sentence in assamese
Ans:- বাক্য হৈছে বক্তাৰ ইচ্ছা বা উদ্দেশ্য প্ৰকাশৰ বাহন । আমাৰ মনৰ কোনো এটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিবৰ কাৰণে কিছুমান word ৰ প্ৰয়োজন হয় ; এই word বিলাক একেলগে বহি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক Sentence বুলি কোৱা হয় ।
Ans:- বক্তাৰ ইচ্ছা, উদ্দেশ্য অনুসৰি বাক্যবোৰক সাধাৰণতে পাঁচ ধৰণে ভাগ কৰিব পাৰি । সেইবোৰ হল – 1. Assertive Sentence 2. Interrogative Sentence. 3. Imperative Sentence. 4. Optative Sentence 5. Exclamatory Sentence
Ans’- যিবোৰ বাক্যই কোনো এক ঘটনা বিশেষৰ বৰ্ণনা দাঙি ধৰে সেইবোৰক Assertive Sentence বোলা হয় । Assertive Sentence ক Declarative Sentence বুলিও কব পাৰি । এইবোৰ বাক্যৰ শেষত সম্পূৰ্ণ বিৰাম চিন (.) Full stop বহে ।. এই Sentence বিধে ব্যাক্তি , বস্তু , ঠাই, অবস্থা, কাৰ্য, ইত্যাদি বৰ্ণনা কৰে । যেনে- She is beautiful. This is a book. Blood is red.
Ans:- এই বিধ sentence এ প্ৰশ্ন সোধে । ইহঁতক সেইবাবে Question ও বোলে । Interrogative sentences ত subject বোৰ Verb ৰ পিছত বহে । Sentence ৰ শেষত Question Mark ব্যাবহাৰ কৰা হয় ।। যেনে- What is your name? Is he a good boy?
Ans:- যিবোৰ বাক্যৰ দ্বাৰা আদেশ (order) অনুৰোধ (request) উপদেশ (advice) দিয়া বুজায় সেইবোৰক Imperative Sentence বোলে ।.
যেনে- Go there ( order);. Do not tell a lie( advice). please come here. (Request)
Ans:- যিবোৰ বাক্যৰ দ্বাৰা মনৰ ইচ্ছা, অভিলাশা , প্রার্থনা, আশীৰ্বাদ, আদি প্ৰকাশ কৰে সেই ধৰণৰ বাক্যক Optative Sentence বোলা হয় । এই ধৰণৰ বাক্য সাধাৰণতে May ৰে আৰম্ভ হয় । যেনে- May he live ling. May God help you.
Ans:- এইবিধ sentence এ আমাৰ মনৰ আনন্দ, দূঃখ, আবেগ, উত্তেজনা আদি প্রকাশ কৰে । যেনে- Hurrah! we have won the game. Alas! He is no more. How lovely the girl is?
Voice Change in Assamese click here
Translation In Assamese click here
Our Whatsapp Group Link | click here |
Assam HSLC Exam GENERAL MATHEMATICS Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam GENERAL MATHEMATICS Question…
Assam SEBA HSLC Exam COMPUTER SCIENCE Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam COMPUTER SCIENCE…
Assam HSLC Exam ENGLISH Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam ENGLISH Question Paper 2025…
Assam HSLC Exam ASSAMESE Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam Assamese Question Paper 2025…
১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese ১) কামাখ্যা মন্দিৰ কোনখন পাহাৰত…
Assam HSLC Exam Mathematics Question Paper 2024 PDF has been published here. You can download Assam HSLC Exam Mathematics Question Paper 2024…