• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

Letter (বর্ণ বা আখৰ )

December 31, 2020 by Souvik Leave a Comment

👉ভাষা লিখিবৰ কাৰণে যিবিলাক চিহ্ন বা চিন ব্যাৱহাৰ কৰা হয়, সেই চিন বিলাককে Letter ( বৰ্ণ ) বোলা হয় । ইংৰাজী ভাষাৰ বৰ্ণবোৰ হল :- A,B,C,D ইত্যাদি ।

Contents hide
Alphabets ( বৰ্ণমালা) :-
Kinds of Letters ( বৰ্ণৰ ভাগ )
🔘 Capital আৰু Small Letter ৰ ব্যাৱহাৰ ( use of capital and small letter ) :-
🔘 Classification of Letter ( বৰ্ণৰ বিভাগ ) :-
🔘 Word (শব্দ) :-
🔘 Sentence ( বাক্য ) :-
Share this:
Like this:
Related

Alphabets ( বৰ্ণমালা) :-

👉 ইংৰাজী ভাষা লিখোতে ২৬ টা বৰ্ণ বা আখৰ ব্যাৱহাৰ কৰা হয় । এই ২৬ টা বৰ্ণক একেলগে Alphabets ( বৰ্ণমালা ) বোলা হয় ।

Kinds of Letters ( বৰ্ণৰ ভাগ )

👉 ইংৰাজী ভাষাত ২৬ টা বৰ্ণ আৰু আখৰ আছে । এই ২৬ টা আখৰৰ প্ৰতিটো আখৰকে ৪ টা প্ৰকাৰেৰে লিখিব পৰা যায় ।

🔘 বৰ্ণৰ প্ৰকাৰ :- ( kinds of Letters):-

1. Printed Capital Letters ( ছপোৱা ডাঙৰ আখৰ )

2. Printed Small Letters ( ছপোৱা সৰু আখৰ )

3. Cursive Capital Letter

4. Cursive Small Letters

🔘 Capital আৰু Small Letter ৰ ব্যাৱহাৰ ( use of capital and small letter ) :-

👉 ইংৰাজী বাক্য লিখোতে প্ৰথম শব্দটোৰ প্ৰথম আখৰটো ছপোৱা ডাঙৰ ( Capital Letter ) ৰে লিখা হয় । বাক্যৰ অন্য আখৰবোৰ Small Letter ৰে লিখা হয় । কিন্তু বাক্যৰ মাজত নদী, পৰ্বত, গ্ৰন্থ, মানুহ আদিৰ নাম লিখিব লগা হলে প্ৰথম আখৰ Capital হব ।

🔘 Classification of Letter ( বৰ্ণৰ বিভাগ ) :-

👉 ইংৰাজী বৰ্ণমালত মুঠতে ২৬ টা আখৰহে আছে । এই আখৰ ২৬ টাক তিনিটা ভাগত ভাগ কৰা হৈছে । Vowel , Consonant, Semi-Vowel .

ইংৰাজীত বৰ্ণমালাৰ ২৬ টা আখৰৰ ভিতৰত ৫ টা Vowel, ১৯ টা Consonant আৰু ২ টা Semi Vowel আছে । সেইবিলাক হ’ল-

👉 Vowel :- A,E,I,O,U

👉 Consonent :-B,C,D,F,G,H,J,K,L,M,N,. P,Q,R,S,T,V,X,Z.

👉 Semi Vowel :- W,Y

W আৰু Y এই Letter দুটা কেতিয়াবা vowel আৰু কেতিয়াবা consonant ৰূপে ব্যাৱহাৰ হয়, সেইকাৰণে ইয়াক semi-vowel বোলা হয় । শব্দৰ আগত বহিলে consonant আৰু পিছত বহিলে vowel হয় ।

🔘 Word (শব্দ) :-

👉এটা বা তাতোকৈ বেছি letter লগ হৈ অৰ্থ প্ৰকাশ কৰিলে তাক word (শব্দ) বোলে । অৰ্থ প্ৰকাশ কৰিলে একোটা letter ৰেও একোটা word হয় ।

উদাহৰণ- hand (হাত); girl (ছোৱালী); dog ( কুকুৰ)

🔘 Sentence ( বাক্য ) :-

👉দুটা বা তাতকৈ বেছি word লগ হৈ এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক Sentence ( বাক্য ) বোলা হয় । আমাৰ মনৰ কোনো এটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিবৰ কাৰণে কিছুমান word ৰ প্ৰয়োজন হয় । এই word বিলাক একেলগে বহি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলেই তাক Sentence বুলি কোৱা হয় ।

This is a book – এইটো এটা Sentence ।

📋Translation in Assamese click here

📊Basic of Math click here

Best Deals on Amazon click here

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading…

Related

Filed Under: English Grammar Tagged With: Alphabets, Capital আৰু Small Letter ৰ ব্যাৱহাৰ, Classification of Letter, Kinds of Letters, lettwr, Sentence, use of capital and small letter, Word, বৰ্ণমালা, বৰ্ণৰ বিভাগ, বৰ্ণৰ ভাগ, বাক্য, শব্দ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Assam TET 2026 Lower Primary (LP) and Upper Primary (UP) Admit Card Download June 7, 2026
  • Importance of Sports Essay June 3, 2026
  • মই অসমীয়া Class 10 Question Answer with HSLC PYQ June 2, 2026
  • Human Resource Development Institute Assam Recruitment 2026 – Apply Online for Coordinator Posts | 899 Vacancies June 2, 2026
  • DSE Assam B.Ed Notification 2026–2028: Complete Details Eligibility Rules & Last Date June 2, 2026

Class-10 HSLC

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Assamese মুলভাৱ                            মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ […]

Class 10 Assamese Question Answer | SEBA HSLC ASSAMESE All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer  | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান Class 10 Assamese Question Answer | দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ If you are preparing for the HSLC 2026 Examination, then this page provides you with complete SEBA Class 10 Assamese Question Answers for all chapters based on the […]

More Posts from this Category

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

%d