্ড পোৱাৰ পিছত, আপুনি কার্ডৰ লগত থকা নির্দেশাবলী অনুসাৰে ই সক্রিয় কৰিব পাৰে ।

কাৰ্ড সক্রিয় প্রক্রিয়া চলাকালীন, আপুনি আপোনাৰ পিন সেট কৰিব । আপুনি যেতিয়াই বস্তু কিনাকাটা কৰাৰ সময়ত আৰু এটিএম পৰা টকা তুলাৰ সময়ত আপোনাৰ পিন ব্যবহাৰ কৰিব ।

💳 ডেবিট কার্ড পাব হলে আপোনাৰ বয়স কিমান হব লাগে || What should be age for get a Debit Card

প্রতিটো ব্যাঙ্কৰ ডেবিট কার্ডৰ যোগ্যতাৰ বাবে ন্যূনতম বয়সৰ সীমা ব্যাঙ্ক এবং অ্যাকাউন্টৰ প্রকাৰৰ উপৰত নির্ভৰ কৰে, 13 বছৰৰ কম বয়সীৰ বাবে এটা ডেবিট কার্ড ইস্যু কৰাৰ বিকল্প আছে। এই অ্যাকাউন্টবোৰক সাধাৰণত কিশোৰ-কিশোৰীৰ ছেভিং অ্যাকাউন্ট হিসাবত লেবেল কৰা হয় আৰু যৌথ অ্যাকাউন্টধাৰক হিচাপে পিতামাতা বা অভিভাবকৰ প্রয়োজন হয়।

18 বছৰ হৈ গলে, অভিভাৱকৰ প্ৰয়োজন নোহোৱাকৈ ব্যাঙ্ক অ্যাকাউন্ট খোলাৰ আইনত যোগ্যতা থাকে।

💳 ডেবিট কার্ড ফী || Fee of Debit card

ডেবিট কার্ডে সাধাৰণত দৈনন্দিন ব্যবহাৰৰ বাবে ফি নাথাকে, কিন্তু কিছুমান ক্ষেত্ৰত ফী দিব প্ৰয়োজন হয় :

ওভাৰড্রাফ্ট ফি। আপুনি যদি এটা বস্তু কিনাৰ লগত আপোনাৰ অ্যাকাউন্ট ওভাৰড্রাফ্ট কৰে, তেতিয়া আপনাক এটা ফি দিব লগা হয় ।

এটিএম ফি। কিছুমান বেংকৰ লিমিত পাৰ নোহোৱা লৈকে কোনো ফী নাকাটে । কিন্তু যদি আপুনি বেলেগ কোনোবা বেংকৰ পৰা টকা তোলে তেতিয়া কিছু ফী কাটি লব পাৰে । উদাহৰণ – যদি আপুনি SBI বেংকৰ ATM ব্যাবহাৰ কৰে কিন্তু অন্য বেংকৰ ATM ৰ পৰা টকা ওলায় তেতিয়াহে কিছুমান ক্ষেত্ৰত ফী কাটিব পাৰে ।

‍ডেবিট কাৰ্ড কি ।। What is Debit card in Assamese
‍ডেবিট কাৰ্ড কি ।। What is Debit card in Assamese

💳 ডেবিট কার্ডৰ সুবিধা আৰু অসুবিধা || Benefits  and Harmful of using Debit Card

ডেবিট কার্ড, নিঃসন্দেহত, শক্তিশালী আর্থিক সৰঞ্জাম কিন্তু ইযাৰ কিছুমান অসুবিধা আছে । এই কার্ডবোৰৰ সুবিধা আৰু অসুবিধাবোৰ বুজাটো অতি গুৰুত্বপূৰ্ণ তেতিয়া আপুনি স্মার্ট আর্থিক অভ্যাস গঢ়ি তুলিব পাৰে আৰু বুদ্ধিমানৰ লগত ব্যবহাৰ কৰিব পাৰে ।

🔺 ডেবিট কার্ডৰ সুবিধা:

ইয়াৰ কোনো বার্ষিক ফী নাই । কিছুমান ক্রেডিট কার্ডৰ বিপৰিতত, আপুনাৰ ব্যাঙ্কৰ দ্বাৰা ইস্যু কৰা ডেবিট কার্ডবোৰ বার্ষিক ফীমুক্ত।

ডেবিট কার্ড লক্ষ লক্ষ দোকান, অনলাইন ব্যবসায়ী আৰু এটিএম-ত ব্যবহাৰ কৰা যাব পাৰে ।

বাজেটিং। ক্রেডিট কার্ড ব্যালেন্স চলোৱাৰ পৰিবর্তত, ডেবিট কার্ডবোৰ আপুনাক নগদ অর্থ প্রদান কৰি দিয়ে আৰু আপোনাৰ বাজেটৰ বাহিৰত খৰচ ৰোধ কৰিব সহায়তা কৰে ।

What is MUTUAL FUND in Assamese  – click here

🔺 ডেবিট কার্ডৰ অসুবিধা :

কিছুমান কাৰ্ড ফি-মুক্ত নহয়। প্রিপেইড ডেবিট কার্ডবোৰ প্রায়ই মাসিক চিকুৰীতি ফি থাকে। আপুনি যদিহে অতিৰিক্ত খৰচ কৰে, আপোনাৰ ব্যাঙ্ক সম্ভবত আপোনাৰ পৰা ওভাৰড্রাফ্ট ফি চার্জ কৰিব পাৰে ।

