Assam GK Test Series Part-2 November 8, 2023 by Souvik Leave a Comment 171 Created on November 08, 2023 Assam GK Test Series Part-2 An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you in English Grammar & try to enhance your knowledge. It will surely help you preparing for your competitive exams. 1 / 15 অসমৰ ৰাজধানী খন কিমান চনত দিছপুৰৰ স্থাপন কৰা হৈছিল ? 1948 1973 1919 2011 2 / 15 স্বাধীনতাৰ সময়ত অসমত কেইখন জিলা আছিল ? 11 22 13 15 3 / 15 অসমৰ ৰাজ্যিক গীত টো কোনে ৰচনা কৰিছিল ? Anandachandra Baruah jyotiprashad agarwala Nobokanta Baruwa Laxhminath Bezboruah 4 / 15 অসমত সৰ্বপ্ৰথম কিমান চনৰ পৰা ৰেল সেৱা আৰম্ভণি হয় ? 1947 1882 1825 1905 5 / 15 এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ কোনটো ? Digboi Jorhat Numoligarh Bombay High 6 / 15 পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপ নাম কি ? Majuli Bhavani Island NOTA Umananda 7 / 15 বৰাক নদীৰ আন এটা নাম কি ? River Surma kopili Lohit NOTA 8 / 15 অসমৰ কত দিয়াচলাইৰ কাৰখানা আছে ? ধেমাজি ধুবুৰী তেজপুৰ যোৰহাট 9 / 15 অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি? কাছাৰ পাহাৰ মিকিৰ পাহাৰ বৰাইল পাহাৰ বুঢ়া পাহাৰ 10 / 15 অসমৰ উচ্চতম শৃংগ কোনটো ? উমলাপৰ সিংহাসন ঠেংপিবাং মহাদেউ 11 / 15 অসমৰ মুঠ মাটিকালি কিমান ? 98,428 sq. Km 78,438 sq. Km 68,428 sq. Km 88,438 sq. Km 12 / 15 অসমৰ প্ৰধান বাণিজ্যিক শষ্য কি? কপাহ মৰাপাট কুঁহিয়াৰ সৰিয়হ 13 / 15 অসমত কেইটা ব্যাঘ্ৰ প্ৰকল্প আছে ? 4 5 6 7 14 / 15 অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে ? 4 5 6 7 15 / 15 অসমত প্ৰতিষ্ঠা হোৱা প্ৰথমটো চাহ কোম্পানী আছিল- Jorhat Tea Company Assam Tea Company Assam-Bengal Tea Company None of the above Your score isThe average score is 77% LinkedIn Facebook Twitter VKontakte 0% Restart quiz Join us on WhatsAppclick hereCreate Your Free Demat Account on GROWWclick here Contents hide Share this: Like this: Related Share this:FacebookWhatsAppLike this:Like Loading... Related
Leave a Reply