• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • English Grammar
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams

November 24, 2023 by Souvik Leave a Comment

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams

1.
প্ৰশ্ন:সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
উত্তৰ:- ভিটামিন D।


2.
প্ৰশ্ন:কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
উত্তৰ:- ধমনীৰ মাধ্যমত।


3.
প্ৰশ্ন:মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উত্তৰ:- প্ৰায় ৪০০০ নিযুত।


4.
প্ৰশ্ন:ভিটামিন ‘C’ ৰ আন এটা নাম কি?
উত্তৰ:- এচকাৰবিক্ এচিড।


5.
প্ৰশ্ন:ঘোঁৰাৰ দাঁত কেইটা?
উত্তৰ:- মাইকী ঘোঁৰাৰ ৩৬ টা আৰু মতা ঘোঁৰাৰ ৪০ টা।


6.
প্ৰশ্ন:আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি?
উত্তৰ:- কাছ (প্ৰায় ৫০০ বছৰ জীয়াই থাকে)।


7.
প্ৰশ্ন:অধিক শিৰা থকা প্ৰণী কি?
উত্তৰ:- সাপ।


8.
প্ৰশ্ন:বংশগতিৰ একক কি?
উত্তৰ:- জিন ।


9.
প্ৰশ্ন:ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Radio Detection and Ranging.


10.
প্ৰশ্ন:পানীৰ গভীৰতা জোখৰ একক কি?
উত্তৰ:- ফেডাম।


11.
প্ৰশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
উত্তৰ:- ৩২ গ্ৰাম।


12.
প্ৰশ্ন:সুস্হ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উত্তৰ:- ৩৭ ° চেলছিয়াচ। ( ৯৮.২° ফাৰেনহাইট )


13.
প্ৰশ্ন:মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?
উত্তৰ:- যকৃত।


14.
প্ৰশ্ন:সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়?
উত্তৰ:- প্ৰায় ৮ মিনিট।


15.
প্ৰশ্ন:চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি?
উত্তৰ:- চূণশিল।

Assam GK Test Series Part-5 – click here


16.
প্ৰশ্ন:মানুহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- হোমোচেপিয়ান।


17.
প্ৰশ্ন:প্ৰাণী দেহত হৰ’মন সৃষ্টিকাৰী গ্ৰন্হিক কি বোলে?
উত্তৰ:- এডোক্ৰাইন।


18.
প্ৰশ্ন:উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- আৰ্কইণ্ডিকেটৰ।


19.
প্ৰশ্ন:মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান?
উত্তৰ:- ২৪ যোৰ।


20.
প্ৰশ্ন:মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
উত্তৰ:- AB গ্ৰুপ।


21.
প্ৰশ্ন:আটাইতকৈ সৰল প্ৰ’টিন কি?
উত্তৰ:- গ্ৰাইচিন।


22.
প্ৰশ্ন:যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?
উত্তৰ:- টিউবাৰ কুলেচিচ্ বেক্টেৰিয়া।


23.
প্ৰশ্ন:কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়?
উত্তৰ:- ফচফৰাচ্।


24.
প্ৰশ্ন:মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে?
উত্তৰ:- ১৩ বিধ।


25.
প্ৰশ্ন:পোহৰৰ গতিবেগ কিমান?
উত্তৰ:- ৩০০০০০ কিঃমিঃ/ছেকেণ্ড।


26.
প্ৰশ্ন:আপেক্ষিকবাদ মতবাদৰ জনক কোন?
উত্তৰ:- এলবাৰ্ট আইনষ্টাইন।


27.
প্ৰশ্ন:গাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- উত্তল দাপোণ।


28.
প্ৰশ্ন:পটাচিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয়?
উত্তৰ:- বাৰুদ বনোৱাৰ বাবে।


29.
প্ৰশ্ন:লুমেন কিহৰ একক?
উত্তৰ:- জ্যোতি তীব্ৰতা।


30.
প্ৰশ্ন:কেচুৰ চকু কেইটা?
উত্তৰ:- কেচুৰ চকু নাই।

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here


31.
প্ৰশ্ন:’ব্লেক হল’ সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল?
উত্তৰ:- এছ. চন্দ্ৰশেখৰ।


32
.প্ৰশ্ন:মৰিচিকা হোৱাৰ কাৰণ কি?
উত্তৰ:- আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলন বাবে।