আপুনি যদি আপোনাৰ ব্যাঙ্কেৰ নেটওয়ার্কৰ এটিএম ব্যবহাৰ নকৰে তেতিয়া এটা ফী দিব লগা হয় যি ওপৰত আলোচনা কৰা হৈছে ।

ASSAM TET Section – click here

Filed Under: Finance Tagged With: asaam study hub, finance section

ক্ৰেডিট কাৰ্ড কি ।। What is CREDIT CARD in Assamese

March 13, 2022 by Souvik Leave a Comment

ক্ৰেডিট কাৰ্ড কি ।। What is CREDIT CARD

এটা ক্রেডিট কার্ড হ’ল এটা আর্থিক উপকৰণ যি ব্যাঙ্কৰ দ্বাৰা জাৰি কৰা এটা পূর্বনির্ধাৰিত ক্রেডিট সীমা সহ, যি আপনাক নগদহীন লেনদেন কৰিব সহায়তা কৰে। কার্ড প্রদানকাৰি আপোনাৰ ক্রেডিট স্কোৰ, ক্রেডিট ইতিহাস আৰু আপোনাৰ উপাৰ্জনৰ উপৰত ভিত্তি কৰি ক্রেডিট সীমা নির্ধাৰণ কৰে। এবাৰ আপুনি ক্রেডিট কার্ডৰ বিল পাই গলে, আপুনি কোনো সুদ অবিহনেই এটা নির্দিষ্ট সময়সীমাৰ ভিতৰত আপুনাৰ ব্যয় কৰা অর্থ পৰিশোধ কৰিব পাৰে ।ক্ৰেডিট কাৰ্ড কি ।। What is CREDIT CARD in Assamese

English Grammar in Assamese – click here

এই গ্রেস পিৰিয়ডৰ পিছত, আপোনাৰ ব্যালেন্সত সুদ প্রযোজ্য হব। এটা ক্রেডিট কার্ড আৰু এটি ডেবিট কার্ডৰ মাজত মূল পার্থক্য হ’ল যে আপুনি যেতিয়া এটা ডেবিট কার্ড সোয়াইপ কৰে তেতিয়া আপোনার ব্যাঙ্ক অ্যাকাউন্টৰ পৰা টকা কাটি নিয়া হয়। আনহাতে, এটা ক্রেডিট কার্ডৰ ক্ষেত্রত আপোনাৰ পৰা আপনাৰ ক্রেডিট সীমাৰ পৰা অর্থ লোৱা হয়।

ক্ৰেডিট কাৰ্ড কি ।। What is CREDIT CARD
ক্ৰেডিট কাৰ্ড কি ।। What is CREDIT CARD by www.assamstudyhub.com

সমস্ত পণ্য পৰিষেবাৰ বাবে অনলাইনত বা অফলাইনত অর্থপ্রদান কৰিবলৈ এটা ক্রেডিট কার্ড সোয়াইপ কৰিব পাৰে । আপুনি ক্রেডিট কার্ডেৰ বাবে আবেদন কৰাৰ পিছত আৰু ই ব্যবহাৰ কৰা আৰম্ভ কৰাৰ পিছত, নিশ্চিত কৰিব যে আপুনি যি পৰিমাণ ঋণ লৈছে বা ব্যবহাৰ কৰিছে তাক জৰিমানা চার্জৰ পৰা হাত সাৰিব নির্ধাৰিত সময়ৰ ভিতৰত পৰিশোধ কৰা হৈছে । আপোনাৰ ক্রেডিট কার্ডেৰ বিৱৰণ ইস্যুকাৰীৰ ওচৰত নিৰাপদত সংৰক্ষণ কৰা হয় । জালিয়াতি এৰাবলৈ, আপোনাৰ ক্রেডিট কার্ডেৰ তথ্য কাৰোৰ লগত শেয়াৰ নকৰিব । উত্তেজনাপূর্ণ অফাৰও ক্ৰেডিট কাৰ্ড ত পাব পাৰে ।ক্ৰেডিট কাৰ্ড কি ।। What is CREDIT CARD in Assamese.

What is MUTUAL FUND in Assamese – click here

 

ক্রেডিট কার্ডৰ সুবিধাসমূহ অসংখ্য, আৰু কিছু প্রধান হ’ল || Benefits of using a Credit Card :

 

