CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :

 

  1. H.S.L.C.-2007,09,12

সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা?

উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে।

উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী সমাস)

নৱৰত্ন – ন ৰত্নৰ সমাহাৰ। (দ্বিগু সমাস)

 

  1. H.S.L.C.-2010

দোমাহী – দুই মাহৰ সমাহাৰ। (দ্বিগু সমাস)

চক্ৰপাণি – চক্ৰ আছে পাণিত যাৰ তেওঁ। (তৎপুৰুষ বহুব্ৰীহি সমাস)

 

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

  1. H.S.L.C.-2011

দোমাহী – দুই মাহৰ মাজৰ দিন। (দ্বিগু সমাস)

পীতাম্বৰ – পীত অম্বৰ পৰিধান কৰে যি। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)

মাতৃভক্তি – মাতৃক ভক্তি। (দ্বিতীয়া তৎপুৰুষ সমাস)

আমৰণ – মৰণ পৰ্যন্ত (অব্যয়ভাৱী সমাস)

 

  1. H.S.L.C.-2013

ৰামৰাৱণ – ৰাম আৰু ৰাৱণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)

পীতাম্বৰ – পীত অম্বৰ পৰিধান কৰে যি। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)

হাতদীঘল – দীঘল হাত যাৰ সি। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)

জলচৰ – জলত চৰে যি।(বহুব্ৰীহি সমাস)

 

  1. H.S.L.C.-2014

নৱৰত্ন – ন ৰত্নৰ সমাহাৰ। (দ্বিগু সমাস)

শূৰ্পণখা – শূৰ্পৰ নিচিনা নখ যাৰ। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)

চন্দ্ৰমুখ – চন্দ্ৰৰ তুল্য মুখ। (কৰ্মধাৰয় সমাস)

গৃহস্থ – গৃহত থাকে যি (সপ্তমী তৎপুৰুষ সমাস)

 

  1. H.S.L.C.-2015

ৰাধাকৃষ্ণ – ৰাধা আৰু কৃষ্ণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)

দোমাহী – দুই মাহৰ সমাহাৰ। (দ্বিগু সমাস)

চক্ৰপাণি – চক্ৰ আছে পাণিত যাৰ তেওঁ।(তৎপুৰুষ বহুব্ৰীহি সমাস)

শুক্লপক্ষ – শুক্ল যি পক্ষ সি। (কৰ্মধাৰয় সমাস)

 

  1. H.S.L.C.-2016

ত্ৰিফলা – ত্ৰি বা তিনি ফলৰসমাহাৰ। (দ্বিগু সমাস)

শূলপাণি – শূল আছে পাণিত যাৰ। (তৎপুৰুষ বহুব্ৰীহি সমাস)

মহাপুৰুষ – মহান বা মহৎ পুৰুষ যি। (ব্যতিহাৰ বহুব্ৰীহি সমাস)

সত্যাগ্ৰহ – সত্যত আগ্ৰহ। (সপ্তমী তৎপুৰুষ সমাস)

 

  1. 8.S.L.C.-2017

দোমাহী – দুই মাহৰ সমাহাৰ। (দ্বিগু সমাস)

দেশান্তৰ – অন্য দেশ। (নিত্য সমাস)

মহাপুৰুষ – মহান বা মহৎ পুৰুষ যি। (ব্যতিহাৰ বহুব্ৰীহি সমাস)

উপবন – বনৰ সমীপ (অব্যয়ীভাৱ সমাস)

 

  1. H.S.L.C.-2018

ত্ৰিফলা – তিনি ফলৰ সমাহাৰ। (দ্বিগু সমাস)

উৰাজাহাজ – উৰা যি জাহাজ । (কৰ্মধাৰয় সমাস)

মাটীকঁঠাল – মাটিত হোৱা কঁঠাল যি। (তৎপুৰুষ বহুব্ৰীহি সমাস)

মৌচাক – মৌৰ চাক।(ষষ্ঠী তৎপুৰুষ সমাস)

 

  1. H.S.L.C.-2019

পঞ্চাঙ্গুল- পাঁচটা আঙুলিৰ সমাহাৰ।(দ্বিগু সমাস)

যোগভ্ৰষ্ট- যোগৰ পৰা ভ্ৰষ্ট।(পঞ্চমী তৎপুৰুষ সমাস)

শতাব্দী- শত অব্দৰ সমাহাৰ।(দ্বিগু সমাস)

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

 

  1. H.S.L.C.-2020

পঞ্চাঙ্গুল- পাঁচটা আঙুলিৰ সমাহাৰ।(দ্বিগু সমাস)

স্বায়ত্বশাষণ- স্বায়ত্ব যি শাষণ।(কৰ্মধাৰয় সমাস)

 

12. H.S.L.C – 2022

গুৰুশিষ্য – গুৰু আৰু শিষ্য। (দ্বন্দ সমাস)

পঞ্চনদ – পঞ্চ বা পাঁচ নদৰ সমাহাৰ । (দ্বিগু সমাস)

খেতি পথাৰ –

 

13. H.S.L.C -2023

কুলাকনীয়া –

ত্ৰিজগত – তিনি জগতৰ সমাহাৰ ।(দ্বিগু সমাস)

দম্পতি – জায়া আৰু পতি ( দ্বন্দ সমাস)

 

14. H.S.L.C -2024

পঞ্চনদ – পঞ্চ বা পাঁচ নদৰ সমাহাৰ।(দ্বিগু সমাস)

কীট পতংগ – কীট আৰু পতংগ (দ্বন্দ সমাস)

বনভোজ – বনত ভোজ (সপ্তমী তৎপুৰষ সমাস

 

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

 

Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025click here

 

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar click here

 

HSLC Previous Year’s Question in PDFclick here

 

SEBA Class – 10 All Solutions click here

 

আবেদন || শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুত কটনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্র লিখা। (আবেদন / প্ৰতিবেদনত নাম-ঠিকনা নিলিখিবা) [HSLC ’12, ’14 ]click here

Assamese Application || শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষকলে আবেদন লিখা। (নাম, ঠিকনা নিলিখিবা) [HSLC ’12] – click here

CLASS 10 : ASSAMESE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. Previous Year’s EXAM QUESTIONS Answers Solutionclick here

প্ৰতিবেদন || তোমাৰ অঞ্চলৰ বাট-পথ দলং আদি নষ্ট হোৱাৰ সৈতেৰে মেম্বাৰৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি এখন প্ৰতিবেদন লিখা। [HSLC ’17] – click here

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

সমাস | Assamese Grammar HSLC/HS Exam

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

Souvik

Recent Posts

IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online

IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online IndiGo Airlines নিযুক্তি ২০২৬ – গুৱাহাটীত…

2 days ago

NVS Shillong Recruitment 2026 – PGT TGT Nurse Counselor & Hostel Superintendent | Salary ₹44,900

NVS Shillong Recruitment 2026 – PGT, TGT & Staff Nurse Vacancy NVS Shillong Recruitment 2026 – PGT, TGT, Nurse, Counselor…

5 days ago

MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts

MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts MSSV নাগাঁও নিযুক্তি…

7 days ago

U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now

U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now U.N. Academy Kajalgaon নিযুক্তি ২০২৬ –…

7 days ago

DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now

DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now DPS Dhaligaon নিযুক্তি ২০২৬ –…

1 week ago

B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts

B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts B.N. College Dhubri নিযুক্তি ২০২৬ –…

1 week ago