33.
প্ৰশ্ন:সকলোতকৈ দহনশিল গেছ কি?
উত্তৰ:- হাইড্ৰ’জেন।


34.
প্ৰশ্ন:কি ধাতু তৰল অৱস্হাত থাকে?
উত্তৰ:- পাৰা।


35.
প্ৰশ্ন:ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানী জনৰ নাম কি?
উত্তৰ:- জে. জে. থমচন।


36.
প্ৰশ্ন:আটাইতকৈ কোমল ধাতু বিধৰ নাম কি?
উত্তৰ:- লিথিয়াম।


37.
প্ৰশ্ন:ভাৰতৰ প্ৰথম পাৰমাণবিক চুলাটোৰ নাম কি?
উত্তৰ:- ‍অপ্সাৰা।


38.
প্ৰশ্ন:আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন?
উত্তৰ:- এণ্টানি লেভয়চিয়াৰ।


39.
প্ৰশ্ন:পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে?
উত্তৰ:- দাঁত।

60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE – click here

40.
প্ৰশ্ন:সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু বিধ কি?
উত্তৰ:- লো।


41.
প্ৰশ্ন:কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কোবাল্ট।


42.
প্ৰশ্ন:কেঁচাফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কাৰ্বাইড।


43.
প্ৰশ্ন:প্ৰৱাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- টেকোমিটাৰ।


44.
প্ৰশ্ন:নিউটন কিহৰ একক?
উত্তৰ:- MKS পদ্ধতিত বলৰ একক।


45.
প্ৰশ্ন:ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- এচিটিলিন।


46.
প্ৰশ্ন:AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- ৰেক্টিফায়াৰ।


47.
প্ৰশ্ন:কি পদ্ধতিত সুৰ্য্যৰ তাপ পৃথিৱীলৈ আহে?
উত্তৰ:- বিকিৰণ পদ্ধতি।


48.
প্ৰশ্ন:বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- এনিম’মিটাৰ।


49.
প্ৰশ্ন:CGS পদ্ধতিত শক্তিৰ একক কি?
উত্তৰ:- আৰ্গ।


50.
প্ৰশ্ন:পিতলত কি কি ধাতু থাকে?
উত্তৰ:- তাম আৰু দস্তা।


51.
প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
উঃ পুটোনিয়াম।


52.
প্ৰশ্ন: পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?
উঃ বৃটেইন ।


53.
প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?
উঃ ৰেডন।


54.
প্ৰশ্ন: বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?
উঃ নাইট্ৰজেন অক্সাইড।


55.
প্ৰশ্ন:বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়।
উ: টিন আৰু সীহৰ ধাতু।


56.
প্ৰশ্ন: “বেঘনীসেহাসুৰ” – কি?
উ: বগা পােহৰত থকা সাতটা ৰঙৰ সমষ্টি । যেনে – বেঙুনীয়া, ঘননীলা,নীলা, সেউজীয়া, হালধীয়া, সুমিথিৰা আৰু ৰঙা।


57.
প্ৰশ্ন: অনার্তাৰ যােগে প্রথম বাতৰি প্রেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?
উঃ মার্কনী।


58.
প্ৰশ্ন:প্রথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন ?
উ: উইলিয়াম কেক্সটোন ।


59.
প্ৰশ্ন: চুম্বকে কি কি আকর্ষণ কৰে ?
উ: লাে, নিকেল আৰু কোবাল্ট।


60.
প্ৰশ্ন: পদার্থ বিজ্ঞানত প্রথম নােবেল বটা পােৱা বিজ্ঞানীজনৰ নাম কি?
উঃ উইলহেম বণ্টজেন ।
বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams


61.
প্ৰশ্ন: ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ?
উঃ ফ্রিয়ন ।


62.
প্ৰশ্ন: টিউব লাইটত নিয়ন গেছ প্রথম কোনে ব্যৱহাৰ কৰে ?
উঃ ফৰাচী বিজ্ঞানী ক্লাইভে ১৯১০ চনত ।


63.
প্ৰশ্ন: কোন গৰাকী পদার্থ বিজ্ঞানীয়ে নার্জী বাহিনীৰ কবলৰ পৰা নিজৰ নােবেল বঁটা পদকটো ৰক্ষা কবিবলৈ তাক এচিডত দ্রবীভূত কৰি ৰাখি পিচত দ্রবণখিনিৰ পৰা পুনৰ পদকটো গঢ়াই লৈছিল ?
উঃ নীলচ ব’ৰ ।


64.
প্ৰশ্ন: হাতঘড়ী প্রথম কেতিয়া, ক’ত সাজি উলিওৱা হৈছিল ?
উঃ ১৭৯০ চনত চুইজাৰলেগুত ।