  • ক্রেডিটত কিনক || Buy on credit : এটা ক্রেডিট কার্ডক যি আকর্ষণীয় কৰি তোলে সিটো হল কার্ডধাৰকৰ বাবে অনুমোদিত ক্রেডিট সীমা। আপুনি সেই সীমাৰ মাজত যিকোনো সামগ্ৰী কিনিব পাৰে আৰু পিছত অর্থ বা মূল্য প্রদান কৰিব পাৰে । আপুনি ক্রেডিট কাৰ্ডৰ দ্বাৰা উচ্চ মূল্যেৰ সামগ্ৰী কিনিলে আপোনাৰ মাসিক বাজেটত প্ৰভাৱ নপৰে । ক্রেডিট কার্ডৰ মাধ্যমে আপুনি আপনাৰ কিনাকাটাৰ মোট পৰিমাণক কম খৰচত EMI-এ ৰূপান্তৰ কৰিব পাৰে যাতে আপুনি নির্দিষ্ট সময়ৰ ভিতৰত সহজে পরিশোধ কৰিব পাৰে।
  • পেমেন্টৰ সর্বাধিক গৃহীত পদ্ধতি || Most accepted method of payment : আপোনাৰ লগত এই কার্ড থাকিলে বহুত টকা নলৈ যেকোনো ঠাইত ভ্রমণ কৰিব পাৰে ।
  • সুদ-মুক্ত নগদ উত্তোলন || Interest-free cash withdrawal : কিছুমান ক্রেডিট কার্ড আছে যিবোৰ আপনাক জৰুৰী পৰিস্থিতিত এটা নির্দিষ্ট সীমা পর্যন্ত টকা ওলোৱাৰ অনুমতি দিয়ে, 45 থেকে 50 দিন লৈকে কোনো সুদ চার্জ কৰা নহয় । আপুনি আর্থিক জৰুৰীৰৰ সময়ত ই ব্যবহাৰ কৰিব পাৰে।
  • সীমাহীন পুৰস্কাৰ আৰু পয়েন্ট || Unlimited reward points : আপুনি যেতিয়া ক্ৰেডিট কাৰ্ড ব্যবহাৰ কৰে কেতিয়া এই কার্ডবোৰ পুৰস্কাৰ পয়েন্ট পোৱা যায় ৷
  • বীমা কভাৰেজ ||Insurance coverage : আপুনি ব্যক্তিগত দুর্ঘটনাৰ গড়, লগতে ভ্রমণ বীমা কভাৰেজ পাব পাৰে।।
ক্ৰেডিট কাৰ্ড কি ।। What is CREDIT CARD
ক্ৰেডিট কাৰ্ড কি ।। What is CREDIT CARD by www.assamstudyhub.com
  • ভ্রমণ সহজ কৰিব পাৰে ||Make travel easy : ভ্রমণৰ সময়ত ক্রেডিট কার্ডৰ ব্যবহাৰ গুৰুত্বপূৰ্ণ হৈ উঠে। কিছুমান ৰেষ্টুৰেণ্টত ক্ৰেডিট কাৰ্ড ব্যাবহাৰ কৰি বিল পে কৰিলে কিছুমান অফাৰ আৰু কেছবেক পোৱা যায় ।
  • ডিসকাউন্ট আৰু ক্যাশব্যাক || Discounts and cashbacks:: ক্রেডিট কার্ডৰ সুবিধা সমূহ চিনেমাৰ টিকট, অনলাইন শপিং আৰু স্বাস্থ্য – সুস্থতাৰ আউটলেটসমূহত ছাড় পোৱা যায়।
  • ক্রেডিট স্কোৰ উন্নত কৰিব সহায় কৰে || Improve your credit score : ক্রেডিট কার্ডৰ সুবিধা ক্রেডিট বস্তু কিনাৰ মধ্যে সীমাবদ্ধ নহয়; ই আপোনাৰ ক্রেডিট স্কোৰ উন্নত কৰিব সাহায্য কৰে। আপুনি যদিহে ক্ৰেডিট লোৱা পইচা সময়ত সোধ কৰি দিয়ে তেতিয়া আপনার CIBIL স্কোৰ বাড়ি যায় । যি আপোনাক ভবিষ্যতে কোনো অসুবিধা অবিহনে ঋণ পোৱাত সাহায্য কৰে ।

Assam TET Section – click here

Filed Under: Notes And solutions Tagged With: asaam study hub, finance section

40 Most Important Assam GK For All Exams

March 12, 2022 by Souvik Leave a Comment

||40 Most Important Assam GK For All Exams||

১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?
উত্তৰ : চাওলুং চুকাফা।


২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।


৩) প্ৰশ্ন : অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?
উত্তৰ : তৰুণ ৰাম ফুকন।


৪) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?
উত্তৰ : পুৰন্দৰ সিংহ। (১৮৩৩ – ১৮৩৮)


৫) প্ৰশ্ন : কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?
উত্তৰ : ১৯৬১ চনত।


৬) প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ : ১৮৮২ চনত।


৭) প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?
উত্তৰ : ১৯২১ চনত।


৮) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : বসন্ত দাস।


৯) প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?
উত্তৰ : ১৯০৩ চনত।


১০) প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।


১১) প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : চুকাফা।


১২) প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ : ১২০৩ চনত।


১৩) প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?
উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।


১৪) প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : বীৰপাল।


১৫) প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটী।

101 Important Assam Gk – click here


১৬) প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : গোপীনাথ বৰদলৈ।


১৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ : ৰেণুকা দেৱী বৰকটকী।


১৮) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১২৫৩ চনত।


১৯) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।


২০) প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?
উত্তৰ : ১৬৮১ চনত।


২১) প্ৰশ্ন : অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?
উত্তৰ : ১৫৪৮ চনত।


২২) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?
উত্তৰ : ১৯২০ চনত।


২৩) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।


২৪) প্ৰশ্ন : কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ : ১৬৭১ চনত।


২৫) প্ৰশ্ন : অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৬৯৪ চনত।


২৬) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?
উত্তৰ : ১৯০১ চনৰ পৰা।


২৭) প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?
উত্তৰ : ১৮৪৭ চনত।

40 Most Important Assam GK For All Exams
40 Most Important Assam GK For All Exams


২৮) প্ৰশ্ন : ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?
উত্তৰ : ১৮৬৬ চনৰ পৰা।


২৯) প্ৰশ্ন : অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?
উত্তৰ : ১৯৭৯ চনৰ পৰা।


৩০) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?
উত্তৰ : ১৯১৭ চনত।


৩১) প্ৰশ্ন : অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?
উত্তৰ : ১৮৮৬ চনৰ পৰা।


৩২) প্ৰশ্ন : জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।


৩৩) প্ৰশ্ন : অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?
উত্তৰ : শিৱসাগৰ।

