• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

asaam study hub

কাক কি বুলি জনা যায় জানোঁ আহঁক || Assamese GK

December 7, 2023 by Souvik Leave a Comment

কাক কি বুলি জনা যায় জানোঁ আহঁক



60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE – click here

জগতগুৰু : শ্ৰীমন্ত শংকৰদেৱ
কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
গীতিকবি পার্ৱতিপ্রসাদ বৰুৱা
নটসূর্য ফণী শর্মা
কর্মবীৰ নবীন চন্দ্র বৰদলৈ
দেশভক্ত তৰুণৰাম ফুকন
দেশপ্রাণ লক্ষ্মীধৰ শর্মা
লোকপ্ৰিয় গোপীনাথ বৰদলৈ
দেশ হিতৈষী বিমলা প্ৰসাদ চলিহা
পণ্ডিতপ্ৰবৰকৃষ্ণকান্ত সন্দিকৈ
অগ্নিকবি কমলাকান্ত ভট্রাচার্য
অতিন্দ্রীয়বাদী কবি : নলিনীবালা দেৱী
উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
সাহিত্যৰথী : লক্ষ্মীনাথ বেজবৰুৱা
ৰসৰাজ : লক্ষ্মীনাথ বেজবৰুৱা
বকুলবনৰ কবি : আনন্দ চন্দ্র বৰুৱা
জ্ঞানমালিনীৰ কবি : মফিজুদ্দিন আহমদ হাজৰিকা
ধ্বনি কবি : বিনন্দ চন্দ্র বৰুৱা
পাপৰিৰ কবি: গণেশ চন্দ্র গগৈ
বিদ্রোহী কবি : প্রসন্নলাল চৌধুৰী
বিহগী কবি : ৰঘুনাথ চৌধাৰী
পথাৰৰ কবি : ৰাম গগৈ
বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
শেৱালি কবি : ৰত্নকান্ত বৰকাকতি
খৰিকাজাঁইৰ কবি :ভবানন্দ ৰাজখোৱা
সুগন্ধি পখিলাৰ কবি : হীৰেন ভট্টাচাৰ্য
ফুলনিৰ কবি : পদ্মধৰ চলিহা
নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
বাগ্মীবৰ : নীলমণি ফুকন
প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
বনকোঁৱৰ : আনন্দৰাম দাস
ভাঙনিকোঁৱৰ : আনন্দচন্দ্ৰ আগৰৱালা
লোকনায়ক : অমিয় কুমাৰ দাস
সুধাকণ্ঠ : ড° ভূপেন হাজৰিকা
ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী
কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন
জননায়ক : দেৱেশ্বৰ শর্মা
ভাষাতত্ত্ববিদ : বাণীকান্ত কাকতি
লুইত কোঁৱৰ : ৰুদ্ৰ বৰুৱা
এণ্ডি খুৰা : ডাঃ নগেন দত্ত
মৌচাক মামা : শান্তনু তামূলী
সিংহপুৰুষ : ৰাধাগোবিন্দ বৰুৱা
সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
দানবীৰ : ৰাধানাথ সন্দিকৈ
বীৰবালা : কনকলতা
অভিনয়াচার্য : ব্রজনাথ শর্মা
অসম গৌৰৱ : হেম বৰুৱা
শোণিত কোঁৱৰ : গজেন বৰুৱা
সৰস্বতী : নিৰ্মলপ্ৰভা বৰদলৈ
ৰংমন : ৰবিন দে
হস্তী-কন্য : প্ৰতিমা পাণ্ডে বৰুৱা
নৃত্যাচাৰ্য : যতীন গোস্বামী
কথা শিল্পী : চৈয়দ আব্দুল মালিক
কলংপৰীয়া কবি : দেৱকান্ত বৰুৱা
নাট্য প্রভাকৰ : সত্যপ্রসাদ বৰুৱা
কাক কি বুলি কোৱা হয়

Assam GK Test Series For Assam Police Part- 9 – click here

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

Filed Under: সাধাৰণ জ্ঞান Tagged With: asaam study hub, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Assam GK Test Series For Assam Police Part- 9

December 6, 2023 by Souvik Leave a Comment

An MCQ based Assam GK Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you  & try to enhance your knowledge. It will surely help you preparing for your competitive exams. Assam GK Test Series For Assam Police

Assam GK MCQ Test Series
Assam GK Test Series For Assam Police

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক Assam GK MOCK Test ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক & আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ই আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত নিশ্চয় সহায় কৰিব

128
Created on December 06, 2023
Assam GK MCQ Test Series

Assam GK Test Series Part - 9

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক Assam GK Test Series ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক & আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ই আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত নিশ্চয় সহায় কৰিব

1 / 15

The Hayagriva Madhava temple of Hajo is located in which hill ?
হাজোৰ হায়াগ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত ?

2 / 15

Gibon Wildlife sanctuary is located at?
গিবন বন্যপ্ৰাণী অভয়াৰণ্য কত অৱস্থিত?

3 / 15

The first Stadium was built in _____
 অসমৰ প্ৰথমটো ষ্টেডিয়াম কত -------

4 / 15

Who was the first Governor of independent Assam ?
স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?

5 / 15

Which one was the first capital of Ahom Kingdom in Assam ?
আহোম সকলৰ প্ৰথমখন ৰাজধানীৰ নাম কি ?

6 / 15

The area of Kaziranga National Park is
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি প্ৰায়

https://assamstudyhub.com/list-of-national-parks-in-assam/

7 / 15

Which Assamese film bagged the National Film award in 2014 ?
২০১৪ চনত কোনখন অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ?

8 / 15

When Dr. Bhupen Hazarika had been awarded with Dadasaheb Phalke Award ?
ড° ভূপেন হাজৰিকাক কেতিয়া দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল ?

9 / 15

The Treaty of Yandaboo signed between east India company and which one of the following ?
ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তলৰ কোনটোৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় ?

10 / 15

When does people of Assam celebrates "Lachit Divas "
অসমৰ মানুহে কেতিয়া "লাচিত দিৱস " উদযাপন কৰে ?

