• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

বাক্যৰচনা

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

February 1, 2024 by Pubali Patgiri 3 Comments

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

 

Translation plays a crucial role in the HSLC English exam under SEBA, especially for Assamese medium students. In the Assamese to English Translation 2025 section, students are expected to accurately convert simple and complex Assamese sentences into grammatically correct English. This not only tests language skills but also helps improve sentence structure, tense usage, and vocabulary. Mastering translation can help you score full marks in this section, making it a vital part of your exam preparation. In this post, we’ll explore common sentence patterns, provide solved examples, and share expert tips to make your translation practice easier and more effective.

                     SEBA অধীনত অনুষ্ঠিত হও‌তা HSLC ইংৰাজী পৰীক্ষাত অনুবাদ অতি গুৰুত্বপূর্ণ অংশ, বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে। Assamese to English Translation 2025 অংশত ছাত্ৰ-ছাত্ৰীয়ে সৰল আৰু জটিল অসমীয়া বাক্যসমূহক সঠিক ইংৰাজীত অনুবাদ কৰিব লাগে। এই অনুশীলনে ইংৰাজী ভাষা দক্ষতা, বাক্য গঠন, কাল (Tense) ব্যৱহাৰ আৰু শব্দভাণ্ডাৰ উন্নত কৰাত সহায় কৰে। অনুবাদ ভালদৰে আয়ত্ত কৰিলে এই অংশত ১০ৰ ১০ নম্বৰ লব পাৰি, সেয়েহে ই পৰীক্ষাৰ বাবে অতি প্রয়োজনীয় অংশ। এই লিখনিত আমি সাধাৰণ বাক্যৰ ধৰণ, অনুবাদৰ সহ উদাহৰণ, আৰু পূৰ্ণ নম্বৰ পাবলৈ টিপ্‌ছ আলোচনা কৰিম।

 

translation assamese to english
Assamese to English Translation 2025

Assamese to English Translation 2025

  • আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024)
    আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024)
    আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024)   আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024) প্ৰতি,     মাননীয় প্ৰধান শিক্ষক মহোদয়      ( বিদ্যালয়ৰ নাম ) বিষয় : বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধিৰ বাবে আবেদন মহাশয়,        আমি আপোনাৰ বিদ্যালয়ৰ [শ্ৰেণী]ৰ ছাত্ৰ/ছাত্ৰী,… Read more: আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024)
  • অসুস্থতাৰ বাবে দুদিন বিদ্যালয়লৈ অহা নোৱাৰিলে ছুটি বিচাৰি আবেদন ( HSLC - 2008, 2013 )
    আবেদন পত্র ।। অসুস্থতাৰ বাবে দুদিন বিদ্যালয়লৈ অহা নোৱাৰিলে ছুটি বিচাৰি আবেদন ( HSLC – 2008, 2013 )
     অসুস্থতাৰ বাবে দুদিন বিদ্যালয়লৈ অহা নোৱাৰিলে ছুটি বিচাৰি আবেদন (HSLC ’08, ’13)  অসুস্থতাৰ বাবে দুদিন বিদ্যালয়লৈ অহা নোৱাৰিলে ছুটি বিচাৰি আবেদন (HSLC ’08, ’13) প্ৰতি,মাননীয় প্ৰধান শিক্ষক মহোদয় ( বিদ্যালয়ৰ নাম ) বিষয়: দুদিনৰ ছুটি বিচাৰি আবেদন মহাশয়,  সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই [ক্লাছ]-ৰ ছাত্ৰ/ছাত্ৰী, অসুস্থ থকাৰ বাবে যোৱা [তাৰিখ] ৰ পৰা [তাৰিখ] লৈ… Read more: আবেদন পত্র ।। অসুস্থতাৰ বাবে দুদিন বিদ্যালয়লৈ অহা নোৱাৰিলে ছুটি বিচাৰি আবেদন ( HSLC – 2008, 2013 )
  • Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025
    Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025
    Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025 Here are the correct answers to the vocabulary fill-in-the-blanks from HSLC Exam Questions year-wise: 1. HSLC – 1998 (a) Today the climate of Shillong is pleasant. (weather/ climate) → Climate: the general weather conditions of a place.(Weather: daily atmospheric condition.) (b) Both the parties came to an… Read more: Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025
  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26v
    Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26
    How Many B.Ed Colleges Are in Assam? Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26 🌟 Introduction Are you planning to become a teacher in Assam? Then a Bachelor of Education (B.Ed) degree is your golden ticket! With the rise of educational reforms and mandatory TET qualifications, having a B.Ed has become… Read more: Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year's Question Answers
    Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar
    Introduction: Understanding the Use of Correct Tense Forms in HSLC English Exam Mastering the correct tense forms is a crucial part of English grammar for Class 10 students preparing for the SEBA HSLC examination. Tense refers to the time of action — whether something happened in the past, is happening now, or will happen in… Read more: Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar

1. তেওঁ এজন ডেকা মানুহ- He is a young man.

2.গীতা এজনী ভাল ছোৱালী – Geeta is a good girl.


3.আমি গুৱাহাটীত থাকোঁ- We live in Guwahati.

4. চন্দ্ৰ উঠিছে- The moon is up.

5. গৰু উপকাৰী জন্তু- The cow is an useful animal.

6.মানুহ মৰণশীল- Man is mortal.

7.সিংহ পশুবিলাকৰ ৰজা- The lion is the king of beasts.

8.কুকুৰ বিশ্বাসী জন্তু- A dog is a faithful animal.

9.লৰাবিলাকে মিঠাই ভাল পায়- Boys are fond of sweets.

10. গাখীৰ বগা- Milk is white.

11.পানীৰ সোৱাদ নাই-Water has no taste.

12.এই আঙঠিটোৰ সোনখিনি উজ্জ্বল- The gold of this ring is bright.


13.এপাল গৰু পথাৰত আছে- A herd of cows is in this field.

14.মই এজাক চৰাই দেখিছিলো- I saw a flock of birds.

15. সি মোক এদম কিতাপ দিছিল-He gave me a pile of books.

16.সাধুতা এটা মহৎ গুণ- Honestly is a great virtue.

17.দয়া পৰম ধৰ্ম- Kindness is a virtue.


18. সত্যই সৌন্দৰ্য- Truth is beauty.


19. ৰুমী এজনী মৰম লগা ছোৱালী- Rumi is a lovely girl.

20. ৰুমী আৰু বিনীতা একেটা শ্ৰেণীত পঢ়ে- Rumi and Vinita read in the same class.

21.যোৱা বছৰ তেওঁলোকে দিল্লীলৈ গৈছিল- They went to Delhi last year.

22.ৰীতা মোৰ বান্ধৱী- Rita is my friend.

23. তেওঁ এজন সাধু লোক – He is an honest man.


24. মনিয়ে লাহে লাহে খোজ কাঢ়ি – Moni walks slowly.

25. হৰিয়ে খৰকৈ লিখে – Hori writes quickly.

26. তেওঁ বৰ বুধিয়ক – He is very clever.

• অসমীয়া ৰচনা || Assamese Essay Section – click here

27. আমাৰ এখন বৰ ধুনিয়া বাগিছা অাছে – We have a very beautiful garden.

28.কিতাপ খন মেজৰ ওপৰত অাছে – The book is on the table.

29. আমি নগৰত থাকো – We live in town.


30. মই কলমেৰে লিখোঁ – I write with pen.

31. কোঠাৰ ভিতৰলৈ নাহিবা – Don’t come into the room.

32. মোৰ ওচৰতে বহা – Please sit by me.

33.আকাশলৈ চোৱা – Look at the sky.

34.আমাৰ গাঁওত এখন পুৰণি প্ৰাথমিক বিদ্যালয় অাছে – There is an old primary school in our village.

35. এই স্কুল খন ১৯৩০ চনত স্থাপিত হৈছিল – This school was established in 1930.

36. মহাশয় খনিন ১৯৫০ চনৰ পৰা এই স্কুলত কাম কৰি আছে – Sir khanin has been working in this school since 1950.

37. আমি তেতিয়া কলেজত পঢ়ি আছিলো – Then we were studying in college.

38. মহাশয় খনীন এজন চৰিত্ৰ বান মানুহ – Sir khanin is a man of character.