Important Gk for ASSAM TET – click here


৩৪) প্ৰশ্ন : আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?
উত্তৰ : বশিষ্ঠাশ্ৰমত।


৩৫) প্ৰশ্ন : ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?
উত্তৰ : ডিগবৈ।


৩৬) প্ৰশ্ন : অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?
উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।


৩৭) প্ৰশ্ন : স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?
উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।


৩৮) প্ৰশ্ন : অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?
উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।


৩৯) প্ৰশ্ন : স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : দেৱেশ্বৰ শৰ্মা ।


৪০) প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ : আকবৰ হাইদৰী।

Filed Under: সাধাৰণ জ্ঞান Tagged With: asaam study hub, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Problem of Flood in Assam Essay

March 10, 2022 by Souvik 2 Comments

Problem of Flood in Assam Essay

 Assam is a land of river. The Brahmaputra and the Borak and their tributaries of flow over almost all the district of the State. At particular time f the year Assam makes news in the all Indian newspapers. It is the time of flood. The same old sad story of flood is repeated every year almost in the same way. 

HSLC Previous Year’s Question Papers – click here

 With the start of the wet season in May and June it’s starts raining in Assam and continuous for two to three months. Because of excess rains particularly in the flood hells of the Himalayan the rivers in Assam cannot carry away all the water. Submerges the low lying area of the valley. This is how flood occur in Assam.

Problem of Flood in Assam Essay
Problem of Flood in Assam Essay

Almost all the district in Assam comes under the grip of terrible flood every year. Flood  causes great damages to crops in the field and houses and properties in the village. The thousands of people are rendered homeless. Heavy erosions of same portions of the bank of certain river is usually cause at this time. The memory of the natives death and destruction caused blow by the flood in 1988 is still horrifying. Heavy erosion took place at Dibrugarh, Majuli and Nagaon. The govt. has built embankment the banks of the rivers and it has saved certain areas from floods. But some time this embankment proves to be a source of greater dangerous then normal flood. So, something must be done to make a permanent solutions of the problem. The steps taken by the Brahmaputra Flood Commission North East Region Council made prove quite helpful in checking the destruction caused by the flood in Assam. Problem of Flood in Assam Essay

Assam TET Bengali Section – click here

 

However, flood also d good to the cultivations. They leave large silt on the field that to  makes the land fertile. Plenty fish is also available after the floods. Flood causes great damage to the economic condition of our state. As it plays havoc with Sub esti the prevention of floods. The central govt. has already set up Brahmaputra Board. But till now it has been able to do very little. A parenthetic fund should be railed to issue the sufferings of the victims of flood. The govt. must solve the problem of floods n Assam for all. Problem of Flood in Assam Essay

 

Join Us in Whatsapp  click here
   

Problem of Flood in Assam Essay

Filed Under: English Essay Tagged With: asaam study hub, english essay

শতাংশ || Percentage Short Tricks in Assamese

March 6, 2022 by Souvik Leave a Comment

শতাংশ || Percentage || বৈদিক গণিত

Percentage Tricks in Assamese

 

শতাংশ Percentage || (বৈদিক গণিত) নিৰ্ণয়ৰ তিনি ধৰণৰ সমস্যা এটা সাধাৰণ সূত্ৰ প্ৰয়োগ কৰি নিৰ্ণয় কৰিব পাৰি।প্ৰশ্ন সমূহ হল –

১) x ৰ Y% কি ?

২) x ৰ কিমান শতাংশ Z ?

৩) কাৰ Y% ৰ মান Z ?

  • আটাইকেইটা প্ৰশ্নৰ শতাংশ নিৰ্ণয়ৰ বাবে প্ৰয়োজনীয় সূত্ৰ –

কি × 100 = কাৰ × % Or

কি÷কাৰ = %÷100

উদাহৰণ-

1) 70 ৰ 30% কি ?

সমাধান–

ইয়াত,

% = 30

কাৰ = 70

কি = ?

ধৰো, কি = x

এতিয়া,

কি × 100 = কাৰ × %

=> x × 100 = 70 × 30

=>x = 2100÷100

=>x=21

গতিকে, 70 ৰ 30%=21

বর্গ নিৰূপণৰ সহজ পদ্ধতি – click here

2) 70 ৰ কিমান শতাংশ 21 ?

সমাধান

ইয়াত,

কাৰ = 70

কি = 21

% = ?

ধৰোঁ, % =x

এতিয়া,

কি × 100 = কাৰ × %

=>21×100=70×x

=>2100÷70=x

=>30=x

গতিকে,70 ৰ 30%=21

Percentage Tricks in Assamese

শতাংশ || Percentage || বৈদিক গণিত
শতাংশ || Percentage || বৈদিক গণিত Short Tricks

3) কাৰ 30% ৰ মান 21 ?

সমাধান-

ইয়াত,

% = 30

কি = 21

কাৰ = ?

ধৰা হল, কাৰ = x

এতিয়া,

কি × 100 = কাৰ × %

=>21×100 = x × 30

=>2100÷30 = x

=>70= x

গতিকে, 70 ৰ 30% ৰ মান 21

 

Assam TET Section – click here

Filed Under: বৈদিক গণিত Tagged With: asaam study hub, বৈদিক গণিত

DHS DME Assam Previous Year QUESTION PAPER 2020

March 5, 2022 by Souvik Leave a Comment

 

DHS DME Assam Previous Year QUESTION PAPER 2020

Benefits of solving previous year’s Question paper 

There are many advantages of solving previous year’s Question paper  and practising with them.