11 / 15

In which year Gopinath Bordoloi was arrested for taking part in the freedom movement ?
কোন বছৰত স্বাধীনতা আন্দোলনত অংশ লৈ গোপীনাথ বৰদলৈক গ্ৰেপ্তাৰ কৰা হৈছিল ?

12 / 15

In addition to Assamese, which other language from the state is included in the Eight Schedule of the Indian constitution ?
অসমীয়াৰ উপৰিও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে ?

13 / 15

Ali - Aai - Ligang is a festival celebrated by  
আলি - আই - লিগাংৰ অসমৰ কোন জনজাতিৰ দ্বাৰা উদযাপন কৰা এক উৎসৱ ?

14 / 15


Bwisagu is a festival celebrated by 

বৈচাগু অসমৰ কোন জনজাতিৰ দ্বাৰা উদযাপন কৰা এক উৎসৱ ?

15 / 15

Guwahati Tea Auction centre was established in which year?
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল?

Your score is

The average score is 68%

LinkedIn Facebook VKontakte
0%

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
Assam GK Test Series For Assam Police

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET  || Assam Police – click here

Filed Under: Assam GK Tagged With: asaam study hub, Test Series

Assam GK Test Series Part-8

December 1, 2023 by Souvik Leave a Comment

An MCQ based Assam GK Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you  & try to enhance your knowledge. It will surely help you preparing for your competitive exams. Assam GK Test Series

Assam GK MCQ Test Series
Assam GK MOCK Test

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক Assam GK MOCK Test ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক & আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ই আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত নিশ্চয় সহায় কৰিব

160

Created on December 01, 2023
Assam GK MCQ Test Series

Assam GK Test Series Part-8

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক Assam GK Test Series ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক & আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ই আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত নিশ্চয় সহায় কৰিব

1 / 15

Who was the first woman Chief Minister of Assam?

অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

2 / 15

What was the first Assamese Monthly Magazine of Assam?
অসমৰ প্ৰথমটো মাহিলী আলোচনীখনৰ নাম কি আছিল ?

3 / 15

Who was the first Assamese to climb Mount Everest?
মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন?

4 / 15

What was the name of first Assamese colour film ?
প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি আছিল ?

5 / 15

What is the name of first film studio of Assam ?
অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'ৰ নাম কি ?

6 / 15

Which is the first bridge of Assam over Brahmaputra river?
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসমৰ প্ৰথমখন দলং কোনখন?

7 / 15

Who was the First Assamese IAS from Assam?
অসমৰ পৰা প্ৰথম অসমীয়া আই এ এছ বিষয়া কোন আছিল?

8 / 15

Which is the first daily English newspaper of Assam?

9 / 15

Which was the first College in Assam ?

10 / 15

Who was the first from Assam to become Prime Minister of India?
অসমৰ পৰা কোনে প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল?

11 / 15

Who was the first Assamese to won the first Bharat Ratna Award from Assam?
অসমৰ পৰা প্ৰথম ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?

12 / 15

Who was the first Assamese Singer to won the "Asom Ratna Award"?
"অসম ৰত্ন বঁটা" লাভ কৰা প্ৰথমজন অসমীয়া গায়ক কোন?

13 / 15

Who was the first Assamese to won "Dada Saheb Phalke Award"?
"

14 / 15

Which is the first Medical Collage of Assam?
অসমৰ প্ৰথম মেডিকেল কলেজ কোনখন?

15 / 15

Who was the First female Olympic participant from Assam?
অসমৰ পৰা প্ৰথম মহিলা অলিম্পিক অংশগ্ৰহণকাৰী কোন আছিল?
 

Your score is

The average score is 77%

LinkedIn Facebook VKontakte
0%

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
Assam GK MOCK Test

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams – click here

Filed Under: Assam GK Tagged With: asaam study hub, Test Series

English Grammar MOCK Test-7 ( Articles)

December 1, 2023 by Souvik Leave a Comment

An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you in English Grammar & try to enhance your knowledge. It will surely help you preparing for your competitive exams. English Grammar MOCK Test-7 ( Articles)

English Grammar MCQ Test by assamstudyhub.com
English Grammar MCQ Test by assamstudyhub.com

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক English Grammar Mock Test ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক & আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ই আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত নিশ্চয় সহায় কৰিব

83

English Grammar MCQ Test by assamstudyhub.com

English Grammar MCQ Test-7 ( Articles)

An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you in English Grammar & try to enhance your knowledge. It will surely help you preparing for your competitive exams.

1 / 15

My brother is reading in ____ European University.

2 / 15

He gave the begger ___ one rupee coin.

3 / 15

He will come within ___ hour.

4 / 15

___ Sun set in ___ west.

5 / 15

___ lady you saw was my aunt.

6 / 15

___ Prime Minister will come to Guwahati.

7 / 15

He reads ___ Bible everyday.

8 / 15

Her Mother is ___ Kind women.

9 / 15

There is ___ university in Dibrugarh

10 / 15

Sri Lanka is ___ island.

11 / 15

My brother is ___ NCC cadet.

12 / 15

There is ___ aeroplane in ___ sky.

13 / 15

___ Head Master of our school is ___ strict person.

14 / 15

We get light from ___ Sun.

15 / 15

His father is ___ M.L.A

Your score is

The average score is 67%

LinkedIn Facebook VKontakte
0%

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese – click here

Filed Under: English Grammar Tagged With: asaam study hub, Test Series

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || Science Mock Test In Assamese Part-1

November 30, 2023 by Souvik Leave a Comment

An MCQ based Science Gk Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you  & try to enhance your knowledge. It will surely help you preparing for your competitive exams. বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || Science Mock Test In Assamese Part-1

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || Science Mock Test In Assamese

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক Science Mock Test ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক & আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ই আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত নিশ্চয় সহায় কৰিব ;

121
Created on November 30, 2023
বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || Science Mock Test In Assamese

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || Science Mock Test In Assamese Part-1

An MCQ based Science Gk Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you  & try to enhance your knowledge. It will surely help you preparing for your competitive exams.