65.
প্ৰশ্ন: উদ্ভিদৰ সালােক সংশ্লেষণ প্রক্রিয়াৰ অক্সিজেন কৰ পৰা আহে ?
উঃ পানীৰ পৰা।


66.
প্ৰশ্ন: আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি ?
উঃ ব্লেক আইৰণ উড (অফ্রিকা)।


67
.প্ৰশ্ন: পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি १
উঃ ৰাছিয়াৰ উত্তৰাঞ্চলত থকা টাইগা অৰণ্য । ইয়াৰ আয়তন ২৯০ কোটি হেক্টৰ।


68.
প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি १ ই ক’ত অৱস্থিত ।
উঃ কোল্ট বেড উড (কালিফ’র্ণিয়া)। উচ্চতা ৩৬৭৮ ফুট।


69.
প্ৰশ্ন: বিশ্বত সর্বাধিক পৰিমানে ব্যৱহাৰ হােৱা পাচলিবিধ কি ?
উঃ পিয়াজ ।


70.
প্ৰশ্ন: পৃথিৱীৰ ভিতৰত সর্বাধিক আকির্ড থকা দেশখনৰ নাম কি ?
উঃ কলম্বিয়া ।


71.
প্ৰশ্ন: উদ্ভিদৰ উচ্চতা মাপক যন্ত্রটোৰ নাম কি ?
উঃ আর্ক ইণ্ডিকেটৰ ।


72.
প্ৰশ্ন:পতংগভােজী উদ্ভিদসমূহে পােক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয়?
উ: প্ৰোটিন।


73.
প্ৰশ্ন:কুঁহিয়াৰত থকা শর্কৰাবিধৰ নাম কি?
উ: চুক্ৰ’জ।


74.
প্ৰশ্ন:সুমিথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি ?
উঃ বাৰগাটে ।


75.
প্ৰশ্ন:এৰিতেল কি শিল্পৰ বাবে প্রয়ােজনীয় ?
উঃ চামৰা শিল্প।

What is MUTUAL FUND in Assamese – click here


76.
প্ৰশ্ন:কোনবােৰ উদ্ভিদে পােনপতীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্রোজেন আহৰণ কৰিব পাৰে ?
উঃ মাহজাতীয় উদ্ভিদে।


77.
প্ৰশ্ন:আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবােৰৰ নাম কি ?
উঃ টালিপট ।


78.
প্ৰশ্ন:কোনবিধ গছে সর্বাধিক কাল ফল দিয়ে ?
উঃ নাচপতি ।


79.
প্ৰশ্ন:বিলাহী প্রকৃততে ফল নে পাচলি ?
উঃ ফল ।


80.
প্ৰশ্ন:বিলাহীত থকা এচিডবিধৰ নাম কি ?
উঃ এচিটিক এচিড।


81.
প্ৰশ্ন:বিশ্বৰ অন্যতম জনপ্রিয় পানীয় ‘চাহ খােৱাৰ প্রথা প্রথম কোন দেশত কেতিয়া প্রচলিত হৈছিল ?
উঃ চীনদেশত ১২ শ শতিকাত । সেই দেশৰ ঝেন সন্ন্যাসী সম্প্রদায়ে সকলাে ৰোগৰ নিৰাময়কাৰী ঔষধ হিচাবে চাহক ব্যৱহাৰ কৰিছিল ।


82.
প্ৰশ্ন:পৃথিবীৰ ভিতৰত সর্বাধিক আফিং বা কানি উৎপাদন হােৱা অঞ্চলটো সােণালী ত্রিভুজ (Golden Triangle) নামে খ্যাত। এই ত্রিভূজ গঠন কৰা দেশ তিনিখনৰ নাম কি?
উঃ থাইলেও, ম্যানমাৰ আৰু লাওচ ।


83.
প্ৰশ্ন:আঙুৰত খকা এচিড বিধৰ নাম কি।
উ: চাইট্রিক এটিড।


84.
প্ৰশ্ন:আটাইতকৈ বিষাক্ত কাঠফুলা বিধৰ নাম কি ?
উঃ এমানিটা ফেলইডিছ।


85.
প্ৰশ্ন:বাঘ মাৰিবৰ বাবে প্রয়ােগ কৰা বিহ হিচাবে কোটিল্যৰ অর্থ শাস্ত্রত এবিধ উদ্ভিদৰ কথা উল্লেখ আছে।উদ্ভিদবিধৰ নাম কি ?
উঃ কডমিলেট।


86.
প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ বয়সীয়াল গছজোপা ক’ত আছে ?
উ: কেলিফৰ্নিয়া হুইলাৰ শৃংগত থকা এজোপা পাইন গছ। এই গছজোপা বয়স ৫ হাজাৰৰ অধিক ।