Solving previous year’s Question paper  will help the students to know the question paper structure and difficulty level of the exam.

Solving previous year’s Question paper will let the students know the important topics and the marking scheme of the exam. This will help them in knowing the weightage per topic and prepare accordingly.

Solving previous year’s Question paper will help the students to solve the question paper in a stipulated time. This will prepare them well for the exam and let them know the amount of time required for attempting each section in the exam.

One of the best advantages of solving Assam   previous year’s Question paper is that it will infuse the time management skill in the students. Solving the previous year’s question papers will make them more efficient and help them in scoring high.

Solving previous year’s Question paper will also help the students to know the trend of questions asked in the exam.

DHS DME Assam Previous Year QUESTION PAPER 2020
DHS DME Assam Previous Year QUESTION PAPER 2020

DHS DME Assam Previous Year QUESTION PAPER 2020

DHS DME Assam Previous Year QUESTION PAPER 2020

DHS DME Assam Previous Year QUESTION PAPER 2020

Assam Competitive Exam Previous Year Question Paper – click here

Mock Test Section – click here

বিগত বৰ্ষৰ প্ৰশ্নকাকত সমাধান কৰাৰ সুবিধা

  1. আগৰ বছৰৰ প্ৰশ্নকাকতখন সমাধান কৰি সেইবোৰৰ সৈতে অনুশীলন কৰিলে বহু সুবিধা আছে। SEBA Class 10th প্ৰশ্নকাকত বহুত উপযোগী আৰু পৰীক্ষাৰ প্ৰস্তুতিত যোগ দিয়ে। আহক জানো আহক কিয় ছাত্ৰ-ছাত্ৰীসকলে এই অসম HSLC নমুনা কাগজবোৰ চাব লাগে।
  2. বিগত বৰ্ষৰ প্ৰশ্নকাকত সমাধান কৰিলে ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্নকাকতৰ গঠন আৰু ছেবা পৰীক্ষাৰ অসুবিধাৰ স্তৰ জানিব পাৰিব।
  3. বিগত বৰ্ষৰ প্ৰশ্নকাকত সমাধান কৰিলে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ গুৰুত্বপূৰ্ণ বিষয় আৰু নম্বৰ দিয়াৰ আঁচনি জানিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে প্ৰতিটো বিষয়ৰ ওজন জানিব পাৰিব আৰু সেই অনুসৰি প্ৰস্তুতি চলাব।
  4. বিগত বৰ্ষৰ প্ৰশ্নকাকত সমাধান কৰিলে ছাত্ৰ-ছাত্ৰীসকলে নিৰ্দিষ্ট সময়ত প্ৰশ্নকাকত সমাধান কৰাত সহায় কৰিব। ইয়াৰ ফলত তেওঁলোক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুত হ’ব আৰু পৰীক্ষাৰ প্ৰতিটো শাখাৰ প্ৰচেষ্টাৰ বাবে কিমান সময়ৰ প্ৰয়োজন সেই বিষয়ে জানিব পাৰিব।
  5. অসম এইচ এছ এল চিৰ বিগত বৰ্ষৰ প্ৰশ্নকাকত সমাধান কৰাৰ এটা উত্তম সুবিধা হ’ল ই ছাত্ৰ-ছাত্ৰীৰ মাজত সময় ব্যৱস্থাপনাৰ দক্ষতাৰ সৃষ্টি কৰিব। বিগত বছৰৰ প্ৰশ্নকাকত সমাধান কৰিলে তেওঁলোক অধিক কাৰ্যক্ষম হ’ব আৰু উচ্চ নম্বৰ পোৱাত সহায়ক হ’ব
  6. বিগত বৰ্ষৰ প্ৰশ্নকাকত সমাধান কৰিলেও ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত সোধা প্ৰশ্নৰ ধাৰা জানিব পাৰিব।Assam Competitive Examination Previous Years Question Papers

DHS DME Assam Previous Year QUESTION PAPER 2020 PDF

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

Filed Under: Previous year Question Papers Tagged With: asaam study hub, Previous year Question Papers, Question paper 2020

Why Do We Celebrated Republic Day in India || It’s Significance || How it’s Celebrated

January 21, 2022 by Souvik Leave a Comment

Why Do We Celebrated Republic Day in India ?

Republic Day marks the celebration of the empowerment of Indian Citizens ; Republic Day has been celebrating every year since 26 January, 1950. On this day people of India had abolished the Government of India act ( 1935 ) & adopted Constitution of India the book of fundamental law for independent India. It has been celebrated as National Festival along with Independent Day and Gandhi Jayanti.

Why Do We Celebrated Republic Day in India || It's Significance || How it's Celebrated
Why Do We Celebrated Republic Day in India || It’s Significance || How it’s Celebrated

There is a significant history behind the making of Indian Constitution , many youths at the present day have no idea that how did our Constitution made , how our country runs because youths are too much addicted towards online games, Facebook & Instagram.

So, let’s have a brief look of story behind the making of  Indian Constitution.

The story of making Indian Constitution started when some of Indian scholars thought that there should be a specific laws & rules to run our independent country.

Following this thought in 1946, 9 December there was the first meeting held regarding to make Constitution in the constitution hall (now the Central Hall of Parliament House) and decided to make  Sachchidananda Sinha as temporary president .

At the 2nd meeting held on 11 December 1946; The Assembly appointed Rajendra Prasad as its permanent president, H. C. Mukherjee as its vice-chairman and B. N. Rau as constitutional legal adviser. There were initially 389 members in total, which declined to 299 after partition. Out of the 389 members, 292 were from government provinces, four from chief commissioner provinces and 93 from princely states.