1 / 14

সকলো জীৱৰ দেহ গঠনৰ একক কি?

What is the unit of body structure of all organisms?

2 / 14

মানুহৰ দেহত কেইডাল হাড় থাকে?
How many bones are there in the human body?
 

3 / 14

মানুহৰ দেহৰ কি অংশ সৰ্ববৃহৎ?
What is the largest part of the human body?

4 / 14

 সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি?
What is the chemical name of common salt?

NaCl(Sodium chloride)

5 / 14

গছে কি প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে?
By which process do plants prepare food?

Photosynthesis(সালোক সংশ্লেষণ)

6 / 14

কুকুৰিকনা ৰোগ কি ভিটামিনৰ অভাৱৰ কাৰণে হয়?
What vitamin deficiency causes night blindness?

7 / 14

আমৰ বৈজ্ঞানিক নাম কি?
What is the scientific name of mango?

8 / 14

 Keratin নামৰ প্ৰটিন বিধ ক ' ত পোৱা যায়?
Where is the protein called keratin found?

9 / 14

আলুৰ খাব পৰা অংশটো কি?
What is the edible part of a potato?

10 / 14

উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হোৱাৰ কাৰণ কি?
What causes the leaves of plants to turn green?

11 / 14

D vitamin ৰ অভাৱত কি ৰোগ হয়?
What is the cause of vitamin D deficiency?

12 / 14

পাৰা (মাৰ্কাৰি) ৰ চিহ্ন কি?
What is the symbol of mercury?

Hg (hydrargyrum)

13 / 14

বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কি ধাতুৰ?
What metal is the filament of an electric bulb made of?

14 / 14

পদাৰ্থৰ ক্ষুদ্ৰতম কণাটোৰ নাম কি?
What is the name of the smallest particle of matter?

Atom (পৰমাণু)

Your score is

The average score is 68%

LinkedIn Facebook VKontakte
0%

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || Science Mock Test In Assamese

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams – click here

Filed Under: বিজ্ঞান || Science Mock Test Tagged With: asaam study hub, Test Series

English Grammar Test Series-6 ( Articles)

November 26, 2023 by Souvik Leave a Comment

An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you in English Grammar & try to enhance your knowledge. It will surely help you preparing for your competitive exams.

English Grammar MCQ Test by assamstudyhub.com
English Grammar MCQ Test by assamstudyhub.com

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক English Grammar Mock Test ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক & আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ই আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত নিশ্চয় সহায় কৰিব

114
Created on November 26, 2023
English Grammar MCQ Test by assamstudyhub.com

English Grammar MCQ Test-6 ( Articles)

An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you in English Grammar & try to enhance your knowledge. It will surely help you preparing for your competitive exams.

1 / 15

I shall give you ___ hint.

2 / 15

She bought me ___ Umbrella

3 / 15

There is ___ university in Guwahati.

4 / 15

Do not hate ___ poor.

5 / 15

Switzerland is a ____ European country.

6 / 15

Reading is ___ useful hobby.

7 / 15

Mr. Das is ___ honorable person

8 / 15

He sold ___ ox and bought ___ Goat.

9 / 15

Mr. Jhon is ____ English man.

10 / 15

Hindi is ___ Official language of India.

11 / 15

My brother is ___ M.Sc in Botany

12 / 15

___ city is a crowed place.

13 / 15

His brother is ___ B.A

14 / 15

What ___ surprise 

15 / 15

Kalidas is ____ Shakespeare of India

Your score is

The average score is 66%

LinkedIn Facebook VKontakte
0%

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
English Grammar Test Series

35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese – click here

Filed Under: English Grammar Tagged With: asaam study hub, Test Series

অসমত নিবনুৱাৰ হাৰ কেনেকৈ সমাধান কৰিব পাৰো || How Can We Decrease Unemployment of ASSAM

November 25, 2023 by Souvik Leave a Comment

অসমত নিবনুৱাৰ হাৰ কেনেকৈ সমাধান কৰিব || How Can We Decrease Unemployment of ASSAM

অসমৰ নিবনুৱা সমস্যাটো এটা গুৰুতৰ চিন্তাৰ বিষয়, আৰু ইয়াৰ সমাধানৰ বাবে বহুমুখী পন্থাৰ প্ৰয়োজন। ৰাজ্যখনত নিবনুৱাৰ হাৰ হ্ৰাস কৰাত সহায় কৰিব পৰা কিছুমান সম্ভাৱ্য সমাধান তলত উল্লেখ কৰা হ’ল-

উদ্যোগীকৰণক প্ৰসাৰিত কৰাঃ উদ্যোগীসকলক তেওঁলোকৰ ব্যৱসায় আৰম্ভ আৰু বৃদ্ধিৰ বাবে অসম চৰকাৰে অধিক প্ৰৰোচনা আৰু সহায় আগবঢ়াব লাগে। ইয়াৰ ভিতৰত পুঁজিৰ সুবিধা, প্ৰশিক্ষণ কাৰ্যসূচী, আৰু ব্যৱসায়িক ইনকিউবেচনৰ সুবিধা আদি থাকিব পাৰে। উদ্যোগীকৰণক সহায় কৰি ৰাষ্ট্ৰই অধিক চাকৰিৰ সুযোগ সৃষ্টি কৰিব পাৰে আৰু অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ ঘটাব পাৰে।

 

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams – click here

 



উদ্যোগীকৰণক উৎসাহিত কৰাঃ অসমত বিশাল প্ৰাকৃতিক সম্পদ আছে যাৰ সহায়ত উদ্যোগসমূহত বিনিয়োগ আকৰ্ষণ কৰিব পৰা যাব। ৰাজ্য চৰকাৰে এনে নীতি আৰু আন্তঃগাঁথনি সৃষ্টি কৰিব লাগে যাতে ৰাজ্যত ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন আৰু কাম-কাজ সহজ হৈ পৰে। ইয়াৰ ভিতৰত কৰ ৰেহাই আৰু অন্যান্য প্ৰৰোচনা প্ৰদানৰ লগতে পৰিবহণ আৰু অন্যান্য লজিষ্টিক আন্তঃগাঁথনি উন্নয়ন কৰাটোও অন্তৰ্ভুক্ত হ’ব পাৰে।

