assamstudyhub/auxiliary-verb
Auxiliary Verb বোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে –
1. Primary Auxiliary 2. Model Auxiliary
🔺 Primary Auxiliary Verbs:- am, is, are, was , were, have, has, had
🔺Model Auxiliary Verbs:- Shall, Should, Will, Would, Can, Could, May, Might, Must, Ought to
i) ভবিষ্যত কাল বুজাবলৈ Second আৰু Third Person ৰ লগত ‘will‘ কিন্তু First Person (singular বা plural) ৰ লগত ‘Shall‘ ব্যাবহাৰ কৰা হয় ।
যেনে- I shall do it. We shall do it. She/he/they will do it.
ii) জোৰ (emphasis) দি বুজাবলৈ 1st Person ৰ লগত Will আৰু 2nd + 3rd person ৰ লগত Shall ব্যাবহাৰ কৰা হয় ।
যেনে- He shall pass the examination this year.
I will go to hour home tomorrow.
1. দায়িত্ব বা কৰ্তব্য বুজাবলৈ Should ব্যাবহাৰ কৰা হয় ।
যেনে- You should do your duty.
2. নৈতিক বা সামাজিক দায়বদ্ধতা বুজাবলৈ Should ব্যাবহাৰ কৰা হয় ।
যেনে- You should respect your elder
3. উপদেশ দিবলৈ should ব্যাবহাৰ কৰা হয় । যেনে- You should consult with a doctor
4. ভদ্ৰতাসূচক প্ৰশ্ন কৰিবলৈ Would ব্যাবহাৰ কৰা হয়। যেনে- Would you do me a favour?
5. অতীতৰ অভ্যাসজনীত কাম বোৰ বুজাবলৈ Would ব্যাবহাৰ কৰা হয় ।
6. কল্পনা কৰিবলৈ Would ব্যাবহাৰ কৰা হয় ।
1. বৰ্তমানৰ সামৰ্থ বুজাবলৈ Can ব্যাবহাৰ কৰা হয় । যেনে – I can speak English.
2. অনুমতি লবলৈ বা দিবলৈ Can ব্যাবহাৰ কৰা হয়। যেনে – Can i use your phone?
3. সম্ভাৱনা বুজাবলৈ Can ব্যাবহাৰ কৰা হয় ।
4. অতীতৰ সামৰ্থ বুজাবলৈ Could ব্যাবহাৰ কৰা হয় ।
5. ভদ্ৰতা সূচক প্ৰশ্ন কৰিবলৈ Could ব্যাবহাৰ কৰা হয় । যেনে – Could you please repeat it again?
1. অত্যাধিক সম্ভাৱনা বুজাবলৈ May ব্যাবহাৰ কৰা হয় । যেনে- It may rain now.
2. সামান্য সম্ভাৱনা বুজাবলৈ Might ব্যাবহাৰ কৰা হয় । যেনে- He might come tomorrow.
3. সন্মানৰ সৈতে অনুমতি লবলৈ বা প্ৰশ্ন কৰিবলৈ May or Might ব্যাবহাৰ কৰিব পাৰি । যেনে- May I come in sir?
1. নিশ্চয়তা বুজাবলৈ must ব্যাবহাৰ কৰা হয় ।
2. বাধা দিয়া অৰ্থত must ব্যাবহাৰ কৰা হয় ।
3. Obligation বুজাবলৈ must ব্যাবহাৰ কৰা হয় ।
Translation click here
Voice Change in Assamese click here
Preposition in Assamese click here
IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online IndiGo Airlines নিযুক্তি ২০২৬ – গুৱাহাটীত…
NVS Shillong Recruitment 2026 – PGT, TGT & Staff Nurse Vacancy NVS Shillong Recruitment 2026 – PGT, TGT, Nurse, Counselor…
MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts MSSV নাগাঁও নিযুক্তি…
U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now U.N. Academy Kajalgaon নিযুক্তি ২০২৬ –…
DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now DPS Dhaligaon নিযুক্তি ২০২৬ –…
B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts B.N. College Dhubri নিযুক্তি ২০২৬ –…