এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যাৰ পূৰ্ব জন্মৰ কথা মনত আছে = জাতিষ্মৰ।
* যি মাটি ফুটি ওলায় = উদ্ভিদ।
* যাৰ দুই হাত সমানে চলে = সব্যসাচী।
* যাক নিবাৰণ কৰিব নোৱাৰি = অনিবাৰ্য।
* দৰমহা নোপোৱাকৈ কাম কৰা মানুহ= অবৈতনিক।
* পানী আৰু মাটিত চলে যি = উভচৰ।
* একে মাকৰ সন্তান = সহোদৰ, সোদৰ।
* যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী।
SEBA Class-10 All Solutions – click here
* যি উপকাৰীৰ উপাৰ স্বীকাৰ নকৰে = অকৃতজ্ঞ, কৃতঘ্ন।
* যি আনৰ অধীন নহয় = স্বাধীন।
* আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা।
* যি আনৰ লগত মিলিব নোৱাৰে = অসূয়া।
* যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ।
* আনৰ ওপৰত নিৰ্ভৰ কৰা লোক = পৰনিৰ্ভৰশীল।
* যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে = স্বনিৰ্ভৰশীল।
* যি উপকাৰীৰ শলাগ লয় = কৃতজ্ঞ।
* যাৰ ঈশ্বৰৰ অস্তিত্বত বিশাবস নাই = নাস্তিক।
* যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বস আছে = আস্তিক।
* এবাৰ গুটি লাগি মৰা গছ = ঔষধি।
* শৰৎ কালত হোৱা অনুষ্ঠান = শাৰদীয়।
* একেলগে ওপজা দুটা সন্তান = যমজ।
* মাটিৰ বাচন গঢ়োতা = কুমাৰ।
* কাঁহৰ বাচন গঢ়োতা = কঁহাৰ।
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* দা=কুটাৰ গঢ়া লোক = কমাৰ।
* যি পানীত জন্মে = জলজ।
* যি বোকাত জন্মে = পংকজ।
* ভিক্ষাৰ অভাৱ = দুৰ্ভিক্ষ।
* যি পৰিণাম চিন্তা কৰি কাম কৰে= পৰিণামদৰ্শী।
* যি কথা কোৱা উচিত নহয়= অনুচিত।
* আনৰ দোষ দেখা স্বভাৱ= অসূয়া।
* যাক পূৰাব নোৱাৰি= অপূৰণীয়।
* যাক সহজে লাভ কৰা যায়= সুলভ, সহজলভ্য।
* যাক সহজে লাভ কৰিব নোৱাৰি= দুৰ্লভ।
* য’লৈ যোৱা টান= দুৰ্গম।
* যাৰ সকলো বস্তু অঁটাকৈ আছে= উভৈনদী, আটন্তিয়াৰ।
* যি মাটিৰ উত্পাদিকা শক্তি নাই= অনুৰ্বৰা।
SEBA HSLC Class 10 Voice Change Solved 1998 – 2025 – click here
* পুৰুষৰ ভিতৰত শ্ৰেষ্ঠ যি= পুৰুষোত্তম।
* বিপদৰ সময়ত ওলোৱা বুদ্ধি= প্ৰত্যুৎপন্নমতি।
* চোবাই খোৱা বস্তু= চব্য।
* চেলেকি খোৱা বস্তু= লেস্য।
* পি খোৱা বস্তু= পেয়।
* যিয়ে শিৱক পূজা কৰে= শৈৱ।
* যিয়ে দেৱীক পূজা কৰে= শাক্ত।
* যিয়ে বিষ্ণুক পূজা কৰে= বৈষ্ণৱ।
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* অতিশয় শীতো নহয়, উষ্ণও নহয়= নাতিশীতোষ্ণ।
* হঠাতে হোৱা ঘটনা= আকস্মিক।
* পথৰ পৰি যি বিচলিত হৈছে= পথভ্ৰষ্ট।
* মাটিৰে নিৰ্মিত= মৃণ্ময়।

* আগেয়ে নোহোৱা ঘটনা= অভূতপূৰ্ব।
* ব্যকৰণত যি পাৰ্গত= ব্যাকৰণিক।
* আগেয়ে নোহোৱা কথা= অশ্ৰুতপূৰ্ব।
* ফুল নুফুলাকৈ গুটি হোৱা গছ=বনস্পতি
* শত্ৰুক জয় কৰে যি=শত্ৰুঞ্জয়
* ৰিপুক জয় কৰে যি=ৰিপুঞ্জয়
* ধান থোৱা ঘৰ= ভঁৰাল
* যি মাছ=মাংস নাখায়=নিৰামিষাহাৰী
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* ভিক্ষা কৰে যি= ভিক্ষাৰী
* যি খুজি মাগি খায়= খোজনীয়া, মগনিয়া
* যি আনৰ বস্তু বলেৰে নিয়ে= ডকাইত
* যি কথা জনা নাযায়= অজ্ঞাত
