বৰ্গ নিৰূপনৰ সহজ পদ্ধতি || Easy Method to Find Square Root
ধৰা হল,32 ৰ বৰ্গ নিৰ্ণয় কৰিব লাগে (32)² =?
সমাধান : (3 2)²
L =3, R=2
Step:
a. (R)²
b. (L×R)×2
c. (L)²
a.প্ৰদত্ত সংখ্যা টোক left আৰু right বিভক্ত কৰক right=R, left=L
b. প্ৰথমে right ৰ সংখ্যা টোক বৰ্গ কৰক,R ² = ?
c. দ্বিতীয়তে right আৰু left ৰ সংখ্যা দুটাক পূৰণ কৰি পূৰণফল টোক দুগুণ কৰক
d.শেষত left ৰ সংখ্যা টোক বৰ্গ কৰক,L ² = ?
এতিয়া,
প্ৰথমে R² = 2² = 4,4 লিখক।দ্বিতীয়তে,L×R×2 = (3×2)×2 = 12, এতিয়া 12 ৰ 1 এৰি 2 ক 4 ৰ left ত লিখক এতিয়া হব 24
শেষত,L² = 3²= 9. এতিয়া উপৰৰ 1 ৰ লগত 9 যোগ কৰক সংখ্যা টো হব 10.এতিয়া 10 ক 24 ৰ left ত লিখি দিওক তেতিয়া সংখ্যা টো হব 1024
1024 য়েই হল 32 ৰ বৰ্গ।
N.B : 11-99 লৈ যিকোনো সংখ্যাৰ বৰ্গৰ উপৰোক্ত পদ্ধতিৰে নিৰ্ণয় কৰিব পাৰি।কিন্তু কিছুমান সংখ্যাৰ বৰ্গ বেলেগ পদ্ধতিৰেও নিৰ্ণয় কৰিব পাৰি।
a. সংখ্যা টোৰ এককৰ ঘৰৰ অংকটোৰ বৰ্গ কৰক।
b. এতিয়া একক ঘৰৰ অংকটোক বৰ্গ নিৰ্ণয় কৰিবলগীয়া সংখ্যাটোৰ লগত যোগ কৰি প্ৰথমে বৰ্গ কৰি পোৱা সংখ্যাটোৰ left ত বহুৱাই দিয়ক।
Examples:
1. 12 ৰ বৰ্গ
a. 12 ৰ এককৰ ঘৰৰ অংক 2 আৰু ইয়াৰ বৰ্গ (2×2)=4
b. এককৰ ঘৰৰ অংকটো 12 ৰ লগত যোগ কৰি অৰ্থাৎ 2 ৰ লগত 12 যোগ কৰিলে হব 12+2=14. এতিয়া 14 ক 4 ৰ left ত বহুৱালে সংখ্যাটো হব 144.গতিকে,12 ৰ বৰ্গ 144
2.14 ৰ বৰ্গ
a.14 ৰ এককৰ ঘৰৰ অংক 4. 4 ৰ বৰ্গ (4×4)=16 ই হল দুটা অংকৰ সংখ্যা এতিয়া 6 লিখক।14 ৰ লগত 4 যোগ কৰি (14+4)= 18.এতিয়া 4 ক প্ৰথমে বৰ্গ কৰি পোৱা 16 ৰ 1 ক 18 ৰ লগত যোগ কৰিলে হব 1+18=19.এতিয়া 19 ক 6 ৰ left ত বহুৱালে সংখ্যা টো হব 196. ইয়ে হল 14 ৰ বৰ্গ।
কোনো সংখ্যাৰ right ত এটা ‘ 0 ‘ থাকিলে প্ৰথমে left ত থকা অংক টোক বৰ্গ কৰি তাৰ right ত দুটা শূণ্য(zero) বহুৱাব লাগে ।
Example
1. (30)²=?
ইয়াত দহকৰ ঘৰৰ অংক টো হল 3 ইয়াৰ বৰ্গ (3×3)=9 এতিয়া 9 ৰ পিছত দুটা শূণ্য বহুৱালে সংখ্যা টো হব 900 যিটো 30 ৰ বৰ্গ।
যদি সংখ্যাটোত দুটা ‘ 0 ‘ থাকে অৰ্থাৎ একক আৰু দহক দুয়োটা ঘৰতে শূণ্য তেন্তে শূন্যৰ left ত থকা সংখ্যাটোৰ বৰ্গ কৰি তাৰপিছত চাৰিটা 0 বহুৱালে সংখ্যাটোৰ বৰ্গ পোৱা যাব ।
Example
(400)²=?