39. তেওঁ কেতিয়াও স্কুলত অনুপস্থিত নাথাকে – He never remains absent in school.

40. তেওঁ এতিয়া বুঢ়া হৈ আহিছে – He is becoming old now.

41. তেওঁ ইমান দুৰ্বল যে খোজ কঢ়িবই নোৱাৰে – He is so weak that he cannot walk.

42.ভাৰত স্বাধীন হোৱাৰ আগতেই তেওঁ বিয়া কৰাইছিল – He had married before India was indipendent.

43. বলা আমি খেলিবলৈ যাওঁ – let’s go to play.

44. আমাৰ বিদ্যালয়খন এখন গাঁওত অৱস্থিত – Our school is located in a village.

45.এইখন এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় – This is a higher secondary school.

 46.মই সদায়ঘণ্টা বজাৰ আগতেই স্কুলত গৈ পাও –  I always reach school before the bell rings.

47. আজি আমাৰ বিদ্যালয়ত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হব – A debate competition will be held today in our school.

48. মইও তাতে অংশগ্ৰহণ কৰিম – I shall also participate there.

49. মই ইংৰাজীত কম বুলি সিদ্ধান্ত লৈছোঁ – I have decided to speak in English.

50. যোৱা বছৰ তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ – I became first in the debate competition last year.

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For Competitive Exam Solutions  Click here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here
translation assamese to english
assamese translation

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

51. আমাৰ খুৰাদেওক ২০০১ চনত গুৱাহাটীলৈ বদলি কৰা হৈছিল – Our uncle was transfered to Guwahati in 2001.

52. তেওঁ প্ৰায়েই আমাৰ ঘৰলৈ আহে – He often comes to our house.

53. ছোৱালীজনীয়ে সভাত গান গাব – The girl will sing in the meeting.

54. তেজপুৰ অসমৰ এখন প্ৰাচীন চহৰ – Tezpur is an old city of assam.

55.মহাবাহু ব্ৰহ্মপুত্ৰ এই চহৰৰ কাষেদি বৈ গৈছে – Mahabahu Brahmaputra flows near by this city.


57. ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য বৰ মনোৰম – The natural scenery is very attractive.

58. আনকি জাতিৰ পিতা গান্ধীজীয়ে এই চহৰৰ সৌন্দৰ্য্যত মুগ্ধ হৈছিল – Even the nation’s father Gandhiji was pleased at this city’s beauty.

59.ইয়াত কেইবাটাও পুখুৰী আছে – There are many ponds in here.

60.তেজপুৰত কেবাখনো উদ্যান আছে – There are many parks in Tezpur.

 

  •    60 Most Important Polience Science  Question Answers – click here



61. এইবোৰৰ ভিতৰত চিত্ৰলেখা উদ্যান আটাইতকৈ ধুনীয়া – Chitralekha park is the most beautiful among these.

62. পূৰ্বতে এই উদ্যানখন কল পাৰ্ক নামেৰে জনাজাত আছিল – It was known as “cole park” earlier.

63. ইংৰাজ আমোলত দৰং জিলাৰ উপযুক্ত কল চাহাবে এই উদ্যান নিৰ্মাণ কৰিছিল – “Cole Sahab” the deputy commissioner of Darang district had built this park.

64. এই উদ্যানখন কেনে বিতপন – How  beautiful this park is!

65. যোৱা গৰমৰ বন্ধত মই তালৈ গৈছিলো- I went there in the last summer vacation.

66. তুমি কেতিয়াবা তেজপুৰলৈ গৈছানে? – Have you ever been to Tezpur ?

67. যোৱাকালিৰে পৰা একেৰাহে বৰষুণ দি আছে – It has been raining at a stretch since yesterday.

68.বৰষুণত নিতিতিবা – Don’t wet in rain.

69. তুমি কেতিয়াবা শ্বিলং দেখিচানে? – Have you ever seen Shillong?

70. শ্বিলং আগতে অসমৰ ৰাজধানী আছিল – Shillong was the capital of Assam earlier on.

71. আমাৰ গাঁওত এটা পুথিভঁৰাল আছে – There is a library in our village.