87.
প্ৰশ্ন: পৃথিৱীৰ অকলশৰীয়া গছজোপা ক’ত আছে ?
উঃ নাইজেৰিয়াৰ মকভূমি অঞ্চলত । এইজোপা গছৰ পৰা চাৰিওপিনে ৩১ মাইল দূৰলৈকে কোনাে গছ নাই ।


88.
প্ৰশ্ন: ৰাজস্থানৰ পােখৰাণত কৰা ভাৰতৰ প্রথম পৰমাণু পৰীক্ষাটোৰ সাংকেতিক নাম কি আছিল ?
উ: স্মাইলিং বুদ্ধা।


89.
প্ৰশ্ন: ভাৰতত স্থাপন কৰা প্রথম আনবিক ৰিয়েক্টৰটোৰ নাম কি?
উ: অপ্সৰা।


90.
প্ৰশ্ন: ভাৰতৰ ভাবা পাৰমাণৱিক গবেষণা কেন্দ্রৰ আটাইতকৈ ডাঙৰ ৰিয়েক্টৰটোৰ নাম কি।
উ: ধ্ৰুৱ।
বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams

35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese – click here


91.
প্ৰশ্ন:মহাকাশত কোনাে বস্তৰ ওজন কিমান ?
উ: শূণ্য।


92.
প্ৰশ্ন: কেথত ৰশ্মি ব্যৱহাৰ কৰা জনপ্রিয় যন্ত্রবিধৰ নাম কি ?
উঃ টেলিভিছন।


93.
প্ৰশ্ন: পোহৰে ঢো সৃষ্টি কৰে, এই কথা প্রমাণ কৰা বিজ্ঞানীজন কোন ?
উ: টমাছ ইয়ং।

94.
প্ৰশ্ন:কোনবিধ পদার্থক দাৰ্শনিক শিল’ (Philospher’s Stone) বোলা হয় ?
উঃ জিংক অক্সাইড।

96.
প্ৰশ্ন: কোনবিধ উদ্ভিদৰ মূল, কাণ্ড আৰু শিপা নাই ?
উঃ ৰাফ্লেছিয়া ।


97.
প্ৰশ্ন: গছৰ বয়স কেনেকৈ নির্ণয় কৰিব পাবি ?
উঃ গা-গছৰ বছেৰেকীয়া তৰপৰ আঙঠিবোৰ গণনা কৰি।


98.
প্ৰশ্ন: উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰমােন বিধৰ নাম কি ?
উঃ অক্সিন।


99.
প্ৰশ্ন:উদ্ভিদৰ জীবনী শক্তি বা জ্ঞান পাব পৰা যন্ত্রটোৰ নাম কি ?
উঃ ক্রিচকোগ্রাফ।


100.
প্ৰশ্ন: চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিড সােমায় যায়।সেই এচিডবিধৰ নাম কি ?
উঃ ফৰমিক এচিড।

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: Science Tagged With: asaam study hub, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025
  • Bankim Chandra Chattopadhyay Essay in Hindi || बंकिम चंद्र चट्टोपाध्याय June 17, 2025
  • Assam Police SI Exam 2025 Question Paper June 16, 2025
  • Director of Technical Education JA 2020 Question Paper June 13, 2025

Jobs Section

Family Court-II, Kamrup (M), Guwahati Assam Recruitment of 02 Grade-IV Posts 2025

Family Court-II Kamrup (M) Guwahati Assam Recruitment of 02 Grade-IV Posts 2025

Applications are invited from intending eligible candidates, who are citizens of India as defined in Article 5 and 6 of the Constitution of India, in Standard Form as published in Part-IX of the Assam Gazette, for filling up the following Grade-IV vacant posts in the establishment of the Principal Judge, Family Court-II, Kamrup (M), Guwahati.Family […]

Job advertisements for positions within the Bodoland Territorial Region (BTR) in Assam

Job advertisements for positions within the Bodoland Territorial Region (BTR) in Assam 2025,

Job advertisements for positions within the Bodoland Territorial Region (BTR) in Assam, focusing on community empowerment initiatives. Key details from each advertisement are outlined below অসমৰ বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ৰ ভিতৰত পদৰ বাবে চাকৰিৰ বিজ্ঞাপন, সম্প্ৰদায় সৱলীকৰণৰ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰি। প্ৰতিটো বিজ্ঞাপনৰ পৰা মূল বিৱৰণ তলত উল্লেখ কৰা হৈছে Job advertisements for positions […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d