After Independence, 22 July 1947  National flag adopted and on 29 August 1947 Drafting Committee appointed  B. R. Ambedkar as its Chairman, who is known as the Father of Indian Constitution . He had studied the constitutions of about 60 countries.

The other six members of Drafting committee were Munshi, Muhammed Sadulla from Assam, Alladi Krishnaswamy Iyer, N. Gopalaswami Ayyangar, Khaitan and Mitter. To the purpose of making The Indan Constitution there were 11 meetings held .

The process of making Constitution took 2 years, 11 months and 18 days. On 26 November 1949 The Constitution of India was ready, passed and adopted by the assembly.

On 24 January 1950 last meeting of Constituent Assembly held. After many deliberations and some modifications, the 308 members of the Assembly ( Sarijini Naidu and were the only two female members )signed two hand-written copies of the document (one each in Hindi and English) on 24 January 1950. Two days later which was on 26 January 1950 Thursday, it came into effect throughout the whole nation. On that day, Dr. Rajendra Prasad’s began his first term of office as President of the Indian Union. To mark the date we celebrated the date as Republic Day .

👉 Why do we Celebrate Republic Day in Assamese – গণৰাজ্য দিৱস || Republic Day || 26 January

Significance of The Constitution of India –

Bhāratīya Saṃvidhāna is the supreme law of India. The document lays down the framework that demarcates fundamental laws of states, law of formation of government, it’s activities, principles of management of Government procedure structure, powers and duties of government institutions and sets out fundamental rights, directive principles, and the duties of citizens.

Why Do We Celebrated Republic Day in India || It's Significance || How it's Celebrated
Why Do We Celebrated Republic Day in India || It’s Significance || How it’s Celebrated

How does Republic Day celebrated in India –

The first parade was held in 1950, and it has been held every year since.Every year on the 26th of January at Rajpath, New Delhi celebrate Republic Day.

The parade marches from the Rashtrapati Bhawan along the Rajpath, to India Gate and from there to Red Fort. It opens with the unfurling of the national flag by the President of India. This is followed by marching from several regiments of the Army, Navy, and Air Force, along with their bands. Tableaus from various states signifying their cultures are displayed. A beating retreat ceremony signifies the end of the parade.

Wish Republic Day in Unique Style – click here

Chief Minister of each state host the national flag at the capital ( राजधानी ), people irrespective of sex, colour, caste participate in many kinds of cultural program.

As like every year this year i.e 2022 ,26 January Wednesday we’ll also going to celebrate , but pitiful portion that this year for the threat of Onicron Virus there should be too much restrictions on celebrating Republic Day.

 

Filed Under: English Essay Tagged With: asaam study hub, english essay

Navodaya Vidyalaya Samiti Recruitment 2022 – Non-Teaching Vacancy

January 15, 2022 by Souvik Leave a Comment

Navodaya Vidyalaya Samiti Recruitment 2022 – Non-Teaching Vacancy

Navodaya Vidyalaya Samiti (NVS).
Last Date: 10/02/2022.

Navodaya Vidyalaya Samiti (NVS) has released an employment notification for the recruitment of 1925 Non-Teaching Vacancy  Interested and eligible candidates may apply online here. 

1. Assistant Commissioner (Group-A)
No of posts: 
5 [UR:3, EWS:1, SC:1]

Age Limit ( বয়স সীমা ): 45 years.
Pay: Level-12 (Rs.78800- 209200) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ) :
(i) Master Degree in Humanities/ Science/ Commerce with Experience.
(ii) Persons holding analogous post or post of Principal in the Level -12 (Rs.78800- 209200) in the Pay Matrix
OR
With at least 5 years experience in Level 10 (Rs. 56100- 177500) and above in Educational Planning and Administration in any Govt./Semi Govt./Autonomous Organization.
Desirable:

(i) Experience of working in a residential school system
(ii) Research work done in the field of education

2. Assistant Commissioner 
No of posts:
 2 [UR:2]

Age Limit ( বয়স সীমা ): 45 years.
Pay: Level-11 (Rs.67700- 208700) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):
(1) Graduate Degree from a recognized University.
(2) Holding analogous posts on a regular basis
OR
With 8 years of service in Level 7 (Rs. 44900- 142400) in the Pay Matrix
(3) Possessing experience in handling Administrative/ Financial matters in a responsible capacity in Central/ State Govt./ Autonomous/ Statutory Organization.

3. Female Staff Nurse
No of posts:
 82 [UR:35, OBC:22, EWS:7, SC:12, ST:6]

Age Limit ( বয়স সীমা ) : 35 years.
Pay: Level-7 (Rs. 44900- 142400) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):
1. (a) Passed Sr. Secondary Examination (Class XII) or equivalent and
(b) Grade ‘A’(Three years) Diploma/Certificate in Nursing from a recognized Institution.
OR
B.Sc(Nursing) from a recognised University/ Institution.
2. Registration with Indian/ State Nursing Council.
3. Practical experience of two years in a Hospital/Clinic.
Desirable: Working Knowledge of Hindi/Regional Language and English.

Navodaya Vidyalaya Samiti Recruitment 2022 – Non-Teaching Vacancy
Navodaya Vidyalaya Samiti Recruitment 2022 – Non-Teaching Vacancy/assamstudyhub.com



4. Assistant Section Officer 

No of posts: 10 [UR:6, OBC:1, EWS:1, SC:1, ST:1]

Age Limit ( বয়স সীমা ): Between 18 and 30 years.

Pay: Level-6 (Rs. 35400- 112400) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):
1. Degree from a recognized University.
2. Knowledge of Computer Operation.


Desirable: 3 years experience in administrative, financial matters in Central Government/ Autonomous organizations under the Central Govt.

5. Audit Assistant
No of posts: 
11 [UR:3, OBC:1, EWS:1, SC:5, ST:1]

Age Limit ( বয়স সীমা ): Between 18 and 30 years.
Pay: Level-6 (Rs. 35400- 112400) in the Pay Matrix
 
Educational Qualification ( শিক্ষাগত অৰ্হতা ):

B.Com from a recognized University.
Desirable: 3 years experience of accounts works in a Government/ Semi-Government/ Autonomous organization.

6. Junior Translation Officer
No of posts: 
4 [UR:3, OBC:1]

Age Limit ( বয়স সীমা ): 32 years.
Pay: Level -6 (Rs. 35400- 112400) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):
Master’s Degree of a recognized University in Hindi with English as a compulsory or elective subject or as the medium of examination at the Degree level
OR
Master’s Degree of a recognized University in English with Hindi as a compulsory or elective subject or as the medium of examination at the Degree level.
OR
Master’s Degree of a recognized University in any subject other than Hindi or English, with Hindi medium and English as a compulsory or elective subject or as the medium of an examination at the Degree level;
OR
Master’s Degree of a recognized University in any subject other than Hindi or English, with English medium and Hindi as a compulsory or elective subject or as the medium of an examination at the Degree level;
OR
Master’s Degree of a recognized University in any subject other than Hindi or English, with Hindi and English as compulsory or elective subjects or either of the two as a medium of examination and the other as a compulsory or elective subject at Degree level;
AND
2. Recognized Diploma or certificate course in translation from Hindi to English & vice versa or two years experience of translation work from Hindi to English and vice versa in Central/State Government offices, including Govt. of India Undertaking.

7. Junior Engineer Civil
No of posts: 1 [UR:1]

Age Limit ( বয়স সীমা ): 35 years.
Pay: Level-5 (Rs. 29200- 92300) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ) :

Degree in Civil Engineering OR Three years Diploma in Civil Engineering from a recognized institution with three years experience in the construction of the building.

8. Stenographer
No of posts: 22 [UR:10, OBC:6, EWS:3, SC:3]

Age Limit ( বয়স সীমা ): Between 18 and 27 years.
Pay: Level-4 (Rs. 25500- 81100) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):
1. Senior Secondary School Certificate (Class XII)
2. Shorthand speed of 80 words per minute and Typing Speed of 40 words per minute in English corresponding to 12000 KDPH.
OR
Shorthand speed of 60 words per minute and Typing Speed of 30 words per minute in Hindi corresponding to 9000 KDPH.

9. Computer Operator
No of posts: 4 [UR:2, OBC:2, EWS:1]

Age Limit ( বয়স সীমা ) : Between 18 and 30 years.
Pay: Level-4 (Rs. 25500- 81100) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):
1. Degree from a recognized Institution/University.
2. Skill in word-processing & data entry with a one-year Computer Diploma from a recognized Institution.

10. Catering Assistant
No of posts: 87 [UR:37, OBC:23, EWS:8, SC:13, ST:6]

Age Limit ( বয়স সীমা ) : 365 years.
Pay: Level-4 (Rs. 25500- 81100) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):
1. Secondary School (X class pass) and
2. Three Years Diploma in Catering or equivalent from an Institution recognized by Ministry of Tourism, Govt. of India/State Govt.
OR
Passed Sr. Secondary (Class XII) from CBSE with Hotel Management and Catering as Vocational Subject and at least one year experience in catering.
OR
Passed Sr.Secondary (Class XII) or equivalent and one-year diploma in catering or equivalent from a recognized institution with three years experience in catering in reputed institutions/hotels.
OR
Trade proficiency Certificate in Catering with a minimum of 10 years of service in Defence Services of the regular establishment (for Ex-Servicemen only).

11. Junior Secretariat Assistant HQRS/RO
No of posts: 8 [UR:4, OBC:2, EWS:1, ST:1]

Age Limit ( বয়স সীমা ) : Between 18 to 27 years
Pay: Level-2 (Rs. 19900- 63200) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):
Senior Secondary Certificate (Class XII) from a recognized Board and possessing a minimum speed of 30 words per minute in English typewriting or 25 words per minute in Hindi typewriting [corresponding to 9000 KDPH (for English Typewriting) or 7500 KDPH (for Hindi Typewriting) on an average of 5 key depressions for each word]
OR
Passed +2 level of Senior Secondary from CBSE/State Board with Secretarial Practices and Office Management as Vocational Subjects.
Desirable:
1. Knowledge of computer operation and data entry acquired either as a subject at +2 level or through 06 months diploma in computers from a recognized institution or through computer literacy certificate at school level.
2. Experience in accounts/ administrative matters in Govt./ Semi Govt./ Autonomous organization.

12. Junior Secretariat Assistant
No of posts:
622 [UR:254, OBC:167, EWS:62, SC:93, ST:46] 

Age Limit ( বয়স সীমা ): Between 18 to 27 years
Pay: Level-2 (Rs. 19900- 63200) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):
Senior Secondary Certificate (Class XII) from a recognized Board and possessing a minimum speed of 30 words per minute in English typewriting or 25 words per minute in Hindi typewriting [corresponding to 9000 KDPH (for English Typewriting) or 7500 KDPH (for Hindi Typewriting) on an average of 5 key depressions for each word]
OR
Passed +2 level of Senior Secondary from CBSE/State Board with Secretarial Practices and Office Management as Vocational Subjects.
Desirable:
1. Knowledge of computer operation and data entry acquired either as a subject at +2 level or through 06 months diploma in computers from a recognized institution or through computer literacy certificate at school level.
2. Experience in accounts/ administrative matters in Govt./ Semi Govt./ Autonomous organization.

