এটিএম কাৰ্ড কি ।। What is an ATM CARD in Assamese
এটিএম কাৰ্ড কি ।। What is an ATM CARD in Assamese
আগৰ দিনত মানুহ বোৰ লেন দেনৰ বাবে নগত ধন ব্যাবহাৰ কৰিছিল, লাহে লাহে সময়ৰ লগত মানুহৰ চাহিদাৰ পৰিৱৰ্তন হল, সকলো ঠাইতে বৃহৎ পৰিমাণৰ ধন লৈ ফুৰাটো এটা সমস্যাত পৰিণত হৈছিল । এই সমস্যাৰ সমাধান বিচাৰি ATM Card ব্যাবহাৰ আৰম্ভ হল ।এটিএম কাৰ্ড কি ।। What is an ATM CARD in Assamese
ATM মানে হল অটোমেটেড টেলাৰ মেচিন। একইভাবে, এটিএম কার্ড হল এটা পিন-ভিত্তিক কার্ড যি এটা বেংক এ জাৰি কৰে আৰু ই এজন ব্যাক্তিৰ বেংকৰ আকাউণ্টৰ লগত লিংক হৈ থাকে । এটিএম-এ বিভিন্ন উদ্দেশ্যেত ব্যবহাৰ কৰিব পাৰি ।
এটিএম কার্ড থকা ব্যাক্তি এজনে যিকোনো সময়ত ATM মেচিনৰ পৰা ধন উঠাব পাৰে, লগত অনলাইন লেন-দেন শ্বপিং কৰিবৰ বাবে Atm card ব্যাবহাৰ কৰা হয় । এটিএম কার্ড সাধাৰণত এটা ডেবিট কার্ড।এটিএম কাৰ্ড কি ।। What is an ATM CARD in Assamese
এটিএম কার্ডৰ মাধ্যমে, আপুনি বহুত কাম বহুত শীঘ্ৰে কৰিব পাৰে যেনে – যিকোনো সময়ত আপুনি ধন ATM মেচিনৰ পৰা কাৰ্ড স্বাইপ কৰি আপোনাৰ 4 সংখ্যাৰ পিন টিপি টকা তুলিব পাৰে । এটিএম কার্ডবোৰ 4-সংখ্যাৰ পিন ব্যবহাৰ কৰা হয় যি আপোনাৰ বেংকৰ আকাউণ্টৰ লগত সংযুক্ত থাকে।
কিছুমান এটিএম কাৰ্ড বছৰি এটা চার্জ হিচাবে কিছু পৰিমান টকা কাটি লয় কিছুমানে আকৌ একো চাৰ্জ নলয় ।
মিউচুৱেল ফাণ্ড কি ।। What is Mutual fund in Assamese – click here
ক্ৰেডিট কাৰ্ড কি ।। What is Credit Card in Assamese – click here
IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online IndiGo Airlines নিযুক্তি ২০২৬ – গুৱাহাটীত…
NVS Shillong Recruitment 2026 – PGT, TGT & Staff Nurse Vacancy NVS Shillong Recruitment 2026 – PGT, TGT, Nurse, Counselor…
MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts MSSV নাগাঁও নিযুক্তি…
U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now U.N. Academy Kajalgaon নিযুক্তি ২০২৬ –…
DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now DPS Dhaligaon নিযুক্তি ২০২৬ –…
B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts B.N. College Dhubri নিযুক্তি ২০২৬ –…