72.শিক্ষকে কৈছিল,”অসমৰ পুৰণি নাম কামৰূপ” – Teacher said,”The ancient name of Assam is Kamrup.”

73. অনিতাই নাচিবও নাজানে গাবও নাজানে – Anita can neither dance nor sing.

74. কিন্তু তাই ভালকৈ সাতুৰিব পাৰে – But she can swim very well.

75. ব্ৰহ্মপুত্ৰ ভাৰতৰ দীৰ্ঘতম নদী – The Brahmaputra is the longest river of India.

76.শ্বিলঙৰ জলবায়ু বৰ ভাল – The climate of Shillong is very good.

77. তাত চাইকেল চলোৱাটো বৰ টান -It is very hard to ride a bicycle there.

78.বৰষুণ আহিলে মই বাহিৰলৈ ওলাই নযাও – If it rains I shall not go out.

79. মোৰ ভন্টি মোতকৈ দুবছৰ সৰু – My sister is two years younger than me.
 
80. মৰাশটো ৰাস্তাৰ পৰা  আঁতৰোৱা হৈছিল – Dead body was removed from the street

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025


81. সি এইখন চহৰত জন্মগ্ৰহণ কৰিছিল – He was born in this city.

82. শিক্ষক অহাৰ আগতে মই টোপনিৰ পৰা উঠিচিলো – I had awaken before the teacher came.

83. তাই অকল বলবানে নহয় বুধিয়কো – She is not only strong but also intelligent.

84. বাছখনৰ পৰা নমাৰ লগে লগে মই তেওঁক দেখিলোঁ – As soon as he gets off the bus I saw him.

85. সি ভাল সাতুৰিবও জানে অাৰু বেগাই দৌৰিবও জানে – He knows well both swimming and fast running.

86. মই গাবও নাজানো নাচিবও নাজনো – I can neither sing nor dance.

87.মানুহজন বৰ দুখীয়া কিন্তু সুখী – The man is very poor but happy.

88. বুঢ়া মানুহজনে মোক কৈছিল,”তোমাৰ ভালনে?”- The old man said to me,”Are you well?”

89. কামটো ৰামৰ দ্বাৰা কৰা হল – The work has been done by Ram.

90.মানুহজন মোৰ পৰিচিত – The man is known to me.

91. কাপটোত গাখীৰ প্ৰায় নাইয়েই – There is little milk in the cup.

92. খেলপথাৰখনত মাত্ৰ কেইজনমান খেলুৱৈ আছে – There are a few players in the playground.

93. বৰুণ এজন সাধু লৰা – Barun is an honest boy.

94. সি অষ্টম শ্ৰেণীত পঢ়ে – He reads in class viii.

95. কালি সি স্কুললৈ যাব নোৱাৰিলে – He could not go to school yesterday.

96.যোৱা সোমবাৰৰ পৰা সি জ্বৰত ভুগি আছে – He has been suffering from fever since last Monday.

97. যোৱা সপ্তাহত তেওঁ আমাৰ ঘৰলৈ আহিছিল – He came to our house last week.

98. মই তেওঁক সুধিলো,”তুমি কৰ পৰা আহিলা?” – I asked him,”where are you coming from?”

99. মই কলো,”বলা ষ্টোডিয়মলৈ যাওঁ” – I said,”Let’s go to the stadium.”

100. আন্ধাৰ হোৱাৰ আগতেই তেওঁ ঘৰ পাবহি – He will reach home before it’s dark.

101. যদি তেখেত পূজাৰ বন্ধত আহে,মই তেখেতৰ লগত গুৱাহাটীলৈ যাম – If he comes in Puja vacation,I shall go to Guwahati with him.

102. মই তেখেতক দহ বছৰ ধৰি জানো – I have known him for 10 years.

103. ৰমেনৰ দেউতাও সভাত উপস্থিত আছিল – Ramen’s father was also present in the meeting.

104. তুমি গান গাব জানা ,নহয়নে বাৰু? – You know how to sing a song. don’t you?

105. আমি ঘৰ পোৱাৰ আগতেই বৰষুণ দিছিল – It had rained before we reached home.

