



















A Store For Every Student's Need.
Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.




















The Jawahar Navodaya Vidyalaya Selection Test (JNVST) is a national-level entrance examination conducted by Navodaya Vidyalaya Samiti to select talented students for admission into Class 6 in JNV schools across India. The test is designed to identify rural talent and provide them with quality education for free.
In this article, we’ll analyze the Navodaya Entrance Exam 2025 question paper based on the official document. We’ll also provide guidance for future aspirants in both English and Assamese. Navodaya Examination 2022 Question Paperঅসমৰ ইতিহাস।। ASSAM HISTORY APSC Prelims Previous Years Questions
Total Duration: 2 Hours
Total Questions: 80
Maximum Marks: 100
Medium of Answering: OMR Sheet (Only Blue/Black Ball Pen)
Negative Marking: No
| Section | Question Nos. | No. of Questions | Marks |
|---|---|---|---|
| Mental Ability Test | 1 – 40 | 40 | 50 |
| Arithmetic Test | 41 – 60 | 20 | 25 |
| Language Test (English) | 61 – 80 | 20 | 25 |
Additional 40 minutes are given to differently-abled students. Navodaya Examination 2022 Question Paper
This section tests a student’s logical reasoning and visual intelligence. It includes pattern recognition, figure completion, and classification-type questions.
Visual reasoning
Figure matrices
Embedded figures
🔍 Tip: Practice visual puzzles and non-verbal reasoning questions regularly.
This evaluates basic numerical and mathematical skills appropriate for Class 5 students.
Number systems
Time and work
Basic geometry
Fractions and decimals
🔍 Tip: Practice daily with NCERT and mental math books.
Focuses on reading comprehension, grammar, and vocabulary.
Synonyms/Antonyms
Fill in the blanks
Short comprehension passages
🔍 Tip: Read children’s storybooks and practice basic grammar.
সময়সীমা: 2 ঘণ্টা
মুঠ প্ৰশ্ন: 80
সৰ্বোচ্চ নম্বৰ: 100
লিখনি: কেৱল নীলা/কলা বল পেন ব্যৱহাৰ কৰিব লাগে
নেগেটিভ মাৰ্কিং: নাই
| শাখা | প্ৰশ্ন নম্বৰ | প্ৰশ্নৰ সংখ্যা | নম্বৰ |
|---|---|---|---|
| মানসিক সক্ষমতা | 1 – 40 | 40 | 50 |
| গাণিতিক পৰীক্ষা | 41 – 60 | 20 | 25 |
| ভাষা পৰীক্ষা (ইংৰাজী) | 61 – 80 | 20 | 25 |
দৈনিক ২-৩টা নন-ভাৰ্বেল ধৰণৰ ধাঁধা অনুশীলন কৰক।
NCERT Class 5 Mathematics পঢ়ক।
দৈনিক গাণিতিক সমস্যা সমাধানৰ অনুশীলন কৰক।
ইংৰাজী গল্প পঢ়ক, শব্দৰ অৰ্থ আৰু ব্যাকৰণৰ অনুশীলন কৰক।
Practice with previous year papers.
Take mock tests weekly.
Focus more on time management during the test.











Navodaya Examination 2022 Question Paper

Navodaya Examination 2022 Question Paper
| IMPORTANT WEB-LINKS | |
|---|---|
| ✅ Official Website | Click Here |
| ✅ WhatsApp Group For Competitive Exam Solutions | Click here |
| ✅ WhatsApp Group For All HSLC Solutions | Click Here |
| ✅ For Jobs Update Government job opportunities | Click Here |
| ✅ Telegram Group | click here |
| ✅ FaceBook Page | click here |
ঈদ উল ফিতৰ “ৰোজা ভঙাৰ উৎসৱ”, ইয়াক বায়ৰাম (বজৰাম), আৰু ছোট ঈদ ও বোলা হয়, ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা। দ্বিতীয়টো হ’ল ঈদুল আজহা।। ৰমজান মাহ মুছলমান সকলৰ বাবে বৰ পবিত্ৰ মাহ। এই মাহৰ আৰম্ভনিৰ পৰা শেষলৈকে গোটেই মাহ তেওঁলোকে ৰোজা ৰাখে।গোটেই দিনটো তেওঁলোকে এটুপিও নাখায়, উপবাসে থাকি ব্ৰত পালন কৰে। তেওঁলোকৰ পবিত্ৰ ধৰ্ম্ম পুথি কোৰাণ শ্বৰীফ পঢ়ে আৰু আল্লাহ তালাৰ নামাজ পঢ়ে। সূৰ্য্য অস্ত যোৱাৰ পিছত পানী, ফল-মুল আদি খাই ব্ৰত ভঙ্গ কৰে। মুছলিমসকলৰ দ্বাৰা উদযাপিত এটা ধর্মীয় উৎসৱ বিশ্বব্যাপী ইয়াক ৰমজান মাহ শেষ হোৱাৰ পিছত শওৱাল মাহৰ এক-দুই তাৰিখে এই উৎসৱ পালন কৰা হয়।। আকাশত চন্দ্ৰ দেখা পৱিত্ৰ দিনটোৱেই ঈদ-উল-ফিটৰ। ফিটৰ শব্দটোও আৰবী শব্দ। ঈদ-উল-ফিটৰৰ দিনা প্রত্যেক মুছলমান নৰ-নাৰীয়ে এদিনৰ আহাৰৰ সমপৰিমাণে আহাৰ দুখীয়া লোকক দান কৰিব লাগে। এই দানকে ফিটৰ বোলা হয়। ঈদ-উল-ফিটৰ শব্দৰ অৰ্থই হ’ল দান কৰি লাভ কৰা আনন্দ উৎসৱ।
Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ
দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলিম সকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।ধর্মীয় ঈদৰ দিনা মুসলমানসকলৰ ৰোজা ৰখাৰ নিয়ম নাই । ঈদুল ফিতৰ দুইৰ পৰা তিন দিন লৈ উদযাপন কৰা হয়, পৰিয়াল আৰু বন্ধুসকলকলৈ ভ্ৰমণ, চিৰাচৰিত মিঠাই খুৱাবস্তু, সুগন্ধি ব্যৱহাৰ, নতুন কাপোৰ-কানি পিন্ধা, উপহাৰ দিয়া, ইত্যাদি ।। ঈদুল ফিতৰ জাতীয় ছুটিৰ দিন, এই পবিত্ৰ দিনটো স্কুল, কাৰ্য্যালয় বন্ধ থাকে ।। ঈদৰ দৰে ধৰ্মীয় উৎসৱে মানুহৰ মন পৱিত্ৰ আৰু মহান কৰি তোলে।
Gk on Assam History – click here
ঈদ মোবারক || Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