* যি কাৰো লগত মিলিব নোৱাৰে= অজীন=পাতকী
* দুটা মাহৰ মাজৰ দিন= দোমাহী বা সংক্ৰান্তি
* যি সঁচা কথা কয়= সত্যবাদী
* যাৰ আগত জন্ম=অগ্ৰজ
* যি নিজে নিজে হয়=স্বয়ম্ভু
* যাৰ আশ্ৰয় নাই=নিৰাশ্ৰয়
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি কথা লগাই ফুৰে=খলুৱা
* যি পৰিণাম চিন্তা কৰি কাম কৰে=পৰিণামদৰ্শী
* যি দুই হাত সমানে চলাব পাৰে=সব্যসাচী
* যি মাটিৰ উৎপাদিকা শক্তি নাই=অনুৰ্বৰ
* যি বাঢ়িবলৈ ধৰে=বৰ্ধিষ্ণু
* যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে=কিংকৰ্তব্যবিমূঢ়
* যি মাতৃৰ এটি মাত্ৰ সন্তান=কাকবন্ধ্যা
* যি পুৰুষে বিয়া কৰোৱা নাই=অকিঞ্চন
* যাৰ জন্ম নাই=অজ
* যাৰ কথাৰ লাগ বান্ধ নাই=লপা, চেলেপু।
* যি আনৰ মুখলৈ চাই থাকে=পৰমুখাপেক্ষী
* যাৰ বিবেচনা শক্তি নাই=অবিবেচক
* সহজে যি জীণ যায়=লঘুপাকী
* যাৰ কুল আৰু শীল জনা নাযায়=অজ্ঞাতকুলশীল
* সকলোকে সমানভাৱে দেখা=সমদৰ্শী
* যি জানিবলৈ ইচ্ছা কৰে=জিজ্ঞাসু
* আগে আগে গমন কৰে যি=অগ্ৰগামী
* পিছে পিছে গমন কৰে যি=অনুগামী
* যি কম কথা কয়=মিতভাষী
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে=একাহাৰী
* ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা=পোহাৰী
* নোহোৱা বস্তু সৃষ্টি কৰা=উদ্ভাৱন
* মাটিৰে তৈয়াৰী শিল্পকৰ্ম=মৃৎশিল্প
* যি মাটিৰে নিৰ্মান=মৃন্ময়
* যাৰ মৰো মৰো অৱস্থা=মূমূৰ্ষ
* নাম নধৰাকৈ দিয়া গালি=গুৱালগালি
* দেউতাকৰ সখিয়েক= তাৱৈ
* তাৱৈৰ ঘৈণীয়েক=আমৈ
* যি আনৰ অধীন নহয়= স্বাধীন
* যি আনৰ অধীন=পৰাধীন
* গৰু বন্ধা ঘৰ=গোহালি
* ঘোঁৰা বন্ধা ঘৰ=অস্তাবল
* যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি কথাৰ অৰ্থ নাই=অৰ্থহীন, নিৰৰ্থক
* যাক কল্পনা কৰিব নোৱাৰি =কল্পনাতীত
* যাৰ আদি নাই= অনাদি,
* যাৰ অন্ত নাই=অনন্ত
* যাৰ সীমা নাই= অসীম,
* যাক বৰ্ণনা কৰিব নোৱাৰি=অবৰ্ণনীয়
* যাক বাৰণ কৰিব নোৱাৰি =অনিবাৰ্য
* যাক লংঘন কৰিব নোৱাৰি=অলংঘ্য
* যাক দেখা নাযায়=অদৃশ্য
* যাক সহজে লাভ কৰিব নোৱাৰি=দুৰ্লভ
* যাক সহজে পোৱা যায়=সুলভ * যাৰ নাম নাই =অনামী
* যাৰ সীমা আছে= সসীম
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যাক পৰিহাৰ কৰিব নোৱাৰি=অপৰিহাৰ্য
* যাৰ ধাৰ আছে =ধাৰুৱা
* যি গাঁৱত থাকে = গাঁৱলীয়া
* যি বিদেশত থাকে = প্ৰবাসী
* বিদেশৰপৰা অহা লোক = বিদেশী
* যি ভয় নকৰে = নিৰ্ভীক
* আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ
* একে গুৰুৰ শিষ্য = হৰিভকত, সতীৰ্থ
* একে শ্ৰেণীতে পঢ়া = সহপাঠী
* গোটেই জীৱন জুৰি = আজীৱন
* মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষা
* জন্মৰ পৰা অন্ধ যি = জন্মান্ধ
* যি এটা চকুৰে নেদেখে = কণা
* দুয়োটা চকুৰে নেদেখা লোক = অন্ধ
* যি কথা কব নোৱাৰে = মুক; বোবা
* যি শুনাও নাপায়; কথাও ক’ব নোৱাৰে = মুকবধিৰ
* শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যাৰ মাক পিতাক মৰিছে = মাউৰা
* যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা; বিপত্নীক
* যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা
* স্বামী থকা তিৰোতা = সধৱা; আয়তী
* নাম গোৱা তিৰোতা = নামতী
* বিহুৰ আগ দিনা = উৰুকা
* যি দিনত নেদেখে = দিনকণা
* যি ৰাতি নেদেখে = কুকুৰীকণা
* দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা
* ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা
* দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী;দোৰাহী
* পনীয়া গাখীৰ দিয়া গাই = জলাহী
* শিং নথকা গৰু = লাওমূৰা
* হাল বোৱা গৰু = বলধ
* ঠেং নথকা ভেকুলীৰ পোৱালি=লালুকী
* স্মৰণ কৰিবলগীয়া=স্মৰণীয়
* যাৰ বিয়া হোৱা নাই=অবিবাহিত, আবিয়ৈ
* যাৰ বিয়া হৈছে=বিবাহিত
* জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য
* জন্তুৰ নিচিনা যি=জান্তব
* যি গৰমো নহয় ঠাণ্ডাও নহয় =কুহুমীয়া
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি ফল কেঁচাও নহয় পকাও নহয়= ডহেচীয়া
* মাৰ ভনীয়েক =মাহী
* দেউতাৰ ভনীয়েক=পেহী
* মাৰ সতিনীয়েক=বিমাতা, মাহীমা
* ককাৰ দেউতাক=আজোককা
* কঁঠালৰ সৰু কলি =মুচি
* খাবলৈ অনা সৰু কলপুলি=পচলা
* দাঁত ওলোৱা হাতী=দঁতাল
* মাছ মৰা লোক=মাছুৱৈ; মাছমৰীয়া
* যি জলত চৰে=জলচৰ
* যি স্থলত চৰে=স্থলচৰ
* যি কণীৰপৰা জন্মে=অণ্ডজ
* গান গোৱা লোক=গায়ক
* খেলা ধুলা কৰা লোক=খেলুৱৈ
* সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক=স্বৰ্ণকাৰ; সোণাৰী
* চিকিৎসা কৰা লোক=চিকিৎসক
* গাঁৱৰ মুখিয়াল ব্যক্তি=গাঁওবুঢ়া
* যি উপকাৰ কৰে=উপকাৰী
* বৰষুণ নোহোৱা বতৰ=খৰাং
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যাৰ কোনো নাই=অনাথ
* ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য=প্ৰাতঃস্মৰণীয়
* যি একো নাজানে=অজ্ঞ
* যি সকলো জানে=সৰ্বজ্ঞ; সৰ্বজান
* যাৰ হাত আঁঠুলৈ আহে=অজানুলম্বিত
* যি এই লোকৰ নহয়=অলৌকিক
* দেৱতাৰ গুণ সমৃদ্ধ=দৈৱীয়
* ৰ’দত শুকোৱাসৰিয়হৰ শুকান বঁটা=কাঁহুদি
* য’ত কোনো মানুহ নাই=নিৰ্জন
* দেশক ভাল পোৱা মানুহ=দেশভক্ত
* দেশৰ অপকাৰ কৰা মানুহ=দেশদ্ৰোহী
* দেশৰ বাবে মৃত্যুবৰণ কৰা লোক=শ্বহীদ
* গৰু চৰোৱা লোক=গৰখীয়া
* হাতী চৰোৱা লোক=মাউত
* যি আগতে হোৱা নাই বা ঘটা নাই=অভূতপূৰ্ব
* যি আগতে হৈছে বা ঘটিছে=ভূতপূৰ্ব
* যি কেবল নিজৰ কথা ভাৱে=স্বাৰ্থপৰ; আপোনপেটা
* যি আনৰ হিতৰ কথা ভাৱে=পৰহিতৈষী
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি সকলোৰে মাজত প্ৰিয়=লোকপ্ৰিয়
* যাক সকলোৱে জানে=বিখ্যাত
* যাক কোনেও নাজানে=অখ্যাত; অজ্ঞাত
* কব নলগীয়া কথা; যাক কব নোৱাৰি=অবাচ্য; অকথ্য
* যাক শুনিব নোৱাৰি=অশ্ৰাব্য
* যাৰ জ্ঞান আছে=জ্ঞানী
* যাৰ ধন আছে=ধনী
* যাৰ মান আছে=মানী
* যাৰ ঋণ আছে=ঋণী
* যাৰ ঘৰ বাৰী নাই=অঘৰী
* যাৰ একো নাই=নিঃস্ব
* য’ত যাব পাৰি=সুগম
* যি বহুত কথা কয়= বহুবল্কী
* যি কথা ক’ব জানে; কথা সজাই ক’ব পৰা লোক=কথাচহকী
* যাৰ মৰণ নাই=অমৰ
* যাৰ ভয় আছে=ভয়াতুৰ
* স্কুলত পঢ়া ল’ৰা ছোৱালী=ছাত্ৰছাত্ৰী
* যাৰ শত্ৰু নাই=অজাতশত্ৰু