106. মই ৰন্টোক সুধিলোঁ,”তুমি কি খেল খেলি ভাল পোৱা?” – I said to Rantu,”Which game do you like to play?”

107. ৰণ্টোক আজি বজাৰত লগ পাইছিলোঁ – I met Rantu in the market.

108.মানুহজনে পুৱাৰে পৰাই বাগিচাত কাম কৰি আছে – The man has been working in the garden since morning.

109. গুৱাহাটী ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰত অৱস্থিত – Guwahati is situated in the south bank of Brahmaputra.

110. মই তালৈ নাযাও – I don’t go there.

111. গোপালে কৈছিল ,”মই এতিয়া চিঠি লিখি আছোঁ ” – Gopal said,” I am writing a letter now.”

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

 

translation assamese to english
assamese translation

 

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

112. আকাশত অগণন তৰা আছে – There are many stars in the sky.

113.বাগিচাখনৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ ধুনীয়া – The natural beauty of the garden is very beautiful.

114.ৰাতিপুৱা খোজকঢ়াটো স্বাস্থ্যৰ পক্ষে ভাল – Morning walk is good for health.

115. সি ৰূমৰ ভিতৰত থিয় হৈ আছে – He is standing inside the room.

116.বাহিৰত থিয় হৈ থকাটো অসম্ভৱ – It is not possible to stand outside.

117. আকাশত বহুত তৰা ওলাইছে – Many stars appear in the sky.

118. তৰাবোৰ দেখিবলৈ বৰ ধুনীয়া – The stars are very beautiful to look at.

119. মই সদায় ৰাতিৰ আকাশত তৰা চাও – I always see the stars in night sky.

120. সি সদায় ৰাতিপুৱা সোনকালে উঠে – He always gets up early in the morning.

121. সি বিস্কুটোৰে সৈতে চাহ একাপ খায় আৰু পঢ়িবলৈ বহে – He drinks a cup of tea with biscuit and sits down to study.

122. সি ওখ ও নহয় চাপৰ ও নহয় – He is neither tall nor short.

123. মোৰ খুৰাই মোক সুধিছিল,”চৰায়ে কথা কব পাৰেনে ?” – My uncle asked to me,” can birds talk?”

124. দীপক তেওঁৰ ডাঙৰ পুত্ৰ – Deepak is his elder son.

125. এতিয়া তেওঁ ইমান দুৰ্বল যে খোজকাঢ়িব নোৱাৰে – Now he is too weak to walk.

126. অহাবছৰ আমি আগ্ৰালৈ যাম বুলি ভাবিছোঁ – We are thinking about to go to Agra next year.

127. মোগল সম্ৰাট ছাহজাহান তাজমহল সজাইছিল – The Tazmahal was built by the Mughal emperor Sahjahan.

128. প্ৰাচীন ভাৰতত কেবাজনো ডাঙৰ ৰজা আছিল – There are many great kings in ancient India.

129. মই ঘৰ গৈ পোৱাৰ আগেয়ে সি গুচি গল – He had left before I reached home.

130. তাই আৰু মই সদায় একেলগে স্কুললৈ যাওঁ – She and I always go to school together.

131. মুনি নাঞ্চ মতিভ্ৰম – To err is human.

132. ইয়াত বহুতো ঐতিহাসিক স্মৃতি চিহ্ন আছে – There are many historical monuments here.

133. অভাৱেই আৱিস্কাৰৰ মূল – Necessity is the mother of invention.

134. সাতোৰাটো স্বাস্থ্যৰ বাবে ভাল – Swimming is good for health.

135. তেওঁ ফুলনিখনত অকলে বহি আছে – He is sitting in the garden alone.

136. তাত বহুত মানুহ গোট খাইছিল – Many people assembled there.

137. আয় চাই ব্যয় কৰিবা – Cut your coat according to cloth.

138. সভাখন স্থগিত ৰখা হৈছিল – The meeting was postponed.

139. অহা শনিবাৰে এখন ছাত্ৰ সভা বহিব – There will be a students meeting next Saturday.

140. লৰাজন মোৰ চিনাকী – The boy is known to me.