শিক্ষা আৰু প্ৰশিক্ষণ কাৰ্যসূচী বিকশিত কৰাঃ ভৱিষ্যতৰ চাকৰিৰ বাবে কৰ্মশক্তিক প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞান প্ৰদান কৰিবলৈ অসমে নিজৰ শিক্ষা ব্যৱস্থাত বিনিয়োগ কৰাটো প্ৰয়োজন। ইয়াৰ ভিতৰত বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচী, ইন্টাৰশ্বিপ, আৰু এপ্ৰেণ্টিছশ্বিপ আদি থাকিব পাৰে যিয়ে ব্যৱহাৰিক প্ৰশিক্ষণ আৰু কৰ্ম অভিজ্ঞতা প্ৰদান কৰে। চৰকাৰে উদ্যোগৰ নেতাসকলৰ সৈতেও কাম কৰি প্ৰশিক্ষণ কাৰ্যসূচীসমূহ যাতে চাকৰিৰ বজাৰৰ প্ৰয়োজনীয়তাৰ সৈতে মিল খায়। অসমত নিবনুৱাৰ হাৰ কেনেকৈ সমাধান কৰিব || How Can We Decrease Unemployment of ASSAM

 

অসমত নিবনুৱাৰ হাৰ কেনেকৈ সমাধান কৰিব পাৰো || How Can We Decrease Unemployment of ASSAM
অসমত নিবনুৱাৰ হাৰ কেনেকৈ সমাধান কৰিব পাৰো || How Can We Decrease Unemployment of ASSAM

 



ৰাজহুৱা কামৰ কাৰ্যসূচী সম্প্ৰসাৰণ: চৰকাৰে ৰাজহুৱা কামৰ কাৰ্যসূচী, যেনে আন্তঃগাঁথনি প্ৰকল্প আৰু নিৰ্মাণ প্ৰকল্পত বিনিয়োগ কৰি অধিক চাকৰিৰ সুযোগ সৃষ্টি কৰিব পাৰে। ইয়াৰ দ্বাৰা বৰ্তমান নিবনুৱাসকলৰ বাবে অস্থায়ী কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব।

 

Assam Gk Mock Test – click here

 



অন্য ৰাজ্যলৈ প্ৰব্ৰজনক উৎসাহিত কৰাঃ অসমত বৃহৎ সংখ্যক নিবনুৱা যুৱক-যুৱতী আছে, যিসকলে অধিক চাকৰিৰ সুযোগ থকা আন ৰাজ্যলৈ প্ৰব্ৰজন কৰিলে উপকৃত হ’ব পাৰে। চৰকাৰে এনে সজাগতা অভিযান সৃষ্টি কৰিব পাৰে যিয়ে অন্য ৰাজ্যৰ চাকৰিৰ সুযোগসমূহক উজ্জ্বল কৰি তুলিব পাৰে, আৰু প্ৰব্ৰজন কৰিব বিচৰাসকলক সহায় আগবঢ়াব পাৰে, যেনে স্থানান্তৰ সাহায্য আৰু চাকৰি নিযুক্তি সেৱা।

 

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here

সামৰণিত ক’ব পাৰি যে অসমত নিবনুৱা সমস্যাৰ সমাধানৰ বাবে বহুমুখী পন্থাৰ প্ৰয়োজন হ’ব য’ত উদ্যোগীকৰণক প্ৰসাৰিত কৰা, উদ্যোগীকৰণক উৎসাহিত কৰা, শিক্ষা আৰু প্ৰশিক্ষণ কাৰ্যসূচী গঢ়ি তোলা, ৰাজহুৱা কামৰ কাৰ্যসূচী সম্প্ৰসাৰণ কৰা, আৰু অন্য ৰাজ্যলৈ প্ৰব্ৰজনক উৎসাহিত কৰা আদি অন্তৰ্ভুক্ত কৰা হ’ব। এই পদক্ষেপসমূহ গ্ৰহণ কৰি অসমে অধিক চাকৰিৰ সুযোগ সৃষ্টি কৰিব পাৰে আৰু অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ ঘটাব পাৰে, যাৰ ফলত ৰাজ্যখনত নিবনুৱাৰ হাৰ হ্ৰাস পাব পাৰে।

অসমৰ ইতিহাস।। ASSAM HISTORY APSC Prelims Previous Years Questions

অসমত নিবনুৱাৰ হাৰ কেনেকৈ সমাধান কৰিব Essay in 200 words –

অসমত নিবনুৱাৰ হাৰ কেনেকৈ সমাধান কৰিব – প্ৰবন্ধ (২০০ শব্দত)

অসমত নিবনুৱা সমস্যা আজিকালি এটি গুৰুত্বপূর্ণ সামাজিক সমস্যা হিচাপে পৰিগণিত হৈছে। প্ৰতিভা থকা বহু যুৱক-যুৱতী উপযুক্ত চাকৰি নোপোৱা বাবে হতাশ হৈছে। এই সমস্যা সমাধানৰ বাবে কিছুমান পদক্ষেপ গ্ৰহণ কৰা একান্ত প্ৰয়োজন।

প্ৰথমতে, অসমৰ শিক্ষা ব্যৱস্থাত অধিক বৃত্তিমূলক আৰু ব্যৱহাৰিক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব লাগিব, যাতে শিক্ষাৰ লগত জীৱিকাৰ সংযোগ ঘটিব পাৰে। ইণ্ডাস্ট্ৰী আৰু শিক্ষা প্ৰতিষ্ঠানৰ মাজত সহযোগিতা স্থাপন কৰিলে শিক্ষাৰ্থীসকল প্ৰশিক্ষিত হ’ব আৰু চাকৰি পাবলৈ সক্ষম হ’ব।

দ্বিতীয়তে, চৰকাৰে ক্ষুদ্ৰ আৰু মাজ-দৰজাতি উদ্যোগ (MSME) স্থাপনক উৎসাহ দিব লাগিব। ই নতুন ব্যৱসায়িক সুযোগ সৃষ্টি কৰিব আৰু বহু নিবনুৱাই আত্ম-নিয়োজিত হ’ব পাৰিব।

