The Ahom dynasty (1228–1826) ruled the Ahom Kingdom in present-day Assam, India for nearly 598 years. List of Ahom Kings || আহোম স্বৰ্গদেউসকলৰ নাম The dynasty was established by Sukaphaa (Tsue-Ka-Pha), a Shan prince of Mong Mao (present-day Yunnan, China) who came to Assam after crossing the Patkai mountains.
আহোম স্বৰ্গদেউসকলৰ নাম আৰু ৰাজত্বকাল || List of Ahom Kings
১ চুকাফা ১২২৮-১২৬৮
২ চুতেওফা ১২৬৮-১২৮১
৩ চুবিনফা ১২৮১-১২৯৩
৪ চুখাংফা ১২৯৩-১৩৩২
৫ চুখ্ৰাংফা ১৩৩২-১৩৬৪
৬ চুতুফা ১৩৬৪-১৩৭৩
৭ মন্ত্ৰীসকলৰ শাসন ১৩৭৬-১৩৮০
৮ ত্যাওখাম্থি ১৩৮০-১৩৮৯
৯ ২য় বাৰ মন্ত্ৰীসকলৰ শাসন ১৩৮৯-১৩৯৭
১০ চুডাংফা বা বামুনী কোঁৱৰ ১৩৯৭-১৪০৭
১১ চুজাংফা ১৪০৭-১৪২২
১২ চুফক্ফা ১৪২২-১৪৩৯
১৩ চুচেন্ফা ১৪৩৯-১৪৮৮
১৪ চুহান্ফা ১৪৮৮-১৪৯৩
১৫ চুপিম্ফা ১৪৯৩-১৪৯৭
১৬ চুহুম্মুং (দিহিঙ্গীয়া ৰজা) ১৪৯৭-১৫৩৯
১৭ চুক্লেন্মুং (গৰগঞা ৰজা) ১৫৩৯-১৫৫২
১৮ চুখাম্ফা (খোৰা ৰজা) ১৫৫২-১৬০৩
১৯ চুচেংফা বা প্ৰতাপসিংহ বা বুদ্ধিস্বৰ্গনাৰায়ণ ১৬০৩-১৬৪১
২০ চুৰম্ফা ১৬৪১-১৬৪৪
ASSAM TET SECTION – click here

২১ চুত্যিংফা (নৰীয়া ৰজা) ১৬৪৪-১৬৪৮
২২ চুতামলা বা জয়ধ্বজসিংহ ১৬৪৮-১৬৬৩
২৩ চুপুংমুং বা চক্ৰধ্বজসিংহ ১৬৬৩-১৬৭০
২৪ চুন্যৎফা বা উদয়াদিত্য ১৬৭০-১৬৭৩
২৫ চুক্লন্ফা বা ৰামধ্বজসিংহ ১৬৭৩-১৬৭৫
২৬ চুহুং ১৬৭৫ (এমাহ)
২৭ গোবৰ ৰজা মাত্ৰ বিছ দিন
২৮ চুজিন্ফা ১৬৭৫-১৬৭৭
২৯ চুডৈয়ফা বা পৰ্বতীয়া ৰজা ১৬৭৭-১৬৭৯
৩০ চুলিক্ফা বা ৰত্নধ্বজসিংহ ১৬৭৯-১৬৮১
Financial Education in Assamese – click here
৩১ চুপাত্ফা বা গদাধৰসিংহ ১৬৮১-১৬৯৬
৩২ চুখ্ৰাংফা বা ৰুদ্ৰসিংহ ১৬৯৬-১৭১৪
৩৩ চুতনফা বা শিৱসিংহ ১৭১৪-১৭৪৪
৩৪ চুনেন্ফা বা প্ৰমত্তসিংহ ১৭৪৪-১৭৫১
৩৫ চুৰেমফা বা ৰাজেশ্বৰসিংহ ১৭৫১-১৭৬৯
৩৬ চুঞেউফা বা লক্ষ্মীসিংহ ১৭৬৯-১৭৮০
৩৭ চুহিত্পুংফা বা গৌৰীনাথসিংহ ১৭৮০-১৭৯৫
৩৮ চুক্লিংফা বা কমলেশ্বৰসিংহ ১৭৯৫-১৮১০
৩৯ চুছিন্ফা বা চন্দ্ৰকান্তসিংহ ১৮১০-১৮১৮
৪০ পুৰন্দৰসিংহ ১৮১৮-১৮১৯
৪১ চন্দ্ৰকান্তসিংহ ১৮১৯-১৮২১ (২য় বাৰ)
৪২ যোগেশ্বৰসিংহ ১৮২১-১৮২৪
৪৩ পুৰন্দৰসিংহ (২য় বাৰ) ১৮৩৩-১৮৩৮
Leave a Reply