ঈদুল ফিতৰ ইসলামিক ক্যালেন্ডাৰৰ দশম মাহৰ প্রথম দিনা উদযাপিত হয়। মুছলমানসকলে চন্দ্ৰমাহ মতে বছৰৰ গণনা কৰে, আৰু তাৰিখসমূহ চন্দ্রৰ পর্যায়সমূহৰ উপৰত ভিত্তি কৰিহে গণনা কৰা হয়। হিচাপ মতে ৰমজান মাহৰ অন্তত শ্বাওয়াল বা ছাৱাল মাহৰ নতুনদিনে দেখা দিয়াৰ পিছদিনা ঈদ উৎসৱ পালন কৰা হয়। 2022 চনৰ, মঙ্গলবাৰৰ দিনা 3 May, তাৰিখে ঈদ উদযাপন কৰা হব ।
মুছলমান সকলৰ বিশ্বাস মতে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। সেই বাণীয়েই হ’ল কোৰানশ্বৰীফ। সেয়ে এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালিলে শুভ হয় বুলি বিশ্বাস কৰে।Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ
নবী মুহাম্মদ (Prophet Muhammad) ঈদ উল্ জহা উদযাপনৰ প্ৰথা আৰম্ভ কৰে বুলি লোকবিশ্বাস আছে, ই আচলতে হজৰত ইব্রাহিম (Prophet Ibrahim )-ক স্মৰণ কৰাৰ এটা উৎসৱ ; তেওঁৰ পৰীক্ষা, ধৈর্য এবং আল্লাহ ৰ প্রতি থকা অবিচল বিশ্বাস।
What is MUTUAL FUND in Assamese – click here
সমূহ অসমবাসীলৈ
পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলাে।
আশা কৰিছাে ঈদে সকলাে শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব।
লগতে বিভিন্ন জাতি – জনগােষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলােকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলাে।
—————————————————————————————————————————————
সকলাে ভাই ভনী লৈ পৱিত্র ঈদৰ বহুত বহুত
শুভেচ্ছা আৰু মৰম জনালোঁ।
জাতি ধর্ম নির্বিশেষে এই ঈদ যেন কঢ়িয়াই আনক
শান্তি সমৃদ্ধিৰ বার্তা।
Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ
——————————————–———————————————————————————————
পবিত্র ঈদে যেন
সকলােৰে মাজলৈ কঢ়িয়াই আনক
শান্তি-সমৃদ্ধি একতাৰ বার্তা।
সকলােকে ঈদ শুভেচ্ছা জনালোঁ।
List of NATIONAL PARKS in Assam – click here

54 Assam History Question Answers in Assamese
১) অসমৰ পুৰণি নাম কি?
উত্তৰ: কামৰূপ আৰু প্ৰাগজ্যোতিষ।
২) পুৰণি প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী কি আছিল?
উত্তৰ: প্ৰাগজ্যোতিষপুৰ।
৩) প্ৰাচীন কামৰূপ ক কেইটা ভাগত ভাগ কৰা হৈছিল?
উত্তৰ: চাৰি ভাগত ক্ৰমে – ৰত্ন পীঠ , কামপীঠ, স্বৰ্ণ পীঠ আৰু সৌমাৰ পীঠ ।
৪) কামৰূপৰ আদি ৰজা কোন?
উত্তৰ: দানৱ বংশৰ ৰজা মহীৰংগ দানৱ।
৫) অসমত অসুৰ বংশৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ: ঘটকাসুৰ।
৬) ঘটকা সুৰক বধ কৰি কোন প্ৰাগজ্যোতিষৰ ৰজা হৈছিল?
উত্তৰ: নৰকাসুৰ।
৭) নৰকাসুৰৰ পিছত কোন প্ৰাগজ্যোতিষৰ ৰজা হৈছিল?
উত্তৰ: ভগদত্ত।
৮) প্ৰাচীন কুণ্ডিল বা বিদৰ্ভ ৰাজ্যৰ ৰজা কোন আছিল?
উত্তৰ: ভীষ্মক।
৯) অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিল?
উত্তৰ: পুষ্য বৰ্মন।
১০) কছাৰীৰ শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰ: শত্ৰু দমন।
List of National Parks in Assam – click here
১১) কোঁচ সকলৰ শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰ: মহাৰাজ নৰাৰায়ণ।
১২) বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰ: কুমাৰ ভাস্কৰ বৰ্মন।
১৩) ভাস্কৰ বৰ্মণৰ শাসনকালত কামৰূপলৈ অহা চীনা পৰিব্ৰাজক জনৰ নাম কি?
উত্তৰ: হিউ- ৱেন – চাং ( ৬৪৩ খ্ৰী: )
১৪) হিউ – ৱেন্ – চাং এ কামৰূপৰ বিষয়ে লিখা গ্ৰন্থ খনৰ নাম কি?
উত্তৰ: চি – ইউ – কি ।
১৫) শাল স্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজা জনৰ নাম কি?
উত্তৰ: শাল স্তম্ভ।
১৬) আহোমৰ সৰ্ব প্ৰথম ৰজা কোন?
উত্তৰ: চুকাফা।
১৭) আহোমৰ সৰ্ব শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰ: মহাৰাজ ৰুদ্ৰসিংহ।
১৮) আহোম সকলৰ সৰ্বপ্ৰথম ৰাজধানী ক’ ত আছিল?
উত্তৰ: আহোম ৰজা চুকাফাই ১২২৮ খ্ৰীষ্টাব্দত চৰাইদেউ পাহাৰত বগা ঘোঁৰা বলি দি ৰাজধানী পাতিছিল।
১৯) আহোম সকলে কিমান দিন অসমত ৰাজত্ব কৰিছিল?
উত্তৰ: ১২২৮ খ্ৰীষ্টাব্দৰ পৰা ১৮২৬ খ্ৰীষ্টাব্দলৈ সৰ্বমুঠ ৫৯৮ বছৰত ৪০ জন ৰজাই ৰাজত্ব কৰিছিল।
২০) কোন জন আহোম ৰজাই আটাইতকৈ বেছি দিন ৰাজ্য শাসন কৰিছিল?
উত্তৰ: স্বৰ্গদেউ চুপাফা বা খোৰা ৰজাই ১৫৫২ খ্ৰীষ্টাব্দৰ পৰা ১৬০৩ খ্ৰীষ্টাব্দলৈ মুঠ ৫১ বছৰ ৰাজ্য শাসন কৰিছিল।
54 Assam History Question Answers in Assamese
২১) কোন জন আহোম ৰজাই আটাইতকৈ কম দিন ৰাজ্য শাসন কৰিছিল?
উত্তৰ: ১৬৭৫ খ্ৰীষ্টাব্দত গোবৰ ৰজাই ২০ দিনৰ কাৰণে ৰাজ্য শাসন কৰিছিল।
২২) অসমত সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে বুৰঞ্জী লিখে?
উত্তৰ: আহোম সকলে।
২৩) মুছলমান সকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল?
উত্তৰ: ১২০৬ খ্ৰীষ্টাব্দত বখ তিয়াৰুদ্দিন খিলিজীয়ে অসম আক্ৰমণ কৰিছিল।সেই সময়ত কামৰূপৰ ৰজা পৃথু আছিল।যুদ্ধত মুছলমান সকল পৰাস্ত হৈছিল।
২৪) চুতীয়া সকলৰ আটাইতকৈ পৰাক্ৰমী ৰজা জন কোন আছিল?
উত্তৰ: গৌৰী নাৰায়ণ বা ৰত্নোধ্বজ পাল।
২৫) বৰ ৰজা কোন আছিল?
উত্তৰ: ৰাণী ফুলেশ্বৰী কুঁৱৰী।
২৬) চীনা পৰিব্ৰাজক হিউয়েন চাং কোন ৰজাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল?
উত্তৰ: ৬৪৩ খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মণৰ ৰাজত্বকালত।
২৭) মোৱামৰীয়া সকল কোন আছিল?
উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ শিষ্য অনিৰুদ্ধ ই কছাৰী , মৰাণ , চুতীয়া ,আদি উপজাতীয় লোকৰ মাজত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল।তেওঁৰ শিষ্য সকলে মোৱামৰীয়া নামেৰে জনাজাত আছিল।
২৮) প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ: ১৭৬৯ চনত।
২৯) জয়মতী কুঁৱৰী কোন আছিল?
উত্তৰ: গদাধৰ সিংহৰ পত্নী আছিল।
৩০) তেওঁক কোন ৰজাই শাস্তি দি মৃত্যু ঘটাইছিল?
উত্তৰ: ১৬৮০ খ্ৰীষ্টাব্দত ল ‘ ৰা ৰজাই চাউদাঙৰ হতুৱাই শাস্তি দিয়াইছিল।
What is MUTUAL FUND in Assamese – click here
৩১) চোম দেও কোন?
উত্তৰ: আহোম সকলৰ উপাস্য দেৱতা।
৩২) মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল?
উত্তৰ: ফ্ৰান চেং মুং বৰপাত্ৰ গোহাঁই।
54 Assam History Question Answers in Assamese
৩৩) হস্তী বিদাৰ্ণব পুথিখন কোনে আৰু কেতিয়া লিখিছিল?
উত্তৰ: ১৭৩৪ খ্ৰীষ্টাব্দত সুকুমাৰ বৰকাইথে।
৩৪) কোন আহোম ৰমনীয়ে মোগলৰ লগত যুদ্ধ কৰি প্ৰাণ হেৰুৱাইছিল?
উত্তৰ: মূলা গাভৰু।
৩৫) হস্তী বিদাৰ্ণৱ পুথি খনৰ চিত্ৰ শিল্পী কোন আছিল?
উত্তৰ: দিলবৰ আৰু দোখাই।
৩৬) অসমত মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কেতিয়া আৰু কোনে প্ৰবৰ্তন কৰিছিল?
উত্তৰ: ১৬৮২ খ্ৰীষ্টাব্দত চুপাতফা বা স্বৰ্গদেউ গদাধৰ সিংহ।
৩৭) ৰংঘৰ কোনে সজাইছিল?
উত্তৰ: প্ৰমত্ত সিংহই।
৩৮) শৰাইঘাটৰ ৰণত আহোম ৰজা আৰু মোগলৰ সম্ৰাট কোন আছিল?
উত্তৰ: আহোমৰ- স্বৰ্গদেউ চক্ৰধ্বজ সিংহ আৰু মোগল সম্ৰাট – ঔৰঙ্গজেৱ।
৩৯) শৰাইঘাটৰ যুদ্ধত আহোম আৰু মোগলৰ সেনাপতি দুজন কোন আছিল?
উত্তৰ: আহোমৰ – লাচিত বৰফুকন আৰু মোগলৰ – ৰামসিংহ ।