তাৰোপৰি, চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু সময়োপযোগী কৰি তুলিব লাগিব, যাতে অধিক সংখ্যক যোগ্য প্ৰাৰ্থীয়ে লাভান্বিত হ’ব পাৰে।

আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় সংস্থাসকলৰ লগত যৌথ প্ৰচেষ্টা আৰু উদ্যোক্তা গঢ়ি তুলাৰ সহায়ৰ জৰিয়তে অসমত নিবনুৱা সমস্যাৰ যথাযথ সমাধান সম্ভৱ। সেয়েহে, সংগঠিত আৰু বুদ্ধিমত্তাপূৰ্ণ পদক্ষেপৰ জৰিয়তে এই সমস্যা সমাধান কৰিব পাৰি।

 

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For Competitive Exam Solutions  Click here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

অসমত নিবনুৱাৰ হাৰ কেনেকৈ সমাধান কৰিব || How Can We Decrease Unemployment of ASSAM

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams

November 24, 2023 by Souvik Leave a Comment

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams

1.
প্ৰশ্ন:সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
উত্তৰ:- ভিটামিন D।


2.
প্ৰশ্ন:কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
উত্তৰ:- ধমনীৰ মাধ্যমত।


3.
প্ৰশ্ন:মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উত্তৰ:- প্ৰায় ৪০০০ নিযুত।


4.
প্ৰশ্ন:ভিটামিন ‘C’ ৰ আন এটা নাম কি?
উত্তৰ:- এচকাৰবিক্ এচিড।


5.
প্ৰশ্ন:ঘোঁৰাৰ দাঁত কেইটা?
উত্তৰ:- মাইকী ঘোঁৰাৰ ৩৬ টা আৰু মতা ঘোঁৰাৰ ৪০ টা।


6.
প্ৰশ্ন:আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি?
উত্তৰ:- কাছ (প্ৰায় ৫০০ বছৰ জীয়াই থাকে)।


7.
প্ৰশ্ন:অধিক শিৰা থকা প্ৰণী কি?
উত্তৰ:- সাপ।


8.
প্ৰশ্ন:বংশগতিৰ একক কি?
উত্তৰ:- জিন ।


9.
প্ৰশ্ন:ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Radio Detection and Ranging.


10.
প্ৰশ্ন:পানীৰ গভীৰতা জোখৰ একক কি?
উত্তৰ:- ফেডাম।


11.
প্ৰশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
উত্তৰ:- ৩২ গ্ৰাম।


12.
প্ৰশ্ন:সুস্হ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উত্তৰ:- ৩৭ ° চেলছিয়াচ। ( ৯৮.২° ফাৰেনহাইট )


13.
প্ৰশ্ন:মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?
উত্তৰ:- যকৃত।


14.
প্ৰশ্ন:সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়?
উত্তৰ:- প্ৰায় ৮ মিনিট।


15.
প্ৰশ্ন:চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি?
উত্তৰ:- চূণশিল।

Assam GK Test Series Part-5 – click here


16.
প্ৰশ্ন:মানুহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- হোমোচেপিয়ান।


17.
প্ৰশ্ন:প্ৰাণী দেহত হৰ’মন সৃষ্টিকাৰী গ্ৰন্হিক কি বোলে?
উত্তৰ:- এডোক্ৰাইন।


18.
প্ৰশ্ন:উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- আৰ্কইণ্ডিকেটৰ।


19.
প্ৰশ্ন:মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান?
উত্তৰ:- ২৪ যোৰ।


20.
প্ৰশ্ন:মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
উত্তৰ:- AB গ্ৰুপ।


21.
প্ৰশ্ন:আটাইতকৈ সৰল প্ৰ’টিন কি?
উত্তৰ:- গ্ৰাইচিন।


22.
প্ৰশ্ন:যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?
উত্তৰ:- টিউবাৰ কুলেচিচ্ বেক্টেৰিয়া।


23.
প্ৰশ্ন:কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়?
উত্তৰ:- ফচফৰাচ্।


24.
প্ৰশ্ন:মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে?
উত্তৰ:- ১৩ বিধ।


25.
প্ৰশ্ন:পোহৰৰ গতিবেগ কিমান?
উত্তৰ:- ৩০০০০০ কিঃমিঃ/ছেকেণ্ড।


26.
প্ৰশ্ন:আপেক্ষিকবাদ মতবাদৰ জনক কোন?
উত্তৰ:- এলবাৰ্ট আইনষ্টাইন।


27.
প্ৰশ্ন:গাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- উত্তল দাপোণ।


28.
প্ৰশ্ন:পটাচিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয়?
উত্তৰ:- বাৰুদ বনোৱাৰ বাবে।


29.
প্ৰশ্ন:লুমেন কিহৰ একক?
উত্তৰ:- জ্যোতি তীব্ৰতা।


30.
প্ৰশ্ন:কেচুৰ চকু কেইটা?
উত্তৰ:- কেচুৰ চকু নাই।

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here


31.
প্ৰশ্ন:’ব্লেক হল’ সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল?
উত্তৰ:- এছ. চন্দ্ৰশেখৰ।


32
.প্ৰশ্ন:মৰিচিকা হোৱাৰ কাৰণ কি?
উত্তৰ:- আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলন বাবে।


33.
প্ৰশ্ন:সকলোতকৈ দহনশিল গেছ কি?
উত্তৰ:- হাইড্ৰ’জেন।


34.
প্ৰশ্ন:কি ধাতু তৰল অৱস্হাত থাকে?
উত্তৰ:- পাৰা।


35.
প্ৰশ্ন:ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানী জনৰ নাম কি?
উত্তৰ:- জে. জে. থমচন।