* যি ইন্দ্ৰিয়ক দমন কৰিছে=জিতেন্দ্ৰিয়
* শাক পাচলি কৰা ঠাই=শাকনি
* ধান খেতি কৰা ঠাই=ধাননি
* যাক আগতে শুনা নাই=অশ্ৰুতপূৰ্ব
* যাক গণনা কৰিব নোৱাৰি=অগণন
* যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি=অনিৰ্বচনীয়
* যি কথা বিশ্বাস কৰিব নোৱাৰি=অবিশ্বাস্য
* যি কাম কৰা উচিত=কৰ্তব্য
* যি পুৰি নাযায় = অদাহ্য
* যি বিদ্যালাভ কৰিছে = কৃতবিদ্য
* বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ
* যাক দিব পৰা নাযায় = অদেয়
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যাক বধ কৰিব পৰা নাযায় = অবধ্য
* যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ
* যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ
* যাৰ ধৰ্মত মতি আছে=ধৰ্মপৰায়ণ
* যি সহজে জীণ নাযায় = অজীৰ্ণ; গুৰুপাকী
* যি অইন ফালে মন দিয়ে = অন্যমনস্ক
* শৰৎ কালত হোৱা = শাৰদীয়
* যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী
* বাটে বাটে যোৱা মানুহ = বাটৰুৱা
* যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু
* কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প
* অশেষ মূল্য যাৰ = অমূল্য
* দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক
* যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয়
* কাপোৰ বব জনা তিৰোতা = শিপীনী
* যি কাম কাজত পাকৈত = কাজী
* একে সময়তে হোৱা = সমসাময়িক
* ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী
* বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ
* যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন
* যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ
* ফুল থোৱা পাত্ৰ = ফুলদানি
* যি কথা কোৱা উচিত = বক্তব্য; বচনীয়
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* জুই ধৰি ৰখা ঠাই = জুহাল
* নিজৰ ওপজা ঠাই = জন্মভূমি
* বস্তু বেচা কিনা কৰা ঠাই = বজাৰ
* যি অলপতে শুনে = শহাকণীয়া
* যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ
* যি নিশা চৰে = নিশাচৰ
* যি সহ্য কৰিব পাৰে = সহনশীল
* যি মিছা কথা কয় = মিছলীয়া
* যি ঘৰত ওপজে = ঘৰ=ওপজা
* যি বনত ওপজে = বনজ
* যি নগৰত থাকে = নগৰীয়া
* বহুতো ল’ৰা ছোৱালী একেলগে পঢ়া ঘৰ=পঢ়াশালি
* বিদ্যা শিক্ষা কৰা ঘৰ=বিদ্যালয়
* যি আনলৈ মন দি থাকে=
* পকী ঘৰ নিৰ্মাণ কৰা লোক= ৰাজমিস্তিৰি
* ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন=
* গাখীৰ, মিঠাই বেচা মানুহক=?
* যি ঠাইত পূজা কৰা হয়=?
* যি বস্তু দিব পৰা নাযায়=?
* চুহি খোৱা বস্তু=?
* নাও বনোৱা মানুহ=?
* যি তিনিও কালৰ কথা জানে=ত্ৰিকালজ্ঞ
* জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ=?
* যি বাহ বেতৰ কাম কৰে=বাঢ়ৈ
* যি ৰাতি ফুলে=?
* যি জন্ম হয় মৃত্যু বৰণ কৰে=?
* যাৰ সাহস আছে = সাহসী
* যি সঁচা কথা কয় = সত্যবাদী।
* যাক দেখা নাযায় = অদৃশ্য
* যাৰ পিছত জন্ম = অনুজ
