বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams
1. প্ৰশ্ন:সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
উত্তৰ:- ভিটামিন D।
2. প্ৰশ্ন:কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
উত্তৰ:- ধমনীৰ মাধ্যমত।
3.প্ৰশ্ন:মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উত্তৰ:- প্ৰায় ৪০০০ নিযুত।
4.প্ৰশ্ন:ভিটামিন ‘C’ ৰ আন এটা নাম কি?
উত্তৰ:- এচকাৰবিক্ এচিড।
5.প্ৰশ্ন:ঘোঁৰাৰ দাঁত কেইটা?
উত্তৰ:- মাইকী ঘোঁৰাৰ ৩৬ টা আৰু মতা ঘোঁৰাৰ ৪০ টা।
6.প্ৰশ্ন:আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি?
উত্তৰ:- কাছ (প্ৰায় ৫০০ বছৰ জীয়াই থাকে)।
7.প্ৰশ্ন:অধিক শিৰা থকা প্ৰণী কি?
উত্তৰ:- সাপ।
8.প্ৰশ্ন:বংশগতিৰ একক কি?
উত্তৰ:- জিন ।
9.প্ৰশ্ন:ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Radio Detection and Ranging.
10.প্ৰশ্ন:পানীৰ গভীৰতা জোখৰ একক কি?
উত্তৰ:- ফেডাম।
11.প্ৰশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
উত্তৰ:- ৩২ গ্ৰাম।
12.প্ৰশ্ন:সুস্হ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উত্তৰ:- ৩৭ ° চেলছিয়াচ। ( ৯৮.২° ফাৰেনহাইট )
13.প্ৰশ্ন:মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?
উত্তৰ:- যকৃত।
14.প্ৰশ্ন:সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়?
উত্তৰ:- প্ৰায় ৮ মিনিট।
15.প্ৰশ্ন:চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি?
উত্তৰ:- চূণশিল।
Assam GK Test Series Part-5 – click here
16.প্ৰশ্ন:মানুহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- হোমোচেপিয়ান।
17.প্ৰশ্ন:প্ৰাণী দেহত হৰ’মন সৃষ্টিকাৰী গ্ৰন্হিক কি বোলে?
উত্তৰ:- এডোক্ৰাইন।
18.প্ৰশ্ন:উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- আৰ্কইণ্ডিকেটৰ।
19.প্ৰশ্ন:মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান?
উত্তৰ:- ২৪ যোৰ।
20.প্ৰশ্ন:মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
উত্তৰ:- AB গ্ৰুপ।
21.প্ৰশ্ন:আটাইতকৈ সৰল প্ৰ’টিন কি?
উত্তৰ:- গ্ৰাইচিন।
22.প্ৰশ্ন:যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?
উত্তৰ:- টিউবাৰ কুলেচিচ্ বেক্টেৰিয়া।
23.প্ৰশ্ন:কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়?
উত্তৰ:- ফচফৰাচ্।
24.প্ৰশ্ন:মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে?
উত্তৰ:- ১৩ বিধ।
25.প্ৰশ্ন:পোহৰৰ গতিবেগ কিমান?
উত্তৰ:- ৩০০০০০ কিঃমিঃ/ছেকেণ্ড।
26.প্ৰশ্ন:আপেক্ষিকবাদ মতবাদৰ জনক কোন?
উত্তৰ:- এলবাৰ্ট আইনষ্টাইন।
27.প্ৰশ্ন:গাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- উত্তল দাপোণ।
28.প্ৰশ্ন:পটাচিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয়?
উত্তৰ:- বাৰুদ বনোৱাৰ বাবে।
29.প্ৰশ্ন:লুমেন কিহৰ একক?
উত্তৰ:- জ্যোতি তীব্ৰতা।
30.প্ৰশ্ন:কেচুৰ চকু কেইটা?
উত্তৰ:- কেচুৰ চকু নাই।
দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here
31.প্ৰশ্ন:’ব্লেক হল’ সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল?
উত্তৰ:- এছ. চন্দ্ৰশেখৰ।
32.প্ৰশ্ন:মৰিচিকা হোৱাৰ কাৰণ কি?