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

• অসমৰ ইতিহাস।। ASSAM HISTORY APSC Prelims Previous Years Questions – click here

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

141. মাখন গাখীৰেৰে বনোৱা হয় – Butter is made from milk.

142.দেউতাকে কমলক দেখি বিচলিত হৈছিল – Kamal’s father became unnerved to see Kamal .

143. কালি মই ৰাজুৰ ঘৰলৈ গৈছিলো – I went to Raju’s house yesterday.

144. মই যেতিয়া ৰাজুৰ ঘৰলৈ গৈছিলো তেতিয়া সি শুই আছিল – When I went to Raju’s home he was sleeping.

145. লৰাটো এলেহুৱাই নহয় মিচলীয়াও – The boy is not only idle but also liar.

146. ৰজুয়ে মোক কৈছিল,”তুমি অংক টো কেনেকৈ কৰিলা?” – Raju said to me,” How did you do the sum?”

147. মানুহজন সঁচাকৈয়ে পণ্ডিত – The man is really scholar.

148. তেওঁ মোক যিমানে ভাল পায় তোমাকো সিমানে ভাল পায় – He loves me as much as he loves you.

149. ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ নদী – The Brahmaputra is the biggest river in Assam.

150. এই নদীৰ ওপৰত দুখন দলং আছে – There are two bridges over this river.

151. আমি প্ৰায়ে নদীৰ পাৰত ফুৰিবলৈ যাও – We often go for a walk on the bank of the river.

152. কালি আবেলি আমি ফুৰিবলৈ গৈছিলো – We went for a walk yesterday evening.

153.কেইজনমান লৰাই নদীত সাঁতুৰি আছিল – Some boys were swimming in the river.

154. ৰমেনৰ দেউতাই মোক সুধিছিল,”তুমি সাতুৰিব জানানে?”- Ramen’s father said to me,”Do you know how to swim?”

155. মই কলো যে মই সাতুৰিব নাজানো – I said that I didn’t know how to swim.

156. আন্ধাৰ হোৱাৰ আগতেই আমি ঘৰলৈ উভতিলো – We had returned home before it became dark.

157. তেতিয়া আমাৰ বৰ ভাগৰ লাগিছিল – Then we felt very tired.

158. ৰমেশ গুৱাহাটীত থাকে – Ramesh lives in Guwahati.

159. তেঁওৰ দেউতাকে এখন কলেজত কাম কৰে – His father serves  in a college.

160. সেই সময়ত তেওঁ ফুলোনিখনত বহি আছিল – At that time he was sitting in the flower garden.

161. তেওঁৰ দেউতাক ঘৰত নাছিল – His father was not at home.

162. মই ৰমেশক সুধিলো,”তোমাৰ দেউতা ঘৰত নাই নেকি ?” – I said to Ramesh,”Is your father not at home?”

163. তেওঁ মোক জনালে যে তেওঁৰ দেউতা কলেজলৈ গৈছে – He informed me that his father had gone to the college.

164. তেঁওৰ উভতি আহোঁতে পলম হব পাৰে – He may be late in returning.

165. মই কলো,”মই তেন্তে কাইলৈ ৰাতিপুৱা তেওক লগ কৰিবলৈ আহিম” – I said,”Then I shall come to meet him tomorrow morning.”

166. এইবছৰ ছেপ্টেম্বৰ মাহত বৰাক উপত্যকাত ভয়াবহ বানপানী হৈছিল – There was a terrible flood in the month of September this year in the Barak Valley.

167.বানপানী দীৰ্ঘদিন স্থিতি অৱস্থাত আছিল – The flood was stable for a long time.

168.বানপানীত বহুলোক গৃহহীন হৈছিল – Many people were homeless due to flood.

169. বিপদাপন্ন মানুহে বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈছিল – The effected people took shelter in different relief camp.

170.চৰকাৰৰ পক্ষৰ পৰা বানাক্ৰান্ত মানুহক সাহায্য দিয়া হৈছিল – The Government provided help to the flood effected people.

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

• Use of PREPOSITION in Assamese – click here

171. প্ৰায় ৭০% খেতিৰ ফচল নষ্ট হৈছিল – About 70% of the crops were destroyed.