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* অ’ত ত’ত ঘুৰি ফুৰা লোক = অঘৰী ৷
* গৰু বন্ধা ঠাই = গোহালি
* যি কথাৰ অৰ্থ নাই = নিৰৰ্থক
* যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত
* যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য
* যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য
* যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী
* যি নগৰত থাকে = নগৰীয়া
* আঁঠুলৈ বৈ পৰা = আজানুলম্বিত
* ভেকুলীৰ পোৱালি = লালুকি
* দেউতাৰ ভনীয়েক = পেহী
* কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা
* ৰৌ মাছৰ সৰু পোৱালী = ৰৌমণি
* মাছৰ পোৱালি = পোনা
* গৰৈ মাছৰ সৰু পোনা = গৰৈচিৰিকা
* খাৰণি সনা সৰিহৰ গুৰি = খাৰলি
* মাগুৰ মাছৰ সৰু = মাগুৰজালি
* শ’ল মাছৰ সৰু = শ’লঠাৰি
* ধানৰ বাকলি = তুঁহ
* গোচৰ তৰা মানুহ = গোচৰীয়া
* গোটেই জীৱন জুৰি = অজীৱন
* নাটক লিখা মানুহ = নাট্যকাৰ
* গুৰি সৰিয়হেৰে কৰা খাদ্য = কাঁহুদি
* ছবি অঁকা মানুহ = চিত্ৰকাৰ
* জন্তুৰ নিচিনা = জান্তৱ
* চোবাই খোৱা বস্তু = চৰ্ব্য
* কথাৰ লাগ=বান্ধ নথকা লোক = চেলেপু
* যি ঠাইত মানুহ নাই = জনশূন্য
* কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা
* কবিতা লেখা মানুহ = কবি
* চিঠি বিলাই ফুৰা মানুহ = পিয়ন
* কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী
* ধৰ্মলৈ ভয় যাৰ = ধৰ্মভীৰু
* যি গোন্ধ ভাল = সুগন্ধ
* বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য = খৰিচা
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি পুৰুষ ভয়াতুৰ = কাপুৰুষ
* নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ
* বহুত মানুহ একেলগে যোৱা = সমদল
* নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ

* পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ
* নিজে নিজে হোৱা = স্বয়ম্ভূ
* যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা
* যাক সহজতে লাভ কৰা যায় = সুলভ
* য’ত বহুতো ল’ৰা = ছোৱালীয়ে পঢ়ে = পঢ়াশালী
* যাক বুজিব পাৰি = বোধগম্য
* বৰষুণ নোহোৱা যি বতৰ = খৰাং
* আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ
* যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য
* জুই ধৰি ৰখা যি ঠাই = জুহাল
* যি তিৰোতাই ধান ৰোৱেই = ৰোৱনী
* যি তিৰোতাই ধান দায় = দাৱনী
* হঠাতে হোৱা যি ঘটনা = আকস্মিক
* যি মাটিত সাৰ নাই = অসাৰুৱা
* যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ
* যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য – সম্ৰাট
* যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ
* নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক
* মেলত যি পাৰ্গত = মেলেকী
* যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য
* যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি
* একে সময়তে হোৱা = সমসাময়িক
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ
* লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ
* লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা
* সাহ যাৰ আছি = সাহসী
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা
* যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী
* যাক ভেদ কৰিব নোৱাৰে = অভেদ্য
* যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য
* যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু
* যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ
* যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য
* যি বিধিসন্মত = বৈধ
* প্ৰাণক পণ কৰি = প্ৰাণপণে
* যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী
* যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু
* যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ
* এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ
* যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত
* যাৰ ধাৰ আছে = ধৰুৱা
* যি আনফালে মন দিয়ে = অন্যমনস্ক
* যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয়
* যাক কল্পনা কৰিব নোৱাৰি = অকল্পনাতীত
* বধ কৰিবৰ ইচ্ছা = জিঘাংসা
* যিটো সুধিবলগীয়া =জিজ্ঞাস্য
* যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য
* যি কাৰো পক্ষৰ বা ফলীয়া নহয়= নিৰপেক্ষ
* কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী
* একেজন গুৰুৰে শিষ্য = সতীৰ্থ
* যাৰ আগমন আহ্বান কৰা হয়= স্বাগত
* যি সহ্য কৰিব পাৰে = সহিষ্ণু
* যি গোচৰ তৰে = গুচৰীয়া
* যাৰ ওপৰত গোচৰ তৰে = পদকীয়া
* যি ভাষাত পাৰ্গত = ভাষাবিদ
* যি কণীৰপৰা জন্মে = অণ্ডজ
* যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ
* যি সমাপ্ত হোৱা নাই = অসমাপ্ত
* যাৰ কথাৰ সাঁচ নাই = লগা
* যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু
* যত মানুহ বেছি = জন=বহুল
* যাৰ মূৰত চুলি নাই = তপা
* যি ধন খৰচ নকৰে = কৃপণ
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি মাছ=মাংস খায়= আমিষাহাৰী
* যি মাছ=মাংস নাখায় = নিৰামিষাহাৰী
* যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট
* যি অলপতে শুনে = শহাকণীয়া
* যি অলপতে ভয় খায় = ভয়াতুৰ
* যি নানা অভাৱত থাকে = অভাৱী
* জন্তুৰ নিচিনা = জান্তৱ
* যাৰ নাম নাই = অনামা
* যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী
* নাম নিদিয়াকৈ দিয়া = বেনামী
* বাঁহ=গাজ খুন্দি তৈয়াৰ কৰা খাদ্য=বস্তু = খৰিচা
* মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি ।
IMPORTANT WEB-LINKS | |
---|---|
✅ Official Website | Click Here |
✅ WhatsApp Group For All HSLC Solutions | Click Here |
✅ For Jobs Update Government job opportunities | Click Here |
✅ Telegram Group | click here |
✅ FaceBook Page | click here |
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
Leave a Reply