English Grammar

Interjection (ভাববোধক অব‍্যয় )

যি বোৰ word এ মনৰ আনন্দ, বিস্ময় আৰু দুখৰ ভাব প্ৰকাশ কৰে তাকে Interjection বোলে । তলত দিয়া উদাহৰণ বোৰ লক্ষ্য কৰা-

Hurrah ! We won the match.- হিপ্ হিপ্ হুৰৰে ! আমি খেলত জিকিলোঁ ।

Alas ! my dog is dead. -হায় ! মোৰ কুকুৰটো মৰিল ।

Hurrah ! tomorrow is a holiday.- কি মজাৰ কথা, কাইলৈ বন্ধৰ দিন।

Oh ! how grand the morning sun is ! – আহ ! পুৱাৰ বেলিটো কেনে ধুনীয়া !

Ah ! I have cut my finger. – আহঃ ! মোৰ আঙুলিটো কাটিলে ।

Oh ! God save us. – হে ভগৱান ! আমাক ৰক্ষা কৰা ।

ওপৰৰ sentence বোৰত “Hurrah” word টোৱে মনৰ আনন্দৰ ভাব প্ৰকাশ কৰিছে; “Alas” word টোৱে মনৰ দুখ ভাব প্ৰকাশ কৰিছে; “Oh” word টোৱে মনৰ বিস্ময় প্ৰকাশ কৰিছে ।

এই word বোৰ Interjection.

 

 

 

Translation in Assamese click here

All Full Forms Form A-Z click here

Souvik

Recent Posts

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…

2 days ago

অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ

অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…

6 days ago

Eid ul Fitr 2026 in Assam

Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…

6 days ago

SEBA HSLC General Science Question Paper 2026 PDF

SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC General Mathematics Question Paper 2026 PDF

SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC ENGLISH Question Paper 2026 PDF

SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…

3 weeks ago