• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

October 28, 2025 by Pubali Patgiri Leave a Comment

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra Kumar Bhattacharya

আৰম্ভণি : যিসকল সাহিত্যিকৰ লিখা মই পঢ়িছোঁ , সেইসকলৰ কোনো জনেই মোৰ অপ্ৰিয় নহয়। তথাপিও মোৰ প্ৰিয় সাহিত্যিক জনৰ বিষয়ে লিখিবলৈ দিয়াত মই জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট অসমীয়া সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱ ডাঙৰীয়া কে বাছি ললো ।

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer
মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

 

সাহিত্যিক জনৰ চমু জীৱনী: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য একেধাৰে ঔপন্যাসিক,কবি,গল্পকাৰ,সাংবাদিক আৰু ৰাজনীতিবিদ।কুমলীয়া বয়স ৰে পৰা নিষ্ঠাৰে সাহিত্য সেৱাত লাগি থকা প্ৰচাৰ বিমুখ স্বল্প ভাষী, প্ৰতিভাৰ এই সাহিত্যিক গৰাকীৰ অধ্যয়ন বিস্তৃত, জ্ঞান বোধ গভীৰ, পৰ্যবেক্ষণ ক্ষমতা অতি সূক্ষ্ম। চাৰিও পিনৰ জগতখনক তেওঁ গভীৰভাৱে নিৰীক্ষণ কৰে,দৃষ্টিয়ে যিমান দূৰলৈ চাব পাৰি সিমান দূৰলৈকে মানুহৰ অন্তৰ জগতখন চাবলৈ তেওঁ যত্ন কৰে।

 

            ঘাইকৈ ঔপন্যাসিক ৰূপে পৰিচিত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ ১৯২৪ চনত জন্ম হয়। ভট্টাচাৰ্য দেৱে ১৯৫৫ চনত ‘ ৰাজপথে ৰিঙিয়াই ‘ নামৰ উপন্যাসে ৰে এইবিধ সাহিত্য ৰচনাৰ পাতনি মেলি বৰ্তমান সময়লৈকে প্ৰায় দেৰকুৰি মান উপন্যাস লিখি উলিয়াইছে। তেঁও সহজ সৰল ভাষাত সহজ সৰল মানুহৰ কাহিনী সৃষ্টি কৰে। কিছুমান ঐতিহাসিক ঘটনাই মানুহৰ দৈনন্দিন জীৱন যাত্ৰা , চিন্তা চেতনা ,মূল্যবোধ কিদৰে উলট পালট কৰি দিয়ে , তেনে বোৰ ঘটনাকে তেওঁ সাধাৰণতে উপন্যাসৰ বিষয় বস্তু লয় । দ্বিতীয় মহা যুদ্ধই খুন্দি থৈ যোৱা নগা ৰাজ্যক পটভূমি হিচাপে লৈ ৰচনা কৰা ‘ ই য়া ৰুঙ্গম ‘ নামৰ উপন্যাসখনৰ বাবে তেওঁ ১৯৬১ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে।

চীনা আক্ৰমণৰ পটভূমিত লিখা ‘ শ তঘ্নী ‘ , ডিগবৈ তেল কোম্পানী ৰ শ্ৰমিক আন্দোলনৰ আধাৰত লিখা ‘ প্ৰতিপদ ‘ , বাংলাদেশৰ মুক্তি সংগ্ৰামৰ ভেটিত লিখা ‘ কবৰ আৰু ফুল ‘ তেওঁৰ আনকেইখন মান সাৰ্থক উপন্যাস । ভাৰতত চলা ‘৪২ ৰ গণ আন্দোলনৰ পটভূমিত লিখা ‘ মৃত্যুঞ্জয় ‘ উপন্যাসখনৰ বাবে ১৯৭৯ চনত তেওঁক ৰাষ্ট্ৰৰ সৰ্বোচ্চ সাহিত্যিক সন্মান ‘ জ্ঞানপীঠ বঁটা ‘ ৰে সন্মানিত কৰা হয়।সেই জনজাগৰণৰ প্ৰত্যক্ষ অভিজ্ঞতা থকা ঔপন্যাসিক গৰাকীয়ে বাস্তব আৰু কল্পনাৰ সমন্বয়ত বিপ্লৱৰ ঢৌৱে ঢৌৱাই যোৱা নগাওঁ জিলাৰ মায়ং অঞ্চলৰ গ্ৰাম্য জীৱনৰ ছবি উপন্যাস খনিত হুবহু অংকিত কৰিছে।

