• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

April 12, 2025 by Souvik Leave a Comment

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ

CLASS 10 : ASSAMESE GRAMMAR : সন্ধি ভাঙা : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS Solutions – click here


প্ৰশ্ন: সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ৷
উত্তৰ: কোনো এটা শব্দৰ শেষৰ বৰ্ণ আৰু আন এটাৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলা হয় ৷

সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ?
সন্ধি তিনি বিধ –
১. স্বৰ সন্ধি ৷
২. ব্যঞ্জন সন্ধি ৷
৩. বিসৰ্গ সন্ধি ৷ বহুতে বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ অন্তৰ্গত বুলিও কয় ৷

60 Assam Gk Question Answers || অসমৰ সাধাৰণ জ্ঞান – click here

প্ৰশ্ন:
স্বৰ সন্ধি কাক বোলে ? স্বৰ সন্ধিৰ উদাহৰণ দিয়া ?
স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় তেনে সন্ধিক স্বৰ সন্ধি বোলা হয় ৷

ক) অ + অ = আ জল + অধিপতি= জলাধিপতি নৰ + অধম= নৰাধম সেইদৰে, দেবাসুৰ, শোকানল, দেশান্তৰ , দাবানল, বকাসুৰ

খ) অ + আ = আ হিম + আলয় = হিমালয় যম + আলয়= যমালয় সেইদৰে, ভয়াতুৰ , মেঘালয়, শৈচাগাৰ , নৰকাসুৰ,

গ) আ + আ= আ বিদ্যা + আলয় = বিদ্যালয় মহা +আশয়= মহাশয় সেইদৰে, মহালয়, মহানন্দ, কাৰাগাৰ,ৰমানন্দ

ঘ) আ+ অ= আ মহা+ অৰ্ঘ= মহাৰ্ঘ যথা+ অৰ্থ= যথাৰ্থ সেইদৰে, আশাতীত, কথামৃত , সীমান্ত, আশানুৰূপ,

ঙ) ই+ ই= ঈ মুনি+ ইন্দ্ৰ= মুনীন্দ্ৰ গিৰি+ ইন্দ্ৰ= গিৰীন্দ্ৰ সেইদৰে, ৰবীন্দ্ৰ, অতীত, প্ৰতীতি

চ) ই+ ঈ= ঈ পৰি + ঈক্ষা = পৰীক্ষা, ক্ষিতি+ ঈশ= ক্ষিতীশ সেইদৰে, গিৰীশ, প্ৰতীক্ষা

ছ) ঈ+ ঈ= ঈ মহী+ ঈশ= মহীশ গৌৰী+ ঈশ্বৰ = গৌৰীশ্বৰ সেইদৰে, শচীশ, পৃথিৱীশ্বৰ

জ) ঈ+ ই= ঈ সতী+ ইন্দ্ৰ= সতীন্দ্ৰ বলী+ইন্দ্ৰ= বলীন্দ্ৰ সেইদৰে, সুধীন্দ্ৰ

ঝ) উ+উ = ঊ মৰু + উদ্যান= মৰূদ্যান গুৰু+ উপদেশ= গুৰূপদেশ সেইদৰে, কটুক্তি, সুক্ত

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

(ক) অ + অ  = আ

জল + অধিপতি জলাধিপতি
শস্য + অধিপতিশস্যাধিপতি
নৰক + অসুৰনৰকাসুৰ
দেৱ + অসুৰদেৱাসুৰ
নৰ + অধমনৰাধম
নীল + অচলনীলাচল
হস্ত + অক্ষৰহস্তাক্ষৰ
দেশ + অন্তৰদেশান্তৰ
ৰূপ + অন্তৰ ৰূপান্তৰ
দেৱ + অসুৰদেবাসুৰ
পৰ  + অধীন পৰাধীন
লাভ  + অলাভলাভালাভ
কৃষ্ণ + অৰ্জুন =কৃষ্ণাৰ্জুন

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ

  • The Impact of Science and Technology Essay for Class-10September 9, 2026
    The Impact of Science and Technology Essay for Class-10 The Impact… Read more: The Impact of Science and Technology Essay for Class-10
  • Narration – Class 10 SEBA HSLC Exam PYQ Question AnswersSeptember 1, 2026
    Narration – Class 10 SEBA HSLC Exam PYQ Question Answers  … Read more: Narration – Class 10 SEBA HSLC Exam PYQ Question Answers
  • 𝙲𝚕𝚊𝚜𝚜 10 𝚂𝚘𝚌𝚒𝚊𝚕 𝚂𝚌𝚒𝚎𝚗𝚌𝚎 – 𝙶𝚎𝚘𝚐𝚛𝚊𝚙𝚑𝚢 𝙲𝚑𝚊𝚙𝚝𝚎𝚛𝚜 1, 2 & 3 — 𝙼𝚘𝚜𝚝 𝙴𝚡𝚙𝚎𝚌𝚝𝚎𝚍 𝙼𝙲𝚀𝚜 𝙴𝚗𝚐𝚕𝚒𝚜𝚑 + 𝙰𝚜𝚜𝚊𝚖𝚎𝚜𝚎September 1, 2026
    𝙲𝚕𝚊𝚜𝚜 10 𝚂𝚘𝚌𝚒𝚊𝚕 𝚂𝚌𝚒𝚎𝚗𝚌𝚎 – 𝙶𝚎𝚘𝚐𝚛𝚊𝚙𝚑𝚢 𝙲𝚑𝚊𝚙𝚝𝚎𝚛𝚜 1, 2 & 3… Read more: 𝙲𝚕𝚊𝚜𝚜 10 𝚂𝚘𝚌𝚒𝚊𝚕 𝚂𝚌𝚒𝚎𝚗𝚌𝚎 – 𝙶𝚎𝚘𝚐𝚛𝚊𝚙𝚑𝚢 𝙲𝚑𝚊𝚙𝚝𝚎𝚛𝚜 1, 2 & 3 — 𝙼𝚘𝚜𝚝 𝙴𝚡𝚙𝚎𝚌𝚝𝚎𝚍 𝙼𝙲𝚀𝚜 𝙴𝚗𝚐𝚕𝚒𝚜𝚑 + 𝙰𝚜𝚜𝚊𝚖𝚎𝚜𝚎
  • SEBA Assam Class 9 District-Wise Question Papers of Half Yearly Exam PDF DownloadJuly 21, 2026
    SEBA Assam Class 9 District-Wise Question Papers of Half Yearly Exam… Read more: SEBA Assam Class 9 District-Wise Question Papers of Half Yearly Exam PDF Download
  • SEBA Assam Class 9 Mathematics District Wise Question Papers of Half Yearly Exam 2025 PDFJuly 21, 2026
    SEBA Assam Class 9 Mathematics District Wise Question Papers of Half… Read more: SEBA Assam Class 9 Mathematics District Wise Question Papers of Half Yearly Exam 2025 PDF

(খ) অ + আ = আ

হিম + আলয়হিমালয়
ভোক + আতুৰভোকাতুৰ
ভয় + আতুৰভয়াতুৰ
বিবেক + আনন্দবিবেকানন্দ
পৰম + আনন্দপৰমানন্দ
শুভ + আগমনশুভাগমন
বৰ্ণ + আশ্ৰমবৰ্ণাশ্ৰম
শৃংখল + আবদ্ধশৃংখলাবদ্ধ
শোক + আকুলশোকাকুল
ছাত্ৰ + আবাসছাত্ৰাবাস
পূৰ্ণ + আনন্দ পূৰ্ণানন্দ
শিল্প + আলয়শিল্পালয়
ৰত্ন    + আকৰৰত্নাকৰ
ভাৰ + আক্ৰান্তভাৰাক্ৰান্ত
পুনৰ + আবৃতিপুনৰাবৃত্তি
হত + আশাহতাশা
বৃত্ত + আকাৰবৃত্তাকাৰ

(গ) আ + আ = আ

বিদ্যা + আলয় বিদ্যালয়
উমা + আনন্দউমানন্দ
মহা + আশয়মহাশয়
মহা + আলয় মহালয়
তৃষ্ণা + আতুৰতৃষ্ণাতুৰ
বিদ্যা + আৰম্ভবিদ্যাৰম্ভ
কাৰা + আগাৰকাৰাগাৰ
সদা  + আনন্দসদানন্দ
মন্ত্ৰণা  + আলয় মন্ত্ৰণালয়
গৱেষণা + আগাৰগৱেষণাগাৰ
শ্ৰদ্ধা + আস্পদশ্ৰদ্ধাস্পদ
অনা + আৰ্যঅনাৰ্য

(ঘ) আ + অ = আ

সীমা + অন্তসীমান্ত
আশা + অতীতআশাতীত
ধাৰণা + অতীতধাৰণাতীত
যথা + অৰ্থযথাৰ্থ
ক্ষমতা + অধীনক্ষমতাধীন
মহা + অৰ্ঘমহাৰ্ঘ
বিদ্যা + অৰ্ণৱবিদ্যাৰ্ণৱ
আশা + অনুৰূপআশানুৰূপ

(ঙ) ই + ই = ঈ

অতি + ইন্দ্ৰিয়অতীন্দ্ৰিয়
অভি + ইষ্ট অভীষ্ট
প্ৰতি + ইতিপ্ৰতীতি
অতি + ইতঅতীত
অতি + ইবঅতীব
ৰবি + ইন্দ্ৰৰবীন্দ্ৰ
গিৰি + ইন্দ্ৰগিৰীন্দ্ৰ

(চ) ই + ঈ = ঈ

পৰি + ঈক্ষা পৰিক্ষা
ক্ষিতি + ঈশক্ষিতীশ
গিৰি  + ঈশ গিৰীশ
প্ৰতি + ঈক্ষাপ্ৰতীক্ষা 

(ছ) ঈ + ঈ = ঈ

সতী + ঈশসতীশ
মহী + ঈশমহীশ
পানী + ঈয়াপনীয়া
গৌৰী + ঈশ্বৰ গৌৰীশ্বৰ

(জ) ঈ + ই = ঈ

শচী + ইন্দ্ৰশচীন্দ্ৰ
মহতী + ইচ্ছামহতীচ্ছা
বলী + ইন্দ্ৰবলীন্দ্ৰ
সতী + ইন্দ্ৰসতীন্দ্ৰ

(ঝ) উ + উ = ঊ

গুৰু + উপদেশগুৰূপদেশ
মৰু + উদ্যানমৰূদ্যান
কটু + উক্তিকটূক্তি

(ঞ) উ+ ঊ = ঊ

লঘু + ঊমিলঘূৰ্মি
বায়ু + ঊমিবায়ূৰ্মি
00
00

(ট) অ + ই = এ  আৰু  অ + ঈ = এ

নৰ + ইন্দ্ৰ নৰেন্দ্ৰ
দেৱ + ইন্দ্ৰদেৱেন্দ্ৰ 
পৰম + ঈশ্বৰপৰমেশ্বৰ
নৰ + ঈশ নৰেশ
দেৱ + ঈশ্বৰদেবেশ্বৰ

(ঠ) আ + ই = এ আৰু আ + ঈ = এ

যথা + ইষ্টযথেষ্ট
মহা + ইন্দ্ৰমহেন্দ্ৰ
মহা + ঈশ্বৰমহেশ্বৰ
ৰমা + ঈশ ৰমেশ

(ড) অ + উ = ও আৰু অ + ঊ = ও

সম + উচিত সময়োচিত
বোধ + উদয় বোধোদয়
প্ৰশ্ন + উত্তৰপ্ৰশ্নোত্তৰ
স্নাতক + উত্তৰস্নাতকোত্তৰ
হিত + উপদেশহিতোপদেশ
সম + উচিতসমুচিত
শীত + উষ্ণশীতোষ্ণ
গৃহ + ঊৰ্ধ্ব গৃহোৰ্ধ্ব

(ঢ) আ + উ = ও আৰু আ + ঊ = ও

যথা + উপযুক্তযথোপযুক্ত
যথা + উচিত যথোচিত
মহা + উদয়মহোদয়
কথা + উপকথনকথোপকথন
গংগা + ঊৰ্মি গংগোৰ্মি

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

(ণ) অ + ঋ = ৰেফ  আৰু আ + ঋ = ৰেফ

দেৱ + ঋষিদেৱৰ্ষি
সপ্ত + ঋষিসপ্তৰ্ষি
মহা + ঋষি মহৰ্ষি
ৰাজা + ঋষিৰাজৰ্ষি

(ত) অ + এ = ঐ আৰু আ + এ = ঐ

হিত + এষীহিতৈষী
জন + এক জনৈক
তথা +  এবচতথৈবচ
তথা + এবতথৈব

(থ) অ + ঐ = ঐ আৰু আ + ঐ = ঐ

মত + ঐক্যমতৈক্য
ৰাজ + ঐশ্বৰ্যৰাজৈশ্বৰ্য
মহা + ঐৰাৱতমহৈৰাৱত
মহা + ঐশ্বৰ্যমহৈশ্বৰ্য

