• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese

October 28, 2023 by Souvik Leave a Comment

1. কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায়?
উত্তৰ: চাৰ্লছ বেৱেজ ক কম্পিউটাৰৰ জনক বুলি কোৱা হয় । 35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese


2. চাৰ্লছ বেৱেজ কিমান চনত কম্পিউটাৰ উদ্ভাৱন কৰিছিল ?
উত্তৰ: ১৮২২ চনত


3. কম্পিউটাৰৰ মগজুক কি বুলি জনা যায় ?
উত্তৰ: কম্পিউটাৰৰ মগজুক CPU বুলি কোৱা হয় ।

4. ভাৰতৰ প্ৰথম কম্পিউটাৰ কত স্থাপন কৰা হৈছিল ?
উত্তৰ: ভাৰতৰ প্ৰথম কম্পিউটাৰ ভাৰতীয় পৰিসংখিক প্ৰতিষ্ঠান কলিকতাত স্থাপন কৰা হৈছিল।

5. কোন দেশত কম্পিউটাৰ আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয় ?
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰ ।


6.
কম্পিউটাৰৰ ভিতৰলৈ যোৱা data ক কি বুলি কোৱা হয় ?
উত্তৰ: Input ( ইনপুট) বুলি কোৱা হয়।


7.
দুটা আউট পুট ( output ) device অৰ উদাহৰণ দিয়া ?
উত্তৰ: দুটা আউট পুট ( output ) device অৰ উদাহৰণ হৈছে মনিটৰ আৰু স্পিকাৰ।


8.
সকলো ধৰণৰ কম্পিউটাৰৰ সূচনা বা আউট পুত চাবলৈ কোনটো ডিভাইছ ব্যবহাৰ কৰা হয় ?
উত্তৰ: সকলো ধৰণৰ কম্পিউটাৰৰ সূচনা বা তথ্য চাবলৈ মনিটৰ ব্যবহাৰ কৰা হয়।


9.
CD-ROM ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: CD-ROM ৰ সম্পূৰ্ণ নাম হৈছে Compact Disc Read Only Memory


10. কম্পিউটাৰ এটাত ৰেম ( Ram) ৰ অৰ্থ কি ?
উত্তৰ: কম্পিউটাৰ ট RAM মানে Ramdom Access Memory। ই হৈছে কম্পিউটাৰৰ এক প্ৰকাৰৰ মেমোৰী যাক Randomly Access কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে কম্পিউটাৰত কৰা কামবোৰ অস্থায়ী ভাবে সংৰক্ষণ কৰা হয়।


11.
পেন ড্ৰাইভ কি ?
উত্তৰ: পেন দ্রাইভ হৈছে এক প্ৰকাৰৰ ইলেকট্ৰনিক মেমৰী।পেন ড্ৰাইভ ৰ দ্বাৰা অডিঅ, ভিডিঅ আৰু যিকোনো ফাইল আৰু তথ্য স্থানান্তৰ কৰা যায়।


12.
যেতিয়া ফাইল এটা সংৰক্ষণ ( Save) কৰা হয় আৰু কম্পিউটাৰ টো বন্ধ কৰা হয় তেতিয়া তথ্য টো কোন স্থানত থাকে ?
উত্তৰ: যেতিয়া ফাইল এটা সংৰক্ষণ ( Save) কৰা হয় আৰু কম্পিউটাৰ টো বন্ধ কৰা হয় তেতিয়া তথ্য টো Secondary Storage অত সংৰক্ষণ হৈ থাকে ।


13.
Www ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰ: Www ৰ সম্পূৰ্ণ নাম World Wide web.


14.
Www ৰ আৱিষ্কাৰক কোন ?
উত্তৰ: Www ৰ আৱিষ্কাৰক হৈছে Sir Timothy John Berners-Lee আৰু Robert Cailliau.


15.
কম্পিউটাৰ ভাইৰাছ কি ?
উত্তৰ: কম্পিউটাৰ ভাইৰাছ হল কম্পিউটাৰক ধ্বংস কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা এটা ছফ্টৱেৰ প্ৰ’গ্ৰাম ।


16.
VIRUS অৰ সম্পূৰ্ণ নাম কি ?
উত্তৰ: VIRUS অৰ সম্পূৰ্ণ নাম হৈছে – Vital Information Resources Under Siege।


17.
Email ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Email ৰ সম্পূৰ্ণ নাম হৈছে ইলেক্টৰনিক মেইল ( Electric Mail ) ।