গাওঁৰ মানুহখিনি এ ষ ৰযন্ত্ৰ কৰি ৰেলগাড়ী বগৰোৱাৰ কাহিনী এটিক কেন্দ্ৰ কৰি হিংসা আৰু অহিংসাৰ সংঘাত আৰু তাৰ পৰা সৃষ্টি হোৱা মানসিক দ্বন্দ উপন্যাস খনিত নিখুঁত ভাৱে ফুটাই তোলা হৈছে। মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer
মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

          উপন্যাসৰ ক্ষেত্ৰতে নহয়,গল্প আৰু কবিতাৰ ক্ষেত্ৰতো ভট্টাচাৰ্য দেৱে অসমীয়া সাহিত্যত নতুন যুগৰ সন্ধান দিছে।তেখেতৰ ৰচিত অমৰ কবিতা ‘ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি ‘ কবিতাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি। ‘ ৰামধেনু ‘ আৰু ‘ নৱ যুগ ‘ আধুনিক কবিতাৰ থৰক বৰক খোজ সুদৃঢ় কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত কিছুকাল অধ্যাপনা কৰা ভট্টাচাৰ্য লৈ শেহতীয়া সৰ্বভাৰতীয় সন্মান হ ‘ ল সাহিত্য একাডেমীৰ সভাপতি পদ।এনে দুৰ্লভ সন্মানেৰে বিভূষিত হৈ তেওঁ অকল নিজলৈকে নহয়, অসমীয়া জাতীয় জীৱন লৈকো গৌৰৱ কঢ়িয়াই আনিছে।

 

সামৰণি: ভট্টাচাৰ্য দেৱৰ অনুপম লিখনিয়ে সাহিত্যৰ সকলো শাখাৰ পাঠকক সুখ পাঠ্যৰ আনন্দ দিয়ে।তেওঁৰ নৈতিক শিক্ষা যুক্ত লিখনিয়ে মোৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে।যাৰ বাবে মোৰ প্ৰিয় সাহিত্যিক সকলৰ ভিতৰত ভট্টাচাৰ্য দেৱক মই সৰ্বোচ্চ আসন ত আৰোহীত কৰিছোঁ। মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

 

Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025 – click here

 

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar – click here

 

HSLC Previous Year’s Question in PDF – click here

 

SEBA Class – 10 All Solutions – click here

 

আবেদন || শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুত কটনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্র লিখা। (আবেদন / প্ৰতিবেদনত নাম-ঠিকনা নিলিখিবা) [HSLC ’12, ’14 ] – click here

Assamese Application || শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষকলে আবেদন লিখা। (নাম, ঠিকনা নিলিখিবা) [HSLC ’12] – click here

CLASS 10 : ASSAMESE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. Previous Year’s EXAM QUESTIONS Answers Solution – click here

প্ৰতিবেদন || তোমাৰ অঞ্চলৰ বাট-পথ দলং আদি নষ্ট হোৱাৰ সৈতেৰে মেম্বাৰৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি এখন প্ৰতিবেদন লিখা। [HSLC ’17] – click here

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

 

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For Competitive Exam Solutions Click here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page click here

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese October 30, 2025
  • মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer October 28, 2025
  • পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা October 25, 2025
  • আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15] September 8, 2025
  • আবেদন পত্ৰ || তুমি পঢ়ি থকা প্ৰাথমিক বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা। এই সভাত উপস্থিত থাকিবলৈ ৪ ঘণ্টাৰ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ/প্ৰধান শিক্ষককলে এখন আবেদন লিখা। (আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা) [HSLC 16] September 8, 2025

Class-10 HSLC

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d