172. মাচুৱৈ সকলে প্ৰচুৰ ক্ষতিৰ সন্মুখীন হৈছিল – The fisher men faced heavy loss.

173. বানপানীৰ ফলত সিহঁতৰ মিনপাম বোৰৰ ক্ষতি হৈছিল – Their fisheries also faced a loss due to flood.

174.বানপানীত বহুতো ঘৰ দুৱাৰ ভু পতিত হৈছিল – Many houses were damaged due to flood.

175. শিক্ষা প্ৰতিষ্ঠান বোৰো বানপানীৰ বাবে বন্ধ ঘোষণা কৰা হৈছিল – The Educational Institutions were declared to be closed due to flood.

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

176. পৃথিৱীখন যে ঘূৰণীয়া তাক সকলোৱে জানে – That the earth is round is known to all.

 

177. মই আশা কৰোঁ যে তুমি জীৱনত উন্নতি কৰিবা – I hope that you prosper in life.

178. তেওঁ যেনেকৈ কাম কৰে তাৰ ওপৰতে তেওঁৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰিছে – His success depends on how he works.

179. মোক ইয়াকে লাগে – This is what I want.

180. তেওঁ পলাইছে বুলি ওলোৱা জনৰৱটো মিচা- The rumour that he has fled is false.

181. প্ৰথম পুৰস্কাৰ পোৱা লৰা এইজন – This is the boy who won first prize.

182. সিদিনা মই দেখা মানুহ জন তোমাৰ চিনাকী – The man whom I saw the other day is known to you.

183. এই ছোৱালীজনীৰ মাক কলেৰাত ঢুকাল – This is the girl whose mother died of cholera.

184. মই ওপজা ঘৰ এইটোৱেই – This is the house where I was born.

185. তেওঁ কেতিয়া আহিছিল আমি কব নোৱাৰো – We don’t know the time when he came.

186. আমি যি ৰাজ্যত বাস কৰো তাৰ নাম অসম – The state we live in is called Assam.

187. যি মিছা কয় সি পাপী – He who tells a lie is a sinner.

188. যাৰ শেষ ভাল তাৰ সব ভাল – All is well that ends well.

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025
Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

189. মই যতে আছোঁ তাতে থাকিম – I shall stay where I am.

190. তুমি যেতিয়া পঢ়া তেতিয়া কথা নকবা – Don’t talk while you read.

191. ইচ্ছা থাকিলে উপায় ওলায় – Where there is a will there is a way.

192. যেনে কৰ্ম তেনে ফল – As you sow,so will you reap.

193. তুমি যদি আহা মই যাম – I shall go if you come.

194. তেওঁ যদিওঁ ধনী তথাপি অসুখী – Though he is rich ,he is unhappy.

195. মই অসুস্থ আছিলো বাবে কালি স্কুললৈ যোৱা নাছিলো – I didn’t go to school yesterday, because I was ill.

196. তুমি মোতকৈ চাহ বেছি ভাল পোৱা – You like tea more than I like it.

197. মানুহজন ইমান বুঢ়া হৈছিল যে খোজ কাঢ়িব নোৱাৰিছিল – The man was so old that he could not walk.
••
198. সভাপতি অহা মাত্ৰেই সকলোৱে থিয় হল – All stood up as soon as the president came.

199. সেইমানুহজন কাণ্ডজ্ঞান শূণ্য – That man is devoid of common sense.

200. গাধ এবিধ ভাৰবাহী জন্তু – The ass is a beast of burden.

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

• Problems of FLOOD In Assam in Assamese – click here

 

assamese translation

201. তেওঁ ক’ত থাকে মই নাজানো – I do not know where he lives.

202. মই উভতি নহা পৰ্যন্ত তুমি অপেক্ষা কৰিবা- Wait till I do not return.

203. এলেহুৱা মানুহে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে- He who is idle can never shine in life.

204. ভিক্ষাৰীৰ ছদ্মবেশেৰে মানুহজন আহিছিল- The man came in the guise of a beggar.

205. তেওঁ অসুখ স্বত্তেও স্কুললৈ গৈছিল- He went to school inspite of his illness.

206. চৰিত্ৰবান লোকক সকলোৱে সন্মান কৰে- Everybody respects a man of character.

