Noun- বিশেষ্য in Assamese
Noun- বিশেষ্য in Assamese – কোনো নাম, জাতি, বস্তু বা প্ৰাণীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক Noun বা বিশেষ্য বোলে । চকুৰে দেখা সকলো বস্তুৱেই Noun.
★মনত ৰাখিবা Noun হল:
Nouns refer to persons, animals, places, things, ideas, or events, etc. Nouns encompass most of the words of a language.
Noun can be a/an –
যিবোৰ Noun কোনো নির্দিষ্ট ব্যাক্তি, বস্তু, ঠাই, নদ-নদী, পৰ্বত, পাহাৰ নগৰ, চহৰ, দেশ, মহাদেশ আদিৰ নাম, সেইবোৰেই Proper Noun.
A proper noun is a name which refers only to a specific person, place, or thing and there is no common name for it. In written English, a proper noun always begins with capital letters. Noun- বিশেষ্য in Assamese
Example:
যি noun এ এটা প্ৰাণী বা বস্তুক বুজোৱাৰ লগতে গোটেই জাতিটোকেই বুজায় তেনে noun ক Common Noun বা জাতিবাচক বিশেষ্য বোলে।
A common noun is a name for something which is common for many things, person, or places. It encompasses a particular type of things, person, or places.
Example:
So, a common noun is a word that indicates a person, place, thing, etc. In general and a proper noun is a specific one of those.
যি noun এ কোনো ব্যাক্তি বা বস্তুৰ গুণ, কাৰ্য বা অৱস্থাক বুজায় তাক Abstract Noun বা গুণবাচক বিশেষ্য বোলে । ই সদায় uncountable.
An abstract noun names an idea,feeling,quality or characteristics.
These nouns stand for names of things that cannot be perceived by our senses of seeing, touching, smelling, hearing and tasting. Noun- বিশেষ্য in Assamese
Assamese to English Translation – Click here
Example: Truth, lies, happiness, sorrow, time, friendship, humor, patriotism, etc.
Read the following examples:
যি noun এ কোনো বস্তুৰ উপাদানক বুজায় তাক concrete noun / material noun বা বস্তুবাচক বিশেষ্য বোলে ।
A concrete noun is the exact opposite of abstract noun. It refers to the things we see and have physical existence.
Example: Chair, table, bat, ball, water, money, sugar, etc.
Read the following examples:
কিছুমান noun ক one,two,three, এনেদৰে হিচাব কৰিব বা গণিব পাৰি । এইবোৰ Countable Noun
The nouns that can be counted are called countable nouns. Countable nouns can take an article: a, an, the.
Example: Chair, table, bat, ball, etc. (you can say 1 chair, 2 chairs, 3 chairs – so chairs are countable)
কিছুমান noun আছে যিবোৰৰ one, two, three, many, few, a few, কৈ গণিব নোৱাৰি । সেইবোৰ Uncountable Noun.
Countable Noun ৰ আগত এটাক বুজাবলৈ a, an অথবা the ব্যাবহাৰ হয় । এটাতকৈ বেছিকে বুজাবলৈ Noun ৰ পাছত e, es যোগ কৰা হয় ।
ওপৰৰ উল্লেখিত বস্তুবোৰ সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক
The nouns that cannot be counted are called non-countable nouns.
Example: Water, sugar, oil, salt, etc. (you cannot say “1 water, 2 water, 3 water” because water is not countable)
Abstract nouns and proper nouns are always non-countable nouns, but common nouns and concrete nouns can be both count and non-count nouns. Noun- বিশেষ্য in Assamese
যি noun এ একে জাতীয় বস্তু বা ব্যাক্তিৰ সমষ্টিক বুজায় তাক Collective Noun বা সমষ্টিবাচক বিশেষ্য বোলে ।
A collective noun is a word for a group of things, people, or animals of the same kind , spoken of as one whole.
Example: family, team, jury, cattle, etc.
Collective nouns can be both plural and singular. However, Americans prefer to use collective nouns as singular, but both of the uses are correct in other parts of the world.
Read the following examples:
Sometimes two or three nouns appear together, or even with other parts of speech, and create idiomatic compound nouns. Idiomatic means that those nouns behave as a unit and, to a lesser or greater degree, amount to more than the sum of their parts.
Example: six-pack, five-year-old, and son-in-law, snowball, mailbox, etc.
Nouns can be used as a subject, a direct object, and an indirect object of a verb; as an object of a preposition; and as an adverb or adjective in sentences. Nouns can also show possession. Noun- বিশেষ্য in Assamese
Subject: The company is doing great. Roses are the flowers of love.
Direct object: I finally bought a new mobile.
Indirect object: Max gave Carol another chocolate.
Object of preposition: Roses are the flowers of love.
Adverb: The train leaves today.
