• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • English Grammar
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

First in Assam

March 18, 2022 by Souvik Leave a Comment

​

  • Contents hide
    First collage in Assam – Cotton Collage (1901, Guwahati)
    First university of Assam – Guwahati University ( 1948, Guwahati)
    First private university in Assam – Don Bosko University ( 2008, Guwahati)
    First film studio in Assam – Jyoti Chitrabon (1968,Guwahati)
    ​First high court in Assam – Guwahati High Court ( 1949)
    ​First Assamese Film in Assam – Joymoti (1935)
    ​First colour film in Assam – Bhaiti (1972)
    First female CM of Assam – Syeda Anwara Taimur
    Share this:
    Like this:
    Related

    First collage in Assam – Cotton Collage (1901, Guwahati)

কটন বিশ্ববিদ্যালয় ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল। প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পিছলৈ গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল। ২০১১ চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হ’ল। কটন কলেজ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ।

কটন কলেজত বৰ্তমান কলা, বিজ্ঞান আৰু সমাজ বিজ্ঞান শাখাৰ মুঠ ২১টা প্ৰাক-স্নাতক বিভাগ আৰু ২০টা স্নাতকোত্তৰ বিভাগত মুঠ প্ৰায় ৫০০০ জন ছাত্ৰ-ছাত্ৰী আৰু ২৪৪ জন শিক্ষক আছে।

কটন কলেজ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ লগতে সাহিত্যিক-সাংস্কৃতিক আন্দোলনৰো কেন্দ্ৰ আছিল।

​

  • First university of Assam – Guwahati University ( 1948, Guwahati)

গুৱাহাটী বিশ্ববিদ্যালয় বা গৌহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী আৰু অতি পুৰণি বিশ্ববিদ্যালয়খনে অসমৰ শৈক্ষিক, বৌদ্ধিক তথা ৰাজনৈতিক বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

ৱেবছাইট – http://www.gauhati.ac.in/

গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ (Assam Act, XVI of 1947) আৰু অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হয়

বিশ্ববিদ্যালয়খন গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলত অৱস্থিত। আনহাতে বিশ্ববিদ্যালয়খন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত, কামাখ্যা ৰে’ল ষ্টেছনৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত ।

101 Assam Gk – click here

  • First private university in Assam – Don Bosko University ( 2008, Guwahati)

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ), এটা ৰাষ্ট্ৰীয় বেচৰকাৰী বিশ্ববিদ্যালয়, অসমৰ গুৱাহাটীত অবস্থিত। ডন বস্কো 29 মার্চ, 2008- ত ডন বস্কোৰ প্ৰতিষ্ঠা হৈছিল । এটি ভাৰতৰ UGC ৰ লগত দূৰশিক্ষা কাউন্সিল, ইন্ডিয়া (DEC) দ্বাৰা স্বীকৃত হৈছে । ইয়াত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট স্তৰৰ অসংখ্য একাডেমিক প্রোগ্রাম অফাৰ কৰে । ইয়াৰ উদ্দেশ্য হল সকল ছাত্র/ছাত্রীক তাৰ পটভূমিত উন্নত মানসম্পন্ন শিক্ষা প্রদান কৰা । ৱেবছাইট – https://www.dbuniversity.ac.in/

​

  • First film studio in Assam – Jyoti Chitrabon (1968,Guwahati)

 

অসম চৰকাৰ 1961 চনত নৰকাসুৰ পাহাৰৰ পিছৰফালে 10 একৰ জমি লৈ অসমৰ প্ৰথম ফিল্ম ষ্টুডিও ৰ কাম আৰম্ভ কৰে ।

অসমীয়া চিনেমাৰ জনক ৰূপকোঁৱৰ জ্যোতি প্রসাদ আগৰৱালাৰ প্রতি যথাযথ শ্রদ্ধা জনাই, ফিল্ম স্টুডিওৰ নাম যথার্থভাবেই “জ্যোতি চিত্রবন” ৰখা হয় ।

​First high court in Assam – Guwahati High Court ( 1949)