উত্তৰ:- আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলন বাবে।
33.প্ৰশ্ন:সকলোতকৈ দহনশিল গেছ কি?
উত্তৰ:- হাইড্ৰ’জেন।
34.প্ৰশ্ন:কি ধাতু তৰল অৱস্হাত থাকে?
উত্তৰ:- পাৰা।
35.প্ৰশ্ন:ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানী জনৰ নাম কি?
উত্তৰ:- জে. জে. থমচন।
36.প্ৰশ্ন:আটাইতকৈ কোমল ধাতু বিধৰ নাম কি?
উত্তৰ:- লিথিয়াম।
37.প্ৰশ্ন:ভাৰতৰ প্ৰথম পাৰমাণবিক চুলাটোৰ নাম কি?
উত্তৰ:- অপ্সাৰা।
38.প্ৰশ্ন:আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন?
উত্তৰ:- এণ্টানি লেভয়চিয়াৰ।
39.প্ৰশ্ন:পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে?
উত্তৰ:- দাঁত।
60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE – click here
40.প্ৰশ্ন:সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু বিধ কি?
উত্তৰ:- লো।
41.প্ৰশ্ন:কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কোবাল্ট।
42.প্ৰশ্ন:কেঁচাফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কাৰ্বাইড।
43.প্ৰশ্ন:প্ৰৱাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- টেকোমিটাৰ।
44.প্ৰশ্ন:নিউটন কিহৰ একক?
উত্তৰ:- MKS পদ্ধতিত বলৰ একক।
45.প্ৰশ্ন:ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- এচিটিলিন।
46.প্ৰশ্ন:AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- ৰেক্টিফায়াৰ।
47.প্ৰশ্ন:কি পদ্ধতিত সুৰ্য্যৰ তাপ পৃথিৱীলৈ আহে?
উত্তৰ:- বিকিৰণ পদ্ধতি।
48.প্ৰশ্ন:বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- এনিম’মিটাৰ।
49.প্ৰশ্ন:CGS পদ্ধতিত শক্তিৰ একক কি?
উত্তৰ:- আৰ্গ।
50.প্ৰশ্ন:পিতলত কি কি ধাতু থাকে?
উত্তৰ:- তাম আৰু দস্তা।
51.প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
উঃ পুটোনিয়াম।
52.প্ৰশ্ন: পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?
উঃ বৃটেইন ।
53.প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?
উঃ ৰেডন।
54.প্ৰশ্ন: বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?
উঃ নাইট্ৰজেন অক্সাইড।
55.প্ৰশ্ন:বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়।
উ: টিন আৰু সীহৰ ধাতু।
56.প্ৰশ্ন: “বেঘনীসেহাসুৰ” – কি?
উ: বগা পােহৰত থকা সাতটা ৰঙৰ সমষ্টি । যেনে – বেঙুনীয়া, ঘননীলা,নীলা, সেউজীয়া, হালধীয়া, সুমিথিৰা আৰু ৰঙা।
57.প্ৰশ্ন: অনার্তাৰ যােগে প্রথম বাতৰি প্রেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?
উঃ মার্কনী।
58.প্ৰশ্ন:প্রথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন ?
উ: উইলিয়াম কেক্সটোন ।
59.প্ৰশ্ন: চুম্বকে কি কি আকর্ষণ কৰে ?
উ: লাে, নিকেল আৰু কোবাল্ট।
60.প্ৰশ্ন: পদার্থ বিজ্ঞানত প্রথম নােবেল বটা পােৱা বিজ্ঞানীজনৰ নাম কি?
উঃ উইলহেম বণ্টজেন । বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams
61.প্ৰশ্ন: ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ?
উঃ ফ্রিয়ন ।
62.প্ৰশ্ন: টিউব লাইটত নিয়ন গেছ প্রথম কোনে ব্যৱহাৰ কৰে ?
