55 Best Quotes By Great People in Assamese
**** মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese ****
১. চুৰ কৰা মহাপাপ । – বুদ্ধদেৱ।
২. সত্যৰ সদায় জয় । – মহাত্মা গান্ধী।
৩. অহিংসা পৰম ধৰ্ম । – মহাত্মা গান্ধী।
৪. শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ – লজ।
৫. চৰিত্ৰ মানুহৰ আচল সম্পত্তি। – মাইলচ।
৬. সময় অমূল্য ধন ৷ – বেঞ্জামিন ফ্ৰেঙ্কলিন।
৭. শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ। – চক্রেটিজ।
৮. উপদেশতকৈ আৰ্হি ভাল । – হজৰত মহম্মদ।
৯. ভূল জনাতকৈ নজনাই ভাল । – শ্বেক্সপীয়েৰ।
১০. নেতাৰ ভুলত দেশ ধ্বংস হয় । – ইন্দিৰা গান্ধী।
• APSC Previous Year Questions – click here
১১. নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। – ৰবীন্দ্ৰনাথ ঠাকুৰ।
১২. কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷ – বেইলী।
১৩. উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷ – মেথিউ।
১৪. শিক্ষা হৈছে সঞ্জীৱনী অমৃত । – জাকিৰ হুচেইন।
১৫. মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । – বুদ্ধদেৱ।
১৬. পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা । – যীশুখৃীষ্ট
১৭. জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই । – যীশুখৃীষ্ট।
১৮. সুখ কাৰো চিৰকলীয়া নহয় । – কমলাকান্ত ভট্টাচাৰ্য্য।
১৯. দেশতকৈ মোমাই ডাঙৰ নহয়। – লাচিত বৰফুকন।
২০. জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ ৷ – এমাৰছন।
• লাচিত বৰফুকন || Lachit Borphukan Essay in Assamese – click here
২১. বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ । – ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।
২২. সুন্দৰৰ আৰাধনা জীৱনৰ খেল । – চন্দ্ৰ কুমাৰ আগৰৱালা।
২৩. নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ । – ভল্টেয়াৰ।
২৪. যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই । – মহাত্মা গান্ধী।
২৫. মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই । – মহাত্মা গান্ধী।
২৬. আনক কোৱাতকৈ নিজে কৰাটো ভাল । – ব্ৰাউন্ড ৰাছেল।
২৭. হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই । – হজৰত মহম্মদ।
২৮. ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট । – ৰুছো।
29. মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি । – মহাত্মা গান্ধী।
৩০. শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে । – হজৰত মহম্মদ।
• অসমৰ ইতিহাস।। ASSAM HISTORY APSC Prelims Previous Years Questions – click here
৩১. নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে । – আব্ৰাহাম লিংকন।
৩২. যি মূলা বাঢ়ে তাৰ দুপাততে চিন । – ডঃ বানীকান্ত কাকতি।
৩৩. যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি । – প্লেটো।
৩৪. আমি যি কাম কৰো সেয়াই পৰম পিতাৰ কাম। – স্বামী বিবেকানন্দ।
৩৫. যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে । – ফ্ৰেংকলিন।
৩৬. খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু । – মহাত্মা গান্ধী।
৩৭. পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য। – লক্ষ্মীনাথ বেজবৰুৱা।
৩৮. ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান। – কমলা কান্ত ভট্টাচার্য্য।
৩৯. যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়। – বাইৰণ।
৪০. অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় । – হেম বৰুৱা।
মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese
• Assamese Essay Section || অসমীয়া ৰচনা – click here
৪১. আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়। – আনন্দ চন্দ্র আগৰৱালা।
৪২. অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব । – মহাবীৰ।
৪৩. মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম ৷ – নেতাজী সুভাষ চন্দ্ৰ বসু।
৪৪. এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল । – নেপলিয়ন।
৪৫. শিক্ষাৰ ঘাই শিপা ডাল বৰ তিতা কিন্তু ইয়াৰ ফল বৰ মিঠা। – এৰিষ্টটল।
৪৬. কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা । – বুদ্ধদেৱ।
৪৭. বেদনাই হ’ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ ৷ – কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ।
৪৮. অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ । – শংকৰদেৱ।
৪৯. এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি। – চেইন্ট টেৰেজা।
৫০. বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি ৷ – মাদাৰ টেৰেছা।
• মিউচুয়াল ফান্ড || What is Mutual fund in Assamese – click here
৫১. শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে । – মহাত্মা গান্ধী।
৫২. বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান । – হোমাৰ।
৫৩. প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে ৷ – ৰবীন্দ্ৰনাথ ঠাকুৰ।
৫৪. এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল । – হজৰত মহম্মদ।
৫৫. কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা । – সৰ্বপল্লী ৰাধাকৃষ্ণণ।
মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese
Join Us in WhatsApp | click here |
Get Web Hosting only on Big Rock | click here |
Shop at Discount in Myntra | click here |
Get FREE BITCOIN worth Rs. 50 on downloading the CoinSwitch Kuber app | click here |
AJIO Big Bold Sale 50-60% Off | click here |