• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ || Question & Answers about Padmanath Guhaie Baruah

October 3, 2023 by Souvik Leave a Comment

পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ || Question & Answers about Padmanath Guhaie Baruah; পদ্মনাথ গোহাঞি বৰুৱা (ইংৰাজী: Padmanath Gohainbaruah; ১৮৭১-১৯৪৬) একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম। তেওঁ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি।[1][2]

Financial Education in Assamese – click here


১)
পদ্মনাথ গোহাঞিবৰুৱা কোন আছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা একেধাৰে এজন কবি, জীৱনীকাৰ, হাস্যকাৰ, প্ৰৱন্ধকাৰ আছিল।

২)
পদ্মনাথ গোহাঞিবৰুৱা জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱাৰ ১৮৭১ চনৰ ২৯ মাহত জন্ম হৈছিল।

৩)
পদ্মনাথ গোহাঞিবৰুৱা জন্ম ক’ত হৈছিল ?

উত্তৰঃ-পদ্মনাথ গোহাঞিবৰুৱাৰ উত্তৰ লখিমপুৰৰ নকাৰী গাওঁত হৈছিল ।

৪)
পদ্মনাথ গোহাঞিবৰুৱা পিতৃৰ নাম কি আছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা পিতৃৰ নাম ঘিণাৰাম গোহাৰি বৰুৱা আছিল ।

৫)
পদ্মনাথ গোহাঞিবৰুৱাৰ মাতৃৰ নাম কি আছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা মাতৃৰ নাম লম্ভী দেৱী আছিল।

৬)
পদ্মনাথ গোহাঞিবৰুৱা কোন বংশৰ লোক আছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা এজন থাউমুং ক্লিংলুনমন বুঢ়াগোহাইৰ বংশৰ লোক আছিল ।

৭)
পদ্মনাথ গোহাঞিবৰুৱাই স্কুলীয়া শিক্ষা কোন বিদ্যালয়ত গ্ৰহন কৰিছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা ই স্কুলীয়া শিক্ষা উত্তৰ লখিমপুৰ প্ৰাথমিক বিদ্যালয়ত গ্ৰহন কৰিছিল।

৮)
পদ্মনাথ গোহাঞিবৰুৱাই কিমান চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নামভক্তি কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নামভক্তি কৰিছিল।

৯)
পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৮৯০ চনত প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল।

১০)
প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি পদ্মনাথ গোহাঞি বৰুৱাই কোন কলেজত নামভৰ্ত্তি কৰিছিল ?

উত্তৰঃ- প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি পদ্মনাথ গোহাঞি বৰুৱাই কলিকতাৰ ৰিপন কলেজত নামভক্তি কৰিছিল ।

পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ || Question & Answers about Padmanath Guhaie Baruah

১১)
অসমলৈ আহি পদ্মনাথ গোহাঞি বৰুৱাই কোন বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল ?

উত্তৰঃ-অসমলৈ আহি পদ্মনাথ গোহাঞি বৰুৱাই কহিমা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল ।
১২)
পদ্মনাথ গোহাঞি বৰুৱাই কাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই লীলাৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল ।

১৩)
পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বিতীয় পত্নীগৰাকীৰ নাম আছিল ?

উত্তৰঃ-পদ্মনাথ গোহাঞিবৰুৱা দ্বিতীয় পত্নীগৰাকীৰ নাম হীৰাৱতী আছিল।

১৪)
পদ্মনাথ গোহাঞি বৰুৱাৰ কেইগৰাকী জীয়ৰী আৰু কেইজন ল’ৰা সন্তান আছিল লিখাঁ ?
উত্তৰ:পদ্মনাথ গোহাঞি বৰুৱাৰ সাতজনী জীয়ৰী আৰু এজন ল’ৰা সন্তান আছি্ল।

১৫)
পদ্মনাথ গোহাঞি বৰুৱাই কোন ঠাইত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা স্থাপন কৰিছিল ?

উত্তৰঃ-পদ্মনাথ গোহাঞি বৰুৱাই ক’হিমাত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা স্থাপন কৰিছিল।

১৬)
পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰত কি কি স্থাপন কৰিছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰত নামঘৰ, বাণ মঞ্চ স্থাপন কৰিছিল।

১৭)
পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত ডিব্ৰুগড় ছাত্ৰ সন্মিলনিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৯১৮ চনত ডিব্ৰুগড় ছাত্ৰ সন্মিলনিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

১৮)
পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত জোনাকী কাকতৰ সংস্পৰ্শলৈ আহিছিল ?

