মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese; অসমৰ ধৰ্ম,সমাজ,সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত মহাপুৰুষ শঙ্কৰদেৱে যি দান দি গল তাৰ তুলনা পাবলৈ বিৰল।তেখেত একেধাৰে কবি,সমাজ সংস্কাৰক,ধৰ্ম প্ৰৱৰ্তক,নাট্যকাৰ অভিনেতা, সংগীতজ্ঞ আৰু পৰম ভক্ত।মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ ||
- জন্মস্থান – নগাঁও জিলাৰ বৰদোৱাত
- পিতৃ মাতৃৰ নাম- ক্ৰমে কুসুম্বৰ ভূঞা আৰু সত্যসন্ধ্যা
- বংশ – শিৰোমণি বাৰ ভূঞা
- বুঢ়ী মাকৰ নাম – খেৰসূতী
- অধ্যাপক – মহেন্দ্ৰ কন্দলি
Assam TET Section – click here
মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese
- শিক্ষা – বাৰ বছৰ বয়সত টোলত পঢ়িবলৈ যায়
- প্ৰথম পত্নী – সূৰ্যৱতী
- দ্বিতীয় পত্নী – কালিন্দী
- মিলন – মাজুলীত হয় ১৫২২ খৃঃ (শংকৰ মাধৱৰ মিলন ক মনিকাঞ্চনৰ সংযোগ বুলি জনা যায়)
- প্ৰবৰ্তিত ধৰ্ম – এক শৰণ নাম ধৰ্ম
- ৰচনৰাজি ৰ ভাগ – ৬ টা কাব্য,ভক্তি তত্ত্ব,অনুবাদ মূলক,নাট,গীত,নাম প্ৰসংগ
- কাব্য – হৰিশ্চন্দ্ৰ উপখ্যান , ৰুক্মিণী হৰণ কাব্য ( কাহিনীভাগ হৰিবংশৰ পৰা লোৱা), অজামিল উপাখ্যান , গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ , অমৃত মন্থন , বলি ছলন , কুৰুক্ষেত্ৰ
- ভক্তিতত্ব প্ৰকাশক সংগ্ৰহ – ভক্তি প্ৰদীপ,ভক্তি ৰত্নাকৰ,নিমি নৱ সিদ্ধ সংবাদ,অনাদি পাতন
- অনুবাদমূলক – দশম খনেই সৰ্বশ্ৰেষ্ঠ।ইয়াৰ উপৰিও ভাগৱতৰ প্ৰথম,দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধ অনুবাদ কৰে।মাধৱ কন্দলীৰ আধৰুৱা হৈ থকা ৰামায়ণৰ উত্তৰা কাণ্ড তেওঁ অনুবাদ কৰে।
- অঙ্কীয়া নাট – পত্নী প্ৰসাদ, কালিয় দমন,কেলিগোপাল,ৰুক্মিণী হৰণ,পাৰিজাত হৰণ,ৰাম বিজয়
- গীত ভটিমা – বৰগীত(২৪০ টা ) ,ভটিমা, টোটোয় আৰু চপয়
- নাম প্ৰসংগ – কীৰ্তন,গুণমালা
মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese
Financial Education in Assamese – click here
- একমাত্ৰ সংস্কৃত ভক্তিপ্রকাশক – ” ভক্তি ৰত্নাকৰ “
- সাহিত্যিক জীৱনৰ কৃৰ্টি চিহ্ন – কীৰ্ত্তন ঘোষা
- প্ৰথম ৰচনা – হৰিশ্চন্দ্ৰ উপাখ্যান
- শেষ ৰচনা – ৰামবিজয়
- নাট ভাওনা – চিহ্ন যাত্ৰা ( ১৪৬০ খৃঃ )
- মনোৰম পুথি – ” গুণমালা ” ( ছয় আখৰীয়া কুসুম মালা ছন্দত ৰচনা কৰা ৩৩৭ টা পদ যুক্ত )
- জীৱন ভিত্তিক উপন্যাস – যাকেৰি নাহিকে উপাম
- নাটকৰ ভাষা – ব্ৰজাৱলী ভাষাত ৰচিত
- মহাপুৰুষ জনাৰ ৰচিত ভটিমা – তিনি প্ৰকাৰৰ ( নাট ভটিমা,দেৱ ভটিমা,ৰাজ ভটিমা)
- বৰগীত ৰ নামকৰণ – বাণীকান্ত কাকতি য়ে “Noble Number” আৰু কালিৰাম মেধি য়ে” Songs Celestial” আখ্যা দিয়ে।
- প্ৰথমবাৰ ভ্ৰমণত ৰচিত বৰগীত – মন মেৰি ৰাম চৰণেহি লাগু(১৪৯০ খৃঃ)
- মৃত্যু – ১৫৬৮ খৃঃ ( ১২০ বছৰ বয়সত)
Join us in WhatsApp Group | click here |
Leave a Reply