৪০) চকৰি ফেটী বুৰঞ্জী কি আৰু কোনে লিখিছিল?
উত্তৰ: কীৰ্তি চন্দ্ৰ বৰবৰুৱাৰ অত্যাচাৰ দেখি তেওঁ প্ৰকৃত আহোম নহয়, অৰ্থাৎ জলম্ বঁটা বুলি অভিযোগ কৰি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজমন্ত্ৰী নুমলী বৰগোহাঁই যে চকৰী ফেঁটী বুৰঞ্জী লিখিছিল।
Assam Gk – click here
৪১) কোন জন আহোম ৰজাৰ ৰাজত্বকাল ৰ পৰা অসমীয়া ভাষা ৰাজ্য ভাষা ৰূপে পৰিগণিত হৈছে?
উত্তৰ: স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰা।
৪২) অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ: ১৯৮৫ চনৰ ১৫ আগষ্টত।
৪৩) শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল?
উত্তৰ: ১৬৭১ চনত ।
৪৪) কোন ৰজাৰ দিনত অসমত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল?
উত্তৰ: স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত।
৪৫) লতা কটা ৰণ কোন আহোম ৰজাৰ দিনত হৈছিল?
উত্তৰ: স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত
৪৬) কনকলতা বৰুৱাৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ: ইংৰাজৰ বিৰুদ্ধে গহপুৰ থানা ত পতাকা উত্তোলন কৰিবলৈ গৈ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ ৰ দিনা ১৪ বছৰীয়া কনকলতা পুলিচৰ গুলীত মৃত্যু হৈছিল।
৪৭) ৰুদ্ৰ সাগৰ পুখুৰী কোনে খন্দাইছিল?
উত্তৰ: লক্ষ্মী সিংহই ।
৪৮) অসমত কেতিয়া আৰু কোনে চাহ গছ আৱিষ্কাৰ কৰে?
উত্তৰ: ১৮২২-২৩ চনত চি এ ব্ৰুচে।
৪৯) ভূঞা সকল কোন আছিল?
উত্তৰ: তেৰ শতিকাৰ মাজ ভাগত কামৰূপত ভূঞা উপাধি ধাৰী এক জমিদাৰ গোষ্ঠীৰ উত্থান হয়।
৫০) নামদাঙৰ শিলৰ সাঁকো ৰ দৈৰ্ঘ্য, প্রস্থ, ডাঠ কিমান?
উত্তৰ: দৈৰ্ঘ্য- ২০২ ফুট, প্ৰস্থ – প্ৰায় ২২ ফুট, ডাঠ – প্ৰায় ৬ ফুট।
ASSAM TET SECTION – click here
৫১) মোমাই তামূলী বৰবৰুৱা ৰ আগৰ নাম কি আছিল?
উত্তৰ: শুকুতি।
৫২) মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচী দিছিল?
উত্তৰ: ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা।
৫৩) কুশল কোঁৱৰক কেতিয়া ফাঁচী দিছিল?
উত্তৰ: ১৯৪৩ চনৰ ১৫ জুনৰ দিনা।
৫৪) ব্ৰিটিছৰ শাসনৰ সময়ত থকা প্ৰথম অসমীয়া মুখ্য মন্ত্ৰী জন কোন?
উত্তৰ: চাৰ চৈয়দ মহম্মদ ছাদুল্লা।
| Join Us in WhatsApp Group | click here |
Main Bridges of Assam || অসমৰ প্ৰধান সেতু
» What is MUTUAL FUND in Assamese – click here
» Use of ARTICLES in Assamese – click here
»ASSAM TET SECTION – click here

🔺 অসমৰ ধেমাজী জিলা আৰু ডিব্ৰুগড় জিলাক, সংযুক্ত কৰে এইখন দলং
🔺 উদঘাটন হয় ।। Inauguration Year – ২৫ ডিচেম্বৰ ২০১৮
🔺 দৈৰ্ঘ ।। Length – 4.94 K.M
🔺 নদী ।। River – Brahmaputra
🔺 ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰীয়াই শুভাৰম্ভ কৰে।
| Join us in WhatsApp Group | click here |
ATM কাৰ্ডৰ ধৰণ ।। What are the Types of ATM cards in Assamese || এটিএম কার্ড হ’ল এধৰণৰ কার্ড যাৰ দ্বাৰা আমি ATM মেচিনৰ পৰা অর্থ উঠাব ব্যবহৃত কৰা হয়। এখন বেংকত একাউণ্ট খোলাৰ পিছত সকলো বেংকে ATM ইছু কৰে,কিন্তু অতিৰিক্ত সুবিধাৰ উপৰত নির্ভৰ কৰি বিভিন্ন ব্যাঙ্ক বিভিন্ন এটিএম কার্ড ইস্যু কৰে । উদাহৰণ, কিছুমান এটিএম কার্ডত ওভাৰড্রাফ্টৰ সুবিধা থাকে, একইভাবে, কিছুমান কার্ড অকল এটিএমত-এ ব্যবহাৰ কৰিব পাৰি আৰু কিছুমান ডেবিট আৰু এটিএম কার্ড হিচাপে ব্যবহাৰ কৰা যায়; এনেধৰণৰ ATM বিভিন্ন পেমেন্ট গেটওয়েত ব্যবহাৰ কৰিব পাৰি ।
বেচিভাগ ব্যাঙ্ক এধৰণৰ ডেবিট-কাম-এটিএম কার্ড ইস্যু কৰে যি এটিএম-ত ব্যবহাৰ কৰা যাব পাৰে, ইয়াৰ দ্বাৰা অনলাইনত পেমেন্ট আৰু অন্যান্য কার্ড পেমেন্ট বা গেটওয়েত সোয়াইপ কৰাত ব্যাবহাৰ কৰিব পাৰো । ব্যাঙ্ক বা আর্থিক প্রতিষ্ঠানবোৰ ডেবিট এটিএম কার্ড প্রদানৰ বাবে ভিসা, মাস্টাৰকার্ড বা ৰূপেৰ দৰে পেমেন্ট নেটওয়ার্ক প্রক্রিয়াকৰণ সংস্থাসমূহৰ লগত চুক্তি কৰে ৷
Financial Knowledge in Assamese – click here
ভিসা বা মাস্টাৰকার্ডৰ দৰে প্রতিটো আর্থিক পৰিসেৱা প্রতিষ্ঠান বিভিন্ন ধৰণৰ কার্ড সৰবৰাহ কৰে, যেনে ভিসা ক্লাসিক, ভিসা প্ল্যাটিনাম, স্ট্যান্ডার্ড মাস্টাৰকার্ড বা গোল্ড মাস্টাৰকার্ড, ইত্যাদি। এই প্রতিষ্ঠানসমূহ ব্যাঙ্কেৰ লগত অংশীদাৰিত্ব কৰে আৰু বিভিন্ন ধৰণৰ কাস্টমাইজড ডেবিট এটিএম কার্ডৰ বিকল্প ব্যৱস্হা কৰে যি বেশ কেইখনৰ লগত মিলিত হয়। সুবিধা আৰু পুৰস্কাৰ যি গ্ৰাহকৰ দিয়া যাব পাৰে। কিছুমান উদাহৰণ হল HDFC-ৰ EasyShop Platinum ডেবিট কার্ড-VISA, Axis-ৰ VISA ক্লাসিক ডেবিট কার্ড, Axis-ৰ Rupay Platinum ডেবিট কার্ড, ইত্যাদি।