36.
প্ৰশ্ন:আটাইতকৈ কোমল ধাতু বিধৰ নাম কি?
উত্তৰ:- লিথিয়াম।


37.
প্ৰশ্ন:ভাৰতৰ প্ৰথম পাৰমাণবিক চুলাটোৰ নাম কি?
উত্তৰ:- ‍অপ্সাৰা।


38.
প্ৰশ্ন:আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন?
উত্তৰ:- এণ্টানি লেভয়চিয়াৰ।


39.
প্ৰশ্ন:পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে?
উত্তৰ:- দাঁত।

60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE – click here

40.
প্ৰশ্ন:সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু বিধ কি?
উত্তৰ:- লো।


41.
প্ৰশ্ন:কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কোবাল্ট।


42.
প্ৰশ্ন:কেঁচাফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কাৰ্বাইড।


43.
প্ৰশ্ন:প্ৰৱাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- টেকোমিটাৰ।


44.
প্ৰশ্ন:নিউটন কিহৰ একক?
উত্তৰ:- MKS পদ্ধতিত বলৰ একক।


45.
প্ৰশ্ন:ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- এচিটিলিন।


46.
প্ৰশ্ন:AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- ৰেক্টিফায়াৰ।


47.
প্ৰশ্ন:কি পদ্ধতিত সুৰ্য্যৰ তাপ পৃথিৱীলৈ আহে?
উত্তৰ:- বিকিৰণ পদ্ধতি।


48.
প্ৰশ্ন:বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- এনিম’মিটাৰ।


49.
প্ৰশ্ন:CGS পদ্ধতিত শক্তিৰ একক কি?
উত্তৰ:- আৰ্গ।


50.
প্ৰশ্ন:পিতলত কি কি ধাতু থাকে?
উত্তৰ:- তাম আৰু দস্তা।


51.
প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
উঃ পুটোনিয়াম।


52.
প্ৰশ্ন: পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?
উঃ বৃটেইন ।


53.
প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?
উঃ ৰেডন।


54.
প্ৰশ্ন: বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?
উঃ নাইট্ৰজেন অক্সাইড।


55.
প্ৰশ্ন:বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়।
উ: টিন আৰু সীহৰ ধাতু।


56.
প্ৰশ্ন: “বেঘনীসেহাসুৰ” – কি?
উ: বগা পােহৰত থকা সাতটা ৰঙৰ সমষ্টি । যেনে – বেঙুনীয়া, ঘননীলা,নীলা, সেউজীয়া, হালধীয়া, সুমিথিৰা আৰু ৰঙা।


57.
প্ৰশ্ন: অনার্তাৰ যােগে প্রথম বাতৰি প্রেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?
উঃ মার্কনী।


58.
প্ৰশ্ন:প্রথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন ?
উ: উইলিয়াম কেক্সটোন ।


59.
প্ৰশ্ন: চুম্বকে কি কি আকর্ষণ কৰে ?
উ: লাে, নিকেল আৰু কোবাল্ট।


60.
প্ৰশ্ন: পদার্থ বিজ্ঞানত প্রথম নােবেল বটা পােৱা বিজ্ঞানীজনৰ নাম কি?
উঃ উইলহেম বণ্টজেন ।
বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams


61.
প্ৰশ্ন: ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ?
উঃ ফ্রিয়ন ।


62.
প্ৰশ্ন: টিউব লাইটত নিয়ন গেছ প্রথম কোনে ব্যৱহাৰ কৰে ?
উঃ ফৰাচী বিজ্ঞানী ক্লাইভে ১৯১০ চনত ।


63.
প্ৰশ্ন: কোন গৰাকী পদার্থ বিজ্ঞানীয়ে নার্জী বাহিনীৰ কবলৰ পৰা নিজৰ নােবেল বঁটা পদকটো ৰক্ষা কবিবলৈ তাক এচিডত দ্রবীভূত কৰি ৰাখি পিচত দ্রবণখিনিৰ পৰা পুনৰ পদকটো গঢ়াই লৈছিল ?
উঃ নীলচ ব’ৰ ।


64.
প্ৰশ্ন: হাতঘড়ী প্রথম কেতিয়া, ক’ত সাজি উলিওৱা হৈছিল ?
উঃ ১৭৯০ চনত চুইজাৰলেগুত ।


65.
প্ৰশ্ন: উদ্ভিদৰ সালােক সংশ্লেষণ প্রক্রিয়াৰ অক্সিজেন কৰ পৰা আহে ?
উঃ পানীৰ পৰা।


66.
প্ৰশ্ন: আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি ?
উঃ ব্লেক আইৰণ উড (অফ্রিকা)।


67
.প্ৰশ্ন: পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি १
উঃ ৰাছিয়াৰ উত্তৰাঞ্চলত থকা টাইগা অৰণ্য । ইয়াৰ আয়তন ২৯০ কোটি হেক্টৰ।


68.
প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি १ ই ক’ত অৱস্থিত ।
উঃ কোল্ট বেড উড (কালিফ’র্ণিয়া)। উচ্চতা ৩৬৭৮ ফুট।


69.
প্ৰশ্ন: বিশ্বত সর্বাধিক পৰিমানে ব্যৱহাৰ হােৱা পাচলিবিধ কি ?
উঃ পিয়াজ ।


70.
প্ৰশ্ন: পৃথিৱীৰ ভিতৰত সর্বাধিক আকির্ড থকা দেশখনৰ নাম কি ?
উঃ কলম্বিয়া ।


71.
প্ৰশ্ন: উদ্ভিদৰ উচ্চতা মাপক যন্ত্রটোৰ নাম কি ?
উঃ আর্ক ইণ্ডিকেটৰ ।


72.
প্ৰশ্ন:পতংগভােজী উদ্ভিদসমূহে পােক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয়?
উ: প্ৰোটিন।


73.
প্ৰশ্ন:কুঁহিয়াৰত থকা শর্কৰাবিধৰ নাম কি?
উ: চুক্ৰ’জ।


74.
প্ৰশ্ন:সুমিথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি ?
উঃ বাৰগাটে ।