13. Electrician Cum Plumber
No of posts: 
273 [UR:113, OBC:73, EWS:27, SC:40, ST:20]

Age Limit ( বয়স সীমা ): Between 18 and 40 years
Pay: Level-2 (Rs. 19900- 63200) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):
1. 10th class pass.
2. ITI Certificate or equivalent in the trade of Electrician or Wireman/ Plumbing from a recognized Institute.
3. At least 02 years of experience in electrical installation, wiring, and plumbing work.
Desirable: 02 Years experience in electrical installation & maintenance of appliances

14. Lab Attendant
No of posts: 
142 [UR:59, OBC:38, EWS:14, SC:21, ST:10]

Age Limit ( বয়স সীমা ): Between 18 and 30 years
Pay: Level-1 (Rs. 18000- 56900) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):
10th Class pass with a certificate/diploma in Laboratory Technique
OR
12th Class with Science stream from a recognized Board/University

15. Mess Helper
No of posts:
 629 [UR:257, OBC:169, EWS:62, SC:94, ST:47]


Age Limit ( বয়স সীমা ):
Between 18 and 30 years

Pay: Level-1 (Rs. 18000- 56900) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ):

1. Matriculation pass (Class X passed from a recognized board)
2. 10 years experience of working in Government residential organizations/ schools.
3. Passing of Skill Test prescribed by NVS.

16. Multi Tasking Staff
No of posts: 
23 [UR:14, OBC:5, EWS:2, SC:1, ST:1]

Age Limit ( বয়স সীমা ): Between 18 and 30 years
Pay: Level-1 (Rs. 18000- 56900) in the Pay Matrix

Educational Qualification ( শিক্ষাগত অৰ্হতা ): Class X from a recognized board.

Navodaya Vidyalaya Samiti Recruitment 2022 – Non-Teaching Vacancy
Navodaya Vidyalaya Samiti Recruitment 2022 – Non-Teaching Vacancy/assamstudyhub.com

Other Criteria of Navodaya Vidyalaya Samiti Recruitment 

Age Relaxation: Category-wise age relaxation is as mentioned below:

* SC/ ST: 5 years

* OBC-NCL: 3 years
* Others: Check Advt. Details 


Place of posting: Majority of vacancies being notified vide this advertisement for recruitment are in North East Region and Hard Stations as notified by the NVS. Therefore, candidates are likely to be posted in North East Region and at Hard Stations on initial posting on recruitment and request for change of region will not be entertained under any circumstances whatsoever.


Application Fee:

* Rs. 1500/- : Assistant Commissioner, Assistant Commissioner (Admn.)
* Rs. 1200/- : Female Staff Nurse
* Rs. 1000/- : Assistant Section Officer, Audit Assistant, Junior Translation Officer, Junior Engineer (Civil), Stenographer, Computer Operator, Catering Assistant, Junior Secretariat Assistant (HQ/RO Cadre), Junior Secretariat Assistant (JNV Cadre), Electrician cum Plumber
* Rs. 750/- : Lab Attendant, Mess Helper, Multi Tasking Staff
* Payment Mode: Online

How to Apply for NVS Recruitment ৷৷ কেনেকৈ এপ্লাই কৰিব

Interested and eligible candidates may apply online for these vacancy through online mode by visiting Official Recruitment Portal of Navodaya Vidyalaya Samiti. Candidates may follow below mentioned steps to apply for NVS  Non-Teaching Vacancy.

আগ্রহী এবং যোগ্য প্রার্থীসকল নবোদয় বিদ্যালয় সমিতিৰ অফিসিয়াল ৰিক্রুটমেন্ট পোর্টালত গৈ অনলাইন মোডৰ মাধ্যমে এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰে । 

NVS  নন-টিচিং ভ্যাকান্সিৰ বাবে আবেদন কৰিবৰ কাৰণে প্রার্থীসকল তলত উল্লেখিত ভাবে কৰিব পাৰে –

* Scroll down, go to Important Web-Links section .

* Click on the “Online Application” and complete the registration process.

* Fill your all personal and educational details and upload necessary documents.

* Next, pay the application fee and submit the form.

  • At the end, take a print out of the application form .

Important Dates of NVS Non-Teaching Vacancy 2022

# Starting date of submission of online application: 12th January 2022
# Last date of submission of online application: 10th February 2022, 11:59 PM

Online Application Click Here
Advertisement Details Click Here
Official Website
Click Here

Filed Under: Jobs Section Tagged With: asaam study hub, assam careers, Assam jobs

  • « Go to Previous Page
  • Page 1
  • Interim pages omitted …
  • Page 19
  • Page 20
  • Page 21
  • Page 22
  • Page 23
  • Interim pages omitted …
  • Page 25
  • Go to Next Page »

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য March 8, 2026
  • অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ March 4, 2026
  • Eid ul Fitr 2026 in Assam March 4, 2026
  • SEBA HSLC General Science Question Paper 2026 PDF February 27, 2026
  • SEBA HSLC General Mathematics Question Paper 2026 PDF February 21, 2026

Class-10 HSLC

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

 

Loading Comments...