আৰ্থিক পৰিসেৱা প্ৰদানকাৰীৰ ওপৰত ভিত্তি কৰি মূলতঃ 4 ধৰণৰ এটিএম/ডেবিট কার্ড আছে :
ব্যাঙ্কৰ দ্বাৰা VISA কার্ডসমূহ আচলতে Visa Inc., এটা আমেৰিকান ফাইন্যান্স MNC ৰ লগত অংশীদাৰ আছে ৷ ই আটাতকৈ জনপ্রিয় আৰু বহুল ব্যবহৃত কার্ডসমূহৰ মাজত এটা; সেইবাবে গোটেই বিশ্ষত ইয়াক ব্যাবহাৰ কৰা হয় । VISA বিভিন্ন ধৰণৰ ATM কার্ড যেনে ক্লাসিক, গোল্ড, প্ল্যাটিনাম ইত্যাদি ব্যাঙ্কসমূহৰ লগত যোগদান কৰে । এই কার্ডসমূহত এটা ওভাৰড্রাফ্টৰ সুবিধা লৈ আহে আৰু ভিসা পেমেন্ট গেটওয়েৰ ব্যবহাৰ কৰি নিৰাপদত যিকোনো পেমেণ্ট নিরাপদত কৰিব পাৰি ।
VISA এধৰণৰ ইলেকট্রন কার্ড প্রদান কৰে যত কোনো ধৰণৰ ওভাৰড্রাফ্টৰ সুবিধা নাই । ই সাধাৰণতে অলপ বয়সৰ গ্রাহকৰ বা যিসকলৰ ক্রেডিট স্কোৰ দুর্বল তেওঁলোকক দিয়া হয়। ই কিছুমান দেশত গৃহীত নহয় ।
ASSAM TET SECTION – click here
মাস্টাৰকার্ড এটা আমেৰিকান পৰিসেৱা প্ৰদানকাৰী আৰু ই VISA-ৰ দৰে গোটেই পৃথিৱীত মানি লোৱা হৈছে । ই 24×7 গ্রাহকৰ পৰিষেৱাৰ বাবে বহুত নিৰ্ভৰযোগ্য বিনিময়ৰ মাধ্যম। ইয়াৰ ব্ৰেণ্ড আৰু পোৰ্টফোলিত আছে Maestro, Cirrus আৰু MasterCard PayPass।
RuPay হ’ল ভাৰতীয় পৰিসেৱা প্রদানকাৰী আৰু পেমেন্ট পৰিসেৱা ব্যবস্থা। ই ভাৰতৰ প্রথম বৈশ্বিক কার্ড পেমেন্ট নেটৱৰ্ক। ইয়াক 2012 চনত ভাৰতৰ নেচনেল পেমেন্টস কর্পোৰেশন দ্বাৰা চালু কৰা হয় ৷ তেতিয়াৰ পৰা Rupay ডেবিট কার্ড সমূহ এটিএম, দোকান আৰু অনলাইন পেমেন্টৰ বাবে গৃহীত হয় ।
Assam GK Section – click here
কন্ট্যাক্টলেস এটিএম কার্ডসমূহ RFID (ৰেডিও ফ্রিকোয়েন্সি আইডেন্টিফিকেশন) প্রযুক্তিৰ ব্যবহাৰ কৰে যি কার্ডটোক কার্ড ৰিডাৰৰ লগত যোগাযোগ কৰিব দিয়ে যেতিয়া ওচৰত বা ঘনিষ্ঠভাবে ৰখা হয়। কৰনাৰ পিছৰ পৰা এইসমূহ কাৰ্ডৰ ব্যাবহাৰ বহু পৰিমাণত বৃদ্ধি হৈছে, কিছুমান গ্রাহক এইধৰণৰ কাৰ্ডৰ লেন দেনৰ আটাইতকৈ ভাল আৰু দ্ৰুত মাধ্যম হিচাপে স্বীকৃতি দিছে । ICICI আৰু SBI-ৰ দৰে ব্যাঙ্কবোৰত কন্টাক্টলেস কার্ড অফাৰ কৰে ৷
আমি ATM কার্ড ব্যাবহাৰ কৰাৰ পূৰ্বে ইয়াৰ ধৰণ সমূহ জানিলোৱাটো দৰকাৰ ; আমি ওপৰত কিছুমান তথ্য দাঙি ধৰাৰ চেষ্টা কৰিছো ।।
মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese; অসমৰ ধৰ্ম,সমাজ,সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত মহাপুৰুষ শঙ্কৰদেৱে যি দান দি গল তাৰ তুলনা পাবলৈ বিৰল।তেখেত একেধাৰে কবি,সমাজ সংস্কাৰক,ধৰ্ম প্ৰৱৰ্তক,নাট্যকাৰ অভিনেতা, সংগীতজ্ঞ আৰু পৰম ভক্ত।মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ ||
Assam TET Section – click here
মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese

মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese
Financial Education in Assamese – click here
| Join us in WhatsApp Group | click here |
The Ahom dynasty (1228–1826) ruled the Ahom Kingdom in present-day Assam, India for nearly 598 years. List of Ahom Kings || আহোম স্বৰ্গদেউসকলৰ নাম The dynasty was established by Sukaphaa (Tsue-Ka-Pha), a Shan prince of Mong Mao (present-day Yunnan, China) who came to Assam after crossing the Patkai mountains.
The Ahom Dynasty was a powerful kingdom that ruled the region of Assam in Northeast India for about 600 years, from the 13th century to the 19th century. The dynasty was founded by Sukaphaa, a prince from the Shan Kingdom in present-day Myanmar, who established his rule in the region in 1228.
Under the rule of the Ahom kings, the kingdom of Assam flourished both politically and culturally. The Ahom kings were known for their military prowess and were successful in defending their kingdom against invading armies from neighboring kingdoms. List of Ahom Kings || আহোম স্বৰ্গদেউসকলৰ নাম
The Ahom Dynasty was also known for its sophisticated political institutions, which were based on a complex system of governance known as the “Ahom Administration.” This system was characterized by a decentralized form of governance, with local officials given a high degree of autonomy.
During the reign of the Ahom kings, the kingdom also witnessed a flourishing of art, literature, and culture. The Ahom kings were patrons of the arts and were known for their support of literature, music, and dance.
The dynasty came to an end in the early 19th century, when it was conquered by the Burmese army. However, the Ahom legacy continued to influence the culture and politics of Assam long after the end of the dynasty. List of Ahom Kings || আহোম স্বৰ্গদেউসকলৰ নাম
Today, the Ahom Dynasty is remembered as an important part of Assamese history and culture. Many of the cultural traditions and institutions that were established during the reign of the Ahom kings continue to play an important role in the cultural and political life of the region.
আহোম বংশই ত্ৰয়োদশ শতিকাৰ পৰা ১৯ শতিকালৈকে উত্তৰ-পূব ভাৰতৰ অসম অঞ্চলত প্ৰায় ৬০০ বছৰ শাসন কৰিছিল। বৰ্তমানৰ ম্যানমাৰৰ শ্বান ৰাজ্যৰ এজন ৰাজকুমাৰ চুকাফাৱে এই বংশটো প্ৰতিষ্ঠা কৰিছিল আৰু ১২২৮ চনত এই অঞ্চলত নিজৰ শাসন প্ৰতিষ্ঠা কৰিছিল।
আহোম ৰজাৰ শাসনত অসম ৰাজ্য ৰাজনৈতিক আৰু সাংস্কৃতিক দুয়োটা দিশতে ফুলি উঠিছিল। আহোম ৰজাসকলে সামৰিক শক্তিৰ বাবে পৰিচিত আছিল আৰু চুবুৰীয়া ৰাজ্যৰ পৰা অহা আগ্ৰাসী সৈন্যৰ বিৰুদ্ধে নিজৰ ৰাজ্য ৰক্ষা কৰাত সফল হৈছিল।
আহোম বংশ “আহোম প্ৰশাসন” নামেৰে জনাজাত এক জটিল শাসন ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি অত্যাধুনিক ৰাজনৈতিক প্ৰতিষ্ঠানৰ বাবেও পৰিচিত আছিল। এই ব্যৱস্থাৰ বৈশিষ্ট্য আছিল বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থা, স্থানীয় বিষয়াসকলক উচ্চ মাত্ৰাৰ স্বায়ত্তশাসন প্ৰদান কৰা হৈছিল।
আহোম ৰজাৰ ৰাজত্বকালত এই ৰাজ্যত শিল্প, সাহিত্য, সংস্কৃতিৰ ফুলনিও দেখা গৈছিল। আহোম ৰজাসকল কলাৰ পৃষ্ঠপোষক আছিল আৰু সাহিত্য, সংগীত, নৃত্যৰ প্ৰতি সহযোগিতাৰ বাবে পৰিচিত আছিল।
১৯ শতিকাৰ আৰম্ভণিতে এই বংশৰ অন্ত পৰে, যেতিয়া ইয়াক বাৰ্মিজ সেনাই জয় কৰে। কিন্তু বংশৰ অন্ত পৰাৰ বহুদিনৰ পাছতো আহোমৰ উত্তৰাধিকাৰে অসমৰ সংস্কৃতি আৰু ৰাজনীতিত প্ৰভাৱ পেলাই থাকিল।
আজি আহোম বংশক অসমীয়া ইতিহাস আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে স্মৰণ কৰা হয়। আহোম ৰজাৰ দিনত যিবোৰ সাংস্কৃতিক পৰম্পৰা আৰু অনুষ্ঠান প্ৰতিষ্ঠা হৈছিল, সেইবোৰে অঞ্চলটোৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। List of Ahom Kings || আহোম স্বৰ্গদেউসকলৰ নাম
Assam Competitive Examination All Previous Years Question Papers – click here
আহোম স্বৰ্গদেউসকলৰ নাম আৰু ৰাজত্বকাল || List of Ahom Kings
১) চুকাফা ১২২৮-১২৬৮
২) চুতেওফা ১২৬৮-১২৮১
৩) চুবিনফা ১২৮১-১২৯৩
৪) চুখাংফা ১২৯৩-১৩৩২
৫) চুখ্ৰাংফা ১৩৩২-১৩৬৪
৬) চুতুফা ১৩৬৪-১৩৭৩
৭) মন্ত্ৰীসকলৰ শাসন ১৩৭৬-১৩৮০
৮) ত্যাওখাম্থি ১৩৮০-১৩৮৯
৯) ২য় বাৰ মন্ত্ৰীসকলৰ শাসন ১৩৮৯-১৩৯৭
১০) চুডাংফা বা বামুনী কোঁৱৰ ১৩৯৭-১৪০৭
List of Ahom Kings || আহোম স্বৰ্গদেউসকলৰ নাম
১১) চুজাংফা ১৪০৭-১৪২২
১২) চুফক্ফা ১৪২২-১৪৩৯
১৩) চুচেন্ফা ১৪৩৯-১৪৮৮
১৪) চুহান্ফা ১৪৮৮-১৪৯৩
১৫) চুপিম্ফা ১৪৯৩-১৪৯৭
১৬) চুহুম্মুং (দিহিঙ্গীয়া ৰজা) ১৪৯৭-১৫৩৯
১৭) চুক্লেন্মুং (গৰগঞা ৰজা) ১৫৩৯-১৫৫২
১৮) চুখাম্ফা (খোৰা ৰজা) ১৫৫২-১৬০৩
১৯) চুচেংফা বা প্ৰতাপসিংহ বা বুদ্ধিস্বৰ্গনাৰায়ণ ১৬০৩-১৬৪১
২০) চুৰম্ফা ১৬৪১-১৬৪৪
ASSAM TET SECTION – click here