75.
প্ৰশ্ন:এৰিতেল কি শিল্পৰ বাবে প্রয়ােজনীয় ?
উঃ চামৰা শিল্প।

What is MUTUAL FUND in Assamese – click here


76.
প্ৰশ্ন:কোনবােৰ উদ্ভিদে পােনপতীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্রোজেন আহৰণ কৰিব পাৰে ?
উঃ মাহজাতীয় উদ্ভিদে।


77.
প্ৰশ্ন:আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবােৰৰ নাম কি ?
উঃ টালিপট ।


78.
প্ৰশ্ন:কোনবিধ গছে সর্বাধিক কাল ফল দিয়ে ?
উঃ নাচপতি ।


79.
প্ৰশ্ন:বিলাহী প্রকৃততে ফল নে পাচলি ?
উঃ ফল ।


80.
প্ৰশ্ন:বিলাহীত থকা এচিডবিধৰ নাম কি ?
উঃ এচিটিক এচিড।


81.
প্ৰশ্ন:বিশ্বৰ অন্যতম জনপ্রিয় পানীয় ‘চাহ খােৱাৰ প্রথা প্রথম কোন দেশত কেতিয়া প্রচলিত হৈছিল ?
উঃ চীনদেশত ১২ শ শতিকাত । সেই দেশৰ ঝেন সন্ন্যাসী সম্প্রদায়ে সকলাে ৰোগৰ নিৰাময়কাৰী ঔষধ হিচাবে চাহক ব্যৱহাৰ কৰিছিল ।


82.
প্ৰশ্ন:পৃথিবীৰ ভিতৰত সর্বাধিক আফিং বা কানি উৎপাদন হােৱা অঞ্চলটো সােণালী ত্রিভুজ (Golden Triangle) নামে খ্যাত। এই ত্রিভূজ গঠন কৰা দেশ তিনিখনৰ নাম কি?
উঃ থাইলেও, ম্যানমাৰ আৰু লাওচ ।


83.
প্ৰশ্ন:আঙুৰত খকা এচিড বিধৰ নাম কি।
উ: চাইট্রিক এটিড।


84.
প্ৰশ্ন:আটাইতকৈ বিষাক্ত কাঠফুলা বিধৰ নাম কি ?
উঃ এমানিটা ফেলইডিছ।


85.
প্ৰশ্ন:বাঘ মাৰিবৰ বাবে প্রয়ােগ কৰা বিহ হিচাবে কোটিল্যৰ অর্থ শাস্ত্রত এবিধ উদ্ভিদৰ কথা উল্লেখ আছে।উদ্ভিদবিধৰ নাম কি ?
উঃ কডমিলেট।


86.
প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ বয়সীয়াল গছজোপা ক’ত আছে ?
উ: কেলিফৰ্নিয়া হুইলাৰ শৃংগত থকা এজোপা পাইন গছ। এই গছজোপা বয়স ৫ হাজাৰৰ অধিক ।


87.
প্ৰশ্ন: পৃথিৱীৰ অকলশৰীয়া গছজোপা ক’ত আছে ?
উঃ নাইজেৰিয়াৰ মকভূমি অঞ্চলত । এইজোপা গছৰ পৰা চাৰিওপিনে ৩১ মাইল দূৰলৈকে কোনাে গছ নাই ।


88.
প্ৰশ্ন: ৰাজস্থানৰ পােখৰাণত কৰা ভাৰতৰ প্রথম পৰমাণু পৰীক্ষাটোৰ সাংকেতিক নাম কি আছিল ?
উ: স্মাইলিং বুদ্ধা।


89.
প্ৰশ্ন: ভাৰতত স্থাপন কৰা প্রথম আনবিক ৰিয়েক্টৰটোৰ নাম কি?
উ: অপ্সৰা।


90.
প্ৰশ্ন: ভাৰতৰ ভাবা পাৰমাণৱিক গবেষণা কেন্দ্রৰ আটাইতকৈ ডাঙৰ ৰিয়েক্টৰটোৰ নাম কি।
উ: ধ্ৰুৱ।
বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams

35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese – click here


91.
প্ৰশ্ন:মহাকাশত কোনাে বস্তৰ ওজন কিমান ?
উ: শূণ্য।


92.
প্ৰশ্ন: কেথত ৰশ্মি ব্যৱহাৰ কৰা জনপ্রিয় যন্ত্রবিধৰ নাম কি ?
উঃ টেলিভিছন।


93.
প্ৰশ্ন: পোহৰে ঢো সৃষ্টি কৰে, এই কথা প্রমাণ কৰা বিজ্ঞানীজন কোন ?
উ: টমাছ ইয়ং।

94.
প্ৰশ্ন:কোনবিধ পদার্থক দাৰ্শনিক শিল’ (Philospher’s Stone) বোলা হয় ?
উঃ জিংক অক্সাইড।

96.
প্ৰশ্ন: কোনবিধ উদ্ভিদৰ মূল, কাণ্ড আৰু শিপা নাই ?
উঃ ৰাফ্লেছিয়া ।


97.
প্ৰশ্ন: গছৰ বয়স কেনেকৈ নির্ণয় কৰিব পাবি ?
উঃ গা-গছৰ বছেৰেকীয়া তৰপৰ আঙঠিবোৰ গণনা কৰি।


98.
প্ৰশ্ন: উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰমােন বিধৰ নাম কি ?
উঃ অক্সিন।


99.
প্ৰশ্ন:উদ্ভিদৰ জীবনী শক্তি বা জ্ঞান পাব পৰা যন্ত্রটোৰ নাম কি ?
উঃ ক্রিচকোগ্রাফ।


100.
প্ৰশ্ন: চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিড সােমায় যায়।সেই এচিডবিধৰ নাম কি ?
উঃ ফৰমিক এচিড।

বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

Filed Under: Science Tagged With: asaam study hub, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Assam GK Test Series Part-7

November 24, 2023 by Souvik Leave a Comment

An MCQ based Assam GK Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you  & try to enhance your knowledge. It will surely help you preparing for your competitive exams.