(দ) অ + ও = ঔ আৰু অ + ঔ = ঔ 

জল + ওঘজলৌঘ
জল + ওকাজলৌকা
পৰম + ঔষধপৰমৌষধ
বন + ঔষধি বনৌষধি

(ধ) ই + অ =  ্য ,   ই + আ =  ্য  আৰুঈ + অ =  ্য

অতি + অধিকঅত্যধিক
অতি + অন্তঅত্যন্ত
ইতি + আদিইত্যাদি
অতি + আচাৰঅত্যাচাৰ
নদী+ অম্বুনদ্যম্বু
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

(ন)  ই + উ =  ্য,  আৰু  ই + এ =  ্য

প্ৰতি + উত্তৰপ্ৰত্যুত্তৰ
উপৰি +  উপৰিউপৰ্যুপৰি
অভি + উদয়অভ্যুদয়
প্ৰতি + একপ্ৰত্যেক

(প) এ + অ = অয়, আৰু  ঐ + অ = আয়

নে + অন নয়ন
শে + অনশয়ন
গৈ + অকগায়ক
নৈ + অক নায়ক
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ


প্ৰশ্ন: ব্যঞ্জন সন্ধি কাক বোলে ? ব্যঞ্জন সন্ধিৰ উদাহৰণ দিয়া ?

ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণ অথবা ব্যঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণ মিলি যি সন্ধি গঠন হয় তেনে সন্ধিক ব্যঞ্জন সন্ধি বুলি কোৱা হয় ৷

ব্যঞ্জন সন্ধিৰ উদাহৰণ –

অনু + ছেদ = অনুচ্ছেদ ৷
দিক্ + অন্ত = দিগন্ত ৷
উৎ + ভিদ = উদ্ভিদ ৷
উৎ + লেখ = উল্লেখ ৷

  • ডাক্ + গাড়ী = ডাকগাড়ী
  • পাক + ঘৰ = পাকঘৰ
  • বুধ + বাৰ = বুধবাৰ
  • এক +টা = এটা
  • দুই +টা = দুটা
  • এক +খন = এখন
  • পাঁচ +টা = পাঁচোটা
  • কৰ + ইলোঁ = কৰিলোঁ
  • থল + উৱা = থলুৱা
  • ডাল + উৱা = দলুৱা
  • মানুহ + এ = মানুহে
  • ধাৰ + উৱা = ধৰুৱা
  • তল্ + উৱা = তলুৱা
  • জাপৰ + ই = জাপৰি

১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar – click here

প্ৰশ্ন: বিসৰ্গ সন্ধি কাক বোলে ? উদাহৰণ দিয়া ?
স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ লগত বিসৰ্গৰ মিলন হ’লে তেনে সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয় ৷ বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ ভিতৰতে ধৰা হয় ৷

বিসৰ্গ সন্ধিৰ উদাহৰণ –

নি: + চয় = নিশ্চয় ৷
নি: + ঠুৰ = নিষ্ঠুৰ ৷
পুৰ: + কাৰ = পুৰস্কাৰ ৷
নম: + কাৰ = নমস্কাৰ ৷

সন্ধি ভাঙা:

উৎ +নতি = উন্নতি
দুঃ + চিন্তা = দুশ্চিন্তা
লাভ + অলাভ = লাভালাভ
গােন্ধ + ঈশ্বৰ = গােন্ধেশ্বৰ
গুণ + অভিৰাম = গুণাভিৰাম
বহিৰ +আগত = বহিৰাগত
ইতি +আদি = ইত্যাদি
সত্য +সত্য = সত্যাসত্য
সম + অন্বয় = সমন্বয়
অৰুণ +আচল = অৰুণাচল
সীমা +অন্ত = সীমান্ত
লােক +অৰণ্য = লােকাৰণ্য
পৰম + ঈশ্বৰ = পৰমেশ্বৰ
নৱ +উদয় = নবােদয়
দেশ +আচাৰ = দেশাচাৰ
সূর্য + উদয় = সূর্যোদয়
যােগ +ঈশ্বৰ = যােগেশ্বৰ