উত্তৰঃ-পদ্মনাথ গোহাঞি বৰুৱাই ১৮৮০ চনত জোনাকী কাকতৰ সংস্পৰ্শলৈ আহিছিল ।

১৯)
পদ্মনাথ গোহাঞি বৰুৱাই কাৰ সৈতে লগ হৈ ডেকা-গাভৰু নামৰ গ্ৰন্থখন ৰচনা কৰিছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই বেণুধৰ ৰাজখোৱাৰ সৈতে ডেকা-গাভৰু নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।

২০)
পদ্মনাথ গোহাঞি বৰুৱাই লগৰ সৈতে কি প্ৰকাশ কৰিছিল ?

উত্তৰঃ-পদ্মনাথ গোহাৰি বৰুৱাই লগৰ সৈতে বিজুলী প্ৰকাশ কৰিছিল ।

২১)
পদ্মনাথ গোহাঞি বৰুৱাই প্ৰকাশ কৰা তৃতীয়খন আলোচনীৰ নাম কি লিখাঁ ?

উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই প্ৰকাশ কৰা তৃতীয়খন আলোচনীৰ নাম উষা আছিল ।

২২)
উষা আলোচনীখন কোন চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ- উষা আলোচনীখন ১৯০৭ চনত প্ৰকাশ পাইছিল।

২৩)
পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন কবিতা গ্ৰন্থৰ নাম লিখাঁ ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা কেইখনমান কবিতা গ্ৰন্থৰ নাম হ’ল- জুৰণি আৰু ফুলৰ চানেকি ।

২৪)
পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন উপন্যাখৰ নাম লিখাঁ ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন উপন্যাখৰ নাম হ’ল-ভানুমতী, লাহৰি ।

২৫)
পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি লিখাঁ ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম মোৰ সোঁৱৰণী ।

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ – click here



২৬)
পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৯১৭ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল।

২৭)
পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সম্পাদক ৰুপে নিৰ্বাচিত হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৯১৮ চনত অসম সাহিত্য সভাৰ সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল।

২৮)
পদ্মনাথ গোহাঞি বৰুৱাক কি বুুলি গণ্য কৰা হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা “পিতামহা”বুলি গণ্য কৰা হৈছিল ।

২৯)
পদ্মনাথ গোহাঞি বৰুৱাৰ জ্যেষ্ঠ সহপাঠী জনৰ নাম কি লিখাঁ ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱাৰ জ্যেষ্ঠ সহপাঠী জনৰ নাম হ’ল – লক্ষ্মীনাথ বেজবৰুৱা।

৩০)
পদ্মনাথ গোহাঞি বৰুৱাই কাৰ সৈতে লগ হৈ অসমীয়া ভাষাত পাঠ্যপুথি লিখিছিল ?

উত্তৰঃ-পদ্মনাথ গোহাঞি বৰুৱাই পানীন্দ্ৰনাথ গোঁহাইৰ সৈতে লগ হৈ অসমীয়া পাঠ্যপুথি লিখিছিল ।


৩১)
পদ্মনাথ গোহাঞি বৰুৱাৰ কিমান চনৰ কিমান তাৰিখে মৃত্যু হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাৰ ১৯৪৬ চনৰ ২১ এপ্ৰিল তাৰিখে মৃত্যু হৈছিল।

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ || Question & Answers about Padmanath Guhaie Baruah

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading…

Related

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • KGBV Udalguri Recruitment 2026 – Assistant Teacher & Helper Cook Vacancy Under SSA Assam May 9, 2026
  • শংকৰদেৱ শিশু নিকেতন ৰঙিয়া || Sankardev Shishu Niketan Rangia Recruitment 2026 – Walk-in Interview May 9, 2026
  • Mother’s Pride School Dhemaji Recruitment 2026 – Mathematics Teacher Vacancy for Class 9 & 10 May 9, 2026
  • Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা May 9, 2026
  • SEBA Class 10 Assamese Chapter 2 Answers জিকিৰ মূলভাৱ প্ৰশ্ন উত্তৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ  May 6, 2026

Class-10 HSLC

Class 10 Assamese Question Answer | SEBA HSLC ASSAMESE All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer  | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান Class 10 Assamese Question Answer | দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ If you are preparing for the HSLC 2026 Examination, then this page provides you with complete SEBA Class 10 Assamese Question Answers for all chapters based on the […]

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

Loading Comments...

    %d