–Assam Study Hub
| Join us on WhatsApp |
New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ …
Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…
মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese আৰম্ভণিঃ আজৰি পৰত মই ঘৰুৱা…
মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…
পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…
আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ…
View Comments
ব্লগটো যথেষ্ট সহায়কৰ হৈছে। বিশেষ্যৰ উপর লিখা তথ্যসমূহ বুজিবলৈ সহজ। ধন্যবাদ Assam Study Hub!
এই ব্লগটো সত্যিই খুব সহায়ক। বিশেষ্যৰ বিষয়ে গভীৰ অৱলম্বন কৰা হৈছে আৰু উদাহৰণসমূহই বিষয়বস্তু বুজাহাৰ বাবে সহায় কৰিছে। অতি উৎসাহিত হৈছো অসমীয়া ভাষাৰ অধ্যয়ন কৰিবলৈ। ধন্যবাদ!
এই ব্লগ প’ষ্টটো অত্যন্ত উপকাৰী আৰু তথ্যপৰি। বিশেষ্যৰ অভিযানবোৰ বুজিবলৈ আৰু বহু সুবিধা লাভ কৰাৰ বাবে এটি চমৎকার উপায়। আশা কৰোঁ, ভবিষ্যতত এনেধৰণৰ অধিক লিখা পাব। ধন্যবাদ!
নমস্কাৰ! আপোনাৰ ব্লগ প’ষ্টটো বৰ সহজ আৰু বুজাৰ বাবে সহায়ক লাগিল। বিশেষ্যৰ ব্যৱহাৰ সম্বন্ধে অলপ বেছি তথ্য পালে ভাল লাগিব। নতুন শিক্ষা আৰু তথ্যালৈ আগুৱাই যাবলৈ ই যথেষ্ট সহায়ক। ধন্যবাদ!
ধন্যবাদ জনাইছো, পোষ্ট টো share কৰিব
নাম বিশেষ্যৰ ওপৰত এই ব্যাখ্যা খুব তথ্যবহুল। বিশেষ্যৰ বিৱৰণ আৰু তাৰ ব্যৱহাৰক লৈ আপোনাৰ উদাহৰণসমূহ যথেষ্ট সহায়ক। আশা কৰোঁ, অধিক বিষয়সমূহৰ ওপৰত লেখনী পাব পাৰিম। ধন্যবাদ!
ব্লগ্ৰ পদটি যথেষ্ট তথ্যপূর্ণ আৰু শিক্ষামূলক। বিশেষ্যৰ বিস্তাৰিত দ্বাৰা নতুন জ্ঞান আহৰণ কৰাটো খুবেই সহায়ক। অসমীয়াত বিশেষ্যৰ ভূমিকা বোঝা সহজ হৈছে। আপোনালোকৰ লগতে ইয়াৰ ওপৰত অধিক আলোচনা আশা কৰোঁ। ধন্যবাদ!
এই ব্লগপোস্টত বিশেষ্যৰ বিষয়বস্তুৰ যথেষ্ট স্পষ্ট বিৱৰণ দিয়া হৈছে। তেওঁৰ উদাহৰণবোৰ সহজে বুজাই দিছে। ধন্যবাদ এই সকলো তথ্যৰ বাবে। মই এই বিষয়টোৰ ওপৰত আৰু গভীৰ জাননি লাভ কৰিব বিচাৰিছিলোঁ।
বৰ্তমানৰ এই বিষয়টো যথেষ্ট গুৰুত্বপূর্ণ। বিশেষ্যৰ পৰিভাষা আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰাটো মোৰ বাবে সহায়ক হৈছে। আপোনাৰ এই অতি বঢ়ীয়া প্ৰচেষ্টা বাবে ধন্যবাদ!
ব্লগটো খুবেই শিক্ষণীয়। বিশেষ্যৰ ৰাস্তা আৰু ব্যৱহাৰৰ ওপৰতো ৰাইজলৈ জাননী দিবলৈ আপোনাৰ কৰা পৰিশ্ৰম দৰ্শনীয়। অসমীয়া ভাষাৰ এইসকল নিদৰ্শনবোৰৰ মাজেৰে বিশেষ্যৰ গুৰুত্ব বুজি পোৱা আৰু ইয়াৰ উদাহৰণৰ সৈতে অধিক বুজা সহজ হৈছে। ধন্যবাদ!
প্ৰথম পাঠৰ পৰা বিশেষ্যৰ ওপৰত যি আলোচনা কৰা হৈছে, সেয়া বৰ উপকাৰী লাগিছে। উদাহৰণবোৰে বিষয়টোক অধিক সাৰ্থক কৰি তুলিছে। মই আশা কৰোঁ আগলৈও এনেদৰে বেছি বিষয় সম্পৰ্কে আলোচনা কৰা যাব। ধন্যবাদ!