• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET

January 4, 2022 by Souvik Leave a Comment

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET

 

১) আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত হয়?
উত্তৰ:- ফাগুন মাহৰ প্ৰথম বুধবাৰে।

(২) ওমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- আহোমসকলৰ।

(৩) চ’মাংকান কোন জনগোষ্ঠীয় সংস্কৃতি ?
উত্তৰ:- কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।

(৪) বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে পালন কৰে?*
উত্তৰ:- বড়ো।

(৫) ফাৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ?
উত্তৰ:- ৰাভাসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।

(৬) বায়খো উৎসৱ কোন জনগোষ্ঠীৰ?
উত্তৰ:- ৰাভাসকলৰ।

(৭) খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।

(৮) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি?
উত্তৰ:- ‘বনকুৱৰী’। কবি চন্দ্ৰকুমাৰ আগৰৱালা।

(৯) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- ‘বনফুল’।

(১০) ‘বনফুলৰ’ কবি কোন?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।

*101 Assam Gk in Assamese – click here

(১১) প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?
উত্তৰ:- ৰাম-নৱমী।

(১২) অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি?
উত্তৰ:- হাফলং।

(১৩) অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি?*
উত্তৰ:- তেজপুৰ।

(১৪) ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি?*
উত্তৰ:- Rafale Fighter Jet.

(১৫) ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটোৰ নাম কি?*
উত্তৰ:- মোহনবাৰী বিমান বন্দৰ।

(১৬) হাৱা মহল ক’ত অৱস্থিত?*
উত্তৰ:- জয়পুৰত।

(১৭) প্ৰথম অসমীয়া বেৰিষ্টাৰ গৰাকী কোন আছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা।

(১৮) অসমৰ চিমেণ্ট কাৰখানা ক’ত আছে?
উত্তৰ:- বোকাজান।

(১৯) ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন?*
উত্তৰ:- সৰ্বপল্লী ৰাধাকৃষ্ণণ।

(২০) ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- এম ভেংকায়া নাইডু।

*English Grammar MCQ Test – Click here

(২১) বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন?( 2022)*
উত্তৰ:- অমিত শ্বাহ।

(২২) ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল।

(২৩) অৰ্জুন বঁটা ক’ত দিয়া হয়?*
উত্তৰ:- ক্ৰীড়াৰ ক্ষেত্ৰত।

(২৪) অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

(২৫) অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন?
উত্তৰ:- মনালিছা বৰুৱা।

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET
সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET/assamstudyhub.com

(২৬) স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভণি কৰা হয়?*
উত্তৰ:- ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট, নতুন দিল্লীত।

(২৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত ন’বেল বঁটা পাইছিল?*
উত্তৰ:- ১৯১৩ চনত।

(২৮) নগাঁৱৰ পুৰণি নাম কি?
উত্তৰ:- খাগৰিজান।

(২৯) এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

(৩০) প্ৰথম অসমীয়া আই. চি. এছ. (I.C.S.) বিষয়াজনৰ নাম কি?
উত্তৰ:- আনন্দৰাম বৰুৱা।

*Assamese Essay Section – click here

(৩১) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ:- পাৰ্বতী কুমাৰ গোস্বামী।

(৩২) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন?
উত্তৰ:- ড° সত্যেন্দ্ৰ নাথ শৰ্মা।

(৩৩) লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ:- ড° তিলোত্তমা গগৈ।

(৩৪) গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?
উত্তৰ:- তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।

(৩৫) মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ:- তেজপুৰত।

(৩৬) অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?
উত্তৰ:- বাংলাদেশ।

(৩৭) অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি?
উত্তৰ:- বৰাইল পাহাৰ।

(৩৮) অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?
উত্তৰ:- ধুবুৰী।

(৩৯) অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?
উত্তৰ:- শিলঘাট।

(৪০) অসমৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত আছে?
উত্তৰ:- দেৰগাঁওত।

*Assam Gk MCQ Test – click here

(৪১) অসমত সাৰ কাৰখানা ক’ত আছে?
উত্তৰ:- নামৰূপত।

(৪২) অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?
উত্তৰ:- বোকাজান।

(৪৩) কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ?
উত্তৰ:- সৰ্থেবাৰী।

(৪৪) অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়?
উত্তৰ:- চাবুৱা।

(৪৫) অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰে’ল ষ্টেচনটো কি?
উত্তৰ:- উত্তৰ কাছাৰ জিলাত থকা জাতিংগা।

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET
সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET/assamstudyhub.com

(৪৬) কেতিয়া অসমত প্ৰথম ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ:- ১৮৮২ চনত।

(৪৭) কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?*
উত্তৰ:- ১৯২১ চনত।

(৪৮) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ:- বসন্ত দাস।

(৪৯) অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ:- ১৮২৩ চনত।

(৫০) ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল?
উত্তৰ:- খৰ্গেশ্বৰ তালুকদাৰ

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: সাধাৰণ জ্ঞান Tagged With: asaam study hub, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese October 30, 2025
  • মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer October 28, 2025
  • পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা October 25, 2025
  • আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15] September 8, 2025
  • আবেদন পত্ৰ || তুমি পঢ়ি থকা প্ৰাথমিক বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা। এই সভাত উপস্থিত থাকিবলৈ ৪ ঘণ্টাৰ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ/প্ৰধান শিক্ষককলে এখন আবেদন লিখা। (আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা) [HSLC 16] September 8, 2025

Class-10 HSLC

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d