২১) চুত্যিংফা (নৰীয়া ৰজা) ১৬৪৪-১৬৪৮
২২) চুতামলা বা জয়ধ্বজসিংহ ১৬৪৮-১৬৬৩
২৩) চুপুংমুং বা চক্ৰধ্বজসিংহ ১৬৬৩-১৬৭০
২৪) চুন্যৎফা বা উদয়াদিত্য ১৬৭০-১৬৭৩
২৫) চুক্লন্ফা বা ৰামধ্বজসিংহ ১৬৭৩-১৬৭৫
২৬) চুহুং ১৬৭৫ (এমাহ)
২৭) গোবৰ ৰজা মাত্ৰ বিছ দিন
২৮) চুজিন্ফা ১৬৭৫-১৬৭৭
২৯) চুডৈয়ফা বা পৰ্বতীয়া ৰজা ১৬৭৭-১৬৭৯
৩০) চুলিক্ফা বা ৰত্নধ্বজসিংহ ১৬৭৯-১৬৮১
Financial Education in Assamese – click here
List of Ahom Kings || আহোম স্বৰ্গদেউসকলৰ নাম
৩১) চুপাত্ফা বা গদাধৰসিংহ ১৬৮১-১৬৯৬
৩২) চুখ্ৰাংফা বা ৰুদ্ৰসিংহ ১৬৯৬-১৭১৪
৩৩) চুতনফা বা শিৱসিংহ ১৭১৪-১৭৪৪
৩৪) চুনেন্ফা বা প্ৰমত্তসিংহ ১৭৪৪-১৭৫১
৩৫) চুৰেমফা বা ৰাজেশ্বৰসিংহ ১৭৫১-১৭৬৯
৩৬) চুঞেউফা বা লক্ষ্মীসিংহ ১৭৬৯-১৭৮০
৩৭) চুহিত্পুংফা বা গৌৰীনাথসিংহ ১৭৮০-১৭৯৫
৩৮) চুক্লিংফা বা কমলেশ্বৰসিংহ 〉 ১৭৯৫-১৮১০
৩৯) চুছিন্ফা বা চন্দ্ৰকান্তসিংহ 〉 ১৮১০-১৮১৮
৪০) পুৰন্দৰসিংহ 〉 ১৮১৮-১৮১৯
৪১) চন্দ্ৰকান্তসিংহ 〉 ১৮১৯-১৮২১ (২য় বাৰ)
৪২) যোগেশ্বৰসিংহ 〉 ১৮২১-১৮২৪
৪৩) পুৰন্দৰসিংহ (২য় বাৰ) 〉 ১৮৩৩-১৮৩৮
| IMPORTANT WEB-LINKS | |
|---|---|
| ✅ Official Website | Click Here |
| ✅ WhatsApp Group For All HSLC Solutions | Click Here |
| ✅ For Jobs Update Government job opportunities | Click Here |
| ✅ Telegram Group | click here |
| ✅ FaceBook Page | click here |
State Level Recruitment Commissions of Govt. of Assam has released two employment notifications for the recruitment of 26441 Grade III & Grade IV Vacancy under the various departments of Govt. These vacancies will be filled up by the rules governed by newly constituted Assam Direct Recruitment Commission for Analogous Posts in Class III and Class IV Act 2021 and Assam Direct Recruitment for Class III and Class IV Analogous Posts Rules 2022 || Assam Grade III & Grade IV Vacancy details Direct Recruitment 2022
ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে ভাল খবৰ।ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ প্ৰথমটো পদক্ষেপ।অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ ২৬,৪৪১টা পদৰ বাবে ওলাল বিজ্ঞাপন।ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ অংশ হিচাপে প্ৰকাশ কৰিছে দুখনকৈ চাকৰিৰ বিজ্ঞাপন।
সৰ্বমুঠ ২৬,৪৪১টা খালী পদ পূৰণৰ বিজ্ঞাপন জাৰি কৰা হৈছে।ইয়াৰ ভিতৰত তৃতীয় বৰ্গৰ মুঠ পদৰ সংখ্যা ১৩,১৪১টা আৰু চতুৰ্থ বৰ্গৰ বাবে পদৰ সংখ্যা ১৩,৩০০টা।১১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া।আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইনৰ মাধ্যমেৰে হ’ব। আবেদনৰ অন্তিম তাৰিখ ৩০ মে
তৃতীয় বৰ্গৰ একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এচিচটেণ্ট, এলডিএ আৰু ষ্টেনগ্ৰাফাৰৰ মুঠ পদৰ সংখ্যা ৮,৩৩১টা।ইয়াৰ বাবে প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কমেও ৬ মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব।
ফিল্ড এচিচটেণ্ট, ফিল্ডমেন, পৰমেন, চেকশ্যন এচিচটেণ্ট, চইল কনজাৰভেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ মুঠ পদৰ সংখ্যা ৩,৬৯০টা।ইয়াৰ বাবে প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব।আনহাতে ড্ৰাইভাৰৰ মুঠ পদৰ সংখ্যা ১,১২০টা। ড্ৰাইভাৰ পদৰ প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব।

Assam Grade III & Grade IV Vacancy details Direct Recruitment 2022
Name of post/s: Grade III and Grade IV
No of posts: 26,441 posts
Grade III: 13,141 posts
# Category-I: 8,331 Posts
# Category-II: 3,690 Posts
# Category-III: 1,120 Posts
Grade IV: 13,300 posts
Name of commission: Assam Direct Recruitment Commission, 2021
Name of organization: Government of Assam
Mode of application process: Online
Scale of Pay: The pay band and grade pay of the post as per Assam Services (Revision of Pay) Rules, 2017 and as amended.
Last date of submission of online application: 30th May 2022

The category-wise eligibility criteria has been mentioned below.
Grade-IV (Class-IV)
QualificationVacancy
Read upto Class VIII
9,000HSLC or Equivalent passed
4,300
Maximum Qualification: The maximum allowed educational qualification for Class-IV posts is HSSLC or class 12th or equivalent examination passed. Candidates having qualification higher than maximum qualification are not eligible to apply for these vacancy
Grade III (Category I)
Name of posts: Accountant, Cashier, Junior Assistant, LDA, Stenographer, etc.
No of posts: 8,331 posts
Educational Qualification: Candidates must have passed Bachelor’s Degree with Computer Certificate/ Diploma of minimum 6 months duration.
Grade III (Category II)
Name of posts: Field Assistant, Fieldman, Foreman, Section Assistant, Soil Conservation Field Worker Junior, Agriculture Extension Officer, etc.
No of posts: 3,690 posts
Educational Qualification: Candidates must have passed HSSLC or class 12th or equivalent examinations. (Some specific posts need candidates to be class 12th passed from science stream.)

