• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

২০২২ৰ কমনৱেলথ গেমছৰ ভাৰতৰ সম্পূৰ্ণ পদক তালিকা || List of India’s Medal winners at Commonwealth Games 2022 in Assamese

August 30, 2022 by Souvik 1 Comment

২০২২ৰ কমনৱেলথ গেমছৰ ভাৰতৰ সম্পূৰ্ণ পদক তালিকা || List of India’s medal winners at Commonwealth Games 2022 in Assamese

ভাৰতে ২২টা সোণ, ১৬টা ৰূপ আৰু ২৩টা ব্ৰঞ্জৰ পদক লাভ কৰি চি ডব্লিউ জিৰ ইতিহাসত পঞ্চম শ্ৰেষ্ঠ পদক লাভৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ; কমনৱেলথ গেমছ ২০২২ৰ পৰা সম্পূৰ্ণ ভাৰতীয় পদক বিজয়ী তালিকাখন চাওক:

২০২২ৰ কমনৱেলথ গেমছৰ ভাৰতৰ সম্পূৰ্ণ পদক তালিকা || List of India’s medal winners at Commonwealth Games 2022 in Assamese
২০২২ৰ কমনৱেলথ গেমছৰ ভাৰতৰ সম্পূৰ্ণ পদক তালিকা || List of India’s medal winners at Commonwealth Games 2022 in Assamese

১) সোণ – পিভি সিন্ধু – বেডমিণ্টন মহিলা ছিংগলছ


২) সোণ – লক্ষ্য সেন – বেডমিণ্টন পুৰুষৰ ছিংগলছ

৩) সোণ – নিখাত জাৰিন – বক্সিং মহিলাৰ লাইট ফ্লাইৱেট

৪) সোণ – ভিনেশ ফ’গাট – মল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৫৩ কি:গ্ৰা:
) সোণ – ৰবি কুমাৰ দাহিয়া – মল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কি:গ্ৰা:

৬) সোণ – নবীন – মল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৭৪ কি:গ্ৰা:

৭) সোণ – শৰৎ কমল – টেবুল টেনিছ পুৰুষৰ ছিংগলছ

৮) সোণ – নীতু গাংহাছ – বক্সিং নিম্নতম ওজন

৯) সোণ – অমিত পাংগল – বক্সিং ফ্লাইৱেট

১০) সোণ – বজৰং পুনিয়া – মল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কি:গ্ৰা:
১১) সোণ – সাক্ষী মালিক – মল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৬২ কি:গ্ৰা:

১২) সোণ – দীপক পুনিয়া – মল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৮৬কি:গ্ৰা:

১৩) সোণ – মীৰাবাই চানু – ভাৰোত্তোলন মহিলাৰ ৪৯ কি:গ্ৰা:

১৪) সোণ – জেৰেমি লালৰিনুঙ্গা – ভাৰোত্তোলন পুৰুষৰ ৬৭ কি:গ্ৰা:

১৫) সোণ – অচিন্ত্য শিউলী – ভাৰোত্তোলন পুৰুষৰ ৭৩ কি:গ্ৰা:

  • List of National Parks in Assam – click here

১৬) সোণ – লাভলী চৌবে, পিঙ্কি, নয়নমণি শইকীয়া, ৰূপা ৰাণী তিৰ্কী – লন বল মহিলা শাখা

১৭) সোণ – শৰৎ কমল, জি সাথিয়ান, হৰমিত দেশাই, সানিল চেঠী – টেবুল টেনিছ পুৰুষ দল

১৮) সোণ – সুধীৰ – পেৰা পাৱাৰ লিফটিং পুৰুষৰ হেভিৱেট

১৯) সোণ – ভবিনা পেটেল – মহিলা ছিংগলছ ক্লাচেছ ৩-৫

২০) সোণ – এলডহ’ছ পল – পুৰুষৰ ট্ৰিপল জাম্প

২১) সোণ – শৰৎ কমল, শ্ৰীজা আকুলা – টেবুল টেনিছ মিক্সড ডাবলছ

২২) সোণ – সাত্ত্বিক সাইৰাজ ৰঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টী – বেডমিণ্টন পুৰুষৰ ডাবলছ্