207. মই এইটো কৰিব পাৰোঁ- I can do this.

208. সি ভালকৈ গান গাব নোৱাৰিছিল – He could not sing well.

209. মোৰ এজনী ভনী আছে – I have অ sister.

210. আমি সঁচা কথা কোৱা উচিত – We should speak the truth.

211. মোৰ দুখন হাত আছে – I have two hands.

212. ভগৱানে তাৰ মঙ্গল কৰক ! – May God bless him !

213. পথাৰত বহুত গৰু আছে – There are many cows in the field.

214. এক সপ্তাহত সাত দিন আছে – There are seven days in a week.

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

 

 
215. গঙ্গা এখন পবিত্ৰ নদী – The Ganga is a sacred river.

216. গাই গৰুৱে গাখীৰ দিয়ে –  The cow gives milk.

217. এই টেবিলখন কাঠেৰে তৈয়াৰী – This table is made of wood.

218. মানুহ বুদ্ধিমান প্ৰাণী – Man is a rational animal.

219. জগদীশচন্দ্ৰ বসু এজন ডাঙৰ বৈজ্ঞানিক আছিল –  Jagadish Chandra Bose was a great scientist.

220. মানুহ সামাজিক প্রাণী – Man is a social being.

221. ভাত আমাৰ প্ৰধান খাদ্য – Rice is our staple food.

222. দয়া এটি মহৎ গুণ – Kindness is a noble quality.

223. অহিংসা পৰম ধৰ্ম – Non- violence is a noble virtue.

224. গুৱাহাটীত এখন চিৰিয়াখানা আছে – There is a zoo in Guwahati.

225. মই নিতৌ পুৱাতে এঘণ্টাকৈ খোজ কাঢোঁ – I walked for an hour every morning.

226. ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদী – The Brahmaputra is the principal river of Assam.

227. হিমালয় পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ পৰ্বতমালা – The Himalayas are the highest mountain in the world.

228.  আমাৰ বাগিচাত কেইখনমান ধুনীয়া গোলাপফুল আছে – There are some roses in our garden.

229. টেবুলৰ ওপৰত কেইখনমান কিতাপ আছে – There are some books on the table.

230. অনুগ্ৰহ কৰি মোক অলপ পানী দিয়াচোন – Please give me a little water.

231. তেওঁৰ যথেষ্ট পৰিমাণে টকা পইচা নাই –  He has not much money.

232. পুখুৰীটোত প্ৰচুৰ পৰিমাণে পানী আছে –  There is a plenty of water in the pond.

233. প্ৰত্যেক দেশৰে এখন জাতীয় পতাকা থাকে – Every Country has a national flag

234. প্ৰায়বোৰ কিতাপৰে দাম বেছি –  Most of the books are costly

235. ঘৰত কোনোবা আছেনে ? – Is there anybody at home ?

236. তেওঁক অলপ সহায় লাগে – He needs a little help

237 . তোমালোকৰ স্কুলখন আমাৰ স্কুলৰ সমান ডাঙৰ নহয় –  Your school is not so big as ours

238. ৰাতিপুৱা মই সোনকালে শুই উঠো – I get up early in the morning

239. মই গল্প পঢ়ি ভাল পাওঁ । – I like to read stories

240. চৰাইবোৰে গীত গাইছে – The birds are singing

 

• মিউচুয়াল ফান্ড ||  What is MUTUAL FUND in Assamese – click here



241. দেউতাই বাতৰি কাকত পঢ়িছে –  Father is reading the Newspaper

242. তেখেত এইমাত্ৰ ওলাই গল – He has just gone out

 

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

 

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For Competitive Exam Solutions  Click here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

 

Assamese to English Translation 2025 || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025

Filed Under: Translation Tagged With: class-10, english to Assamese translation, Grammar, translation, বাক্যৰচনা

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024) August 6, 2025
  • আবেদন পত্র ।। অসুস্থতাৰ বাবে দুদিন বিদ্যালয়লৈ অহা নোৱাৰিলে ছুটি বিচাৰি আবেদন ( HSLC – 2008, 2013 ) August 6, 2025
  • Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025 August 1, 2025
  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26 July 28, 2025
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...