Grade III (Category III)
Name of post: Driver
No of posts: 1,120 posts
Educational Qualification: Candidates must have passed HSLC or equivalent examination.
Age Limit: The Candidate should not be less than 18 years and not more than 40 years as on 1st January 2022.
Age Relaxation: The category wise upper age relaxation is as mentioned below.
● SC/ST: 5 years
● OBC/MOBC: 3 years.
●Ex-Servicemen: 2 years
● PwD: 10 years
Citizenship: Candidates must be a citizen of India.
Employment Exchange Registration: Candidates must have register their name in any one of the employment exchanges of Assam.
Assam Grade III & Grade IV Vacancy details Direct Recruitment 2022
Application Fee:
All the applicants have to pay a nominal fee as application fee. The fee can be paid online using various below mentioned methods. The category-wise application fee is as mentioned below.
CategoryGrade IIIGrade IV
UR/OBC/MOBCRs.350/-Rs.200/-SC/STRs.250/-Rs.150/-
Assam Gk Section – click here
Assam Gk – click here
by Souvik 3 Comments
What is Crypto Currency in Assamese || ক্রিপ্টোকাৰেন্সি কি : ক্রিপ্টোকাৰেন্সি হ’ল বাইনাৰি উপাত্তৰ এটা সংকলন যি বিনিময়ৰ মাধ্যম হিচাপে কাজ কৰে । ইয়াৰ অস্তিত্ব অকল ইন্টাৰনেট জগততেই বিদ্যমান। ইয়াৰ পেপাৰ কাৰেন্সিৰ দৰে ফিজিকাল ৰূপ নাই , ই ব্যবহাৰ কৰি লেনদেন অকল মাত্ৰ অনলাইনত হে সম্ভব ইয়াক আমি ডিজিটেল মুদ্ৰা বুলি আখ্যা দিব পাৰো । ইয়াৰ কোনো কেন্দ্রীয় কর্তৃপক্ষৰ উপৰত নির্ভৰশীল নহয়, যেনে ই কোনো চৰকাৰী ব্যাঙ্কৰ দ্বাৰা চলোৱা নহয় , বা ইয়াৰ হিচাপ আৰু লেন দেনৰ তথ্য চৰকাৰৰ হাতত নাথাকে ।২০১৭ চনৰ পৰা ইয়াৰ জনপ্ৰিয়তাত উৰ্ধগতি আহিছে । ব্যক্তিগত মুদ্রাৰ মালিকানাৰ ৰেকৰ্ডবোৰ এটা ডিজিটাল লেজাৰত সংৰক্ষণ কৰি ৰখা হয়, যি এটা কম্পিউটাৰাইজড ডেটাবেস, যি শক্তিশালী ক্রিপ্টোগ্রাফি ব্যবহাৰ কৰি লেনদেনৰ ৰেকৰ্ডবোৰ সুৰক্ষিত কৰিব, বেছিকৈ কয়েন উৎপাদন নিয়ন্ত্রণ কৰিব আৰু মুদ্রাৰ মালিকানা স্থানান্তৰৰ ৰেকৰ্ড ৰাখে ।What is Crypto Currency in Assamese || ক্রিপ্টোকাৰেন্সি কি
ইয়াৰ নামত currency নাম থকা সত্ত্বেও, ক্রিপ্টোকাৰেন্সি বোৰক প্রচলিত অর্থত মুদ্রা হিচাপে বিবেচনা কৰা নহয় ।।প্রতিটো ক্রিপ্টোকাৰেন্সি ডিস্ট্রিবিউটেড লেজাৰ প্রযুক্তিৰ মাধ্যমত কাম কৰে, সাধাৰণত ই এধৰণৰ ব্লকচেইন, যি এটা সর্বজনীন আর্থিক লেনদেন ডাটাবেস হিচাপে কায্য কৰে ।
Financial Education in Assamese – click here
বিটকয়েন, প্রথম 2009 চনত Cryptocurrencies ।। ক্ৰিপ্টকাৰেন্সিত invest কেনেকৈ কৰিব ওপেন সোর্স সফ্টওয়্যৰ হিচাপে প্রকাশিত হয়, ই প্রথম বিকেন্দ্রীভূত বা ডিজিটেল ক্রিপ্টোকাৰেন্সি। বিটকয়েন প্রকাশৰ পিছৰ পৰা এতিয়ালৈকে, আৰু বহুতো ক্রিপ্টোকাৰেন্সি প্ৰকাশ কৰা হৈছে । 2021 চনৰ জুন মাহত, El Salvador প্রথম দেশ যি বিটকয়েনক আইনি দৰপত্র (legal) হিচাপে গ্রহণ কৰে ।

ক্ৰিপ্টকাৰেন্সিত ইনভেষ্ট কৰাৰ বাবে প্লে ষ্টৰত বিভিন্ন এপছ আছে, ইনভেষ্ট কৰাৰ বাবে আপোনাৰ সঠিক মাধ্যম টো বাছি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ ।। আপুনি প্লে ষ্টৰৰ পৰা “Coin Switch Kuber” আপ টো ডাউনলোড কৰোঁ ইয়াতে আপুনি ক্ৰিপ্টকাৰেন্সিত ট্ৰেড বা ইনভেষ্ট কৰিব পাৰে ।।
Coin Switch Kuber link download – click here
What is MUTUAL FUND in Assamese – click here
What is CREDIT CARD in Assamese – click here
Bitcoin (BTC), Ethereum (ETH), Litecoin (LTC), Dogecoin (Doge), Binance Coin (BNB),Ripple (XRP)

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।
Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.