Assam GK MCQ Test Series
Assam GK MCQ Test Series

ASSAM STUDY HUB ৰ দ্বাৰা সৃষ্টি কৰা এখন MCQ ভিত্তিক Assam GK Test Series ইয়াত; আপুনি কিমান ভাল সেইটো নিজকে পৰীক্ষা কৰক & আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ই আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত নিশ্চয় সহায় কৰিব

120
Created on November 24, 2023
Assam GK MCQ Test Series

Assam GK Test Series Part-7

An MCQ based Assam GK Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you  & try to enhance your knowledge. It will surely help you preparing for your competitive exams.

 

1 / 15

The Historic Assam Accord was signed on

2 / 15

The Assam Sports Day is celebrated on 
কিমান তাৰিখ "অসম ক্ৰীড়া দিৱস" উদযাপন কৰা হয়

3 / 15

Which place of Assam is known as " Satra Nagori"

4 / 15

Which Language is used by Sankardeva to written Borgeet 
 শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল ?

5 / 15

How much Percentage of Indian Landmass is covered by the State of Assam ?
ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে ?

6 / 15

Who was the first martyr of 1942 Revolution in Assam?
১৯৪২ চনৰ বিপ্লৱৰ অসমৰ প্ৰথম শ্বহীদ কোন?

7 / 15

Pani Dihing bird Sanctuary is located in which one of the following district of Assam?
পানী দিহিং চৰাই অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত?

8 / 15

The highest concentration of forest in the state of Assam in which district ?
অসম ৰাজ্যৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক ?

9 / 15

Who was the centre figure of Revolt in 1857 in Assam ?
১৮৫৭ চনত অসমত বিদ্ৰোহৰ কেন্দ্ৰ কোন ব্যক্তি আছিল ?

10 / 15

কেতিয়া কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় পৰ্যায়লৈ উদ্যান হিচাপে উন্নীত কৰা হৈছিল ?
In which year, Kaziranga Wildlife Sanctuary was elevated to a National Park? (APSC Prelims 2013)

11 / 15

 How many National Parks are there in Assam?
অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে ?

https://assamstudyhub.com/list-of-national-parks-in-assam/

12 / 15

Which is the State Tree of Assam ?
অসমৰ ৰাজ্যিক গছৰ নাম কি ?

13 / 15

How many Tiger Reserve are there in Assam?
অসমত কেইটা ব্যাঘ্ৰ প্ৰকল্প আছে?

14 / 15

What is the total area of Assam?
অসমৰ মুঠ মাটিকালি কিমান?

15 / 15

Which is the highest peak in Assam?
অসমৰ উচ্চতম শৃংগ কোনটো?

Your score is

The average score is 76%

LinkedIn Facebook VKontakte
0%

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese – click here

Filed Under: Assam GK Tagged With: asaam study hub, Test Series

Assam GK Test Series Part-6

November 23, 2023 by Souvik Leave a Comment

An MCQ based Assam GK Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you & try to enhance your knowledge. It will surely help you preparing for your competitive exams

113
Created on November 23, 2023
Assam GK MCQ Test Series

Assam GK Test Series Part-6

An MCQ based Assam GK Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you  & try to enhance your knowledge. It will surely help you preparing for your competitive exams.

 

1 / 15

The First Assamese Romantic Poem " Bon Kunwari " was written by 
প্ৰথম অসমীয়া ৰোমান্টিক কবিতা " বন কুঁৱৰী " ৰচনা কৰিছিল

2 / 15

 In which district of Assam Sainik school is located ?
 অসমৰ কোন জিলাত, সৈনিক বিদ্যালয় আছে ?

3 / 15

How many times Mughals were defeated by Ahom's
   আহোম ৰজা সকলে কিমানবাৰ মোগলক হৰুৱাইছিল ?

4 / 15

When did Digboi Oil refinery established ? 
ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল ?

5 / 15

In which district of Assam Mask Making Art is practiced ?
মুখা শিল্পৰ আটাইতকৈ বেছি কত চৰ্চা কৰা হয় ?

6 / 15

Tusu Puja is celebrated by which Tribes of Assam ?
অসমৰ কোনটো জনগোষ্ঠীৰ মানুহে টুচু পূজা উদযাপন কৰে ?

7 / 15

Which one is the first Assamese daily newspaper of Assam ?
অসমৰ প্ৰথম অসমীয়া দৈনিক কাকত কোনখন ?

8 / 15

Who discovered Tea in Assam?
অসমত কোনে প্ৰথম চাহ আৱিষ্কাৰ কৰিছিল?

9 / 15

অৰ্জুন বঁটা কিহৰ বাবে প্ৰদান কৰা হয় ?

10 / 15

Who had taken part in the war of Mahabharata from Assam ?
 মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ অসমৰ কোনে যুদ্ধত অংশগ্ৰহন কৰিছিল?
 

11 / 15

Who compiled and published the first Assamese Dictionary in 1867 ?

১৮৬৭ চনত কোনে প্ৰথম অসমীয়া অভিধান সংকলন কৰি প্ৰকাশ কৰিছিল ?

12 / 15

In which year Assam came under President's rule for the first time?
কোন বছৰত অসম প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ আহিছিল?

13 / 15

In which year Tea was discovered in Assam?
অসমত কিমান চনত চাহ আৱিষ্কাৰ হৈছিল ?

14 / 15

 In which year, Panchayati Raj was established in Assam ?
কোন বছৰত অসমত পঞ্চায়তীৰাজ প্ৰতিষ্ঠা হৈছিল ?

15 / 15

How many Lok Sabha seats are there in Assam in Indian Parliament?

ভাৰতীয় সংসদত অসমত কিমানখন লোকসভাৰ আসন আছে? 

Your score is

The average score is 70%

LinkedIn Facebook VKontakte
0%

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

Filed Under: Assam GK Tagged With: asaam study hub, Test Series

  • « Go to Previous Page
  • Page 1
  • Interim pages omitted …
  • Page 5
  • Page 6
  • Page 7
  • Page 8
  • Page 9
  • Interim pages omitted …
  • Page 25
  • Go to Next Page »

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ December 25, 2025
  • Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December December 22, 2025
  • মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese October 30, 2025
  • মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer October 28, 2025
  • পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা October 25, 2025

Class-10 HSLC

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

 

Loading Comments...