সর্বনাম || Pronoun in Assamese
সর্বনাম || Pronoun Explanation in Assamese – A pronoun is a word used in place of a noun. অসমীয়া ব্যাকৰণত, সৰ্বনাম হৈছে সেই শব্দবোৰ যিবোৰ বিশেষ্যৰ সলনি ব্যৱহাৰ কৰা হয়, যাতে একেটা বিশেষ্যকে বাৰে বাৰে উল্লেখ কৰিবলগীয়া নহয়। অৰ্থাৎ, বিশেষ্যৰ সলনি ব্যৱহৃত হোৱা পদক সৰ্বনাম বোলে।
ওপৰৰ প্ৰথম বাক্যৰ “Anil” – word টো Noun. দ্বিতীয় বাক্যত “He” word -টো “Anil”-ৰ সলনি বহিছে । He word -টো “pronoun”.
Noun -ৰ সলনি ব্যাবহাৰ হোৱা word -ক Pronoun বোলে । অসমীয়া ব্যাকৰণত সর্বনাম পদটোক ইংৰাজী ব্যাকৰণত Pronoun বোলা হয় । সর্বনাম || Pronoun Explanation in Assamese
Examples:-
●Riyu(noun) is coming.She (Pronoun) is beautiful.
● Ram is here. He is strong.
●The book is on the table. This is my book.
●Gopal is a good boy.You are Gopal.
সর্বনাম || Pronoun Explanation in Assamese
সর্বনাম || Pronoun Explanation in Assamese
যি pronoun ব্যাক্তিবাচক noun ৰ সলনি ব্যাবহাৰ কৰা হয় তাক Personal Pronoun বোলে ।
I, you, he, she, mine, her, him, my, আদি personal pronoun.
Examples: He is Ram, You are Jadu, This book is mine.
যি pronoun -এ কোনো ব্যাক্তি বা বস্তুক নিৰ্দেশ কৰি দেখুৱায় তাক Demonstrative Pronoun বোলে । This, That , These আদি Demonstrative Pronoun.
Examples- This is my pen.
Those are your books.
That is his pen.
যি Pronoun ৰ নিজা অৰ্থ বুজাবৰ কাৰণে ব্যাবহার কৰা হয় তাক Reflexive Pronoun বোলে । Singular Noun ৰ পাছত ‘self’ আৰু plural noun ৰ পাচত ‘selves’ যোগ দি Reflexive Pronoun গঠন কৰা হয় । Myself, yourself, himself, herself, themselves আদি Reflexive Pronoun.
Examples:- You read yourself.
I myself caught the thief.
We shall do it ourshelves.
সর্বনাম || Pronoun Explanation in Assamese
যি Pronoun প্রশ্ন কৰাৰ বাবে ব্যৱহাৰ কৰা হয় তাক Interrogative Pronoun বোলে । Who, which, what, আদি Interrogative Pronoun.
Example:- Who is Mira?
What is your name?
Which is your pen?
যি Pronoun -এ কোনো নিৰ্দিষ্ট ব্যাক্তি বা বস্তুক নুবুজায় তেনে Pronoun ক Indefinite Pronoun বোলে । One , anybody, none, everyday, some, many all আদি Indefinite Pronoun.
Example:- One must do it.
Anybody can do this work.
Everyone should take care of
his health.
None will live forever.
যি Pronoun এ দুটা বহুতোৰ মাজৰ এটাক বুজায় তাক Distributive Pronoun বোলে । Each, Either and Neither are called Distributive Pronoun.
Examples:-
• You may take either of these two books.
• Each of the two boys can sing.
• Neither of the two boys is good.
সর্বনাম || Pronoun Explanation in Assamese
যি Pronoun- এ কোনো Noun বা Pronoun -ৰ পাছত বহি সেই Noun বা Pronoun – ৰ লগত নিজৰ সম্মন্ধ দেখুৱায় তাক Relative Pronoun বোলে । Relative Pronoun -এ দুটা বাক্য লগ লগায় । Who, which, what, that -এইবিলাক Relative Pronoun.
Examples:-
• This is Ram. He is a good boy.
. =This is Ram who is a good boy.
• He gave me the pen. I have lost that.
=He gave me the pen that I have lost.
যি Pronoun -এ পৰস্পৰৰ লগত সম্পৰ্ক বুজায় তাক Reciprocal Pronoun বোলে । ‘Each other’ আৰু ‘One another’ – এই দুটা Reciprocal Pronoun.
Examples:- Ram and Hari love each other
The boys of the class love one another.
সর্বনাম || Pronoun Explanation in Assamese
★ USE OF SOME PRONOUNS ★
One, ones, none, no-one, each, other, any, some, each-other, one another.
Translation
1 . কোনেও এইটো কৰা উচিত নহয়।
= One should not do it
2. তেওঁ কেতিয়া আহিব কোনেও ক’ব নোৱাৰে ।
= No one can say when he will come.
3. প্ৰত্যেকেই প্ৰত্যেকৰ কাম কৰা উচিত ।
= One should do one’s duty.
4. তেওঁ কেতিয়া ঢুকাব কোনেও ক’ব নোৱাৰে ।
= No one can say when he will die.
5. ল’ৰাবিলাকৰ কোনোজনেই ভাল নহয় ।
= None of the boys is good.
6. মোক আন এখন কিতাপ দিয়া, এইখন ভাল বেয়া কিতাপ ।
= Give me another book, this is a bad one.
7. কিতাপবোৰৰ কিছুমান হেৰাইছিল ।
= Some of the books were lost.
8. মোৰ বহুত কিতাপ আছে, তোমাক কোনোবা এখন লাগিবনে ?
= I have many books, do you want any?
সর্বনাম || Pronoun Explanation in Assamese
★মনত ৰাখিবা:- One -ৰ সলনি one বা ones হে ব্যাবহাৰ হয়; he, his বা her ব্যৱহাৰ নহয় । কিন্তু one ৰ আগত no বা any থাকিলে তাৰ সলনি he, she আদি বহে ।
Affirmative Sentence -ত some, negative, আৰু Interrogative Sentence -ৰ উভয় বচনত any ব্যৱহাৰ হয় ।
সর্বনাম || Pronoun Explanation in Assamese
| IMPORTANT WEB-LINKS | |
|---|---|
| ✅ Official Website | Click Here |
| ✅ WhatsApp Group For All HSLC Solutions | Click Here |
| ✅ For Jobs Update Government job opportunities | Click Here |
| ✅ Telegram Group | click here |
| ✅ FaceBook Page | click here |
সর্বনাম || Pronoun Explanation in Assamese
New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ …
Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…
মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese আৰম্ভণিঃ আজৰি পৰত মই ঘৰুৱা…
মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…
পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…
আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ…