*****অসমৰ সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া ব্যক্তিসকল আৰু গ্ৰন্থসমূহ*****

| ১৯৫৫ | যতীন্দ্ৰনাথ দুৱৰা, বনফুল |
| ১৯৬০ | বেণুধৰ শৰ্মা, কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত |
| ১৯৬১ | ড০.বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য ,ইয়াৰুইংগম |
| ১৯৬৬ | অম্বিকাগিৰি ৰায়চৌধুৰী ,বেদনাৰ উল্কা |
| ১৯৬৪ | বিৰিঞ্চি কুমাৰ বৰুৱা , অসমৰ লোক-সংস্কৃতি |
| ১৯৬৮ | নলিনীবালা দেৱী, অলকানন্দা |
| ১৯৬৯ | অতুল চন্দ্ৰ হাজৰিকা, মঞ্চলেখা |
| ১৯৭০ | লক্ষ্মীনাথ ফুকন, মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ |
| ১৯৭২ | চৈয়দ আব্দুল মালিক , অঘৰী আত্মাৰ কাহিনী |
| ১৯৭৪ | সৌৰভ কুমাৰ চলিহা , গোলাম |
| ১৯৭৫ | নৱকান্ত বৰুৱা, ককাদেউতাৰ হাড় |
| ১৯৭৬ | ভবেন্দ্ৰনাথ শইকীয়া , শৃংখল |
| ১৯৭৭ | আনন্দ্ৰ চন্দ্ৰ বৰুৱা ,বকুল বনৰ কবিতা |
| ১৯৭৮ | হোমেন বৰগোহাঁঞি, পিতা-পুত্ৰ |
| ১৯৭৯ | ভবেন বৰুৱা, সোণালী জাহাজ |
| ১৯৮০ | যোগেশ দাস, পৃথিৱীৰ অসুখ |
| ১৯৮১ | নীলমণি ফুকন, কবিতা |
| ১৯৮২ | মামণিৰয়চম গোস্বামী ,মামৰে ধৰা তৰোৱাল |
| ১৯৮৩ | নিৰ্মলপ্ৰভা বৰদলৈ, সুদীৰ্ঘ দিন আৰু ঋতু |
| ১৯৮৪ | দেৱেন্দ্ৰনাথ আচাৰ্য, জংগম |
| ১৯৮৬ | তীৰ্থনাথ শৰ্মা , বেণুধৰ শৰ্মা |
| ১৯৮৫ | কৃষ্ণকান্ত সন্দিকৈ, কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ |
| ১৯৮৭ | হৰেকৃষ্ণ ডেকা, আন এজন |
| ১৯৮৮ | লক্ষ্মীনন্দন বৰা ,পাতাল ভৈৰৱী |
| ১৯৮৯ | হীৰেণ গোহাঁই , অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা |
| ১৯৯০ | স্নেহদেৱী ,স্নেহদেৱী একুৰি গল্প |
| ১৯৯১ | অজিত বৰুৱা, ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য |
| ১৯৯২ | হীৰেণ ভট্টাচাৰ্য, শইচৰ পথাৰ মানুহ |
| ১৯৯৩ | কেশৱ মহন্ত, মোৰো যে কিমান হেঁপাহ |
| ১৯৯৪ | শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) মধুপুৰ বহুদূৰ |
| ১৯৯৫ | চন্দ্ৰপ্ৰসাদ শইকীয়া ,মহাৰথী+ |
| ১৯৯৬ | নিৰুপমা বৰগোহাঞি, অভিযাত্ৰী |
| ১৯৯৭ | নগেন শইকীয়া, আন্ধাৰত নিজৰ মুখ |
| ১৯৯৮ | অৰুণ শৰ্মা ,আশীৰ্বাদৰ ৰং |
| ১৯৯৯ | মেদিনী চৌধুৰী ,বিপন্ন সময় |
| ২০০০ | অপূৰ্ব শৰ্মা ,বাঘে টাপুৰ ৰাতি |
| ২০০১ | মহিম বৰা ,এধানী মাহীৰ হাঁহি |
| ২০০২ | নলিনীধৰ ভট্টাচাৰ্য, মহৎ ঐতিহ্য |
| ২০০৩ | বীৰেশ্বৰ বৰুৱা ,অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা |
| ২০০৪ | হীৰেন্দ্ৰ নাথ দত্ত ,মানুহ অনুকূলে |
| ২০০৫ | য়েছে দৰজে ঠংচি ,মৌন ওঁঠ মুখৰ হৃদয় |
| ২০০৬ | অতুলানন্দ গোস্বামী, চেনেহ জৰীৰ গাঁথি |
| ২০০৭ | পূৰবী বৰমুদৈ , শান্তনুকুলনন্দন |
| ২০০৮ | ৰীতা চৌধুৰী, দেও লাংখুই |
| ২০০৯ | ধ্ৰুৱজ্যোতি বৰা, কথা ৰত্নাকৰ |
| ২০১০ | কেশদা মহন্ত , অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি |
| ২০১১ | কবীন ফুকন, এই অনুৰাগী এই উদাস |
| ২০১২ | চন্দনা গোস্বামী , পাটকাইৰ ইপাৰে মোৰ দেশ |
| ২০১৩ | ৰবীন্দ্ৰ সৰকাৰ, ধূলিয়ৰি ভৰিৰ সাঁচ |
| ২০১৪ | অৰূপা কলিতা পটংগীয়া ,মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা |
| ২০১৫ | কুল শইকীয়া, আকাশৰ ছবি আৰু অন্যান্য গল্প |
| ২০১৬ | জ্ঞান পূজাৰী, মেঘমালাৰ ভ্ৰমণ |
| ২০১৭ | জয়ন্ত মাধৱ বৰা, মৰিয়াহোলা |
| ২০১৮ | সনন্ত তাঁতি, কাইলৈৰ দিনটো আমাৰ হ’ব |
| ২০১৯ | জয়শ্ৰী গোস্বামী মহন্ত, চাণক্য |
| ২০২০ | অপূৰ্ব কুমাৰ শইকীয়া ,বেংছতা |
| ২০২১ | অনুৰাধা শৰ্মা পূজাৰী , ইয়াত এখন অৰণ্যআছি আছিল |
| ২০২২ | মনোজ কুমাৰ গোস্বামী, ভুলসত্য চুটিগল্প সংকলন |
List of National Parks in Assam – click here
| Join us on WhatsApp | click here |
| Create Your Free Demat Account on GROWW | click here |

Leave a Reply