• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

June 15, 2021 by Souvik 3 Comments

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025 :-

 

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025
Www.assamstudyhub.com

 

১) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
উ÷ভোগেশ্বৰ বৰুৱা ।🟢

২) ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?
উ÷৫ ম ।🟢

৩) কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?
উ÷১৯৯৯ চনত ।🟢

৪) অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?
উ÷হৰিশংকৰ ব্ৰক্ষ্ম ।🟢

৫) অসমৰ কাক Lion Man of Assam বুলি জনা যায়?
উ÷ৰাধা গোবিন্দ বৰুৱা ।🟢

৬)সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ কিমান তম মুখ্যমন্ত্ৰী?
উ÷১৪ তম ।🟢

৭) চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ÷অঘৰী আত্মাৰ কাহিনী ।🟢

৮) অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?
উ÷ৰুদ্ৰ বৰুৱা ।🟢

৯)২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ÷জয়ন্ত মাধৱ বৰা ।🟢

১০) চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?
উ÷বীৰ পাল ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

১১) কিমান চনত Assam Association গঠন হৈছিল?
উ÷১৯০৩ চনত ।🟢

১২) Assam Association ৰ প্ৰথম সভাপতি কোন আছিল?
উ÷ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ।🟢

১৩) এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো?
উ÷ডিগবৈ ।🟢

১৪)ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?
উ÷১৯০১ চনত ।🟢

১৫)ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷ তিনিচুকীয়া জিলাত ।🟢

অসমৰ ইতিহাস।। ASSAM HISTORY APSC Prelims Previous Years Questions – click here

১৬) অসমৰ কোনখন চহৰক তৈলনগৰী হিচাপে জনা যায়?
উ÷ডিগবৈ ।🟢

১৭) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উ÷আনোৱাৰা টাইমূৰ ।🟢

১৮) অসমৰ জাতীয় পক্ষী কি?
উ÷দেও হাহঁ ।🟢

১৯) অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উ÷ভট্টদেৱ ।🟢

২০)ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?
উ÷বৈকুন্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

২১) অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত?
উ÷গোৱালপাৰা জিলা ।🟢

২২) অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি?
উ÷বৰাইল পৰ্বত ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

২৩) অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?
উ÷ ২ খন ।🟢

২৪) অসমীয়া সাহিত্যত কাক ভাঙনি কোৱঁৰ হিচাপে জনা যায়?
উ÷আনন্দ চন্দ্ৰ আগৰৱালা ।🟢

২৫) অসমীয়া সাহিত্যিত কাক উপন্যাস সম্ৰাট বুলি জনা যায়?
উ÷ৰজনীকান্ত বৰদলৈ ।🟢

২৬) অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়?
উ÷ৰঘুনাথ চৌধাৰী ।🟢

২৭) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?
উ÷মোৰ জীৱন সোৱঁৰণ ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

২৮) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?
উ÷কদমকলি ।🟢

২৯) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?
উ÷পদুম কুৱঁৰী ।🟢

৩০) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল?
উ÷শৰৎ চন্দ্ৰ গোস্বামী ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

৩১)চাহৰ বৈজ্ঞানিক নাম কি?
উ÷কেমেলিয়া চিনেচিছ ।🟢

৩২) উত্তৰ-পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত?
উ÷যোৰহাট জিলাৰ টুকলাইত অৱস্থিত ।🟢

৩৩)ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?
উ÷১৯৮১ চনত ।🟢

৩৪) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?
উ÷৪৩০ বৰ্গ কিঃমিঃ।🟢

৩৫) অসমৰ ৰাজ্যিক ফুল কি?
উ÷কপৌ ফুল ।🟢

অসম || সাধাৰণ জ্ঞান || খনিজ সম্পদ || Mineral Resources of Assam – click here

৩৬) উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উ÷মালিগাৱঁত অৱস্থিত ।🟢

৩৭) উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমূখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়?
উ÷গুৱাহাটী ।🟢

৩৮) অসমৰ প্ৰথম বিমান চালক জনৰ নাম কি?
উ÷মহানন্দ দাস ।🟢

৩৯) দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক’ত আছিল?
উ÷শ্বিলং ।🟢

৪০) পৃথিৱীৰ ক্ষুদ্ৰতম নদী-দ্বীপটোৰ নাম কি?
উ÷উমানন্দ ।🟢

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

৪১)’অসমীয়া মহিলাই কাপোৰত সপোন ৰচে’ বুলি কোনে কৈছিল?
উ÷মহাত্মা গান্ধী ।🟢

৪২) অসমৰ ক’ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উ÷দেৰগাওঁ ।🟢

৪৩) কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল?
উ÷বড়ো ।🟢

৪৪) অসমৰ ক’ত দিয়াচলাইৰ কাৰখানা আছে?
উ÷ধুবুৰী ।🟢

৪৫) কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?
উ÷১৯০১ চনত ।🟢

অসমৰ কলা, উৎসৱ আৰু সংস্কৃতি ।। Art, Festivals and Culture of Assam – click here

৪৬) অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে?
উ÷নামৰূপ ।🟢

৪৭) অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় খন ক’ত অৱস্থিত?
উ÷তেজপুৰ ।🟢

৪৮) অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে?
উ÷শিলঘাট ।🟢

৪৯)’নটসূৰ্য’ বুলি কাক জনা যায়?
উ÷ফণী শৰ্মা ।🟢

৫০) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
উ÷ভানুমতী

৫০ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 2025

Assamese Translation click here

Voice Change In Assamese click here

   
IMPORTANT WEB-LINKS
✅ Official Website
Click Here
✅ WhatsApp Group For Important Updates
Click Here
✅ For Jobs Update Government job opportunities
Click Here
✅ WhatsApp Group For All HSLC Solutions
click here
✅ FaceBook Page 
click here

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: সাধাৰণ জ্ঞান Tagged With: gk assam gk, অসমীয়া সাধাৰণ জ্ঞান, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Reader Interactions

Comments

  1. Tridip says

    December 18, 2021 at 8:12 am

    বহুত দৰকাৰী প্ৰশ্নোত্তৰ আগবঢ়াইছে আপোনালোকে। ধন্যনাদ আপোনালোকৰ লৈ!🙏

    Reply
    • Hubstudy says

      December 20, 2021 at 1:34 pm

      আশীৰ্বাদ আৰু উৎসাহ দিব লগতে আপোনাৰ ভাই ভনী বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব ।। 🙏🙏🙏

      Reply

Trackbacks

  1. ভাৰতৰ সাধাৰণ জ্ঞানৰ MCQ says:
    February 6, 2023 at 2:28 pm

    […] আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। ভাৰতৰ সাধাৰণ জ্ঞানৰ MCQ যদি আপুনি কুইজসমূহৰ প্ৰশ্নোত্তৰ ভূল […]

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26 July 28, 2025
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025
  • প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar July 15, 2025
  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d