তত্ত্ব +অৱধান = তত্ত্বাৱধান
ৰূপ +অন্তৰ = ৰূপান্তৰ
অৰুণ +উদয় = অৰুণােদয়
মহান + আত্মা = মহাত্মা
ভোক + ইন্দ্র = ভােকেন্দ্র
ৰবি +ইন্দ্র = ৰবীন্দ্র
অতি +ইত = অতীত
যজ +ন = যজ্ঞ
এক +অধিক = একাধিক
জীৱন +আনন্দ = জীৱনানন্দ
সংগ্রহ +আলয় = সংগ্রহালয়
দ্বীপ + অন্তৰ = দ্বীপান্তৰ
ফল +অফল = ফলাফল
গােল +আকাৰ = গােলাকাৰ
বিদ্যা +আৰম্ভ = বিদ্যাৰম্ভ
মত +অন্তৰ = মতান্তৰ
শােক + আকুল = শােকাকুল
অন্য +অন্য = অন্যান্য

শিষ্ট + আচাৰ = শিষ্টাচাৰ
অতি +ইন্দ্রিয় = অতীন্দ্রিয়
অভি + ইষ্ট = অভীষ্ট
গিৰি + ঈশ = গিৰীশ
সপ্ত + ঋষি = সপ্তর্ষি
ক্ষুধা + আর্ত = ক্ষুধার্ত
জন +এক = – জনৈক
প্রতি +এক = প্রত্যেক
অনু +এষণ = অন্বেষণ
শে + অন = শয়ন
নৈ + অক = নায়ক।
গাে +অক্ষ = গােবাক্ষ
সম্ +হাৰ = সংহাৰ
সম্ +চয় = সঞ্চয়
যাচ্ +না = যাজ্ঞা
সম + ট = সম্রাট
নিঃ +ৰৱ = নীৰৱ
নিঃ + আভৰণ = নিৰাভৰণ।
বৃহৎ+পতি = বৃহস্পতি
ভো +অন = ভৱন
ন +মার্জিত = অমার্জিত
ভৌ +উক =ভাবুক
দুঃ + ঘােৰ = দুৰ্ঘোৰ
স্ব +ইৰিণী = স্বাৰিণী

ৰূপ + অন্তৰ = ৰূপান্তৰ
প্রতি +ইতি = প্রতীতি
পৰি + ঈক্ষা = পৰীক্ষা
মৰু +উদ্যান = মৰুদ্যান।
হিম +আর্ত = হিমার্ত
শীত +আর্ত = শীতার্ত
মত +ঐক্য = মতৈক্য
সু +আগত = স্বাগত
নে +অন = নয়ন
গৈ +অক = গায়ক
পাে +ই = পবিত্র
সম্ +কাৰ = সংস্কাৰ
সম্ + লগ্ন = সংলগ্ন
সৎ+জন = সজ্জন
উৎ +জ্বল = উজ্জ্বল
মনঃ +থ = মনস্থ।
মানুহ +এ = মানুহে
মাহ +এক = মাহেক
নভ +মণ্ডল = নভােমণ্ডল
শােক +আতুৰ = শােকাতুৰ
সৎ +ইচ্ছা = সদিচ্ছা
দিব্য + লােক = দিব্যলােক
পুৰঃ +হিত = পুৰােহিত

CLASS 10 : ASSAMESE GRAMMAR : সন্ধি ভাঙা : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS Solutions – click here

IMPORTANT WEB-LINKS
✅ Official WebsiteClick Here
✅ WhatsApp Group For Competitive Exam Solutions Click here
✅ WhatsApp Group For All HSLC SolutionsClick Here
✅ For Jobs Update Government job opportunitiesClick Here
✅ Telegram Groupclick here
✅ FaceBook Page click here

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ?

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading…

Related

Filed Under: অসমীয়া ব্যাকৰণ Tagged With: asaam study hub, অসমীয়া ব্যাকৰণ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • The Impact of Science and Technology Essay for Class-10 September 9, 2026
  • Narration – Class 10 SEBA HSLC Exam PYQ Question Answers September 1, 2026
  • 𝙲𝚕𝚊𝚜𝚜 10 𝚂𝚘𝚌𝚒𝚊𝚕 𝚂𝚌𝚒𝚎𝚗𝚌𝚎 – 𝙶𝚎𝚘𝚐𝚛𝚊𝚙𝚑𝚢 𝙲𝚑𝚊𝚙𝚝𝚎𝚛𝚜 1, 2 & 3 — 𝙼𝚘𝚜𝚝 𝙴𝚡𝚙𝚎𝚌𝚝𝚎𝚍 𝙼𝙲𝚀𝚜 𝙴𝚗𝚐𝚕𝚒𝚜𝚑 + 𝙰𝚜𝚜𝚊𝚖𝚎𝚜𝚎 September 1, 2026
  • SEBA Assam Class 9 District-Wise Question Papers of Half Yearly Exam PDF Download July 21, 2026
  • SEBA Assam Class 9 Mathematics District Wise Question Papers of Half Yearly Exam 2025 PDF July 21, 2026