উঃ ফৰাচী বিজ্ঞানী ক্লাইভে ১৯১০ চনত ।
63.প্ৰশ্ন: কোন গৰাকী পদার্থ বিজ্ঞানীয়ে নার্জী বাহিনীৰ কবলৰ পৰা নিজৰ নােবেল বঁটা পদকটো ৰক্ষা কবিবলৈ তাক এচিডত দ্রবীভূত কৰি ৰাখি পিচত দ্রবণখিনিৰ পৰা পুনৰ পদকটো গঢ়াই লৈছিল ?
উঃ নীলচ ব’ৰ ।
64.প্ৰশ্ন: হাতঘড়ী প্রথম কেতিয়া, ক’ত সাজি উলিওৱা হৈছিল ?
উঃ ১৭৯০ চনত চুইজাৰলেগুত ।
65.প্ৰশ্ন: উদ্ভিদৰ সালােক সংশ্লেষণ প্রক্রিয়াৰ অক্সিজেন কৰ পৰা আহে ?
উঃ পানীৰ পৰা।
66.প্ৰশ্ন: আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি ?
উঃ ব্লেক আইৰণ উড (অফ্রিকা)।
67.প্ৰশ্ন: পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি १
উঃ ৰাছিয়াৰ উত্তৰাঞ্চলত থকা টাইগা অৰণ্য । ইয়াৰ আয়তন ২৯০ কোটি হেক্টৰ।
68.প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি १ ই ক’ত অৱস্থিত ।
উঃ কোল্ট বেড উড (কালিফ’র্ণিয়া)। উচ্চতা ৩৬৭৮ ফুট।
69.প্ৰশ্ন: বিশ্বত সর্বাধিক পৰিমানে ব্যৱহাৰ হােৱা পাচলিবিধ কি ?
উঃ পিয়াজ ।
70.প্ৰশ্ন: পৃথিৱীৰ ভিতৰত সর্বাধিক আকির্ড থকা দেশখনৰ নাম কি ?
উঃ কলম্বিয়া ।
71.প্ৰশ্ন: উদ্ভিদৰ উচ্চতা মাপক যন্ত্রটোৰ নাম কি ?
উঃ আর্ক ইণ্ডিকেটৰ ।
72.প্ৰশ্ন:পতংগভােজী উদ্ভিদসমূহে পােক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয়?
উ: প্ৰোটিন।
73.প্ৰশ্ন:কুঁহিয়াৰত থকা শর্কৰাবিধৰ নাম কি?
উ: চুক্ৰ’জ।
74.প্ৰশ্ন:সুমিথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি ?
উঃ বাৰগাটে ।
75.প্ৰশ্ন:এৰিতেল কি শিল্পৰ বাবে প্রয়ােজনীয় ?
উঃ চামৰা শিল্প।
What is MUTUAL FUND in Assamese – click here
76.প্ৰশ্ন:কোনবােৰ উদ্ভিদে পােনপতীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্রোজেন আহৰণ কৰিব পাৰে ?
উঃ মাহজাতীয় উদ্ভিদে।
77.প্ৰশ্ন:আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবােৰৰ নাম কি ?
উঃ টালিপট ।
78.প্ৰশ্ন:কোনবিধ গছে সর্বাধিক কাল ফল দিয়ে ?
উঃ নাচপতি ।
79.প্ৰশ্ন:বিলাহী প্রকৃততে ফল নে পাচলি ?
উঃ ফল ।
80.প্ৰশ্ন:বিলাহীত থকা এচিডবিধৰ নাম কি ?
উঃ এচিটিক এচিড।
81.প্ৰশ্ন:বিশ্বৰ অন্যতম জনপ্রিয় পানীয় ‘চাহ খােৱাৰ প্রথা প্রথম কোন দেশত কেতিয়া প্রচলিত হৈছিল ?
উঃ চীনদেশত ১২ শ শতিকাত । সেই দেশৰ ঝেন সন্ন্যাসী সম্প্রদায়ে সকলাে ৰোগৰ নিৰাময়কাৰী ঔষধ হিচাবে চাহক ব্যৱহাৰ কৰিছিল ।
82.প্ৰশ্ন:পৃথিবীৰ ভিতৰত সর্বাধিক আফিং বা কানি উৎপাদন হােৱা অঞ্চলটো সােণালী ত্রিভুজ (Golden Triangle) নামে খ্যাত। এই ত্রিভূজ গঠন কৰা দেশ তিনিখনৰ নাম কি?
