• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

অসমীয়া সাধাৰণ জ্ঞান

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

June 15, 2021 by Souvik 3 Comments

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025 :-

 

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025
Www.assamstudyhub.com

 

১) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
উ÷ভোগেশ্বৰ বৰুৱা ।🟢

২) ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?
উ÷৫ ম ।🟢

৩) কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?
উ÷১৯৯৯ চনত ।🟢

৪) অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?
উ÷হৰিশংকৰ ব্ৰক্ষ্ম ।🟢

৫) অসমৰ কাক Lion Man of Assam বুলি জনা যায়?
উ÷ৰাধা গোবিন্দ বৰুৱা ।🟢

৬)সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ কিমান তম মুখ্যমন্ত্ৰী?
উ÷১৪ তম ।🟢

৭) চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ÷অঘৰী আত্মাৰ কাহিনী ।🟢

৮) অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?
উ÷ৰুদ্ৰ বৰুৱা ।🟢

৯)২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ÷জয়ন্ত মাধৱ বৰা ।🟢

১০) চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?
উ÷বীৰ পাল ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

১১) কিমান চনত Assam Association গঠন হৈছিল?
উ÷১৯০৩ চনত ।🟢

১২) Assam Association ৰ প্ৰথম সভাপতি কোন আছিল?
উ÷ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ।🟢

১৩) এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো?
উ÷ডিগবৈ ।🟢

১৪)ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?
উ÷১৯০১ চনত ।🟢

১৫)ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷ তিনিচুকীয়া জিলাত ।🟢

অসমৰ ইতিহাস।। ASSAM HISTORY APSC Prelims Previous Years Questions – click here

১৬) অসমৰ কোনখন চহৰক তৈলনগৰী হিচাপে জনা যায়?
উ÷ডিগবৈ ।🟢

১৭) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উ÷আনোৱাৰা টাইমূৰ ।🟢

১৮) অসমৰ জাতীয় পক্ষী কি?
উ÷দেও হাহঁ ।🟢

১৯) অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উ÷ভট্টদেৱ ।🟢

২০)ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?
উ÷বৈকুন্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

২১) অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত?
উ÷গোৱালপাৰা জিলা ।🟢

২২) অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি?
উ÷বৰাইল পৰ্বত ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

২৩) অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?
উ÷ ২ খন ।🟢

২৪) অসমীয়া সাহিত্যত কাক ভাঙনি কোৱঁৰ হিচাপে জনা যায়?
উ÷আনন্দ চন্দ্ৰ আগৰৱালা ।🟢

২৫) অসমীয়া সাহিত্যিত কাক উপন্যাস সম্ৰাট বুলি জনা যায়?
উ÷ৰজনীকান্ত বৰদলৈ ।🟢

২৬) অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়?
উ÷ৰঘুনাথ চৌধাৰী ।🟢

২৭) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?
উ÷মোৰ জীৱন সোৱঁৰণ ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

২৮) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?
উ÷কদমকলি ।🟢

২৯) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?
উ÷পদুম কুৱঁৰী ।🟢

৩০) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল?
উ÷শৰৎ চন্দ্ৰ গোস্বামী ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

৩১)চাহৰ বৈজ্ঞানিক নাম কি?
উ÷কেমেলিয়া চিনেচিছ ।🟢

৩২) উত্তৰ-পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত?
উ÷যোৰহাট জিলাৰ টুকলাইত অৱস্থিত ।🟢

৩৩)ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?
উ÷১৯৮১ চনত ।🟢

৩৪) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?
উ÷৪৩০ বৰ্গ কিঃমিঃ।🟢

৩৫) অসমৰ ৰাজ্যিক ফুল কি?
উ÷কপৌ ফুল ।🟢

অসম || সাধাৰণ জ্ঞান || খনিজ সম্পদ || Mineral Resources of Assam – click here

৩৬) উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উ÷মালিগাৱঁত অৱস্থিত ।🟢

৩৭) উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমূখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়?
উ÷গুৱাহাটী ।🟢

৩৮) অসমৰ প্ৰথম বিমান চালক জনৰ নাম কি?
উ÷মহানন্দ দাস ।🟢

৩৯) দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক’ত আছিল?
উ÷শ্বিলং ।🟢

৪০) পৃথিৱীৰ ক্ষুদ্ৰতম নদী-দ্বীপটোৰ নাম কি?
উ÷উমানন্দ ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

৪১)’অসমীয়া মহিলাই কাপোৰত সপোন ৰচে’ বুলি কোনে কৈছিল?
উ÷মহাত্মা গান্ধী ।🟢

৪২) অসমৰ ক’ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উ÷দেৰগাওঁ ।🟢

৪৩) কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল?
উ÷বড়ো ।🟢

৪৪) অসমৰ ক’ত দিয়াচলাইৰ কাৰখানা আছে?
উ÷ধুবুৰী ।🟢

৪৫) কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?
উ÷১৯০১ চনত ।🟢

অসমৰ কলা, উৎসৱ আৰু সংস্কৃতি ।। Art, Festivals and Culture of Assam – click here

৪৬) অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে?
উ÷নামৰূপ ।🟢

৪৭) অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় খন ক’ত অৱস্থিত?
উ÷তেজপুৰ ।🟢

৪৮) অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে?
উ÷শিলঘাট ।🟢

৪৯)’নটসূৰ্য’ বুলি কাক জনা যায়?
উ÷ফণী শৰ্মা ।🟢

৫০) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
উ÷ভানুমতী

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

Assamese Translation click here

Voice Change In Assamese click here

   
IMPORTANT WEB-LINKS
✅ Official Website
Click Here
✅ WhatsApp Group For Important Updates
Click Here
✅ For Jobs Update Government job opportunities
Click Here
✅ WhatsApp Group For All HSLC Solutions
click here
✅ FaceBook Page 
click here

Filed Under: সাধাৰণ জ্ঞান Tagged With: gk assam gk, অসমীয়া সাধাৰণ জ্ঞান, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • KGBV Udalguri Recruitment 2026 – Assistant Teacher & Helper Cook Vacancy Under SSA Assam May 9, 2026
  • শংকৰদেৱ শিশু নিকেতন ৰঙিয়া || Sankardev Shishu Niketan Rangia Recruitment 2026 – Walk-in Interview May 9, 2026
  • Mother’s Pride School Dhemaji Recruitment 2026 – Mathematics Teacher Vacancy for Class 9 & 10 May 9, 2026
  • Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা May 9, 2026
  • SEBA Class 10 Assamese Chapter 2 Answers জিকিৰ মূলভাৱ প্ৰশ্ন উত্তৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ  May 6, 2026

Class-10 HSLC

Class 10 Assamese Question Answer | SEBA HSLC ASSAMESE All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer  | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান Class 10 Assamese Question Answer | দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ If you are preparing for the HSLC 2026 Examination, then this page provides you with complete SEBA Class 10 Assamese Question Answers for all chapters based on the […]

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

Loading Comments...