CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION
ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :
- H.S.L.C.-2007,09,12
সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা?
উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে।
উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী সমাস)
নৱৰত্ন – ন ৰত্নৰ সমাহাৰ। (দ্বিগু সমাস)
- H.S.L.C.-2010
দোমাহী – দুই মাহৰ সমাহাৰ। (দ্বিগু সমাস)
চক্ৰপাণি – চক্ৰ আছে পাণিত যাৰ তেওঁ। (তৎপুৰুষ বহুব্ৰীহি সমাস)
CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION
- H.S.L.C.-2011
দোমাহী – দুই মাহৰ মাজৰ দিন। (দ্বিগু সমাস)
পীতাম্বৰ – পীত অম্বৰ পৰিধান কৰে যি। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
মাতৃভক্তি – মাতৃক ভক্তি। (দ্বিতীয়া তৎপুৰুষ সমাস)
আমৰণ – মৰণ পৰ্যন্ত (অব্যয়ভাৱী সমাস)
- H.S.L.C.-2013
ৰামৰাৱণ – ৰাম আৰু ৰাৱণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
পীতাম্বৰ – পীত অম্বৰ পৰিধান কৰে যি। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
হাতদীঘল – দীঘল হাত যাৰ সি। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
জলচৰ – জলত চৰে যি।(বহুব্ৰীহি সমাস)
- H.S.L.C.-2014
নৱৰত্ন – ন ৰত্নৰ সমাহাৰ। (দ্বিগু সমাস)
শূৰ্পণখা – শূৰ্পৰ নিচিনা নখ যাৰ। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
চন্দ্ৰমুখ – চন্দ্ৰৰ তুল্য মুখ। (কৰ্মধাৰয় সমাস)
গৃহস্থ – গৃহত থাকে যি (সপ্তমী তৎপুৰুষ সমাস)
- H.S.L.C.-2015
ৰাধাকৃষ্ণ – ৰাধা আৰু কৃষ্ণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
দোমাহী – দুই মাহৰ সমাহাৰ। (দ্বিগু সমাস)
চক্ৰপাণি – চক্ৰ আছে পাণিত যাৰ তেওঁ।(তৎপুৰুষ বহুব্ৰীহি সমাস)
শুক্লপক্ষ – শুক্ল যি পক্ষ সি। (কৰ্মধাৰয় সমাস)
- H.S.L.C.-2016
ত্ৰিফলা – ত্ৰি বা তিনি ফলৰসমাহাৰ। (দ্বিগু সমাস)
শূলপাণি – শূল আছে পাণিত যাৰ। (তৎপুৰুষ বহুব্ৰীহি সমাস)
মহাপুৰুষ – মহান বা মহৎ পুৰুষ যি। (ব্যতিহাৰ বহুব্ৰীহি সমাস)
সত্যাগ্ৰহ – সত্যত আগ্ৰহ। (সপ্তমী তৎপুৰুষ সমাস)
- 8.S.L.C.-2017
দোমাহী – দুই মাহৰ সমাহাৰ। (দ্বিগু সমাস)
দেশান্তৰ – অন্য দেশ। (নিত্য সমাস)
মহাপুৰুষ – মহান বা মহৎ পুৰুষ যি। (ব্যতিহাৰ বহুব্ৰীহি সমাস)
উপবন – বনৰ সমীপ (অব্যয়ীভাৱ সমাস)
- H.S.L.C.-2018
ত্ৰিফলা – তিনি ফলৰ সমাহাৰ। (দ্বিগু সমাস)
উৰাজাহাজ – উৰা যি জাহাজ । (কৰ্মধাৰয় সমাস)
মাটীকঁঠাল – মাটিত হোৱা কঁঠাল যি। (তৎপুৰুষ বহুব্ৰীহি সমাস)
মৌচাক – মৌৰ চাক।(ষষ্ঠী তৎপুৰুষ সমাস)
- H.S.L.C.-2019
পঞ্চাঙ্গুল- পাঁচটা আঙুলিৰ সমাহাৰ।(দ্বিগু সমাস)
যোগভ্ৰষ্ট- যোগৰ পৰা ভ্ৰষ্ট।(পঞ্চমী তৎপুৰুষ সমাস)
শতাব্দী- শত অব্দৰ সমাহাৰ।(দ্বিগু সমাস)

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION
- H.S.L.C.-2020
পঞ্চাঙ্গুল- পাঁচটা আঙুলিৰ সমাহাৰ।(দ্বিগু সমাস)
স্বায়ত্বশাষণ- স্বায়ত্ব যি শাষণ।(কৰ্মধাৰয় সমাস)
12. H.S.L.C – 2022
গুৰুশিষ্য – গুৰু আৰু শিষ্য। (দ্বন্দ সমাস)
পঞ্চনদ – পঞ্চ বা পাঁচ নদৰ সমাহাৰ । (দ্বিগু সমাস)
খেতি পথাৰ –
13. H.S.L.C -2023
কুলাকনীয়া –
ত্ৰিজগত – তিনি জগতৰ সমাহাৰ ।(দ্বিগু সমাস)
দম্পতি – জায়া আৰু পতি ( দ্বন্দ সমাস)
14. H.S.L.C -2024
পঞ্চনদ – পঞ্চ বা পাঁচ নদৰ সমাহাৰ।(দ্বিগু সমাস)
কীট পতংগ – কীট আৰু পতংগ (দ্বন্দ সমাস)
বনভোজ – বনত ভোজ (সপ্তমী তৎপুৰষ সমাস
CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025 – click here
প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar – click here
HSLC Previous Year’s Question in PDF – click here
SEBA Class – 10 All Solutions – click here
আবেদন || শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুত কটনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্র লিখা। (আবেদন / প্ৰতিবেদনত নাম-ঠিকনা নিলিখিবা) [HSLC ’12, ’14 ] – click here
Assamese Application || শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষকলে আবেদন লিখা। (নাম, ঠিকনা নিলিখিবা) [HSLC ’12] – click here
CLASS 10 : ASSAMESE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. Previous Year’s EXAM QUESTIONS Answers Solution – click here
প্ৰতিবেদন || তোমাৰ অঞ্চলৰ বাট-পথ দলং আদি নষ্ট হোৱাৰ সৈতেৰে মেম্বাৰৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি এখন প্ৰতিবেদন লিখা। [HSLC ’17] – click here
CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION
সমাস | Assamese Grammar HSLC/HS Exam
| IMPORTANT WEB-LINKS | |
|---|---|
| ✅ Official Website | Click Here |
| ✅ WhatsApp Group For Competitive Exam Solutions | Click here |
| ✅ WhatsApp Group For All HSLC Solutions | Click Here |
| ✅ For Jobs Update Government job opportunities | Click Here |
| ✅ Telegram Group | click here |
| ✅ FaceBook Page | click here |

Leave a Reply