• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • English Grammar
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

What is SIP in Assamese || SIP কি ?

January 31, 2024 by Souvik Leave a Comment

Contents hide
What is SIP in Assamese || SIP কি ?
How does SIP works || SIP কিদৰে কাম কৰে
Benefits of Investing in SIP || SIP ৰ মাধ্যমত বিনিয়োগ কৰাৰ লাভ সমূহ
Top Searched Mutual Fund Schemes:
Share this:
Like this:
Related

What is SIP in Assamese || SIP কি ?

ই এটা সিস্টেমেটিক ইনভেস্টমেন্ট প্ল্যান (SIP), যি SIP ৰ নামত বেশি জনপ্ৰিয়, মিউচুয়াল ফান্ডত বিনিয়োগ কৰা এটা সুবিধাজনক পদ্ধতি। এসআইপি দ্বাৰা, আপুনি এটা নির্দিষ্ট পৰিমাণৰ বিনিয়োগ কৰিব পাৰিব – যত আপুনি প্ৰতি মাহত আপোনাৰ বাজেট হিচাপে অলপ কিছু টকা লং টাইমৰ বাবে ইনভেষ্ট কৰিব পাৰে।What is SIP in Assamese || SIP কি ? Benefits of Investing in SIP in Assamese

যদি আপুনি আপোনাৰ জীৱনত সদায় ব্যস্ত থকাৰ বাবে ষ্টক মাৰ্কেটৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ ব্যৰ্থ হৈছে কিন্তু আপুনিও ভৱিষ্যতৰ বাবে টকা গ্ৰও কৰিব বিচাৰে তেন্তে মিউচুৱেল ফাণ্ডত SIP আপোনাৰ বাবে সৰ্বোত্তম মাধ্যম।।

SIP কি তাক আৰু সহজত বুজাৰ বাবে, আপুনি ইয়াক EMI বা সমান মাসিক কিস্তিৰ লগত তুলনা কৰিব পাৰে, ইয়াতে আপুনি যিমান সিগ্ৰে ইনভেষ্টিং আৰম্ভ কৰিব ইমানে আপুনি লাভবান হব পৰিব ।

এসআইপি আৰু ইএমআই-ৰ মাজত প্রধান পার্থক্য হ’ল যে আপনাক EMI ত ঋণৰ সুদৰ এটা পৰিমাণ দিব হব; আনহাতে, SIP-ৰ মাধ্যমত, আপুনি যি টকা বিনিয়োগ কৰিব তাৰে সুদ আপুনি উপার্জন কৰিব পাৰে ।

Financial Education in Assamese – click here

How does SIP works || SIP কিদৰে কাম কৰে

এটা SIP বিনিয়োগৰ এটা খুব সহজ আৰু নমনীয় উপায়। এটা এসআইপিত এটা নির্দিষ্ট পৰিমাণৰ অর্থ আপোনাৰ ব্যাঙ্কৰ পৰা মাহিলি ভিত্তিত ডেবিট কৰা হয় আৰু আপনাৰ নির্বাচিত মিউচুয়াল ফান্ড স্কিমত বিনিয়োগ কৰা হয়। তাৰ পিছত সেই নির্দিষ্ট তাৰিখত ফান্ডৰ ক্রয় মূল্যেৰ (বা নেট অ্যাসেট ভ্যালু, NAV) উপৰ ভিত্তি কৰি সেই নির্দিষ্ট মিউচুয়াল ফান্ডেৰ এটা নির্দিষ্ট সংখ্যক ইউনিট আপনাক ক্ৰয় মূল্য হিচাপে দিয়া হয় ।Benefits of Investing in SIP in Assamese

What is CREDIT CARD in Assamese – click here

What is SIP in Assamese || SIP কি ?
What is SIP in Assamese || SIP কি ?

Benefits of Investing in SIP || SIP ৰ মাধ্যমত বিনিয়োগ কৰাৰ লাভ সমূহ 

  • আপুনি একদম কম টকাৰ বিনিময়ত ইনভেষ্টমেণ্ট কৰিব পাৰিব : আপুনি 100 টকাৰ পৰা আপোনাৰ ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে, এনেকে প্ৰতি মাহে আপোনাৰ ইনভেষ্টমেণ্টৰ পৰিমাণ বৃদ্ধি কৰিব আৰু কিছু সময় পিছত আপুনি টকাৰ পৰিমাণত উৰ্ধগামী চাব পাৰে ।।

  • আটমেটিক বিনিয়োগ শৃঙ্খলা : এবাৰ SIP সেট আপ হৈ গলে, প্ৰতি মাহত এটা ফিক্স ডেট হিচাপে আপোনাৰ বেংকৰ পৰা আটমেটিক নিৰ্ধাৰিত পৰিমাণ কাটি লব ।।

  • SIP সমূহ নমনীয়তা বা flexible: এসআইপিবোৰত বিনিযোগৰ পৰিমাণ, মাহিলি কৰা হয় যদিও আপোনাৰ অসুবিধা অনুসৰি আপুনি মাহিলি SIP স্কীপ কৰাৰ সুবিধা আছে। বিনিয়োগৰ কোনোধৰণৰ লক ইন পিৰিওড নাই, আপুনি আপোনাৰ সুবিধা অনুসৰি বিনিয়োগ কৰা ধন উঠাই লব পাৰিব ।

  • SIP দ্বাৰা আমি অলপ ধন বিনিয়োগ কৰি ভাল ৰিটাৰ্ন পাব পাৰো : সিস্টেমেটিক ইনভেস্টমেন্ট প্ল্যান (এসআইপি) আপোনাক মাহিলি ভিত্তিত এটা নির্দিষ্ট পৰিমাণৰ অর্থ বিনিয়োগ কৰিব সহায় কৰে যি বজাৰৰ কার্যক্ষমতা বৃদ্ধি কৰে । ইয়াৰ দ্বাৰা বছৰি সুদৰ হাৰ বৃদ্ধি পায় আৰু সময়ৰ লগে লগে আমাৰ ধনৰ পৰিমাণ বৃদ্ধি হবলৈ ধৰে ।Benefits of Investing in SIP in Assamese

Assam TET Section – click here

Top Searched Mutual Fund Schemes:

  • Axis Bluechip Fund
  • Mirae Asset Emerging Bluechip Fund
  • Nippon India Small Cap Fund
  • Parag Parikh Long Term Equity Fund
  • SBI Small Cap Fund
  • Quant Active Fund

Assam GK Section – click here

Join us on WhatsApp
click here
Create Your Free Demat Account on GROWW
click here

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: Finance Tagged With: asaam study hub, finance section

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar July 15, 2025
  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025
  • Bankim Chandra Chattopadhyay Essay in Hindi || बंकिम चंद्र चट्टोपाध्याय June 17, 2025
  • Assam Police SI Exam 2025 Question Paper June 16, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d