• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

Letter (বর্ণ বা আখৰ )

December 31, 2020 by Souvik Leave a Comment

👉ভাষা লিখিবৰ কাৰণে যিবিলাক চিহ্ন বা চিন ব্যাৱহাৰ কৰা হয়, সেই চিন বিলাককে Letter ( বৰ্ণ ) বোলা হয় । ইংৰাজী ভাষাৰ বৰ্ণবোৰ হল :- A,B,C,D ইত্যাদি ।

Contents hide
Alphabets ( বৰ্ণমালা) :-
Kinds of Letters ( বৰ্ণৰ ভাগ )
🔘 Capital আৰু Small Letter ৰ ব্যাৱহাৰ ( use of capital and small letter ) :-
🔘 Classification of Letter ( বৰ্ণৰ বিভাগ ) :-
🔘 Word (শব্দ) :-
🔘 Sentence ( বাক্য ) :-
Share this:
Like this:
Related

Alphabets ( বৰ্ণমালা) :-

👉 ইংৰাজী ভাষা লিখোতে ২৬ টা বৰ্ণ বা আখৰ ব্যাৱহাৰ কৰা হয় । এই ২৬ টা বৰ্ণক একেলগে Alphabets ( বৰ্ণমালা ) বোলা হয় ।

Kinds of Letters ( বৰ্ণৰ ভাগ )

👉 ইংৰাজী ভাষাত ২৬ টা বৰ্ণ আৰু আখৰ আছে । এই ২৬ টা আখৰৰ প্ৰতিটো আখৰকে ৪ টা প্ৰকাৰেৰে লিখিব পৰা যায় ।

🔘 বৰ্ণৰ প্ৰকাৰ :- ( kinds of Letters):-

1. Printed Capital Letters ( ছপোৱা ডাঙৰ আখৰ )

2. Printed Small Letters ( ছপোৱা সৰু আখৰ )

3. Cursive Capital Letter

4. Cursive Small Letters

🔘 Capital আৰু Small Letter ৰ ব্যাৱহাৰ ( use of capital and small letter ) :-

👉 ইংৰাজী বাক্য লিখোতে প্ৰথম শব্দটোৰ প্ৰথম আখৰটো ছপোৱা ডাঙৰ ( Capital Letter ) ৰে লিখা হয় । বাক্যৰ অন্য আখৰবোৰ Small Letter ৰে লিখা হয় । কিন্তু বাক্যৰ মাজত নদী, পৰ্বত, গ্ৰন্থ, মানুহ আদিৰ নাম লিখিব লগা হলে প্ৰথম আখৰ Capital হব ।

🔘 Classification of Letter ( বৰ্ণৰ বিভাগ ) :-

👉 ইংৰাজী বৰ্ণমালত মুঠতে ২৬ টা আখৰহে আছে । এই আখৰ ২৬ টাক তিনিটা ভাগত ভাগ কৰা হৈছে । Vowel , Consonant, Semi-Vowel .

ইংৰাজীত বৰ্ণমালাৰ ২৬ টা আখৰৰ ভিতৰত ৫ টা Vowel, ১৯ টা Consonant আৰু ২ টা Semi Vowel আছে । সেইবিলাক হ’ল-

👉 Vowel :- A,E,I,O,U

👉 Consonent :-B,C,D,F,G,H,J,K,L,M,N,. P,Q,R,S,T,V,X,Z.

👉 Semi Vowel :- W,Y

W আৰু Y এই Letter দুটা কেতিয়াবা vowel আৰু কেতিয়াবা consonant ৰূপে ব্যাৱহাৰ হয়, সেইকাৰণে ইয়াক semi-vowel বোলা হয় । শব্দৰ আগত বহিলে consonant আৰু পিছত বহিলে vowel হয় ।

🔘 Word (শব্দ) :-

👉এটা বা তাতোকৈ বেছি letter লগ হৈ অৰ্থ প্ৰকাশ কৰিলে তাক word (শব্দ) বোলে । অৰ্থ প্ৰকাশ কৰিলে একোটা letter ৰেও একোটা word হয় ।

উদাহৰণ- hand (হাত); girl (ছোৱালী); dog ( কুকুৰ)

🔘 Sentence ( বাক্য ) :-

👉দুটা বা তাতকৈ বেছি word লগ হৈ এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক Sentence ( বাক্য ) বোলা হয় । আমাৰ মনৰ কোনো এটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিবৰ কাৰণে কিছুমান word ৰ প্ৰয়োজন হয় । এই word বিলাক একেলগে বহি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলেই তাক Sentence বুলি কোৱা হয় ।

This is a book – এইটো এটা Sentence ।

📋Translation in Assamese click here

📊Basic of Math click here

Best Deals on Amazon click here

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: English Grammar Tagged With: Alphabets, Capital আৰু Small Letter ৰ ব্যাৱহাৰ, Classification of Letter, Kinds of Letters, lettwr, Sentence, use of capital and small letter, Word, বৰ্ণমালা, বৰ্ণৰ বিভাগ, বৰ্ণৰ ভাগ, বাক্য, শব্দ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Independence Day Speech in English for Students | Short & Long Speeches 2025 August 9, 2025
  • প্ৰতিবেদন পত্র: তুমি বাস কৰা অঞ্চলটোত খোৱা পানীৰ সমস্যাৰ বিষয়ে বাতৰি কাকতৰ বাবে এটি চমু প্ৰতিবেদন (HSLC 2010 2016 2023) August 8, 2025
  • Independence Day Speech in Assamese || স্বাধীনতা দিৱসৰ ভাষণ অসমীয়াত 2025/2026 August 8, 2025
  • पत्र लेखन || मान लो कि स्कूल-सप्ताह में तुम्हें खेल-कूद प्रतियोगिता में तीन पुरस्कार प्राप्त हुए हैं। इसकी जानकारी देते हुए अपने मित्र के नाम पर एक पत्र लिखो। [HSLC 2011] August 8, 2025
  • আবেদন পত্র: প্ৰধান শিক্ষক/অধ্যক্ষলৈ ছুটি বিচাৰি আবেদন (HSLC 2010) August 8, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d