|| Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ||
“বিশ্ব বিজয়ী নৱ জোৱান বিশ্ব বিজয়ী নৱ জোৱান শক্তি শালী ভাৰতৰ ওলাই আহা, ওলাই আহা সন্তান তুমি বিপ্লৱৰ।” Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
প্ৰেৰণাদায়ক এই গীত ফাঁকি শুনিলেই যি গৰাকী ব্যক্তিৰ প্ৰতিচ্ছবি মনত ভাঁহি উঠে সেইজনেই হল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় ৰ তামোল বা ৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰা জ্যোতি ৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী।জ্যোতি ৰ পূৰ্ব পুৰুষ ব্যৱসায়ৰ অভিপ্ৰায় ভাৰতৰ পশ্চিম দিশৰ ৰাজস্থানৰ পৰা অসমলৈ আহিছিল।পিছে উভতি নগল।ইয়াতে নিগাজী হল।অসমৰ মাটি পানীৰ লগতে ভাষা,জাতি,ধৰ্ম,সমাজ সবাক আঁকোৱালি ললে।এই পৰিয়ালৰ লোকে কেইবা পুৰুষ ধৰি সাহিত্য সংস্কৃতি ক্ষেত্ৰত যোগোৱা বৰঙণি অসমীয়া জাতিক এখোপ ওপৰলৈ তুলিলে।
জ্যোতিপ্ৰসাদৰ ককা দেউতাক হৰিবিলাস আগৰৱালাই লুপ্তপ্ৰায় হব ধৰা সাঁচি পতীয়া কীৰ্তন,নামঘোষা, গুণমালা,বৰগীত, গুৰুচৰিত আদি ছপা কৰি সাধাৰণ পাঠকৰ হাতত সুলভ মূল্যত তুলি দিছিল।চন্দ্ৰ কুমাৰ আগৰৱালাই ‘ জোনাকী ‘ কাকতৰ জৰিয়তে অসমীয়া সাহিত্যত নতুন ভাৱধাৰাৰ জোৱাৰ সৃষ্টি কৰিছিল।প্ৰতিমা আৰু ‘ বীণ বৰাগী ‘ নামৰ কবিতা পুথিৰ কাব্য জগতত নতুন ৰ পোহাৰ মেলিছিল।লগতে প্ৰকাশ কৰিছিল ‘ সাদিনীয়া অসমীয়া ‘ আৰু ‘ তিনিদিনীয়া অসমীয়া ‘ নামৰ দুখন কাকত।
Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

১৯২১ চনত হাইস্কুলীয়া শিক্ষাৰ অন্তত জ্যোতি প্ৰসাদ কলেজীয়া শিক্ষা লাভৰ বাবে কলিকতা পায়গৈ।পিছত তেওঁ বোলছবিৰ প্ৰতি আকৃষ্ট হৈ জাৰ্মান পালেগৈ ।
ভোলাগুৰি চাহ বাগিছাৰ দায়িত্ব লৈ কাম কৰি থাকোঁতেই ১৯৩৪ চনত সেই বাগিচাত ‘ চিত্ৰবন ‘ নাম দি প্ৰথম অসমীয়া ফিল্ম প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰে।ইয়াতে ‘ জয়মতী ‘ বোলছবিৰ চিত্ৰ গ্ৰহণ কৰা হয়।’ ইন্দ্ৰমালতী ‘ নামৰ আন এখন বোলছবি ও তেওঁ নিৰ্মাণ কৰি বোলছবি শিল্পক আগুৱাই নিয়ে।তেওঁ অসমত অসহযোগ আন্দোলন ত যোগ দি ১৫ মাহ সশ্ৰম কাৰাদণ্ড ভুগিছিল।১৯৫১ চনত মাত্ৰ ৪৮ বছৰ বয়সত এইজনা মহান ব্যক্তি ইহ সংসাৰ ত্যাগ কৰে।
- Why Do we celebrate – গণৰাজ্য দিৱস || Republic Day || 26 January
জ্যোতি প্ৰসাদ আগৰৱালাই চমু কালতে অসমীয়া ভাষা , সাহিত্য ,কলা – কৃষ্টি , ৰাজনীতি ,সংগীত , চিনেমা , সমাজনীতি , সকলো ক্ষেত্ৰতে কালে মচিব নোৱাৰা অৱদান দি গৈছে।ছাত্ৰ অৱস্থাতে জ্যোতি এ ‘ শোণিত কুঁৱৰী ‘ নাট ৰচনা কৰে।সমাজ আৰু সংস্কৃতি লৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁক ‘ ৰূপ কোঁৱৰ ‘ আখ্যা দিয়া হৈছে।
Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

মহাপুৰুষ শ্ৰী মন্ত শংকৰ দেৱে ধৰ্মৰ জাগৰণেৰে এখন সংস্কাৰ পূৰ্ণ সমাজ গঢ়াৰ মানস কৰিছিল।জ্যোতি প্ৰসাদ আগৰৱালাই ও প্ৰায় একে চিন্তাৰেই অসমীয়া জাতিক ন ৰূপত গঢ়ি , বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।
প্ৰতি বছৰে ১৭ জানুৱাৰীৰ জ্যোতি স্মৃতি দিৱস শিল্পী দিৱসৰূপে উৎযাপন কৰা কালত জ্যোতি প্ৰসাদৰ অমৰ বাণী বোৰ সঠিক ভাবে বাস্তৱত ৰূপায়ন কৰাৰ কথা প্ৰতিজন অসম প্ৰেমী যে চিন্তা কৰা উচিত।
Finacial Education in Assamese – click here
Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2026 – click here
প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved General SCIENCE Grammar – click here
HSLC Previous Year’s Question in PDF – click here
SEBA Class – 10 All Solutions – click here
আবেদন || শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুত কটনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্র লিখা। (আবেদন / প্ৰতিবেদনত নাম-ঠিকনা নিলিখিবা) [HSLC ’12, ’14 ] – click here
General SCIENCE Application || শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষকলে আবেদন লিখা। (নাম, ঠিকনা নিলিখিবা) [HSLC ’12] – click here
CLASS 10 : General SCIENCE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. Previous Year’s EXAM QUESTIONS Answers Solution – click here
প্ৰতিবেদন || তোমাৰ অঞ্চলৰ বাট-পথ দলং আদি নষ্ট হোৱাৰ সৈতেৰে মেম্বাৰৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি এখন প্ৰতিবেদন লিখা। [HSLC ’17] – click here
CLASS 10 : General SCIENCE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION
আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]
ASSEB Class -10 English | Lesson 1: A Letter to God | MCQ Test Series – click here
| IMPORTANT WEB-LINKS | |
|---|---|
| Click Here | |
| Click here | |
| Click Here | |
| Click Here | |
| click here | |
| click here | |

Leave a Reply