অসম আৰক্ষী ৷৷ Assam Police MCQ Test December 26, 2021 by Souvik Leave a Comment 113 Created on December 26, 2021Assam Gk || General Knowledge about Assam Assam Police MCQ Quiz Assam GK - Click hereEnglish Grammar MCQ Test - click here English Grammar Section in Assamese - click here 1 / 10 প্ৰশ্ন ১।অসমত কিমানটা পুলিচ ৰেঞ্জ আছে ? ৩০ টা ১৬ টা ৭ টা ৬ টা 2 / 10 2) 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল ? ৪ টা ১১ টা ৫ টা ৬ টা 3 / 10 3) গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল ? ২০১৩ চনত ২০১৫ চনত ২০১৪ চনত ২০১৬ চনত 4 / 10 4) স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল ? ১০,০০০ জন ৮,০০০ জন ১,০০,০০০ জন ১৫,০০০ জন 5 / 10 5) অসম পুলিচৰ বৰ্তমান ষ্টেণ্ডাৰ্ড ইছ্যু (standard Issue) আগ্নেয়াস্ত্ৰ কি ? এ কে ৪৭ লি এনফিল্ড .৩০৩ ৰাইফল ইনছাছ ৰাইফল এ কে এম 6 / 10 6) বংগৰ শাসন কৰ্তা মহম্মদ বিন বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? বৈদ্যদেৱ সমুদ্ৰ বৰ্মন পৃথু সন্ধ্যা 7 / 10 7) কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা-বাহন দিছিল ? চুহুংমুং চুকাফা মিলামুদ্দিন নিজামুদ্দিন 8 / 10 8) কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চক্ৰধ্বজ ৰঘুদেৱ বিশ্বসিংহ নৰনাৰায়ণ 9 / 10 9) অসম পুলিচে ব্যৱহাৰ কৰা ‘ৰায়ত control ‘ ( Riot Control) ৰ গাড়ী খনৰ নাম কি? বজ্ৰ চক্ৰ থ্ৰৰ জীপছী 10 / 10 10) অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত ? Ulubari Dima hasao Tinsukia Aam Bari Your score isThe average score is 56% LinkedIn Facebook Twitter VKontakte 0% Restart quiz Share this:FacebookWhatsAppLike this:Like Loading... Related
Leave a Reply