২৩) ৰূপ – ভাৰতীয় পুৰুষ হকী দল

২৪) ৰূপ – ভাৰতীয় মহিলা ক্ৰিকেট দল

২৫) ৰূপ – অংশু মালিক – মল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কি:গ্ৰা:

২৬) ৰূপ – মুৰলী শ্ৰীশংকৰ –পুৰুষৰ লং জাম্প
২৭) ৰূপ- কিদাম্বি শ্ৰীকান্ত, সাত্ত্বিক সাইৰাজ, সুমিথ ৰেড্ডী, লক্ষ্য সেন, চিৰাগ চেট্টী, ত্ৰিসা জলি, আকাশী কাশ্যপ, অশ্বিনী পোন্নাপ্পা, গায়ত্ৰী গোপীচান্দ, পি ভি সিন্ধু – বেডমিণ্টন মিক্সড টিম ইভেণ্ট
২৮) ৰূপ – শৰৎ কমল, জি সাথিয়ান – টেবুল টেনিছ মিক্সড ডাবলছ

২৯) ৰূপ – বিকাশ ঠাকুৰ – ভাৰোত্তোলন পুৰুষৰ ৯৬ কি:গ্ৰা:

৩০) ৰূপ – সুশীলা দেৱী লিকমাবাম – জুডো মহিলাৰ ৪৮ কি:গ্ৰা:

৩১) ৰূপ – বিন্দাৰাণী দেৱী – ভাৰোত্তোলন মহিলাৰ ৫৫ কি:গ্ৰা:

৩২) ৰূপ – তুলিকা মান – জুডো মহিলাৰ +৭৮ কি:গ্ৰা:

৩৩) ৰূপ – সংকেত ছাৰ্গাৰ – ভাৰোত্তোলন পুৰুষৰ৫৫ কি:গ্ৰা:

৩৪) ৰূপ – অবিনাশ চেবলে – পুৰুষৰ ৩,০০০ মিটাৰ ষ্টিপলচেজ

৩৫) ৰূপ – প্ৰিয়ংকা গোস্বামী – মহিলাৰ 1১০ কিলোমিটাৰ ৰেচ ৱাক

৩৬) ৰূপ – দিনেশ কুমাৰ, চন্দন কুমাৰ সিং, সুনীল বাহাদুৰ, নৱনীত সিং – লন বল পুৰুষৰ দলৰ ইভেন্ট

৩৭)ৰূপ – আব্দুল্লাহ আবুবকাৰ – পুৰুষৰ ট্ৰিপল জাম্প

৩৮) ৰূপ – সাগৰ আহলাওৱত – বক্সিং পুৰুষৰ চুপাৰ হেভিৱেট

৩৯) ব্ৰঞ্জ – গুৰুৰাজা পূজাৰী – ভাৰোত্তোলন পুৰুষৰ ৬১ কি:গ্ৰা:

৪০) ব্ৰঞ্জ – বিজয় কুমাৰ যাদৱ – জুডো পুৰুষৰ ৬০ কি:গ্ৰা:

৪১) ব্ৰঞ্জ – হৰজিন্দৰ কৌৰ – ভাৰোত্তোলন মহিলাৰ ৭১ কি:গ্ৰা:

৪২) ব্ৰঞ্জ – লাভপ্ৰীত সিং – ভাৰোত্তোলন পুৰুষৰ ১০৯ কি:গ্ৰা:

৪৩) ব্ৰঞ্জ – সৌৰভ ঘোষাল – স্কোয়াছ পুৰুষৰ ছিংগলছ

৪৪) ব্ৰঞ্জ – গুৰদীপ সিং – ভাৰোত্তোলন পুৰুষৰ ১০৯ কি:গ্ৰা:+

৪৫) ব্ৰঞ্জ – তেজস্বিন শংকৰ – পুৰুষৰ হাই জাম্প

৪৬) ব্ৰঞ্জ – দিব্যা কাক্ৰন – মল্লযুঁজ মহিলাৰ ৬৮ কি:গ্ৰা:

৪৭) ব্ৰঞ্জ – মোহিত গ্ৰেৱাল – মল্লযুঁজ পুৰুষৰ ১২৫ কি:গ্ৰা:

৪৮) ব্ৰঞ্জ – জেচমিন – বক্সিং মহিলাৰ লাইটৱেট ৬০ কি:গ্ৰা:

৪৯) ব্ৰঞ্জ – পূজা গেহলট – মল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৫৭=0 কি:গ্ৰা:

৫০) ব্ৰঞ্জ – পূজা সেহাগ – মল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৭৬ কি:গ্ৰা:

২০২২ৰ কমনৱেলথ গেমছৰ ভাৰতৰ সম্পূৰ্ণ পদক তালিকা || List of India’s medal winners at Commonwealth Games 2022 in Assamese

List of India’s medal winners at Commonwealth Games 2022 in Assamese
List of India’s medal winners at Commonwealth Games 2022 in Assamese

৫১) ব্ৰঞ্জ – হুচামুদ্দিন – পুৰুষৰ বক্সিং ফেডাৰৱেট

৫২) ব্ৰঞ্জ – দীপক নেহৰা – মল্লযুঁজ ফ্ৰীষ্টাইল পুৰুষৰ ৯৭ কি:গ্ৰা:

৫৩) ব্ৰঞ্জ – সোনালবেন পেটেল – পেৰা টেবল টেনিছ মহিলা ছিংগলছ ক্লাছ ৩-৫
৫৮) ব্ৰঞ্জ – সৌৰভ ঘোষাল আৰু দীপিকা পালিক্কাল – স্কোয়াছ মিক্সড ডাবলছ

৫৯) ব্ৰঞ্জ – কিদাম্বি শ্ৰীকান্ত – বেডমিণ্টন পুৰুষৰ ছিংগলছ

৬০) ব্ৰঞ্জ – গায়ত্ৰী গোপীচান্দ, বৃক্ষ জলি – বেডমিণ্টন মহিলাৰ ডাবলছ

৬১) ব্ৰঞ্জ – জি সাথিয়ান – টেবুল টেনিছ পুৰুষৰ ছিংগলছ ।

২০২২ৰ কমনৱেলথ গেমছৰ ভাৰতৰ সম্পূৰ্ণ পদক তালিকা || List of India’s medal winners at Commonwealth Games 2022 in Assamese

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading…

Related

Filed Under: সাধাৰণ জ্ঞান Tagged With: asaam study hub, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Reader Interactions

Comments

  1. israelnightclub says

    September 19, 2022 at 11:47 pm

    Itís difficult to find educated people for this topic, however, you seem like you know what youíre talking about! Thanks

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • KGBV Udalguri Recruitment 2026 – Assistant Teacher & Helper Cook Vacancy Under SSA Assam May 9, 2026
  • শংকৰদেৱ শিশু নিকেতন ৰঙিয়া || Sankardev Shishu Niketan Rangia Recruitment 2026 – Walk-in Interview May 9, 2026
  • Mother’s Pride School Dhemaji Recruitment 2026 – Mathematics Teacher Vacancy for Class 9 & 10 May 9, 2026
  • Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা May 9, 2026
  • SEBA Class 10 Assamese Chapter 2 Answers জিকিৰ মূলভাৱ প্ৰশ্ন উত্তৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ  May 6, 2026

Class-10 HSLC

Class 10 Assamese Question Answer | SEBA HSLC ASSAMESE All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer  | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান Class 10 Assamese Question Answer | দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ If you are preparing for the HSLC 2026 Examination, then this page provides you with complete SEBA Class 10 Assamese Question Answers for all chapters based on the […]

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

Loading Comments...

    %d