ভাৰত চৰকাৰ আইন 1935 সম্পূর্ণ পাচ হোৱাৰ পিছত 1 March, 1948- গুয়াহাটি হাইকোর্ট প্রতিষ্ঠিত কৰা হৈছিল । ই মূলত অসম আৰু নাগাল্যান্ডেৰ হাইকোর্ট হিচাপে পৰিচিত আছিল কিন্তু 1971 চনত ইয়াৰ নাম পৰিৱৰ্তন কৰি গুয়াহাটি হাইকোর্ট ৰখা হয়।

First in Assam
First in Assam in Assamese

​First Assamese Film in Assam – Joymoti (1935)

জয়মতী, ১৯৩৫ চনত মুক্তি পোৱা, প্ৰথমখন অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ ‘সতী জয়মতী’ নাটকৰ ওপৰত ভিত্তি কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা ‘চিত্ৰবন ষ্টুডিঅ‘ত কৰা হৈছিল। ১৯৩৫ চনত ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়

​First colour film in Assam – Bhaiti (1972)

ভাইটি  অসমীয়া ভাষাৰ প্ৰথম ৰঙীন ফিচাৰ ফিল্ম। কমল নাৰায়ণ চৌধুৰি পৰিচালিত, ভাইটি আছিল অসমীয়া ভাষায় প্রথম রঙিন চিনেমা । এইখন চিনেমাত সঙ্গীত পৰিচালনা কৰিছিল অজিত সিংহ। খগেন মহন্ত, আৰতি মুখার্জি এবং অজিত সিং-ৰ দৰে অসমীয়া চিনেমাৰ গায়ক এই চিনেমাৰ গীতত কণ্ঠ দিছিল । ভাইটি চিনেমা মুক্তি পায় ১৯৭২ চনত ।

Assam TET Section – click here

​

First female CM of Assam – Syeda Anwara Taimur 

 

চৈয়দা আনোৱাৰা টাইমূৰ (১৯৩৬ – ২০২০) আছিল অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত আছিল। তেৱেঁই হৈছে অসমৰ ইতিহাসৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত থকা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। তেওঁ চাৰিবাৰকৈ অসম বিধানসভালৈ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল। ১৯৮৮ চনত তেওঁ ৰাজ্যসভালৈ আমন্ত্ৰণ পাইছিল। ২০২০ চনৰ ২৮ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াত তেখেতৰ মৃত্যু হয়।

 

​Financial Education in Assamese  – click here

 

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: সাধাৰণ জ্ঞান Tagged With: About Assam, asaam study hub, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025
  • Bankim Chandra Chattopadhyay Essay in Hindi || बंकिम चंद्र चट्टोपाध्याय June 17, 2025
  • Assam Police SI Exam 2025 Question Paper June 16, 2025
  • Director of Technical Education JA 2020 Question Paper June 13, 2025

Jobs Section

Family Court-II, Kamrup (M), Guwahati Assam Recruitment of 02 Grade-IV Posts 2025

Family Court-II Kamrup (M) Guwahati Assam Recruitment of 02 Grade-IV Posts 2025

Applications are invited from intending eligible candidates, who are citizens of India as defined in Article 5 and 6 of the Constitution of India, in Standard Form as published in Part-IX of the Assam Gazette, for filling up the following Grade-IV vacant posts in the establishment of the Principal Judge, Family Court-II, Kamrup (M), Guwahati.Family […]

Job advertisements for positions within the Bodoland Territorial Region (BTR) in Assam

Job advertisements for positions within the Bodoland Territorial Region (BTR) in Assam 2025,

Job advertisements for positions within the Bodoland Territorial Region (BTR) in Assam, focusing on community empowerment initiatives. Key details from each advertisement are outlined below অসমৰ বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ৰ ভিতৰত পদৰ বাবে চাকৰিৰ বিজ্ঞাপন, সম্প্ৰদায় সৱলীকৰণৰ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰি। প্ৰতিটো বিজ্ঞাপনৰ পৰা মূল বিৱৰণ তলত উল্লেখ কৰা হৈছে Job advertisements for positions […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d