এতিয়া 4² = 16, 4 ৰ পিছত দুটা 0 থকাৰ বাবে বৰ্গ কৰোঁতে চাৰিটা ‘ 0 ‘ 16 ৰ পিছত বহুৱাব লাগিব।গতিকে,(400)²=160000.
এককৰ ঘৰত 5 থকা সংখ্যাৰ বৰ্গ নিৰ্ণয় কৰোঁতে প্ৰথমে,5²=25 লিখক।পিছত সংখ্যাটোৰ left ত থকা সংখ্যাটো আৰু তাক 1 বৃদ্ধি কৰি পোৱা সংখ্যাৰ পূৰণফল 25 ৰ left ত বহুৱালে সংখ্যাটোৰ বৰ্গ পাম ।
Examples
1. (35)² =?
1st step: 5²=25
2nd step:3×(3+1)=3×4=12
এতিয়া,12 ক 25 ৰ left ত বহুৱালে সংখ্যাটো পাম 1225
গতিকে,(35)²= 1225
2.(115)²=?
1st step: 5²=25
2nd step: 11×(11+1)=11×12=132
গতিকে,(115)²=13225
1st step: যিটো অংক ৰে সংখ্যাটো গঠিত সেইটো বৰ্গ কৰি অলপ পৃথককৈ লিখক।
2nd step: অংকটো বৰ্গ কৰি পোৱা সংখ্যাটোৰ এককৰ ঘৰৰ অংকটোৰ পৰা 1 কমোৱা আৰু দহকৰ ঘৰৰ সংখ্যাটোক 1 বঢ়োৱা।
3rd step: 1 কমাই পোৱা অংক টো এককৰ ঘৰৰ অংক টোৰ left ত বহুৱাওক।সংখ্যাটো যিমান টা অংক ৰে গঠিত তাতকৈ এটা কমাই সিমান left ত বহুৱাব আৰু সিমান টাই অংক দহকৰ ঘৰৰ left ত বহুৱাব।
Examples
1. (99999)²=?
1st step: 9²=81
এনেদৰে লিখিব অলপ পৃথকে ______8_____1
2nd step: এতিয়া,8+1=9, 1-1=0
3rd step: মুঠ অংক 5 ,গতিকে 8 আৰু 1 ৰ left ত 4 টাকৈ লিখিব লাগিব।
________8_________1
= 9999800001
(99999)²=9999800001
2. (6666)²=?
i. 6²=36
এনেদৰে লিখক, ____3_____6
ii. এতিয়া,3+1 =4 , 6-1=5
iii. সংখ্যাটোত মুঠ 6 ৰ অংক 4 গতিকে 3 আৰু 6 ৰ left ত 4 অাৰু 5 লিখিব লাগিব 3 টাকৈ ।
অৰ্থাৎ _____3_____6
= 44435556
(6666)²=44435556
3.(3333)²=?
i. 3²=9
এনেদৰে লিখক, ____0____9
ii. এতিয়া, 0+1 =1 , 9-1=8
iii. সংখ্যাটো মুঠ 3 ৰ 4 টা গতিকে 0 আৰু 9 ৰ left ত 1 আৰু 8 লিখিব লাগিব 3 টাকৈ
অৰ্থাৎ, ____0____9
= 11108889
(3333)²= 11108889
IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online IndiGo Airlines নিযুক্তি ২০২৬ – গুৱাহাটীত…
NVS Shillong Recruitment 2026 – PGT, TGT & Staff Nurse Vacancy NVS Shillong Recruitment 2026 – PGT, TGT, Nurse, Counselor…
MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts MSSV নাগাঁও নিযুক্তি…
U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now U.N. Academy Kajalgaon নিযুক্তি ২০২৬ –…
DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now DPS Dhaligaon নিযুক্তি ২০২৬ –…
B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts B.N. College Dhubri নিযুক্তি ২০২৬ –…
View Comments
Thank you sir 👏🙏🙏
Share it with your brother, sister and friends😇😇🙏🙏🙏
😊😊😊