উঃ থাইলেও, ম্যানমাৰ আৰু লাওচ ।
83.প্ৰশ্ন:আঙুৰত খকা এচিড বিধৰ নাম কি।
উ: চাইট্রিক এটিড।
84.প্ৰশ্ন:আটাইতকৈ বিষাক্ত কাঠফুলা বিধৰ নাম কি ?
উঃ এমানিটা ফেলইডিছ।
85.প্ৰশ্ন:বাঘ মাৰিবৰ বাবে প্রয়ােগ কৰা বিহ হিচাবে কোটিল্যৰ অর্থ শাস্ত্রত এবিধ উদ্ভিদৰ কথা উল্লেখ আছে।উদ্ভিদবিধৰ নাম কি ?
উঃ কডমিলেট।
86.প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ বয়সীয়াল গছজোপা ক’ত আছে ?
উ: কেলিফৰ্নিয়া হুইলাৰ শৃংগত থকা এজোপা পাইন গছ। এই গছজোপা বয়স ৫ হাজাৰৰ অধিক ।
87.প্ৰশ্ন: পৃথিৱীৰ অকলশৰীয়া গছজোপা ক’ত আছে ?
উঃ নাইজেৰিয়াৰ মকভূমি অঞ্চলত । এইজোপা গছৰ পৰা চাৰিওপিনে ৩১ মাইল দূৰলৈকে কোনাে গছ নাই ।
88.প্ৰশ্ন: ৰাজস্থানৰ পােখৰাণত কৰা ভাৰতৰ প্রথম পৰমাণু পৰীক্ষাটোৰ সাংকেতিক নাম কি আছিল ?
উ: স্মাইলিং বুদ্ধা।
89.প্ৰশ্ন: ভাৰতত স্থাপন কৰা প্রথম আনবিক ৰিয়েক্টৰটোৰ নাম কি?
উ: অপ্সৰা।
90.প্ৰশ্ন: ভাৰতৰ ভাবা পাৰমাণৱিক গবেষণা কেন্দ্রৰ আটাইতকৈ ডাঙৰ ৰিয়েক্টৰটোৰ নাম কি।
উ: ধ্ৰুৱ। বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams
35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese – click here
91.প্ৰশ্ন:মহাকাশত কোনাে বস্তৰ ওজন কিমান ?
উ: শূণ্য।
92.প্ৰশ্ন: কেথত ৰশ্মি ব্যৱহাৰ কৰা জনপ্রিয় যন্ত্রবিধৰ নাম কি ?
উঃ টেলিভিছন।
93.প্ৰশ্ন: পোহৰে ঢো সৃষ্টি কৰে, এই কথা প্রমাণ কৰা বিজ্ঞানীজন কোন ?
উ: টমাছ ইয়ং।
94.প্ৰশ্ন:কোনবিধ পদার্থক দাৰ্শনিক শিল’ (Philospher’s Stone) বোলা হয় ?
উঃ জিংক অক্সাইড।
96.প্ৰশ্ন: কোনবিধ উদ্ভিদৰ মূল, কাণ্ড আৰু শিপা নাই ?
উঃ ৰাফ্লেছিয়া ।
97.প্ৰশ্ন: গছৰ বয়স কেনেকৈ নির্ণয় কৰিব পাবি ?
উঃ গা-গছৰ বছেৰেকীয়া তৰপৰ আঙঠিবোৰ গণনা কৰি।
98.প্ৰশ্ন: উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰমােন বিধৰ নাম কি ?
উঃ অক্সিন।
99.প্ৰশ্ন:উদ্ভিদৰ জীবনী শক্তি বা জ্ঞান পাব পৰা যন্ত্রটোৰ নাম কি ?
উঃ ক্রিচকোগ্রাফ।
100.প্ৰশ্ন: চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিড সােমায় যায়।সেই এচিডবিধৰ নাম কি ?
উঃ ফৰমিক এচিড।
বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams
Join us on WhatsApp | click here |
Create Your Free Demat Account on GROWW | click here |
Leave a Reply