Class-10 HSLC

𝙲𝚕𝚊𝚜𝚜 10 𝚂𝚘𝚌𝚒𝚊𝚕 𝚂𝚌𝚒𝚎𝚗𝚌𝚎 – 𝙶𝚎𝚘𝚐𝚛𝚊𝚙𝚑𝚢 𝙲𝚑𝚊𝚙𝚝𝚎𝚛𝚜 1, 2 & 3 — 𝙼𝚘𝚜𝚝 𝙴𝚡𝚙𝚎𝚌𝚝𝚎𝚍 𝙼𝙲𝚀𝚜 𝙴𝚗𝚐𝚕𝚒𝚜𝚑 + 𝙰𝚜𝚜𝚊𝚖𝚎𝚜𝚎

𝙲𝚕𝚊𝚜𝚜 10 𝚂𝚘𝚌𝚒𝚊𝚕 𝚂𝚌𝚒𝚎𝚗𝚌𝚎 – 𝙶𝚎𝚘𝚐𝚛𝚊𝚙𝚑𝚢 𝙲𝚑𝚊𝚙𝚝𝚎𝚛𝚜 1, 2 & 3 — 𝙼𝚘𝚜𝚝 𝙴𝚡𝚙𝚎𝚌𝚝𝚎𝚍 𝙼𝙲𝚀𝚜 𝙴𝚗𝚐𝚕𝚒𝚜𝚑 + 𝙰𝚜𝚜𝚊𝚖𝚎𝚜𝚎

𝙲𝚕𝚊𝚜𝚜 10 𝚂𝚘𝚌𝚒𝚊𝚕 𝚂𝚌𝚒𝚎𝚗𝚌𝚎 – 𝙶𝚎𝚘𝚐𝚛𝚊𝚙𝚑𝚢 𝙲𝚑𝚊𝚙𝚝𝚎𝚛𝚜 1, 2 & 3 — 𝙼𝚘𝚜𝚝 𝙴𝚡𝚙𝚎𝚌𝚝𝚎𝚍 𝙼𝙲𝚀𝚜 𝙴𝚗𝚐𝚕𝚒𝚜𝚑 + 𝙰𝚜𝚜𝚊𝚖𝚎𝚜𝚎 𝙲𝚕𝚊𝚜𝚜 10 𝚂𝚘𝚌𝚒𝚊𝚕 𝚂𝚌𝚒𝚎𝚗𝚌𝚎 – 𝙶𝚎𝚘𝚐𝚛𝚊𝚙𝚑𝚢 𝙲𝚑𝚊𝚙𝚝𝚎𝚛𝚜 1, 2 & 3 — 𝙼𝚘𝚜𝚝 𝙴𝚡𝚙𝚎𝚌𝚝𝚎𝚍 𝙼𝙲𝚀𝚜 𝙴𝚗𝚐𝚕𝚒𝚜𝚑 + 𝙰𝚜𝚜𝚊𝚖𝚎𝚜𝚎 𝚃𝚎𝚛𝚖𝚜  𝙲𝚑𝚊𝚙𝚝𝚎𝚛 1 — 𝙴𝚌𝚘𝚗𝚘𝚖𝚒𝚌 𝙶𝚎𝚘𝚐𝚛𝚊𝚙𝚑𝚢: 𝚂𝚞𝚋𝚓𝚎𝚌𝚝 𝙼𝚊𝚝𝚝𝚎𝚛 𝚊𝚗𝚍 𝚁𝚎𝚜𝚘𝚞𝚛𝚌𝚎𝚜 অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ 1. 𝚆𝚑𝚊𝚝 𝚒𝚜 𝚝𝚑𝚎 […]

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Assamese মুলভাৱ                            মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ […]

More Posts from this Category

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

Loading Comments...
%d