পুথিভঁৰাল | Assamese Essay on Library দশম শ্ৰেণীৰ অসমীয়া ৰচনা
আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল । পুথিভঁৰালত বিভিন্ন ধৰণৰ বিভিন্ন বিষয়ৰ গ্ৰন্থ সংগ্ৰহ কৰি ৰখা হয় ।পুথিভঁৰালৰ জৰিয়তে এজন ব্যাক্তিয়ে বিভিন্ন গ্ৰন্থ অধ্যয়নৰ দ্বাৰা নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে অধ্যয়ন কৰিব বিচৰা লোকে পুথিভঁৰালত গৈ গ্ৰন্থ অধ্যয়ন কৰিব পাৰে । আনকি ব্যস্ত লোকেও আজৰি পৰত পুথিভঁৰালত অধ্যয়ন কৰিব পাৰে ।।
পুথিভঁৰাল | Assamese Essay on Library দশম শ্ৰেণীৰ অসমীয়া ৰচনা
Most important ASSAM HISTORY previous Years Questions with Answers – click here
উদ্দেশ্য || Objective : পুথিভঁৰাল স্থাপনত মহৎ উদেশ্য নিহিত আছে । একেটা পুথিভঁৰালত বিভিন্ন বিষয়ৰ গ্ৰন্থ সংগ্ৰহ কৰি ৰখা হয় । ইয়াৰ দ্বাৰা একোজন ব্যক্তিয়ে একেঠাইতে বিজ্ঞান, কলা, আদি বিষয়ৰ গ্ৰন্থ সমূহ পৰাৰ সুযোগ পায় । যিবোৰ লোকে অসুবিধাৰ বাবে শিক্ষা জীৱন আধৰুৱাকৈ সমাপ্ত কৰিব লগীয়া হয়, তেনেবোৰ লোক তেওঁলোকৰ অদম্য জ্ঞান , লিপসা পূৰণৰ বাবে পুথি ভৰালৈ যাব পাৰে । বিশেষকৈ গ্ৰাম্য অঞ্চলত পুথিভঁৰাল সমূহে জনসাধাৰণক শিক্ষিত কৰি গঢ়ি তোলাৰ দিশত কাৰ্যকৰী পদক্ষেপ লব পাৰে । যাৰ ফলত জ্ঞানৰ স্পৃহা থকা লোক সকলে উপকৃত হব পাৰে ।
মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese – click here

পুথিভঁৰাল সমূহ শিক্ষানুষ্ঠানৰ অবিচ্ছেদ্য অংগ, সেয়েহে প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ লগতে একোটাকৈ পুথিভঁৰাল স্থাপন কৰা হয় । কিন্তু দুখৰ বিষয় যে পুথিভঁৰাল সমূহ উদেশ্য সাধনত সফল হৈ উঠিব পৰা নাই । বৰ্তমান প্ৰায়বিধ শিক্ষানুষ্ঠানত পুথিভঁৰাল সমূহ অনাদৃত অনুষ্ঠানলৈ পৰ্যবসিত হৈছে । পুথিভঁৰাল বোৰ যথেষ্ট উপকাৰিতা আছে । বিশেষকৈ শিক্ষা আৰু জ্ঞান বিস্তাৰত ইয়াৰ বৰঙনি অতুলনীয় । সকলো মানুহে স্কুল কলেজত পঢ়ি জ্ঞান আহৰণ কৰাৰ সুযোগ নাপায় ।
আকৌ স্কুল কলেজত পঢ়ি জ্ঞান পোৱা লোকৰ চৰ্চাৰ অভাৱত বিদ্যা ক্ৰমে হ্ৰাস পায় । ৰাজহুৱা পুথভঁৰালটোৰ সুযোগ গ্ৰহণ কৰি শিক্ষিত সকলে জ্ঞান চৰ্চা অব্যাহত ৰাখিব পাৰে স্কুল কলেজ আৰু বিশ্ব-বিদ্যালয়ত থকা পুথিভঁৰাল সমূহ ছাত্ৰ ছাত্ৰী সকলৰ বৰ উপকাৰ কৰে ।
List of national Parks in Assam – Click here
সামৰণি || Conclusion : পুথিভঁৰাল জ্ঞানৰ মন্দিৰ । পুথিভঁৰালৰ পৰা কিতাপ আনি কিতাপখন নষ্ট নকৰাকৈ পঢ়ি নিৰ্দিষ্ট সময়ত ঘূৰাই দিব লাগে। এখন কিতাপ হেজাৰ লোকতকৈ মূল্যবান । সেয়ে আমি কিতাপৰ মূল্য বুজিব লাগে ৰাজহুৱা পুথিভঁৰাল স্থাপনৰ ক্ষেত্ৰতো জনসাধাৰণৰ সহাঁৰি অধিক প্ৰয়োজন । সেয়ে জনসাধাৰণৰ এই ধৰণৰ শিক্ষা মূলক আচঁনি সমূহত সহযোগ কৰিব লাগে ।। পুথিভঁৰাল | Assamese Essay on Library দশম শ্ৰেণীৰ অসমীয়া ৰচনা
Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025 – click here
প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar – click here
HSLC Previous Year’s Question in PDF – click here
SEBA Class – 10 All Solutions – click here
আবেদন || শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুত কটনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্র লিখা। (আবেদন / প্ৰতিবেদনত নাম-ঠিকনা নিলিখিবা) [HSLC ’12, ’14 ] – click here
Assamese Application || শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষকলে আবেদন লিখা। (নাম, ঠিকনা নিলিখিবা) [HSLC ’12] – click here
CLASS 10 : ASSAMESE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. Previous Year’s EXAM QUESTIONS Answers Solution – click here
প্ৰতিবেদন || তোমাৰ অঞ্চলৰ বাট-পথ দলং আদি নষ্ট হোৱাৰ সৈতেৰে মেম্বাৰৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি এখন প্ৰতিবেদন লিখা। [HSLC ’17] – click here
CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION – click hereঅসমৰ ইতিহাস।। ASSAM HISTORY APSC Prelims Previous Years Questions
আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]
পুথিভঁৰাল | Assamese Essay on Library দশম শ্ৰেণীৰ অসমীয়া ৰচনা
পুথিভঁৰাল | Assamese Essay on Library দশম শ্ৰেণীৰ অসমীয়া ৰচনা
| IMPORTANT WEB-LINKS | |
|---|---|
| ✅ Official Website | Click Here |
| ✅ WhatsApp Group For Competitive Exam Solutions | Click here |
| ✅ WhatsApp Group For All HSLC Solutions | Click Here |
| ✅ For Jobs Update Government job opportunities | Click Here |
| ✅ Telegram Group | click here |
| ✅ FaceBook Page | click here |
পুথিভঁৰাল | Assamese Essay on Library দশম শ্ৰেণীৰ অসমীয়া ৰচনা

Leave a Reply