18.
Email ৰ জনক বুলি কাক জনা যায়?
উত্তৰ: Email ৰ জনক বুলি Raymond Samuel Tomlinson জনা যায় ।


19.
HTML ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: HTML ৰ সম্পূৰ্ণ নাম হৈছে HYPER TEXT MARKUP LANGUAGE


20.
Https ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Https ৰ সম্পূৰ্ণ নাম Hyper Text Transfer Protocol


21.
পৃথিৱীৰ প্ৰথম চুপাৰ কম্পিউটাৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ: পৃথিৱীৰ প্ৰথম চুপাৰ কম্পিউটাৰ 1976 ত নিৰ্মাণ কৰা হৈছিল ।

১০১ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || 101 Assam Gk in Assamese – click here


22.
কোনে প্ৰথম কম্পিউটাৰ মাউচ সৃষ্টি কৰিছিল ?
উত্তৰ: Douglas Engelbart in 1963


23.
ভাৰতৰ নিৰ্মাণ কৰা চুপাৰ কম্পিউটাৰ টোৰ নাম কি ?
উত্তৰ: ভাৰতৰ নিৰ্মাণ কৰা চুপাৰ কম্পিউটাৰ টোৰ নাম পৰম ( PARAM) ইয়াক C-DAC দ্বাৰা সৃষ্টি কৰা হয় ।


24.
পৃথিৱীৰ প্ৰথম গণনা কৰা কম্পিউটাৰ টোৰ নাম কি ?
উত্তৰ: পৃথিৱীৰ প্ৰথম গণনা কৰা কম্পিউটাৰ টোৰ নাম এবাকাছ ।


25.
বিট ( Bit) কি?
উত্তৰ: বিট হৈছে কম্পিউটাৰৰ মেমৰিৰ ক্ষুদ্ৰ একক ।


26.
কিমান চনৰ পৰা Laptop অৰ প্ৰবৰ্তন কৰা হয় ?
উত্তৰ: 1987 ৰ পৰা Laptop অৰ প্ৰবৰ্তন কৰা হয় ।


27.
ভাৰতত কম্পিউটাৰ সেৱা কিমান চনত পৰা আৰম্ভ হৈছিল ?
উত্তৰ : ভাৰতত কম্পিউটাৰ সেৱা 1966 চনৰ 3 এপ্ৰিল ৰ পৰা আৰম্ভ হৈছিল ।


28.
গুগল কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল ?
উত্তৰ: 1998 ৰ পৰা


29.
PDF ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰ: Portable Document Format


30.
LAN ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Local Area Network

Use of Article in Assamese – click here


31.
পৃথিৱীৰ প্ৰথম কম্পিউটাৰৰ নাম কি আছিল ?
উত্তৰ: পৃথিৱীৰ প্ৰথম কম্পিউটাৰৰ নাম ENIAC


32.
What is a LAN?
উত্তৰ: A network that connects devices within a building or group of buildings.


33.
MS-Word is an example of _____ ?
উত্তৰ: Application software


35.
A megabyte, also known as a MB, contains how many byte ?
উত্তৰ: 1024 kilobytes

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading…

Related

Filed Under: Computer Information Tagged With: asaam study hub, computer

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • KGBV Udalguri Recruitment 2026 – Assistant Teacher & Helper Cook Vacancy Under SSA Assam May 9, 2026
  • শংকৰদেৱ শিশু নিকেতন ৰঙিয়া || Sankardev Shishu Niketan Rangia Recruitment 2026 – Walk-in Interview May 9, 2026
  • Mother’s Pride School Dhemaji Recruitment 2026 – Mathematics Teacher Vacancy for Class 9 & 10 May 9, 2026
  • Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা May 9, 2026
  • SEBA Class 10 Assamese Chapter 2 Answers জিকিৰ মূলভাৱ প্ৰশ্ন উত্তৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ  May 6, 2026

Class-10 HSLC

Class 10 Assamese Question Answer | SEBA HSLC ASSAMESE All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer  | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান Class 10 Assamese Question Answer | দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ If you are preparing for the HSLC 2026 Examination, then this page provides you with complete SEBA Class 10 Assamese Question Answers for all chapters based on the […]

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

Loading Comments...

    %d